ইয়াৰ পৰা এইটো বুজা গল যে বৰ্তমান e মানুহে only চৰকাৰী চাকৰিৰ পিছত পৰা নহয় আগৰ পৰাই চলি আহিছে,,, চৰকাৰী চাকৰিয়ে যে সকলো নহয় সেইটো কথা নোপোৱালৈকে মানুহে নুবুজে,বুজিলে বহুত উন্নত হল হয় সমাজ খন
bahut beya lage parial2 dekhile ai kam basaxiya jowali jonia nijar lagate parial2r babe iman kasta kari sali aase . Harsitaloi janma dinar hiya vara maram aru suveshya janalo 🎂🎂 Happy birthday Harsita 🎊🎉🎈 god bless you 💖 sadai anekoi xuxi thaka hahi thaka
Deutak jon emn dagar vul korily suwali jonik phorabo lgisl ki jani tai val kiba kaam koribo prl hoi . Deutak jon emn phora huna kora buji pbo lage job npaly buli suwali jonok Ane korily
মানুহৰ জীৱন ত ভালদৰে জীৱন-যাপন কৰিবলৈ চৰকাৰী চাকৰী এটা প্ৰয়োজন । সেই বুলি যে আমি এটা চৰকাৰী চাকৰী ৰ বাবে হে শিক্ষা গ্ৰহণ কৰিৱ লাগে সেইটো কথা নহয়। জীৱন ত চৰকাৰী চাকৰী নকৰিলে ও আমাক সমাজৰ লগত চলিৱলৈ শিক্ষা বহু বেছি প্ৰয়োজন। হৰ্ষিতা ৰ ক্ষেত্র তে কবলৈ গলে তাই শিক্ষা গ্ৰহণ নকৰা ৰ ফলত যেতিয় কোনোৱা এজন ইউটুবাৰ এজনে ইন্টাৰভিউ লওতে তাই কথাবোৰ ভালদৰে কৱ পৰা নাই। কিন্তু তাই কৈছে কথিত ভাষাত। তাই ৰ আজি নোহোৱা ৰ ফলত লিখিত ভাৱে কবলৈ নিখিকিলে। সেয়েহে আজিকালি যুগত সাধৰণ জীৱন-যাপন কৰিৱলৈ অলপ হলে ও শিক্ষা ৰ প্ৰয়োজন। ❤
Business is Good, sob manhur kisuman ideology thake so teor sintadharato vul buli nokou, suwalijonik business koribo dise, valei hoise, business kori soli ase gotike I think they are happy with it.
Deutake bohut beya kam korise ajir dinot anekuwa Manu thake naki ha sowali jonir jibontu deutake hekh kori pelale Vonti tumi olap nije sinta koribo lage nije olap vabi sinti sowa please 🙏🙏🙏 tumar vobisyot ase
Sowali manhu kotha nai baru ..character Val hobo lage aru baki bor jane a ..phora tu ki just certificate a dangor kiba ata hobor korone phora tu a je main heitu nohoi ..baru tothapio bohot phora sowali Ane phora han hoi
Thike korise.... Porhatu certificate hoi.., porhile he je giyani hbo eitu nhoi... , jimn rap cas hoise, jimn beya kam hoi porha huna korabure kore.. .. Bohut val km.. Korisa business khone okmn dangor kori dia .. Lahe lahhe
অকল চাকৰি কৰিবলৈ য়ে শিক্ষা ৰ প্ৰয়োজন নহয়, জীবন ৰ প্ৰতিটো খোজত শিক্ষা ৰ প্ৰয়োজন। হৰ্ষিতাৰ ব্যৱসায়ৰ উন্নতি হবলৈও শিক্ষা ৰ প্ৰয়োজন হব। দেউতাকে একেটা কথাকে খামোচ মাৰি ধৰি থাকি তাইৰ লগত অন্যায় কৰিলে।।।।।।।।।
শিক্ষা ই মানুহৰ জীৱন পূহৰাই তুলে গতিকে ছোৱালী জনীক পঢ়াব লাগিছিল।ইমান শিক্ষিত হৈ ছোৱালী জনীৰ জীৱনটো আন্ধাৰ কৰি পেলালে।সকলোৰে জীৱনত চাকৰি লিখা নাথাকে।
তাকেহে, দেউতাকৰ কথাখিনিত মই একমত নহয়।
মোৰ দৃষ্টিত ছোৱালী জনীক বিদ্যালয়ত পঠিয়াব লাগিছিল।
আচলতে ছোৱালীজনী শিক্ষিত আৰু জ্ঞানী। পুথিগত শিক্ষা নাথাকিলেই মানুহ অশিক্ষিত হৈ নাজায়। তথাকথিত মেধাৱী উচ্চশিক্ষিত দুপৰনিশালৈকে বাৰত পাৰ্টি কৰা ছোৱালী বোৰত কৈ বহু ওপৰত হৰ্ষিতা।❤❤
সেই সময়খিনি সাধাৰণ মানুহৰ বাবে ক'লা সময় আছিল। আমাৰ ৭ জন বাই ভনী ককাই ভাই উচ্চ শিক্ষিত হৈ ও এজনেও চাকৰি নাপালোঁ।ভগৱানৰ কৃপাত এতিয়া আমাৰ পৰিয়ালৰ ৪ টা ল'ৰায়ে চৰকাৰী চাকৰি পালে নিজৰ অৰ্হতা আৰু যোগ্যতাৰ ভিত্তিত। গতিকে ছোৱালীজনীক পঢ়াব লাগিছিল।😢😢
বহুত মৰম লগা ছোৱালী ❤❤উজ্জ্বল ভবিষ্যত কামনা কৰিলো
তেনেকুৱা কথা নহয় নিজৰ সময়ত কিবা অসুবিধা কাৰনে হয়টো চাকৰি নাপালে দেউতাক জনে। কিন্তু ছোৱালী জনিৰ ভৱিষ্যত কিয় বেয়া কৰিলে তাই দেউতাক যিহেতু মেধা সম্পন্ন গতিকে ছোৱালী জনি পঢ়াত চোকা হল হেঁতেন যদিহে দেউতাকে পঢ়াত সহায় কৰিলে হয়।।। তাই পঢ়ি শুনি এটা ভাল চাকৰি পালে হেঁতেন।।। আজি কালি সৰু সুৰা ব্যৱসায় কৰিবলৈ হলেও অলপ জ্ঞান লাগে।।। অলপ পঢ়াটো ভাল আছিল।।। দেউতাক জনে আকোৰ গোজ কৰি ছোৱালী জনিৰ ভৱিষ্যত শেষ কৰিলে 😢
এজন শিক্ষিত মানুহ হৈয়ো কিয় এনেদৰে কথা কৈ আছে 😢 শিক্ষা মানে ই যে চৰকাৰী চাকৰি সেয়া নহয় । জন্মৰপৰা মৃত্যুৰ আগমূহুতলৈ আমাক শিক্ষাৰ প্ৰয়োজন।শিক্ষাই আমাৰ ভেটি মজবুত কৰি তোলে । নিজৰ স্বাৰ্থত আজি ছোৱালীজনীক পঢ়া-শুনাৰ পৰা বঞ্চিত কৰিছে আজি হৰ্ষিতা ডাঙৰ হ'ল আজি তাইৰ মনত বহুত দুখ লুকাই আছে আৰু তাৰে কিছু আভাস হৰ্ষিতা আৰু তাইৰ মাকৰ মুখত দেখিবলৈ পালোঁ 😢 দেউতাকৰ কথাত মই একমত নহয় কিয়নো দেইতাকে ক'লে যে মানুহৰ মাজত ঘাত প্ৰতিঘাত থাকে কিন্তু সকলো পাহৰি বৰ্তমানৰ পৰিস্থিতিৰ লগত চলিব লাগে কিন্তু তাকে নকৰি তেখেত এটা কথাতে লাগি থাকিলে মই ভাবো তেখেত এজন ভাল মানুহ হ'লেও এজন ভাল দেউতাক হব নোৱাৰিলে 😢
ছোৱালী জনীৰ জীৱন দেউতাকে শেষ কৰিলে। নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা এবাৰ কিয় চিন্তা নকৰিলে।
দুখীয়াৰ দুখ কতো নাই সূখ !
চাকৰিটো নোপোৱাতহে পালে
দুখৰ উপৰি দুখ !!
মোৰ সামৰ্থ নাই গতিকে সময় গগৈক অনুৰোধ জনালোঁ অলপ সহায় কৰক ❤❤
হৰ্ষিতালৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤🎉🎂🌹
ভাষাবোৰ শুনি মজা লাগে।।
Father is inspired from the movie captain fantastic viggo mortensen 😂
ইয়াৰ পৰা এইটো বুজা গল যে বৰ্তমান e মানুহে only চৰকাৰী চাকৰিৰ পিছত পৰা নহয় আগৰ পৰাই চলি আহিছে,,, চৰকাৰী চাকৰিয়ে যে সকলো নহয় সেইটো কথা নোপোৱালৈকে মানুহে নুবুজে,বুজিলে বহুত উন্নত হল হয় সমাজ খন
হৰ্ষিতা ওপজা দিনৰ বহুত মৰম আৰু শুভেচ্ছাঁ জনালো।God bless you ❤❤
9:32 "The whole is moving by the force of money ". ❄️ Fact
Bhonti happy birthday hodai hahi thakiba de bhanti
Mur bohut bhal lagise teuluk hudho manuh 🙏🙏🙏
Kune Kune Harshitar ghrt goi paise?moi kin2 abar goisilu aru bohut khini bstu anisu kini kene.❤ Happy birthday hisape like kri dibi 1ta sobe
Happy birthday Horkhita 🎂🎂🎂🎂🎂❤️❤️❤️🎉🎉🎉
বৰ ধুনীয়া মৰম লগা ছোৱালী বহুত কষ্ট কৰিছে তাই আগুৱাই যোৱাৰ কামনা কৰিলো ভগবানৰ ওচৰত ছোৱালী জনি ❤❤🥰👌👍🙏
সষিতা তোমাৰ জন্ম দিনৰ অশেষ শুভ কামনা যাচিলো🎉🎉🎉
বেলেগ তকৈ বেলেগ বাবেই হৰষিতা আজি Famous...ভাল হব ছোৱালী জনীৰ জীৱন ।।
Sister god bless you❤❤❤
Happy birthday sister.... God bless you
শুভ জন্মদিন ভন্টি ❤🎉
Happy Birthday Horkhita ❤🎉🎉🎉
bahut beya lage parial2 dekhile ai kam basaxiya jowali jonia nijar lagate parial2r babe iman kasta kari sali aase . Harsitaloi janma dinar hiya vara maram aru suveshya janalo 🎂🎂 Happy birthday Harsita 🎊🎉🎈 god bless you 💖 sadai anekoi xuxi thaka hahi thaka
God bless you Majoni
Happy birthday.god bless you
হৰ্ষিতালৈ জন্মদিনৰ বহুত বহুত শুভকামনা যাছিলোঁ লগতে এতি সুখী আৰু সুন্দৰ জীৱনৰ কামনা কৰিছোঁ ~ঈশ্বৰে কুশলে ৰাখক 🎉🙏
ভালে থাকা তোমালোক সদায়
Hàrßàtatúmàrvúlààßà
Bohut beya lage Mor 😢😢😢😢😢
ভন্টিজনী বৰ মৰম লগা।😊
তুমি আগবাঢ়ি যোৱা নিজৰ দিশত।
স্কুল পঢ়া হ'লে ভাল আছিল।।
আমাৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল ✨💖
Deutak jon emn dagar vul korily suwali jonik phorabo lgisl ki jani tai val kiba kaam koribo prl hoi . Deutak jon emn phora huna kora buji pbo lage job npaly buli suwali jonok Ane korily
Wow😮😢😢❤🎉
Happy Birthday 🥳 vonti ..... Atiwai manu jonk sakori ata sorkare dib pare ... Anekoi nhole aru manuhe nijoke hek kri dib
হেপী বাৰ্থদে।শুভ জন্মদিন।
Happy birthday হষিতা। কিন্তু পঢ়া শুনা কৰিব লাগিছিল। সেইটো তোমাৰ জ্ঞান।
ANPADH(1962)movi khon harshita r deutake swatu bohut proyojon
Happy birthday harsita.
❤
হৰষিতা শুভ জন্মদিন
শিক্ষিত বুৰ্বক।
Iman khohoj khorol tai❤
মানুহৰ জীৱন ত ভালদৰে জীৱন-যাপন কৰিবলৈ চৰকাৰী চাকৰী এটা প্ৰয়োজন ।
সেই বুলি যে আমি এটা চৰকাৰী চাকৰী ৰ বাবে হে শিক্ষা গ্ৰহণ কৰিৱ লাগে সেইটো কথা নহয়। জীৱন ত চৰকাৰী চাকৰী নকৰিলে ও আমাক সমাজৰ লগত চলিৱলৈ শিক্ষা বহু বেছি প্ৰয়োজন।
হৰ্ষিতা ৰ ক্ষেত্র তে কবলৈ গলে তাই শিক্ষা গ্ৰহণ নকৰা ৰ ফলত যেতিয় কোনোৱা এজন ইউটুবাৰ এজনে ইন্টাৰভিউ লওতে তাই কথাবোৰ ভালদৰে কৱ পৰা নাই। কিন্তু তাই কৈছে কথিত ভাষাত। তাই ৰ আজি নোহোৱা ৰ ফলত লিখিত ভাৱে কবলৈ নিখিকিলে।
সেয়েহে আজিকালি যুগত সাধৰণ জীৱন-যাপন কৰিৱলৈ অলপ হলে ও শিক্ষা ৰ প্ৰয়োজন। ❤
Happy birthday sister... God bless you ❤❤
Happy birthday hotkhita 🎉🎉❤❤
Happy birthday Horkhita🎂🍰❤🎉🎉🎉🎉
খুড়াই দাড়ি চুলিহোপা কিয় নাকাটে ? খুড়ী কিন্তু টামাম পৰিপাটি 👌
@@gautamdeka4345 apunar lgt mur ktha ata ase msg krok sun
Happy birthday horkhita❤❤❤❤❤🎉🎉🎉🎉🎉
Very kind history❤❤❤❤❤😂😂😂😂😂😂😂
Happiest Birthday To Her. God bless her❤🎉
Happy birthday maina allah blees you🎉🎉🎉🎉🎉🎉🎉
Happy birthday maina ❤
Happy birthday bhonti. Suwali jonik school bandha karato thik kotha nahay. Bapek bhal kam kora nai. Bhanti loi subesha o ashiwad thakil.
Bapeke porha xuna koraba lagisil jiyekok,,,,,xodai val ke thaka val ke jibon par hok tare kamona korilu,,,,
❤👌
Taik dekhiye dukh lgi goose😢Tair soli dekhilei buja jai tair antorot thoka dukh😔Atiau homoi ase tair life tu val hbo paribo jdi deutake........😢
Happy birthday horkhita God bless you ❤
Jonmo dinor bahut bahut huva kamona thakil 🎂🎂🎂🍫🍫🍫
Happy birthday dear Horshita god bless you
Business is Good, sob manhur kisuman ideology thake so teor sintadharato vul buli nokou, suwalijonik business koribo dise, valei hoise, business kori soli ase gotike I think they are happy with it.
Happy birthday Horchita❤🎉
❤
Happy Birthday vonti🎉🎉
Happy Birthday Harshita🎉🎉🎉
Deutake bohut beya kam korise ajir dinot anekuwa Manu thake naki ha sowali jonir jibontu deutake hekh kori pelale Vonti tumi olap nije sinta koribo lage nije olap vabi sinti sowa please 🙏🙏🙏 tumar vobisyot ase
Thike koise deutak tu kio imn jeddi tair future borbad koru dise nohole aji tai bohut dangor manuh hol hoi
Right 👍
Right 👍▶️👍▶️👍▶️👍▶️👍▶️👍
Right 👍 you are right 👍
Sowali manhu kotha nai baru ..character Val hobo lage aru baki bor jane a ..phora tu ki just certificate a dangor kiba ata hobor korone phora tu a je main heitu nohoi ..baru tothapio bohot phora sowali Ane phora han hoi
Happy Birthday 🎂🎂🎂
দেউতাকৰ সিদ্ধান্তটো ভাল নেলাগিল। চাকৰি অবিহনে কি জীৱন নহয় নেকি? পঢ়া শুনা কৰিলে কি দোকানি হ'ব বা কাপোৰ চিলাব নোৱাৰি নেকি। এতিয়া ও বহু ত সময় আছে।
Happy Birthday dear ❤😘
Happy birthday 🎂🎈🎈🎂🎉 God bless you 🎂🎈
Thike korise.... Porhatu certificate hoi.., porhile he je giyani hbo eitu nhoi... , jimn rap cas hoise, jimn beya kam hoi porha huna korabure kore..
..
Bohut val km.. Korisa business khone okmn dangor kori dia .. Lahe lahhe
মানুহজনক ভালদৰে বুজালে বুজিব চাগে
Happy birthday.hokhita 🎉🎉🎉🎉🎉
Happy birthday sister 🎉🎉❤❤
Happy birthday to you
Happy birthday 🎂 Harkhita
School ot porhibo lagisil. Aitu horshita deutake dangor bhul Disisotion lole. Ajikali sakori paleheten. Mur manuh joneu iti prohi pass kori sakori napale. Kintu mur sualijonik deutake pohale engineering pass korie. Loge loge sakoriu pale. Sualijonik kintu ami bohut kosto kori bonalu.
Happy birthday harshita 🎉🎉
Happy birthday sister 🎉🎉🎉🎉🎉🎉🎉🎉
Happy Birthday❤❤❤
Hirshita ashirbad thakil
Aji muru birthday hoi ❤🙏🙏
অই ককাই টি ছোৱালীজনী পঢ়াবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰা,। ঘৰত পঢ়াই হ'লেও পৰীক্ষাতো দিওৱা। দুদিনৰ পিছত তুমি মৰি যাবা। ছোৱালীজনীৰ কি হ'ব?
Hoi mur monot ase Adin nissoi Moi taloike furiboloi jam ❤
Odhikar Tu kahibo nalagisil.. Poha xunar odhikar thake xokolure... Atya u xomoi ase...
Nice👍
Happy birthday ❤🎉
Happy birthday🎉🎉🎉Horkhita
Happy birthday Horshita
Happy birthday ba
❤❤❤🎉🎉
Happy birthday harshita
Bohut dukh lagile video tu sai
Ohh😢😢😢
❤❤
প্ৰথম ডিম্পু দাৰ ভিডিঅতে দেখা এই পৰিয়ালটো আজিও একেই আছে😢। দেউতাকৰ মগজত মাল নাই বুলি ক’লেও বেয়া নহ’ব ছাগে ৷ নিজৰ কাৰণে নহয় অন্ততঃ ছোৱালী জনীৰ ভৱিষ্যতৰ কথাটোত ভাৱিব পাৰে ৷ সচাকৈয়ে এনে আকোৰগোঁজ স্বভাৱৰ মানুহ থাকিলে বেয়া😢 ৷আৰু এটা কথা মনলে আহিছিল তেতিয়াৰ পৰাই এই যে ..অসমত বহুত কৰ্ম সংস্হাপন দিব পৰা শক্তিশালী সামৰ্থবান ব্যক্তি আছে হৰ্ষিতাক বাৰু এটা সংস্হাপন দিব নোৱাৰে নে ?
Happy.birthday'horsita
Very Nice Your Video ❤
কিছুমান সিধান্ত জীবন শেষ কৰি দিব পাৰে।
আচলতে দেউতাকক মই শিক্ষিত বুলি নাভাবো.
ছোৱালী বুলি চব সহি থাকিল. লৰা হলে অলপ বেলেগ হল হৈ চাগে।
দুখ লাগিল.
Happy birthday
জীয়েকৰ জীৱন টো ধ্বংস কৰিলে
🎉🎉🎉🎉
❤😊❤😊❤