মুখ্য প্ৰৱেশদ্বাৰ বাস্তু!বাস্তু নিয়ম মতে মুখ্য প্ৰৱেশদ্বাৰ কোন দিশত হৱ লাগে!
ฝัง
- เผยแพร่เมื่อ 29 ส.ค. 2020
- মুখ্য প্ৰৱেশদ্বাৰ বাস্তু!বাস্তু নিয়ম মতে মুখ্য প্ৰৱেশদ্বাৰ কোন দিশত হৱ লাগে!
MAIN GATE VASTU, MAIN GATE VASTU COLOUR,MAIN GATE DIRECTION,
MAIN GATE OPENING.
#Indianastrology, #astrology, #ৰাশি, #horoscope, #rashifal
Aries rashifal,
Taurus rashifal,
Gemini rashifal,
Cancer rashifal,
Leo horoscope,
Virgo horoscope,
Libra rashifal,
Scorpion rashifal,
Sagittarius rashifal,
Capricorn rashifal,
Aquarius rashifal,
Pisces rashifal,
daily rashifal videos,
Indian horoscopes,
Zodiac signs,
navagraha centre rashifal,
today rashifal,
ৰাশিফল,
আজিৰ ৰাশিফল,
অসমীয়া দৈনিক ৰাশিফল,
rakhifal assam news,
assamese rashifal news,
rashifal news,
indian astrology,
indian rashifal,
today horoscopes in assamese,
today rashifal, assamese rashifal today,
astrological predictions,
aaj ka rashifal
Tags :- Rashi fol today, rashifal, rakhi fol, ajir rashifal, name rakhi fol, assamese rashifal, Assamese rashi fall, astrology, rashifal 2023, akhomiya rashifal, rakhi fol 2023, rakhifol assamese, hingho rakhi 2023, astrologer, ajir rashifal assamese, astrology 2023, rakhi fall, rakhi phal, rakhifal today assamese, today rakhi fol Assamese, assamese rakhi fol today, dainik rashifal, singha rashi 2023, tula rashi 2023, kumbh rashifal, Assamese Astrology, rashiphal, assamese rakhi fol 2023, assamese Vastu, march rashifal 2023, mrityunjaya mantra, name rashifal, akhomiya gaan 2023, 2023 rakhi fol Assamese, ajay rakhi fol, Assamese pulice results 2023, assamese astrology 2023, assamese new song 2023, assamese astrology today, weekly rashifal, vastu shastra in assamese, today rashifal, rong, rashifal 2023 adia, rasi folo to
সুন্দৰ উপদেশ ভাল লাগিল
Bahut bahut dhanyawad Mohakhoy🙏🙏
Thank u sir bohut bohut dhanyabad somadhan diyababe,
Dhanyavaad.... Kub bhal lagise
Valuable video sir
Thanks for information
Huni.bhal.lagil.thanks
kotha khini janibo pari khub val lagil dada🙏🙏
বৰ ভাল লাগিল!
Thank you sir
Val lagila sai
ইমান সুন্দৰ ব্যাখ্যা , বহুত ধন্যবাদ |
ধন্যবাদ
Thank you
Bohut val lagil
জানিব পাৰি ভাল লাগিল
ভাল লাগিল
শুনি বহুত ভাল লাগিল
🙏
thanks
Thanks
আমাৰ ঘৰটো পশ্চিম মুখী হয়।ঘৰটো বনাই আছে।অনুগ্ৰহ কৰি মুখ্য দুৱাৰ কোনখিনিত দিম কবছোন।এতিয়া জানিলে ভাল হব
কথাখিনি জানিব পাৰি ভাল লাগিল
👍
Nice 👍👍
xundor
ৰান্ধনি ঘৰ কোন দিশত হোৱা ভাল
মই নতুনকৈ ঘৰ সাজিবলৈ লৈছো, ঘৰটো পশ্চিম মোখিঘৰ হয়, ঘৰ টোৰ কেনে ধৰণৰ হ'লে ভাল হয় জনালে সুখী হ'ম।
জানিব পাৰিলো
Sir aamar je uttar poshim falor uttare 3 padot dorja bonalo atiya seeri kon favor pora bonam jonabo
Sir aamar tiubol too poshim uttar poshim fale aase shito aaponar upodes mote utham buli bhabiso
HOI, NORTH EASTFALE NIYOK.
Ki gaise SE mne dokhin pub ako koisa dokhin t thakibo lge ako koisa SE t hola prblm nubujilu
বুজিব ভালদৰে শুনক। পূৱৰ দঃপূঃ আৰু দক্ষিণৰ দঃপূঃ ।পূৱৰ দঃপূঃ অশভ। দক্ষিনৰ দঃ পূঃ মই দিয়া মতে বনিৱ পাৰি।অৱশ্যে এই বিষয়ত অলপ জ্ঞান থাকিলে শুবিধা হয়।
East facing plot t Agni kon t main gate ase sir
Remedies kiba ase neki
যদিহে প্ৰকৃততে আগ্নি খোন হয় তেন্তে ৰঙা ৰং কৰক আৰু তামৰ মোটা তাৰ এডাল দুটা খুটাতে লাগি থকাকে মাতিত পুতি দিয়ক।
মুখ্য দোৱাৰ কোনখনৰ কথা কলে মহাশয় , ঘৰৰ নে পদুলীৰ
ছবিত দেখাখনৰ কথা কৈছো !
Apunar kothakhini janibo pari hukhi holu. Apunak kenekoi log pam..Bornali.
চাৰ আমাৰ পাকঘৰ দক্ষিণ পশ্চিম দিশত। পাকঘৰটো বাস্তু সন্মত কৰিব কি কৰিব লাগিব
Sir Amar ghorr mul dorja khn pubfale mukhkori ase kin2 South est kunotei mul dorjakhn hoi gotike tar protikar ata dile borval pam
Dorja khonot ronga ba brown rong babohar korok.Shodai patol ronga rongorporda logai rakhok .Ata OM ba swastik rupor ba tamor dorjakhonot bahiror fale logairakhok
Okhek Dhonyabad sir
Aru ata kotha hol hei dorjakhnr uporfale akhn srikrishnar murtir simentor gril ase val ne beya aru moi choklate colur porda logai thoisu jnabosun
Pordakhon ronga hole val hobo.
Poshim fale rasta ase jiheto kun fale main door korim jonabo su
পাকঘৰ আৰু দ্ৰয়িংৰুমত কি ৰং দিব লাগে জনাবচোন । vdo টো চাই ভাল পালো ।
দিশৰ ওপৰত নিৰ্ভৰ কৰি কৰিব!
ঘৰৰ চিৰি কোন দিশে হোৱা উচিত।
Amar dakhin pashim dikhot ase .protikar dioksun
Matikhini Jodi sarikoniya nohy Tini koniya hoy tente kot mokhyadowar hob lage
মাটিখিনিৰ সন্মুখ কোনদিখত ? মাটিখিনি বাস্তু সন্মত টো নহয়েই !
উত্তৰ পশ্চিম দিশত মুখ্য দোৱাৰ হ'লে এবাৰ ভাল আৰু এবাৰ বেয়া বুলি ব্যাখ্যা কৰিলে যে , কথাটো কি বাৰু
আপোনি ভালদৰে মন কৰক ! পশ্চিমৰ উ: পশ্চিম আৰু উত্তৰৰ উ:পশ্চিম দুটা দিশ আছে !
Sir aamar ghar to dakshin mukhi aru majote dorja aase atiya kenekoi tar somadhan pam anu gro kori upai ata diye jen ,
যদি একেবাৰে মাজত আছে তেন্তে ৰঙচোৱা ৰং মাৰি দিয়ক আৰু যদি অলপ দঃপুৱৰ ফালে তেনেহলে কমলা ৰং ব্যৱহাৰ কৰক
আমাৰ ঘৰতো দক্ষিণ মুখে মেইন দূৱাখন কিন্তু পূৱ পশ্চিমৰ সীমালৈকে ৯ ভাগ কৰিম নে ছাৰ, নে মেইন ঘৰৰ পূৱ পশ্চিমৰ ইমূৰ সিমূৰলৈ ৯ভাগ জুখি জুখ কৰিম? কেইনম্বৰ ভাগত মেইন দূৱাৰ দিব পৰা যায়, কোনটো বাস্তুসন্মত হব অনুগ্ৰহ কৰি জনাবছোন ছাৰ...
Apunak kenekoi jugajug karim , add with phone number pam neki . Mane ami ghar bonabo bisarisu aru bastu mote. Hei babe apunak log karibo bisaru.
600777402 এই নং টোত ফোন কৰিৱ পাৰে
Nice.
আমাৰ বায়ুকোনত আছে, কি ৰং কৰিব লাগিব আৰু ভাল ঠাইত আছে নে কবছোন 🙏
White / Light gray /offwhite.
Apuni contact no dibo buli akha korilu.Mur ghoror aop pratikar korabo ase.
লোৰ ৰং কোনটো বুজি নাপালো।মোৰ প্ৰবেষ দাৰ পশ্চিম দিশত আছে।নীলা আৰু লোৰ ৰং মিলাই ৰং কৰিব পাৰিম নে জনাব।প্লিজ।
ছায় ৰং .
North East mukhya DUWAROT KIRANG DIM JONABO.
পাতল কমলা ৰং !
Sir ধৰিলক baondari hol 25+25+25+25 মিটাৰ হলে মোক্ষ দুৱাৰ হোৱা শুভ
বৰ্গাকাৰ মাটি ভাল হয়! কোন দিশত ৰাস্তা আচে তাৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত স্থান বাচি লৱ লাগিৱ
পূব দিশত ৰাস্তা আছে
পূৱফালে হলে উঃ পূৱত সুবিধা আছে যদি কৰিৱ পাৰে
@@vedicastrologyassam555 doyaniobad sir
Alop dokshin poshim fale aase
RONGA RONG DORJA KHONOT BABOHAR KOROK
নজনা কথা আজি জানিব পাৰি সচাই ভাল লাগিল ।ধন্যবাদ থাকিল ।
দক্ষিন পশ্চিমত দুৱাৰ থাকিলে কি কৰিব লাগিব ৷ভাঙিবলৈটো অসুবিধা হ’য় ৷গতিকে কিবা উপায় এটা দিব লাগে ৷
আপোনি পাৰিলে হনুমানৰ দুখন ফটো বাওফালে গদা লৈ থকা দৰজাৰ বাহিৰ ফালে লগাই দিয়ক ! আৰু সিহ এটুকুৰা লগাই ৰাখক
সুন্দৰ উপদেশ ভাল লাগিল
উত্তৰ পশ্চিম কোণৰ গেট খনৰ ৰং কিহৰ হ'ব লাগে ছাৰ অনুগ্ৰহ কৰি জনাব।
উ:প: দিশটোৰ গ্ৰহ ঢন্দ্ৰ গতিকে বগা,ৰুপালী,মাখন !বায়ব কোনত পাতল ৰং ব্যৱহাৰ কৰক
Sir aamar getkhon utter poshom phale aase , upai ki hobo kono sun,
ঘৰলৈ সোমায় যাওতে বাওফালে গনেশৰ ফটোফ্ৰেম এখন শুৰডাস বাওফালে থকা খুটাৰ ওপৰ ফালে আৰু সোফালে পঞ্চমুখী হনুমানৰ ফটো ফ্ৰেমৰ সৈতে লগাই ৰাখক !মুৰ্তী নহয় কিন্তু
এটা Alluminium Helix gate খনত লগাই ৰাখক ! ONLINE PABO.
Sir aponak bahut bahut dhannyabad. Aponer video bur bahut vl Lagise.
Sir moi gharar pra Mul gate e 're olale pubfl hoi r u Rasta r pra ghrt humaoute pashim fl hoi gatike mor Mul gate Khn kon muwa hba jnaba son.
@@nayanjyotisarma9800 PUB MUKHI HOBO
চাৰ ফোন নম্বটো দিয়ক 🙏🏻
বাস্তু কৰোতে অকল ঘৰটোৰ জোখ লৈ কৰে নে গোটেই মাটি কালিৰ সীমা চাই কৰে জনাবচোন ।
মাটিৰ চাৰিসীমা আৰু ঘৰটোৰো চাব লাগে !
Sir apunar numbartu dibsun . apunak ghorloi matile manoni kiman dib lagib jonabsun .
মই মোম্বাইত হে থাকো !
ঘৰটো সদায় চাৰিচুকীয়া হ'ব লাগেনেকি?
হলে ভাল হয়
ভূল হৈছে আপোনাৰ কেইটামান কথা ।
হৱ পাৰে অলপ জনাবচোন !
দক্ষিণ পূৱ দিশত ঘৰৰ মেইন গেটখন দিব পাৰি নে ছাৰ
পূৱৰ ফালে দঃপূৱত নোৱাৰিৱ।দক্ষিনৰ ফালে দক্ষিন পূৱত পাৰিব। পূৱৰ পৰা দক্ষিনলৈ মাটি খিনি ৯ ভাগ কৰি পূৱফালে দুটা ভাগ এৰি গেট বহুৱাব পাৰিব।
উত্তৰ পশ্চিম দিশত ঘৰৰ মেইন গেটখন দিব পাৰিম নে ছাৰ, লগতে দক্ষিণ ফালে লেটিন আৰু পানী টেংকী দিব পাৰা যাব নে ছাৰ |
@@united1687 পাৰিব ভিডিও ভালকৈ চাই লৱ।
@@vedicastrologyassam555 ধন্যবাদ ছাৰ
Apunar contact number tu dibo sun