দাদা আমাৰ যিখিনি বৰগীত, লোকগীত আছে সেইখিনি নতুন প্ৰজন্মই একেবাৰে পাহৰি পেলাইছিল বা বাদ দিছিল কিন্তু আপুনি যেতিয়া আপোনাৰ কণ্ঠৰে গালে তেতিয়া নতুন প্ৰজন্মৰ মাজত বৰগীত, লোকগীতসমূহ পুনৰুজীৱিত হৈ উঠিল।এতিয়া যদি আপুনি জ্যোতি সংগীত আৰু ৰাভা সংগীতসমূৰ পুনৰায় বাণীবান্ধন কৰে আমি নতুন উৎসাৰে শুনিম।আপোনাক কাকতি কৰিছোঁ আপুনি এইখিনি অসমৰ নতুন প্ৰজন্মৰ বাবে কৰক। I Love You dada.
Zubeen daa apuni অসমৰ ganr proti agr mnuhr proti aponar ji srodha bht bht priyo ei manbotat..amar majt jug jug dore jiwai thakk aponi.....{mr pora anurod apuni jyotiprosad aru bishnu rabha..gan humoh gai ag borhai jen.} জয় আই অসম । জয় যুবিন দা
Zubeen dai ktha koi thakile jen gan gai ase...ene lage..apuni khub hundar koi ktha khini kole..Rabha dev r uparat project tu kariba ha Zubeen da..ami bat sai thakilu..Rabha dev k hazar bar pranam...Zubeen dak hazar bar maram ru suvesya jasisu..
Rava debor kisuman story kobat kobat tukura tukuri ke pohisu.....hodai akanto mone poho heibor...tene kiba jinoni kitap ase nki jonabo son kunbai....ru Rava Dev r xur nidia gan bor Zubeen Garg e korile val hobo....bcz teo kam tu srodha vokti re kribo tar gurutto buji....all the best Zubeen Garg
Moi bahut emotional hoi gallo akou ,apunar eai interview to khoni..luv u zubeen da, u really a great man...❤❤❤❤...Rabha Sangit Bilak apunar surat bilai diok zubeen da...❤❤❤❤❤❤❤❤❤
Zubeen e sage ene ejon gayok jiye bishnu, jyoti, parboti prasad debor gaan mukhosto rupot gabo pare..asolote ami protijon axomiai eibur gaan hridoyongom kribo lage.. Bhal loga eti video
Hosai apunak asorit pao zubeen da
কন্ঠটো আপোনাক ভগৱানে দিছে দাদা অমৰ হৈ থাকক||| মোৰ আয়ুস খিনি ও আপোনালৈ অৰ্পণ কৰিছো🙏...বহুত ভাল পাওঁ দাদা প্ৰকাশ কৰিব নোৱাৰো💟💟💟
Oti hundar zubin da.
🥺
সেইবাবেই জুবিনক ভাল লাগে। অনন্য' ঈশ্বৰ পদত্ত' সুৰীয়া কণ্ঠ তেওঁ' শ্ৰদ্ধাৰ সুধাকণ্ঠ ভূপেদাৰ দৰে কৃষ্টি-সংস্কৃতিৰ পথাৰখনত আজিৱন আমাৰ হিয়াৰ আমঁঠু শ্ৰদ্ধাৰ ও মৰমৰ জুবিন ৰ্গাগ চিৰযুগমীয়া হৈ ৰব।ভগৱানে সদায় তেওঁক কুশলে থাকক।🙏🙏❤️❤️🙏🙏
Thanks dy365 for recording this❤
Bohut val pao dada apunak..
তুমি গুৰু কলাগুৰু ❤
জুবিন দাৰ কাঞ্চনজংঘাৰ গীতবোৰ ইমানেই সুন্দৰ হৈছে যে তাৰ বৰ্ণনা কৰিবলৈ একো ভাষা নাই ইমান সুন্দৰ সৃষ্টিৰ বাবে জুবিন দাক অলেখ অযুত ধন্যবাদ যাছিলোঁ । আৰু এইবোৰ সৃষ্টি অকল গানেই নহয় এইবোৰ সৃষ্টি একো একোখন কাল্পনিক চিত্ৰ হৈ আমাৰ হৃদয়ৰ মাজত চিৰদিন থাকিব ।
Love you dada😘
Bohut vl lagil xuni
জুবিন দা আপোনালৈ আমাৰ এটি কাতৰ অনুৰোধ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ সকলোবোৰ গান আপোনাৰ কন্ঠত বানীবদ্ধ কৰি আমাৰ মাজলৈ দিব বুলি আশা কৰিলো কাৰন আপোনাৰ বাহিৰে আন কোনোৱে নোৱাৰে।
Right
❤❤❤
Moi u bhabu
Joi zubeen da 🎉🎉🎉
Thanks
Fabulous
Osadaron
🙏👌
সছাই জুবিন দা সকলোতকৈ বেলেগ আছিল আমাৰ পৰম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰতিছ এজন বিপ্লৱী কবি, সাহিত্যিক, সমাজসেৱক আদি কৰি সকলো দিশতে তেওঁৰ অৱদান আমাৰ অ অতলুনিয় । বৰ্তমান আৰু ভৱিষ্যতৰ সমাজ খনৰ বাৱে আৰু এজন আমাৰ কলাগুৰু প্ৰয়োজন জুবিন দা
ৰাভাৰ আভাত আমিও বন্দী...💖
জুবিন দাৰ মোহতো বন্দী...💕
জীৱনটো আপোনাৰ নামত উৰ্চগা কৰিলো দাদা, খাওঁতে, বহোতে, শোওঁতে ,উঠোতে কেৱল আপুনি, মূৰৰ চুলিৰ দৰে আয়ুস হওঁক আপোনাৰ,
Singer machine
বাহঃ ! ইমান সুন্দৰ !
ৰাভাদেৱৰ আভা আপোনাৰ শিল্পীসত্তাতহে পায় শোভা , সিও মনোমোহা ৷
Nice,dada
Bohut vl lgil vedio tu sai zubeen daa thnx
❤️❤️❤️♥️❤️❤️🥰
Bohut val lagil dadar konthot xuni.ravar sistri bohut dhunia.tate dadar konthot xuni mon pran vori gol
জুবিন দা ৰ একেবাৰে ওচৰৰ কোনোবা আছে যদি অনুগ্ৰহ কৰি সকলোবোৰ কমেন্ট পঢ়ক...আমি সকলোৱে ৰাভা দেৱৰ গান সমূহ জুবিনদাৰ কন্ঠত আকৌ মুক্তি পোৱাটো বিচাৰিছো🙏🙏🙏
অতি সুন্দৰ অনুষ্ঠান জুবিন দা । আপোনাৰ কন্ঠত কলাগুৰু ৰ গানবোৰে আৰু প্ৰাণ পাই উঠে । ৰাভা দেৱৰ সকলো গান আপোনাৰ কন্ঠত বাণীবদ্ধ হ'লে নৱ প্ৰজন্মৰ মাজত তেখেত আৰু বেছি জনপ্ৰিয় হ'ল হেঁতেন । আপোনাৰ পৰা আশা কৰিলোঁ ।
ৰাভা সংগীতৰ এলবাম এটা আপোনাৰ কন্ঠেৰে কৰক জুবিন দা৷,আামি বহুত বিচাৰিছো
উম সঁচা কথা ময়ো বিচাৰো
Zubeen dai nijor kanthot gaanbur gaise agte
বহুত প্ৰয়োজন আছে উঠি অহা প্ৰজন্ম ৰ বিষ্ণু ৰাভা বিষয়ে জনা ৰ আমাৰ শিক্ষা ব্যৱস্থা ত পাঠ ত তেখেত সকল ৰ বিষয়ে লিখা কৰক আৰু প্ৰচাৰ কৰক যে এনে এজন comrade আছিল আমাৰ
এনেদৰে ইমান উচ্চ মানেৰে ৰাভা গীত গাবলে কুকুৰ কেইটামানে ১০০ বছৰ অভ্যাস কৰিলেও সম্ভৱ নহয়... সংগীতৰ দালালহঁত চাল্লা... জুবিনদাৰ অবিহনে ভৱিষ্যতৰ অসমৰ সংগীতৰ কথা ভাবিলেই গাৰ নোম শিয়ৰি উঠে.... আপুনি অমৰ হওক জুবিনদা... আৰু বহুত আছে আপুনি অসমৰ বাবে কৰিবলে যিবোৰ আপোনাৰ অবিহনে সম্ভৱ নহয়.....
Natun singer keita jibur gaan ulaise ekdom bhujpuri type'r
বিষ্ণু ৰাভাৰ গাণ বোৰ এটা নুতুনকৈ এলৱাম বনাই ৰাইজক সুনিব দীয়ক। সচাকৈ কিবা এটা কৰক।
ৰাভাৰ গীত বোৰ শুনিলেই গা নোম বোৰ শিয়ৰি ওঠে বাৰে বাৰে জুবিন দা ।
Zubin da Apuni xosai bohut mohan.. Kisumn xilpiye blg kmt busy thake.. Aru Apuni amar xoinik xilpi kolaguru Vishnu probha Rabha devor gitbur emn xundorkoi gaise.. Thqu so much
দাদা আমাৰ যিখিনি বৰগীত, লোকগীত আছে সেইখিনি নতুন প্ৰজন্মই একেবাৰে পাহৰি পেলাইছিল বা বাদ দিছিল কিন্তু আপুনি যেতিয়া আপোনাৰ কণ্ঠৰে গালে তেতিয়া নতুন প্ৰজন্মৰ মাজত বৰগীত, লোকগীতসমূহ পুনৰুজীৱিত হৈ উঠিল।এতিয়া যদি আপুনি জ্যোতি সংগীত আৰু ৰাভা সংগীতসমূৰ পুনৰায় বাণীবান্ধন কৰে আমি নতুন উৎসাৰে শুনিম।আপোনাক কাকতি কৰিছোঁ আপুনি এইখিনি অসমৰ নতুন প্ৰজন্মৰ বাবে কৰক। I Love You dada.
Your are right
Love you Zubeen da❤❤❤❤
Rava dav amar rahe
ভাল লাগিল । ভগৱানে আপোনাক কুশলে ৰাখক ।
Rabha Hongeet bar Hiryugumia hoi thakok tare kamanare..... Joy Zubin daa joy.!!.
Mza Love form boko Kamrup Assam ❤
Joi gurudoi, xotobar sokulu tukilu
দিছলাইক কৰা ৭০ জন মহান বক্তি লৈ শতকোটি প্ৰণাম
You are the last hope zubeen da..we are always with you ❤️🙏
জুবিন দা তুমি মহান তোমাৰ কণ্ঠ সদায় বহুত ভাল পাওঁ মই ।
dada apunak.bhut bhut vl.paw tmi Amr hoi thaka ....tmi alp.man hkt hwxn bhut dhuniaa lagebo
Xangeetor xurjya aamar Zubeen da.....🙏
বহুত উৎসাহ পাওঁ আপোনাৰ কথাবোৰ শুনি। দ্বিতীয় এজন শিল্পী আপোনাৰ দৰে নাই এই অসমত!🤘🏾
Zubeen daa apuni অসমৰ ganr proti agr mnuhr proti aponar ji srodha bht bht priyo ei manbotat..amar majt jug jug dore jiwai thakk aponi.....{mr pora anurod apuni jyotiprosad aru bishnu rabha..gan humoh gai ag borhai jen.} জয় আই অসম । জয় যুবিন দা
নেকিব তেকিব এইবিলাকে গান গাব নেজানিলে গাব নেলাগে।জুবিন দা আপোনাৰ ধুনীয়া হৈছে ।
Very nice zubeen da...
Apunar bahut responsible ase.
Rabha Sangitrr uporot...
Aru apunar kanthot pran paiii uthiboo aru khokolue Val pabo
Comment বোৰ পঢ়ি বৰ ভা লাগিছে। মৰমৰ জুবিদ দালৈ অশেষ মৰমৰ জাছিলো। আপোনাৰ বাহিৰে আৰু কোনো নাই এই সংগীত বোৰ আগুৱাই নিবলে।
You are changing... আপোনাক দেখি আজি সম্পূৰ্ণ যেন লাগিছে, ভাল লগিছে, গহীন গম্ভীৰ.... এনেকৈ থাকক।
Right koise apuni
Bujabo nuwara anuob ,khub val lgil
ভাল লাগিল আকৌ এবাৰ এই গীতটি শুনি তাতে জুবিনদাৰ কন্ঠত
বিষ্ণু ৰাভা মোৰো প্ৰিয়.. মোৰ বাবে super hero
❤ Bisnu +Jubeen❤
Zubin da moja tumi amer 🙏🙏🙏🙏🙏🙏🙏🙏🙏
Kola, sanskritik prakrit xrikiti diya ejon gonoxilpi.. khub kom xilp he Zubeen dar dore ei biswat aase..
জুবিন গাৰ্গ অসমৰ সুন্দৰ গায়ক
সকলো গীততে হাত আছে.
Zubeen dai ktha koi thakile jen gan gai ase...ene lage..apuni khub hundar koi ktha khini kole..Rabha dev r uparat project tu kariba ha Zubeen da..ami bat sai thakilu..Rabha dev k hazar bar pranam...Zubeen dak hazar bar maram ru suvesya jasisu..
আপুনি বহুত ধুনীয়াকৈ কথাবোৰ কৈছে। আশা কৰোঁ আমাৰ পিছৰ প্ৰজন্ময়ো ৰাভা-জ্যোতি সংগীতৰ লগতে অসমীয়া ভাষাটোকো মৰমেৰে চৰ্চা কৰিব 😊
খুবেই সুন্দৰ পদক্ষেপ জুবিনদা..... আশাকৰো ৰাভা দেৱৰ সোণালী গীতবোৰ উজ্বলাই তোলক...... এই কামনাৰে
Bahut val kotha kole aji. #RabhaSangeet competition ajikali kuneo napate. We should promote them to the next levels. #JaiZubeen
Ata kotha hxa Kola zubeen dai ja"jibur manuh emotional Agatha pai tawluke rabha dawur gan hunile freshness ata pai 100%"
Bhut val lgil... Adoroniyo pdokhep..... Joi rabha
বহুত ভাল লাগিল। জয় জুবিন দা।।
Apunar Rabha Sangit honi sokulu boi gol zubeen da... Apunar ji path khep heya ami proud feel korisu
জুবিন দা আপোনাৰ চৰনত ধৰি সেৱা এভাগ ল'বলৈ মোৰ বহুত আশা আছে।
Jai bishnu rabha
Go ahead zubeen da... Apunar ji mon jae korok... God bless u zubeen da.....
Pariba n para z g dada... Tumar tulana nai... Bahut kribo para tumi dada... Love you zubeen dada.. Jar gaan sunile moi jibanak bisari pao
zubeen daaaa konthot kimn j vaal lage ai gaanbur..
মোৰ যদি আয়ুস খিনি দিব পৰা কিবা সুবিধা থাকিল হৈ আপোনাক দিলোঁ হৈ
🙏🙏
অতি সুন্দৰ দাদা, কবলৈ ভাষা নাই ❤❤❤❤❤❤❤❤
Mojja jubin da......
Ki majja voice tomar zubeen da
জুবিন দা আপুনি মহান
Zubeen dai bar gamvir ktha koise
Apunar konthot git tu hosakoi bhut vl lagisa dada...lv u dada...ako abr recrd kri diok apunr konthot git bur
You are always a legend
Amar Dada💕❤💕
Zubeen Garg💃😭💓
Rava debor kisuman story kobat kobat tukura tukuri ke pohisu.....hodai akanto mone poho heibor...tene kiba jinoni kitap ase nki jonabo son kunbai....ru Rava Dev r xur nidia gan bor Zubeen Garg e korile val hobo....bcz teo kam tu srodha vokti re kribo tar gurutto buji....all the best Zubeen Garg
পুৱাই শুই উঠি,এবাৰ যদি জুবিন দা গান নুশুনো হবই নোৱাৰে,দুখত,সুখত সকলো সময়তে মথো আপোনাৰ গানেই,
Only one Zubin da..no one can take his place
Moi bahut emotional hoi gallo akou ,apunar eai interview to khoni..luv u zubeen da, u really a great man...❤❤❤❤...Rabha Sangit Bilak apunar surat bilai diok zubeen da...❤❤❤❤❤❤❤❤❤
Love ❤️ you so much mama Ur great singer and great person valo theko sustho theko thakurer kache prarthona roilo 🙏
Zubeen Da 😍 r Kotha Kotha ki koba nu koleu hekh nhoi aru .LV u Zubeen Da 😍
Huria mat aru Huria lyrics 🙏🙏🙏🙏🙏
Zubeen da apuni, apunar geet homuh, apuni asom'r karone kora obodaan bur hodai amar bukur majot ase aru aami aei prithibit nathakileu amar lora suali, nati natinir bukur majotu apuni sirodin jiai thakibo... 🥰🥰 Aami hosakoi apunak bohut val pao. 😍😘😘
Thnkssssssssssss dy365 In this Interview........ In Special day###Rabha Devash...... ❣️❣️❣️❣️❣️
Great Jubin da❤️❤️❤️
You are also Great, zubeen da.
#birendrathakur
#RabharAbha
Birendra Thakur
ki asorit amar moromor zubenda.. kinu kou vakha nai.. i lovv uuuuu dada 😘😘😘😘😘
Very nice👍
Zubeen e sage ene ejon gayok jiye bishnu, jyoti, parboti prasad debor gaan mukhosto rupot gabo pare..asolote ami protijon axomiai eibur gaan hridoyongom kribo lage.. Bhal loga eti video
Sainik silpi Kala guro Bishnu prasad rabhar aporogiya gaan tatha adarka bur zubin dai axomt jigai rakhib buli drihbiswas,amio aponar para perana pao.aponar ai mahat kamat gutei axom bakhi aponar lagat ase aro thakib, sirdin Aponar osarat asu.
জুবিন দা আপুনি বহুত মহান
জুবিন দাৰ বাবে সকলো সম্ভব হয় ।। 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽।।
Moja lagise