Bishnu Prasad Rabha : বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে বহু নজনা কথা ক'লে পুত্ৰ পৃথ্বীৰাজ ৰাভাই |
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- Bishnu Prasad Rabha : বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে বহু নজনা কথা ক'লে পুত্ৰ পৃথ্বীৰাজ ৰাভাই |
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#bishnuprasadrabha #bishnurabha #pithvirajrabha #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
এই সাক্ষাৎকাৰৰ জৰিয়তে ৰাভাদেবৰ পুত্ৰক দেখিবলৈ পুৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ ।
ভিডিঅটোৰ জৰিয়তে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱ সুযোগ্য পুত্ৰক দেখি বহুত ভাল লাগিল৷ভিডিঅটো বহুত ছুটী হ’ল,ভিডিঅটো আৰু অলপ দীঘল হ’লে ভাল লাগিলেহেঁতেন৷আপোনাকৰ আলোচনাখিনি শুনি বহুত ভাল লাগিল৷
পুত্ৰৰেই ইমান গভীৰ কণ্ঠ,পিতৃ কিমান গুণ ওপৰৰ হ'ব পাৰে,হাজাৰ বিঘা ভুমি দান কৰি ৰিক্ত হৈ পৰা ৰাভাদেৱৰ দৰে স্বাৰ্থত্যাগী সৰ্বপ্ৰতিভাধৰ বিৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিগৰাকী যে এইখন অসমৰেই সন্তান আছিল সেয়াই আমাৰ গৌৰৱ।
ভিদিঅ টো বহুত ভাল লাগিল, কলাগুৰু জনাৰ সুযোগ্য পুত্ৰ জনৰ কন্ঠ স্বৰ টো ইমান ভাল লাগিল, আলোচনাতো আৰো অলপ দীঘল হোৱা হলে
বছৰ পুৰণি হ’ল ৷ তেজপুৰৰ লাচিত চ’কৰ কলিবাৰীৰ সেই ঘৰটো আজি আপোনালোকৰ চেনেলত দেখা পাই আবেগিক হৈ পৰিলো ৷ মোহিনী ৰাভা বাইদেউৰ লগত বিভিন্ন কাৰণত সেই ঘৰটোৰ লগত কিযে এটা ঘৰোৱা সম্পৰ্ক আছিল ৷
খুব ভাল লাগিল।পৃথ্বিৰাজ ৰাভাৰ দৰে ব্যক্তিক শ্ৰদ্ধা কৰোঁ।
বহু প্ৰতিভাৰ আকাৰ আছিল কলাগুৰু । তেখেতলৈ প্ৰণাম যাছিলোঁ । ৰাভাদেৱৰ পুত্ৰ ৰ কণ্ঠ ইমান ধুনীয়া
আপুনি অসমৰ এজন ভাগ্য বান পুত্ৰ । আমি বিষ্ণু প্ৰসাদ ৰাভা বুলি কলে নিজৰ মনত বৰ্ননা কৰি লও যে কেনেকুৱা বা আছিল কলাগুৰু বিষ্ণু ৰাভা । সচাকৈ আমি গৌৰৱ কৰো আপোনি বিষ্ণু ৰাভা ৰ সুযোগ্য সন্তান ।
অসমৰ এজন সৌভাগ্যবান পুত্ৰ।
তিতাবৰ দাংধৰাৰ পৰা পৰিয়ালৰ সকলোটিলৈকে মই এই ৰাভা দিৱসৰ দিনা ধন্যবাদ জনাইছো ৷
আপোনাৰ কণ্ঠ ই প্ৰকাশ কৰে যে আপোনাৰ দেউতা কলাগুৰু বিষ্ুপ্ৰসাদ ৰাভা 🙏 দেৱ কেনেকুৱা এজন মহান ব্যক্তি আছিল 🙏❤️ সহস্ৰ প্ৰণাম 🙏
দাদালৈ প্ৰণাম জনালো ।
কলাগুৰুলৈ ভক্তিভৰা প্ৰণিপাত 🙏
Bohut bhal lagil tekhetok sini pai.oxomiya bhakhaloi obodan teulukor siro nomoshyo.
অনুষ্ঠানটি বহূত ভাল লাগিল। কলা গুৰুৰ জেষ্ঠ পুত্ৰক দেখা পাই আৰু বেছি ভাল পালো।
Bohut val lagil 🙏
অহেতুক চিনেমাখনত দেখিছিলো এইজন ব্যক্তিক । চিনেমা খনত এখেতে বিধায়কৰ role play কৰিছিল।। আজিহে গম পালো এখেত চিৰনমস্য বিষ্ণু ৰাভাৰ পুত্ৰ বুলি ।
Sarvagunakar comrade rabha 😍😍
ভাল লাগিল।
🙏🙏🙏❤❤pronam jasilu🙏 vedio to bohut suti hol
পৃথ্বীৰাজ ককাইদেৱে সুন্দৰ গান গায় ৷ ইউ টিউবত আছে ৷ "মোৰ কবিতাৰ ছন্দ লাগি"
Pranam kalaguru.
Rabha present past muchary
Bohut bhal lagil❤❤❤
So Deep voice ...
Val lagil
Manuhjonor kothakhini vl lagil
Super sir inkalb zindabad
Bhal lgil
Bishnu rabhar jibon kahini kitap pohisu
Very talented musician writer actor football player dancer singer composer lyricist , very funny very brave daanveer
Very interesting person 👍🏻
Bar bhal lagil, Thanks
❤
Bishnu prashad rabha r voice tu sage anekuwa a asil. And face tu alp mile soku bor o mile kola guru r logot
Super sir
pranam kalaguru🙏🙏🙏
🙏🙏🙏
Pranam kolaguru
🙏🙏🙏🙏🙏❤❤❤❤❤
Hundar kotha bilak janilu
Nice voice
🙏🙏🙏.
❤❤❤❤
Voice ot bass ase kin2 👍👍👍👍👍
আৰু জানিব বিচাৰিছিলো
🙏
🙏🏻🙏🏻🙏🏻🎉🎉🎉💖💖💖
❤❤
Kola guru rabha dev r anuxoronte ulfa r janmo hoisil boli koi. Kola guru e koisil boga bongalor pora swadhin hoisil aru kola bongalor pora swadhin hobo lagibo. Kintu asom baxi atiao kola bongalor hatot poradhin.
Rabha dabor putalok dakhi Val lagil
ইমান ছুটি ভিডিও ।
Jatha Mater manho aseal
Bohut val lagil 🙏
ভাল লাগিল
🙏🙏🙏
❤
Val lagil
🙏🙏🙏🙏