Koina || Official video|| Preety Kangkana || Deepjyoti mahanta|| Papori Gogoi|| Neel Akash

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ก.พ. 2022
  • Audio Credits
    Vocal- Neel Akash & Papori Gogoi
    Lyrics/Composition- Sameer Sekhar
    Music/Mix/Mastered- Palash Gogoi
    flute - Anjan Medhi
    Audio Production- Prag Music Media
    ♪♪ Stream and Download ♪♪
    ----------------------------------------------------------------
    JioSaavn: www.jiosaavn.com/song/koina/Q...
    Resso: m.resso.com/ZSe3YKJYs/
    Wynk: wynk.in/u/HfwY7mcfL
    Gaana: gaana.com/song/koina-1
    Spotify: spoti.fi/3shxu1o
    Amazon Music: amzn.to/3pdMWcG
    Apple Music: apple.co/3veNbbo
    Poster designed by - Partha jit Hira
    Video Credits
    Story/Screenplay/Direction- Deepjyoti Mahanta
    Starring- Preety kongana, Deepjyoti Mahanta
    Supporting Cast- Chinmoy Kataki,Surya Krishna, Hina kashyap,Papori Gogoi,Abhijit Sharma,Jahnabi Bora
    Cinematography/Editing-Tiraap Simanta Medhi
    Dialogues- Mridusmita Devi, Deepjyoti Mahanta
    DI- Dhanjit Das
    DI assistant- Amit Biswas
    MUA- Chimi Bhuyan, Patiyashi Bordoloi,Rashmirekha Bora
    AD- Lachit Nath,Riyan Dipen Nath
    Stills- Hiru Borgohain, Mrinmoy Das
    Mehendi Artist- Sabir
    Deepjyoti's wardrobe- Devjit
    Special Thanks
    Parash Moni Bora
    Bidisha Devi
    Simanta Sekhar
    Palash Gogoi
    Trion Mahanta
    Amlan Jyoti Rajkhowa
    Nilotpal Chaliha
    Dipankar Talukdar
    Romen Gogoi(Shoutout NE India)
    Hrishikesh Dutta & Family
    Prabal Deka
    Jubin
    Babu Das
    Jan Kashyap
    @copyright reserve by Papori Gogoi, don't upload illegally
  • เพลง

ความคิดเห็น • 4K

  • @Dhoudigitalmedia22
    @Dhoudigitalmedia22 2 ปีที่แล้ว +2547

    ভয়,শংকা আছে যদিও বুকুত অযুত সাহস আৰু গভীৰ দায়িত্ব লৈ আমাৰ সকলোৰে এটা মৰমৰ সপোন লৈ আগবাঢ়িছো। সপোনটো পূৰ হোৱাত কিমানখিনি সফল হ'ম নাজানো কিন্তু আত্মবিশ্বাসেৰে পাৰ্যমানে চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি নিশ্চয় থাকি গৈছে,আঙুলিয়াই দি আমাক আশীৰ্বাদ কৰে যেন!

    • @assamesegirlmainusvlog9558
      @assamesegirlmainusvlog9558 2 ปีที่แล้ว +33

      Bohut bohut dhuniya hoise Dada😘

    • @rockstar-bb1hw
      @rockstar-bb1hw 2 ปีที่แล้ว +19

      Bhut dhuniya hoise Raja da👍

    • @nitumanideka8499
      @nitumanideka8499 2 ปีที่แล้ว +12

      Khasake bahut basi Val hoise dada

    • @hemantacreation0272
      @hemantacreation0272 2 ปีที่แล้ว +11

      ভাল‌‌ হৈছে দাদা ❤️

    • @ashisbhuyan1259
      @ashisbhuyan1259 2 ปีที่แล้ว +5

      Uffffffff 🥺 literally Raja story.... first sb thik asil vl lgi asil sai asilu bt lastot seriously sui goisey 🥺💕🥰🥰❤️🔥bt I jst loving ❤️🔥

  • @purnimadas78
    @purnimadas78 2 ปีที่แล้ว +952

    যিসকল লোকে নিজৰ ধুনীয়া চকুৰে কমেন্ট পঢ়ি আছা☺☺ সেই সকল লোকৰ মা দেউতা সদায় সুখী হৈ থাকক ♥️♥️♥️

  • @kakalivlog6998
    @kakalivlog6998 2 ปีที่แล้ว +241

    কিছুমানৰ সপোন পূৰ্ণ হৈ আৰু কিছুমানৰ পূৰণ হৈ ও ৰৈ যায় 🥺 সঁচা মৰম সকলোৰে কপালত নাথাকে কিন্তু পোৱা জন সঁচাই বহুত ভাগ্যবান কিন্তু যিজন এ পাই ও হেৰুৱাই তেওঁৰ সমান দূৰভগীয়া কোনো নাই সেয়ে ভগবানৰ ওচৰত মিনতি সকলোৱে যেন নিজৰ মনৰ মানুহ জনক পাই 🥺

    • @ajoyblogs812
      @ajoyblogs812 8 หลายเดือนก่อน

    • @bhanitathakuria9110
      @bhanitathakuria9110 8 หลายเดือนก่อน

      ❤❤❤

    • @Rimpi598
      @Rimpi598 4 หลายเดือนก่อน +1

      Mur video bur o sabo dei

    • @sumisaikia61
      @sumisaikia61 หลายเดือนก่อน

      Hosa kotha ,😭😭💔

  • @manshibarman8405
    @manshibarman8405 ปีที่แล้ว +116

    গানটোৰ শেষত মই শব্দহীন হৈ ৰলো🥺♥️
    এনেকুৱা যাতে কাৰো নহয় তাৰে কামনাৰে 😌

    • @jayasribaishya9447
      @jayasribaishya9447 ปีที่แล้ว +4

      Aji anekua ata ghotona hoi gl dora koina akelge gusi gl

  • @palashbhuyan1503
    @palashbhuyan1503 ปีที่แล้ว +41

    কলিজা কঁপাই যোৱা গীতটো❤
    নীল দা আৰু পাপৰীয়ে গোৱা আটাইতকৈ প্ৰিয় গীতটো মোৰ❤

    • @souravnath1374
      @souravnath1374 10 หลายเดือนก่อน

      Same

    • @karunadas6741
      @karunadas6741 หลายเดือนก่อน

      Moro tamam mojja hoise kandi diso vidio ti sai

  • @chayanikachoudhury755
    @chayanikachoudhury755 2 ปีที่แล้ว +555

    খুব সুন্দৰ হৈছে। শেষৰ খিনিত চকুপানী ৰখাব নোৱাৰিলোঁ। বাস্তৱত কাৰো লগত এনেকুৱা নহওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏

    • @agzoficial4132
      @agzoficial4132 2 ปีที่แล้ว +3

      Hosake

    • @bjintu42
      @bjintu42 2 ปีที่แล้ว +2

      Obviously... 😞😞😞

    • @chimakalita5438
      @chimakalita5438 2 ปีที่แล้ว +1

      GrulyjkkJJkKau0aoagjwpwpw😊😘🏛🏚🕍💍👡📿🎩📿

    • @chimakalita5438
      @chimakalita5438 2 ปีที่แล้ว

      Hyruutjptjlhtujwtpafhlzj gkai☺😉😘😙😍🙂😙🤗😙🤗😙😋🤩🤔🤩😋😊😎😉😍😘🤨🙂☺😙😎😍😎😙😍😉😘

    • @kaushikgogoifamily182
      @kaushikgogoifamily182 2 ปีที่แล้ว +1

      A meal

  • @hridaymonisutradhar8902
    @hridaymonisutradhar8902 2 ปีที่แล้ว +390

    ইমানদিনে সদায় দিনত ২০বাৰতকৈত বেছিকৈ শুনিছিলো । আজি প্ৰথম বাৰ ভিদিওটো চালো। কান্দি দিলো অ' । বাস্তৱত কাৰো লগত এনেকুৱা নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 😔

  • @manashprotimbora6674
    @manashprotimbora6674 7 หลายเดือนก่อน +38

    Actually যাক সঁচাকৈয়ে ভাল পোৱা যায় তেওঁক কেতিয়াও কাষত পোৱা নাযায় ❤️‍🩹🥺

  • @lakhimibaruah2812
    @lakhimibaruah2812 2 ปีที่แล้ว +9

    বহুত সুন্দৰ হৈছে হৃদয় স্পৰ্শ কৰি গল বহুত দুখ লগা শেষৰ খিনি 💖💖

  • @lovealltimeandenjoy2767
    @lovealltimeandenjoy2767 2 ปีที่แล้ว +24

    এনেকুৱা কাহিনী বনাই কিয় দুখ দি দিয়ে ৰে ।... মিলন সমপূৰ্ণ কৰি শেষ কৰিব অ .. দুখ লাগে .. বাস্তব যেন অনুভৱ হৈ পৰে !.. কাহিনী বাৰু .. ❤️❤️❤️ heart touching ...

  • @AnuragXaikia
    @AnuragXaikia 2 ปีที่แล้ว +118

    How beautiful the story, acting , cinematography and obviously the song❤️ Dhuniya... Ending 😔

  • @bhabeshbarman5565
    @bhabeshbarman5565 10 หลายเดือนก่อน +9

    সংগীত ৰ ওপৰত একো নাজানে খালি চাবলৈ জানো,,, ধুনীয়া হৈছে দে।🎉🎉🎉🎉

  • @simpydhunu3737
    @simpydhunu3737 2 ปีที่แล้ว +18

    ক'বলৈ ভাষা নাই সছাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গান যদিও নিহিত হৈ আছে এটা গভীৰ কাহিনী যিয়ে হৃদয় স্পৰ্শ কৰি যায় ❤️❤️❤️❤️❤️❤️❤️

  • @alltypesjadav3060
    @alltypesjadav3060 2 ปีที่แล้ว +55

    ছোৱালী এজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত ঘৰ খনৰ মাক দেউতাকে হে কিমান দুখ প্ৰকাশ কৰে। সচাকৈ ছোৱালী জীৱনটো বহুত কঠিন।

    • @nkproductin3083
      @nkproductin3083 2 ปีที่แล้ว +2

      th-cam.com/video/QXpp-jl_0cw/w-d-xo.html

    • @pranitadas3604
      @pranitadas3604 2 ปีที่แล้ว +3

      Xosai bhut kosto hoi xeikhini xomoi 😔😔

    • @khagendas8676
      @khagendas8676 2 ปีที่แล้ว +4

      Xosai o bohut tan suwali jibontu

    • @alltypesjadav3060
      @alltypesjadav3060 2 ปีที่แล้ว +1

      @@bhumikathakuria6217 😓

  • @palkisarmah6170
    @palkisarmah6170 2 ปีที่แล้ว +147

    বহুত হৃদয়স্পৰ্শ অ। চকুৰ পানী ওলাই গৈছে। মৰম ভালপোৱা সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি যি ভগবানৰ সকলো সৃষ্টি তে প্ৰতিফলন হয়।❤️❤️গানটোৰ প্ৰতিটো শব্দয়ে হৃদয় স্পৰ্শক।

    • @sangitapait926
      @sangitapait926 2 ปีที่แล้ว +2

      ♥️♥️♥️♥️

    • @rituray7947
      @rituray7947 5 หลายเดือนก่อน

      Actor professor

    • @rituray7947
      @rituray7947 5 หลายเดือนก่อน

      Hero hero professor

    • @rituray7947
      @rituray7947 5 หลายเดือนก่อน

      Best professor

    • @rituray7947
      @rituray7947 5 หลายเดือนก่อน

      Bank manager

  • @user-rt1mq6iy8i
    @user-rt1mq6iy8i 9 หลายเดือนก่อน +12

    যিমান চালেও আমনি নালাগে ❤ইমান ধুনীয়া লাগে যে এই গানটো ❤❤❤❤❤

  • @SM-qe1wc
    @SM-qe1wc ปีที่แล้ว +16

    যেতিয়াই গানটি শুনো, ভিডিওটো চাও বহুত বেছিকৈ মিছ কৰোঁ তেওঁক , হাহাকাৰ কৰে হৃদযখনে তেওঁক বিচাৰি...., মোৰ দৰে যেন কোনেও অকালতে নিজৰ আপোন জনক হেৰুৱাব লগা নহয় তাকেই কামনা কৰোঁ।

  • @jyoti_81
    @jyoti_81 2 ปีที่แล้ว +32

    লগৰকেইজনীয়ে কৈছিল videoটো বহুত ভাল লাগে,চাবা বুলি || আজি চালো ১০বাৰ মান.. সঁচাকৈ ইমান বেছি ভাল লাগিল..
    কান্দি দিলো অ...........
    বাস্তৱত কাৰো লগতে এনেকুৱা নহওক ||🙏🙏

  • @princesaikia4114
    @princesaikia4114 2 ปีที่แล้ว +20

    কবলৈ ভাষা নাই । বহুত ভাল হৈছে । বহুত দেৰিকৈ video টো চালোঁ । সঁচা ভালপোৱাৰ এক সুন্দৰ প্ৰদৰ্শন । কিন্তু শেষৰ খিনিয়ে কণ্ডৱাই দিলে । ইস্বৰৰ আগত এটাই প্ৰাৰথনা সঁচা ভালপোৱা জনৰ লগত যাতে কেতিয়াও এনেকুৱা নকৰে । আৰু এটা কথা video টোত নকৈ নোৱাৰি । বন্ধু দুজনৰ বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন । এনে বন্ধু এজনৰ সকলোকে প্ৰয়োজন । আৰু সকলোৰে অভিনয় হৃয়স্পৰ্শী । 😍❤️❤️

  • @nishanahmed8620
    @nishanahmed8620 2 ปีที่แล้ว +7

    Laje laje tumale samm ❤❤❤...
    Emotion🌹🌹

  • @nilakanta2555
    @nilakanta2555 2 ปีที่แล้ว +36

    Such a heart touching and beautiful song. After listening this song missing someone so badly. Love from Manipur❤❤❤

  • @nilakshicreation2179
    @nilakshicreation2179 2 ปีที่แล้ว +164

    সঁচাকৈয়ে অতি সুন্দৰ । আৰম্ভণিৰ পৰাই প্ৰতিটো শব্দই যেন হৃদয় স্পৰ্শ কৰি গ'ল । ❤👍

  • @papulibharali6058
    @papulibharali6058 2 ปีที่แล้ว +17

    হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰো কি অনুভৱ কৰিছো গান টো শুনি,চাই।কিন্তু কান্দি গ'লো শেষকণত।ইমান সুখৰ মাজতো দুখবোৰে কেনেকৈ আৱৰি ধৰে অ' নোৱাৰি বুকু বিষায় যায় বা।হ'লেও ভালপোৱা মিলন সকলো ভগৱানৰ ওপৰত।বহুত সুন্দৰ গীত এটা আমাক দিলা আৰু আগলৈও দি যোৱা।অশেষ শুভাসা।

  • @binonlymphuid2765
    @binonlymphuid2765 ปีที่แล้ว +28

    Very smooth voice and innocent romance melt my heart❤i repeat100 time.his voice yet charming and that lyrics😘.love from meghalaya😘❤

  • @devtaidofficial4664
    @devtaidofficial4664 2 ปีที่แล้ว +1

    Sahcmein proud our Assamese industry ❤️❤️❤️🙏🙏 supper bohut aage chala Gaya hai industry ❤️❤️🎉🙏👍

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 2 ปีที่แล้ว +55

    পাপৰি বা গানটো জিমান ভাল লাগি চিল
    Video tu
    বহুত বেছি ভাল লাগিল কিন্তু ending
    বিয়া খন নহল দুখ অলপ লাগিল🥺
    পাপৰি বা 🥰🖤__

  • @Jinkismita45
    @Jinkismita45 2 ปีที่แล้ว +67

    Neel Akash is one in a generation. What a voice ❤️

  • @dhonmonideori2158
    @dhonmonideori2158 2 ปีที่แล้ว +1

    Superb.... All video song burote tumi act kora hole bohut val lagil hoi kangkana ba love you so much baa❤❤❤

  • @axomsanjayvlogs7813
    @axomsanjayvlogs7813 ปีที่แล้ว +4

    Oh God! গীতটি শুনিছোঁ যদিওঁ সম্পূৰ্ণ শুনা নাছিলোঁ। আজি সম্পূৰ্ণ শুনিলোঁ আৰু চকু পানীও টুকিলোঁ 😭

  • @mridulvlogs9263
    @mridulvlogs9263 2 ปีที่แล้ว +22

    সচাকৈ অতি সুন্দৰ হৈছে😘প্ৰতিটো শব্দ মনত চুই গৈছে গানটো শুনি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭😭😭

  • @jyotirmoykalita956
    @jyotirmoykalita956 2 ปีที่แล้ว +70

    ইমান ধুনীয়া গীত টোত , শেষৰ খিনি কিয় এনেকুৱা কৰিব লগা হল। সুখে সুখে বিয়া খন হৈ গ'লে ভিডিয় টো যেন বেছি প্ৰাণ প্ৰায় উঠিল।🌸🥺❤️

  • @bharatihazarika7106
    @bharatihazarika7106 2 ปีที่แล้ว +3

    খুব ভাল লাগিল শুনি। এটা সুন্দৰ হৃদয়স্পৰ্শী গীতৰ ভিডিঅ' চাই খুব ভাল পালোঁ।

  • @swadhinchutia___4771
    @swadhinchutia___4771 2 ปีที่แล้ว +29

    পাপৰি বা,আপোনাৰ মাততো শুনি থাকিলে শুনি থাকিবৰ মন যায় ,এই গানটো মোৰ অতি প্ৰিয় হয়❣️❣️❣️❣️❣️ Love From Dhemaji (Assam)

  • @anamikadeka9468
    @anamikadeka9468 2 ปีที่แล้ว +22

    সুন্দৰ গীত, সুন্দৰ সুৰ, গীতটিৰ শেষৰ খনি চাই চকুপানী ওলাই গল.... কোনো swalir জীৱনত এনেকুৱা নহওঁক.... সুন্দৰ হৈছে আৰু আগুৱাই যাওক আপোনাকে 🙏

  • @sushmitadev9471
    @sushmitadev9471 2 ปีที่แล้ว +12

    Very much heart touching scene at last..
    My god ... Automatically my tears came out and i don't even know after ending this video I saw that yes I m crying...
    Good luck papori baa and our entire team for this wonderful work... Keep going

  • @jupitara8969
    @jupitara8969 ปีที่แล้ว +3

    এনেকুৱা কাৰোৰে জীৱনত নহওঁক ভগৱান 🥺🙏

  • @user-pn6xz2fl2e
    @user-pn6xz2fl2e 2 ปีที่แล้ว +11

    সঁচাকৈ এটি মননশীল আৰু আমোদজনক দৃশ্য উপভোগ কৰিলো গানটোৰ জৰিয়তে! বহুতেই ভাল লাগিল!

  • @dimpivlog123
    @dimpivlog123 2 ปีที่แล้ว +105

    22 ফেব্ৰুৱাৰী পৰা অপেক্ষা কৰি আজি চাব পাই বহুত সুখী মোৰ বহুত প্ৰিয় গান এইটো❤️ বহুতো ধুনীয়া লাগিলে চাই😘😘 কিন্তু শেষৰ খিনি চাই চকু পানী ওলাই গল 😭

  • @TapanraazMusic
    @TapanraazMusic ปีที่แล้ว +3

    বৰ ধুনীয়া Story Create কৰিছে ,খুবেই ভাল লাগিল,

  • @simadas3629
    @simadas3629 2 ปีที่แล้ว +4

    বহুদিনৰ পৰা গানটো শুনি আছিলোঁ কিন্তু আজি গানটো চালু বহুত ভাল লাগিল ❤️❤️ প্ৰীতি বা 😘😘 ❤️❤️❤️❤️

  • @misspiggyface4951
    @misspiggyface4951 2 ปีที่แล้ว +14

    বহু অপেক্ষাৰ অন্তত.. শেষৰলৈকে কান্দি পেলালো । বহুত সুন্দৰ উপস্থাপন ❤️

  • @politicalscience6219
    @politicalscience6219 2 ปีที่แล้ว +23

    কৈছোঁ নহয় - একদম বুকুৰ ইপাৰ সিপাৰ হৈ গৈছে..... গানৰ কথা, সুৰ আৰু ইয়াৰ পৰিবেশন একদম অবৰ্ণনীয়...সঁচাই বহুত ভাল লাগিল ☺️❤️এই গানটোত কইনাৰ দৰে সাজি কাঁচি reels বনাব মন গৈছে😁☺️

  • @Rupam30
    @Rupam30 ปีที่แล้ว +2

    Ai song mur kolijat lagi goise 😔😔
    Xosa koi koi su gan tu mur bohut bhal lagise ❤❤

  • @nabajitbarman6772
    @nabajitbarman6772 10 หลายเดือนก่อน +2

    Love you 2 বাইদেউ । বহুত ভাল পাওঁ তোমাক । আৰু তোমাৰ গীতবোৰ ❤🎉

  • @digantadoley9657
    @digantadoley9657 2 ปีที่แล้ว +18

    বহুত ধৈৰ্য ধৰিলো কিন্তু নোৱাৰিলোঁ আৰু অৱশেষত কান্দিয়েই পেলালোঁ 🥺♥️

  • @phukonbohni43
    @phukonbohni43 2 ปีที่แล้ว +218

    বহু দিনৰ অন্তত তোমাৰ গীতটি আজি চাই খুবেই ভাল লাগিল ❤বা❤
    মৰম ভালপোৱাৰ এক বুজাব নোৱাৰা শিহঁৰন ৰ এই গীতটি হৃদয় চুই গৈছে
    🥰সদাই আগুৱাই যোৱা😘

  • @nayu401
    @nayu401 ปีที่แล้ว +4

    Papari baa voice best voice😌😘

  • @shivasinghddmofficial6312
    @shivasinghddmofficial6312 2 ปีที่แล้ว +1

    Hosai eman Dhuniya hoise video tu last t nijai Soku Pani ahi goise sai video tu sai Rokhabo nuwari❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @raktimboruah2348
    @raktimboruah2348 2 ปีที่แล้ว +15

    সুন্দৰ অভিনয় সকলোৰে । বেহাৰবাৰি হৰ ক বহুত দিন পাছত দেখি ভাল লাগিল। বেহাৰবাৰিত আকৌ দেখিম বুলি আশা ৰাখিলোঁ ।

  • @kamaldeka8755
    @kamaldeka8755 10 หลายเดือนก่อน +5

    Xekhor khini sai moi xobdohin hoi rolu kankana baa anekua jen karu lgt nhy takei kamona korilu ❤😢xokolure mongol houk 🙏🏻🙏🏻🙏🏻👌🏻🥰😘😍vl lagil vedioe tu sai 🥺

  • @big0262
    @big0262 2 ปีที่แล้ว +3

    Supporting actor jonor acting tu ultimate hoise. Beharbarir pora tekhetor acting khub bhal pau sai. Krishnok sinti🙏

  • @aninditagondhia1452
    @aninditagondhia1452 2 ปีที่แล้ว +8

    গানটো ইমানেই ধুনীয়া যে অপেক্ষা কৰি আছিলো ভিডিঅ'টোলৈ শেষত আজি আহি গ'ল। ভাল লাগিল বহুত ধুনীয়া হৈছে👌💓

  • @axomiyasuwalijyotika3321
    @axomiyasuwalijyotika3321 2 ปีที่แล้ว +41

    বহুত ধুনীয়া হৈছে শুভেচ্ছা থাকিল পাপৰি বা❤️

    • @sidfernspro7348
      @sidfernspro7348 2 ปีที่แล้ว +2

      th-cam.com/video/wMD9XZmayzs/w-d-xo.html

  • @axomiyaswalipalki9780
    @axomiyaswalipalki9780 2 ปีที่แล้ว +2

    পৃথিবীৰ কোনো কইনাৰ লগতেই এনে নহওক... 🥲🥺

  • @Srie_satvik
    @Srie_satvik 9 หลายเดือนก่อน +3

    M typing this with tears in my eyes never focus this song b4 today at 12am m writing this from 10 pm i was listening it i don’t what can i do but it takes to my ex memories never thought that bhal puwa iman ke kosto dibo pare morom hepa lobo leu imanje kosto hobo lagibo buli jani silu kintu enekoi heram buli bhaba nasilu 💔💔💔

  • @JaanBhaskar
    @JaanBhaskar 2 ปีที่แล้ว +43

    Owo bohut dhunia hoise baa

  • @wineesaikia6809
    @wineesaikia6809 2 ปีที่แล้ว +23

    মোৰ মৰমৰ বা জনী❤ ইমান যে ধুনীয়া হৈছে.. Lots of love to the entire team

  • @Ripunjoy17
    @Ripunjoy17 2 ปีที่แล้ว +1

    Wow bulihe kolu...My fav assamese song...

  • @binitabaruah6275
    @binitabaruah6275 2 ปีที่แล้ว +1

    শেষৰখিনিত মানে কবলৈ ভাষা নাই বহুত দুখ লাগিল

  • @amshibikash3670
    @amshibikash3670 2 ปีที่แล้ว +8

    সঁচাকৈ পাপৰি বা বহুতে ধুনীয়া হৈছে।।।।।। আৰু আপোনাৰ মাত টি সচাঁই বহুত সুৰীয়া।।।।।❤️❤️❤️❤️❤️

  • @dimpi4081
    @dimpi4081 2 ปีที่แล้ว +6

    Deepjyoti daa bhut Dhunia direction krisa ❤️ bhut vl lgil 🥰

  • @rinkusingharinkusingha49
    @rinkusingharinkusingha49 2 ปีที่แล้ว +1

    Hosake khub dhunuya song val hunile huni thakibo mon jay .😘😘😘😍😍😍👌👌👌💞💞 aru Preetey kagkana my favorit acteris

  • @SumitSingh-rl1dk
    @SumitSingh-rl1dk 2 ปีที่แล้ว +1

    Mind blowing rly hurt touching song nd video hosa.. Kolija sui jai

  • @priyagogoi1696
    @priyagogoi1696 2 ปีที่แล้ว +54

    ভালপোৱা বোৰ হয়তো এনেকুৱা হৈ ৰয় যায় আধৰুৱা ভাৱে 🥺😌 যত নেকি সকলোৱে মানি লয় তেতিয়াই নেকি নিয়তিৰ হাতত হাৰ মানিব লগা হয় 💔🥺 বহু হেপাহ বহু আশা এনেদৰে থাকি ৰয় 😊🥺❤

  • @bhanupriya_b_das
    @bhanupriya_b_das 9 หลายเดือนก่อน +2

    যিমান চালেও হেপাহ নপলাই ভিডিঅটো।সচাই হৃদযস্পৰ্শ কৰি যোৱা । ❤❤❤

  • @mriduljb6521
    @mriduljb6521 ปีที่แล้ว +3

    Lot of hear but today me watch fast time just wow. Love❤ is heaven. I not fall in love yet I don't know feel love but my crush when see me feel something feel extra. Love from Bongai Gaon (Popra Gaon)

  • @kamalsarmah1831
    @kamalsarmah1831 2 ปีที่แล้ว +13

    শুভেচ্ছা থাকিল বা তোমালৈ। মৰম লগা আৰু ধুনীয়া গানৰ ভিডিঅ টো। my favourite song ❤️❤️❤️

  • @abhijeetdas3197
    @abhijeetdas3197 2 ปีที่แล้ว +45

    The dialogs!! God... Literally my tears came out 🌸💟
    This song should reach millions of view's 💟

  • @manomohantalukdar2315
    @manomohantalukdar2315 9 หลายเดือนก่อน +1

    Xosai gan to bohut dhuneya ❤❤❤

  • @tanishgogoi1399
    @tanishgogoi1399 2 ปีที่แล้ว +7

    উফ বহুত বেছি ভাল হৈছে এটা ভিডিঅ song অত এখন চিনেমা নিচিনা কাহিনী চুই গৈছে । কান্দি কৈছো বহুত বেছি মৰম full team তোৰ loi ❤❤

  • @nasrinbeguam4502
    @nasrinbeguam4502 2 ปีที่แล้ว +10

    গানটোৰ বিষয়ে কবলৈ মোৰ ওচৰত শব্দ নোহোৱাৰ দৰে হৈ পৰিছে ।গানটো বহুত বহুত ধুনীয়া হৈছে ❤আশা ৰাখিছো যাতে আপোনাৰ বেলেগ গান অতি সোনকালেই সুনিবলে পাম । i❤u ba❤❤❤❤❤❤❤❤

  • @janardanbarman7688
    @janardanbarman7688 2 ปีที่แล้ว +1

    So lovely song Nd video 😍😍😘😘....bohut dhuniya protomote bohut vl lagisil but lastr khini bohut dukh lgil...😔......but preety bak koina hoja te bohut vl lagise.....so so so lovely video 😍😘😘😘

  • @bidyutikahere
    @bidyutikahere 2 ปีที่แล้ว +7

    Karu logot enekuwa nhouk... Last r khini tenekuwa nokorileu val lagil hoi video Tu🥺
    Anyways gan Tu khub xundor.. Congratulations to the whole team🥰

  • @triptibaruah7902
    @triptibaruah7902 2 ปีที่แล้ว +7

    গানটোৰ প্ৰতিটো লাইন প্ৰতিটো শব্দই হৃদয় চুই গ'ল 🥰

  • @lakhyasdiary5762
    @lakhyasdiary5762 2 ปีที่แล้ว +8

    😭শেষৰফালে হৃদয় চুই গ’ল❤️

  • @rajenteron8158
    @rajenteron8158 ปีที่แล้ว +5

    Amaging love from karbi anglong

  • @natureBToffical
    @natureBToffical 5 หลายเดือนก่อน

    ধন্যবাদ আপোনালকে ইমান ভাল গান অসমীয়া ফিলিম জগতত ❤❤❤❤🎉thank you so much for beautiful song

  • @kalyanchangmaicreation4205
    @kalyanchangmaicreation4205 2 ปีที่แล้ว +10

    বহুত ধুনীয়া হৈছে পাপৰি বা❤ লগতে মোৰ মৰমৰ দাদা সমীৰ শেখৰ দাদা ইমান ধুনীয়াকৈ লিখিছে ❤আৰু দীপজ্যোতি দাদা ভিডিও টো পৰিচালনা কৰিছে লগতে প্ৰিতিকংকনাৰ বাৰ অভিনয় কৰিছে বহুত ধুনীয়া হৈছে আৰু গান টো মোৰ সদায় প্রিয় দিনটো ৫০ বাৰ শুনো বহুত ভাল লাগে গান টো থকা সকলো কলা কৌশলী বহুত বহুত ধন্যবাদ লগতে সমীৰ শেখৰ দাদা লৈ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া বাবে পাপৰি বা সমীৰ দাদা মোৰ সদায় প্রিয় ❤❤❤❤

  • @3dlakhya
    @3dlakhya 2 ปีที่แล้ว +15

    গানটো relese দিয়াৰ পৰা দিনত এবাৰ নুশুনাকৈ থাকিব নোৱাৰি । কিবা বিশেষ অনুভৱ আছে প্ৰতিটো শব্দতেই । আৰু অভিনয় সুন্দৰ ....10 মিলিয়ন soon .. হবই 😊😍💕

  • @kajaldas3411
    @kajaldas3411 2 ปีที่แล้ว +1

    Bohut val lagise❤️❤️❤️❤️

  • @dalideka9996
    @dalideka9996 2 ปีที่แล้ว +1

    Bhut bhut vl lagise baa video and song....🥰❤️

  • @srishtistudiomoranhat4455
    @srishtistudiomoranhat4455 2 ปีที่แล้ว +12

    সৃষ্টি মজিয়াৰ পৰা বহু বহু মৰম আৰু শুভেচ্ছা থাকিল ❤️

  • @bhuyanmixture619
    @bhuyanmixture619 2 ปีที่แล้ว +6

    সঁচাকৈ বহুত ধুনীয়া লাগে গানটো।। পাপৰি বা thank you...

  • @pitumusicandvlog7060
    @pitumusicandvlog7060 2 ปีที่แล้ว +6

    তোমাৰ সকলো গানে বহুত ধুনীয়া লাগে মই নগাঁও কৰচুং ৰ পৰা শুনি আছোঁ

  • @_kuhi__dutta_2710
    @_kuhi__dutta_2710 2 ปีที่แล้ว +6

    Best song that I had ever listen....... whenever I hear this song in head phone.....oh wow.....i feel like I am in heaven....... ✨❤️

  • @habibarrahman1528
    @habibarrahman1528 2 ปีที่แล้ว +7

    Bohut dhuniya hoise ... super song

  • @assamesecartoonchannel929
    @assamesecartoonchannel929 2 ปีที่แล้ว +4

    Uff . video a saba ne gaan a khuniba . mind-blowing song❤️❤️.papori ba you r great singer 🔥

  • @satyapratimsonowal8625
    @satyapratimsonowal8625 2 ปีที่แล้ว +1

    বহুত বেছি ধুনীয়া❤️ কথাখিনি খুব বেছি ভাল লগিছে💕💕❣️

  • @mairam.g269
    @mairam.g269 10 หลายเดือนก่อน +2

    4:43 uffff iman val lage aii khini mor... Kolija sui jaii❤❤

  • @madhusmitadas867
    @madhusmitadas867 2 ปีที่แล้ว +6

    হৃদয় চুই যোৱা এটি vedio সচাকৈ বহুত ভাল লাগিল ,

  • @pabitraboro8504
    @pabitraboro8504 2 ปีที่แล้ว +6

    বহু অপেক্ষা কৰাৰ পিছত এই গীতটোৰ ভিডিওটো চাবলৈ পালোঁ

  • @jeemonigogoi3455
    @jeemonigogoi3455 2 ปีที่แล้ว +5

    Uffff ❣️ favourite song ❣️🔥❣️❣️❣️❣️❣️❣️❣️❤️😚

  • @lxpapuassam4416
    @lxpapuassam4416 ปีที่แล้ว +1

    সচাকৈ বহুত ভাল লাগিল 🥺

  • @karabibaruah5537
    @karabibaruah5537 2 ปีที่แล้ว +15

    I am totally obsessed with this song❤️Mur dintut ei gantu minimum 10-15 times xunu... tothapio Jen hepahe nopolai

  • @angelinacreations
    @angelinacreations 2 ปีที่แล้ว +15

    টিৰাপ,দীপজ্যোতি,প্ৰীতি আৰু টীমৰ প্ৰচেষ্টা,প্ৰয়াস সাৰ্থক হোৱা বুলি কব পাৰি। ভাল হৈছে।গান টি ও সুমধুৰ।শুভ কামনা থাকিল💐

  • @anuEkka-wl7ud
    @anuEkka-wl7ud ปีที่แล้ว +1

    😭😭😭😭 soku pani ulai gol mur...
    So hearttouching yarrrr😭😭😭

  • @gitikahazarika6858
    @gitikahazarika6858 2 ปีที่แล้ว +1

    So emotional 🥺🥺🥺😢😢😢 btw moja lagil video tu ❣️❣️❣️ love this song my fav😍😍😍

  • @sunitasonowal7223
    @sunitasonowal7223 2 ปีที่แล้ว +8

    finally বহুত দিনৰ অপেক্ষাত গীতটো উপভোগ কৰিব পালো সঁচা কৈ বহুত সুন্দৰ হৈছে,, all act outstanding,,, beautiful song,, last ending কন্দুৱাই দিলা,,, আৰু আগুৱাই যোৱা আগলৈ আৰু ভাল ভাল গীত উপহাৰ দি যাবা,,, বহুত বহুত মৰম আৰু শুভেচ্ছা যাঁচিলো,,, ❤️❤️❤️

  • @souravjyotiborahvlog
    @souravjyotiborahvlog 2 ปีที่แล้ว +8

    🥺🥺🥺🥺 bhute besi dhunia …. Ending ufff 🥺🥲 great work team .. 🎉 congrats

  • @granitasangma1651
    @granitasangma1651 ปีที่แล้ว +1

    Papori bai or etu song bht bht bhal lagise 🥰🥰