ঘৰৰ সম্পূৰ্ণ বাস্তু Complete Vaastu For Home Bhairab Astro
ฝัง
- เผยแพร่เมื่อ 30 มี.ค. 2023
- Please like, share and subscribe to my channel
Join this channel to get access to perks:
/ @user-is2zc5op7c
Palmistry videos:
• Money line in palmistr...
Live stream, free analysis videos:
• ভৈৰৱ জ্যোতিষ Live Stre...
Vaastu:
• শোৱনি কোঠাত আৰ্চী নাৰা...
#assameseastrologychannel #assameseastrologychanneland #assameseastrologychannelandtime
বহুতো নজনা কথা শুনি ভাল লাগিল। আপোনাক অশেষ ধন্যবাদ জনালো।
অশেষ ধন্যবাদ 🙏 Astrology আৰু Vaastu Shastra ৰ প্ৰতি মই আগ্ৰহী বাবে মই হিন্দী Astrology বিলাক চাই থাকো। কাৰণ হিন্দী Astrologer খিনিৰ মাজত বিচাৰি পোৱা খিনি অসমীয়াৰ মাজত নাপাইছিলো। কিন্তু আজি আপোনাৰ বাস্তুশাস্ত্ৰৰ ভিডিঅ' টোৱে প্ৰভাৱিত কৰিছে🙏
Thanks
বৰ ভাল পালো সুন্দৰ কৈ বুজাই দিয়া দিছে ।
নমষ্কাৰ
বৰ সুন্দৰকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ। পিছে পানী কোনটোৰ NWদিশত দমকল আৰু মন্দিৰ একেলগে বহাবলেৈ অসুবিধা নহ'বনেকি বাৰু জনাবচোন।
Whatsapp kariba 9365959427
এই video টো চাই মই বহুত নজনা কথা জানিব পাৰিলো । আপোনালৈ বহুত বহুত ধন্যবাদ।
Vval lagil video sai
ধন্যবাদ জনাইছো sir এই বিষয়ে আগতে জনা নাছিলোঁ।
বহুত বহত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
সুন্দৰ বহুমূলীয়া পৰামৰ্শ 🙏🙏🙏
ভাল লাগিল।
গেট খন খোলা ৰ আৰু bathroom position টো সঠিক নহ'ল । উপায় নিশ্চয় আছে পিছৰ vedio ত চাবলৈ পাম নিশ্চয়।
বহুত ভাল লাগিল কথাখিনি জানি।অশেষ ধন্যবাদ আপোনাক।🙏
ভাল লাগিল। সুন্দৰকৈ বুজাই দিছে
Dhanyavad
অতি উত্তম । যি বোৰ ঘৰ আগতে বনোৱা আছে, সেই বোৰৰ ক্ষেত্ৰত সুধৰণিৰ উপাই জনোৱাৰ বাবে অনুৰোধ কৰিলোঁ ।
safety tank buildingar ground floor ৰ gharar পশ্চিম কোণত থাকিলে সুধৰণিৰ কি উপাই ?
Whatsapp kariba 9365959427
আপোনালৈ বহুত ধন্যবাদ। কথাখিনি জানিবলৈ পাই সুখী হলো। কিন্তু আমাৰ লেট্ৰিনটো হে অগ্নি কোনত হল। তাৰ বাবে উপায় দিলে বহুতো ভাল পাম। আশা সমাধান পাম বুলি ধন্যবাদ।
Whatsapp kariba 9365959427
Thangs to you.
Thnx
বহুত ধন্যবাদ চাৰ !
নজনা কথা জনাৰ বাবে ভাল লাগিল ।
Unlimited congratulation to you
বহুতো নজনা কথা জানিব পৰিলোঁ, অশেষ ধন্যবাদ জনালো আপোনাক।
Thanks
বহুত উপকৃত হলো আপুনি যিদৰে দিছেমোৰ ঘৰ তেনে দৰে আছে কিন্তু লৰাই পঢ়িশুনিও চাকৰিপোৱা নাই পঢ়াতচোকা ইঞ্জিনিয়াৰআৰু এম বিয়ে পাছ
WhatsApp kariba 9365959427
আপোনাৰ VDO টো বৰ ভাল লাগিল।
Dhanyavad
ভিডিঅ'টি চাই ভাল লাগিল।
Good advice Thank u.
You're welcome
বহুত ভাল লাগিল ভগৱানে আপোনাক ভালে ৰাখক।
Thanks a lot for the blessing
বহুত ভাল লাগিল vdo টো চাই,বহুত জানিব পৰিলোঁ
Thank you dar🙏🙏🌹
You're most welcome
Thanks
Welcome
Thank you very must for this best Topic God bless you
সুন্দৰ
Bohut val lagil bohut Buji paisu . Ata kotha getor kotha kole kintu ghar dorja Kun fale lole vla hoi koi diya hole vl lagil hoi
Disu
সুন্দৰ।
ভাল লাগিল ,ধন্যবাদ
বহুত বহুত ধন্যবাদ জনালোঁ
Bahut val lagil
Janiboloi pai bohut bohut dhanyabut tgakil.
বহুত ধন্যবাদ। ভিডিঅ'টো আকৌ চাম।
আপোনাৰ কথাখিনিয়ে বহুতো নজনা কৰাৰ পৰামৰ্শ আগবঢ়ালে ভাল লাগিল,
সুন্দৰ ভিডিঅ’
Thank you for giving many many information
Bht vl lagil sai...
Apunar voice tu akdm Pankaj Pathak r dre
চাৰ আপোনাৰ ভিডিঅ' টো চাই ভাল লাগিল । আপোনাৰ পৰা কথা এটা জানিব বিচাৰো আমাৰ ঘৰ ৰ মূল গেট খন NW কোণত হল আৰু লেটিন বাথৰুম আৰু দমকল S.E.কোণত হল ইয়াৰ বাবে কিৱা সমাধান আছে নেকি
WhatsApp kariba 9365959427
বহুত উপকৃত হলোঁ৷অশেষ ধন্যবাদ
Val lagil sai
Very Nice 👍
Thank you! Cheers!
আমাৰ ঘৰ টো বনুৱাত অলপ ভুল হল North East sidet toilets আৰু saftey tank আছে।তাৰ কিবা প্ৰতীকৰূপে আছে যদি জনাব।
WhatsApp kariba 9365959427
Bohut bohut dhanyawad
Bohut val lagil...bohut kotha janibo parilu...amiu ghor bonabo loisu...so bohut help hobo....Thank you so much.....aru enekua video bonabo buli akha korilu.
Dhanyavad
Thanks 🙏🙏
Val lagil. Thanks.
Bhout bhout bhal lagil Krishna.
🙏
Video.to.sai.bar.upokrit.holo.aponak.dhanyabad❤
Nc🙏
Bahut.val.lagil.apuner.vidiotu.thanks.kisu.katha.janilu.
Bhut bhut tha ks jnowar babe
Sir God bless you.
Dhanya bad
বহুত ভাল লাগিল
Sir sob khni kotha val lgil,,,
Video.to.sai.khob.upokrit.hol.dhanyabad.
Your video is informative.
Thanks
Val lagil.
Thanks for imformation
Welcome
Thank you sir
Bhal lagil, Thank you
Thanks..
Dada, Apuni kotha bur bohut dhuniak bujai die.. Mur life r kotha bur jenke koisil.. Tenke milise
Love from NAGAON
Dhanyabad
Dokhin mukhi gharot Kon dikhot letrine toilet bathroom kitchen hobo bujai dibosun dada
ধন্যবাদ।🙏
Bahut val lagil video to
Bor hundar koi bujai dise. Dhanyawad 🙏
ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক ।এইখিনি কথা নজনাকৈয়ে ঘৰ বনোৱা হ'ল । ঘৰটো উত্তৰ মুখিয়া হ'ল । গতিকে দোষ কিছুমান থাকিল । দক্ষিণ পূবলৈ পানীৰ টেংকী লগতে পায়খানা ৰ টেংকী পৰিল । মন্দিৰ ভাগ উত্তৰ পূবত আছে । পাকঘৰৰ বেচিন দক্ষিণ লৈ হ'ল । মূল গেটখনো ঘৰৰ মাজে মাজে থাকিল । এতিয়া ভূল দিশত থকাৰ পৰা অসুবিধা নহবলৈ উপায় আছে যদি অনুগ্ৰহ কৰি দিব নিশ্চয় । এবাৰ বনোৱাৰ পিছত সলাবলৈ উপায়ো নাই । আশা কৰিছোঁ প্ৰতিকাৰ আগবঢ়াই উপকৃত কৰিব । জয় শ্ৰীকৃষ্ণ 🙏🙏🙏
Apuni whatsapp t msg karibo 9365959427
same condition ki krile Val hob jonale upokrito hom
দাদা আপোনাৰ ভিদিওঁ টো চাই বহুত ভাল লাগিলে।
Very good.
Thanks!
ইমান ধুনীয়া কে ৱুজায় দিচে
Dhanyavad
Very good advice
Thanks and welcome
Apunar videotu Sai Val lagil. Porha table aru tv kuntu dixot thakibo lage jonale ami upkrita holu heten
Porha table janmakundali analysis kori he kobo pora jai
Thank you so much
Thanks for ur valuable suggestions.Jadi Pub,Pachim,Uttar,Dakin dish keita matidokharor kone(angle) keitat pore tetia septic tankto keneke banabo lagiba janaba.NW disat banabaloio asubidha hoi.
Bohut val lagil
Good advice
Glad it was helpful!
Good video ❤
Thanks
😊😊😊😊❤😊😊 by
5G e@@user-is2zc5op7c
Great advice 👍
Thanks for watching!
Grat advic
ধন্যবাদ
Nice advice
Thank you
Thank you so much sir
Most welcome
Sir mur gharto West direction hoi.eatiya latrin konto side ot bonale val hobo
Vastu related aru video lge.. 👌👌👌👌👌👌👌
Di aasu
Thanks ❤❤
bahut bhal lagil Videotu sai
দাদা, আপুনি ইমান সহজ কৰি বুজায় দিলে, মই সুখী,
Dhanyavad
আমাৰ ঘৰটোৰ উওৰ পুবত লেটিন বনোৱা হল আৰু চিৰিটোত পশ্চিম ফালে প্ৰথম যোৱা হয়
দাদা ৰং ক্ষেত্ৰত ভিডিঅ' এটা বনাবচোন
Baru
Bor bhal lagil
Agree
Thank you sir ...aru dibo enekuwa v.d.o
Nishoy
ইমান ধুনীয়া কে বুজাইছে
দাদা,ক্ষমা কৰিব।মানে আপোনী যিটো নস্কা আকিছে ধৰক এই নমস্কাৰ মতে মই ঘৰটো সাজি ভাৰা দিলো।তাত এতিয়া প্ৰতিটো ৰুমত পাকঘৰ,টইলেট কোনটো দিশত সাজিব লাগিব জনালে বহুত উপকৃত হ'ম। বাকী সকলো ঠিকে আছে।আপোনালৈ অশেষ ধন্যবাদ।কাৰণ সকলো কথা খৰচী মাৰি বুজাই দি ৰাইজৰ উপকাৰ অনা বাবে।আপোনাৰ ম'বাইল নম্বৰ টো দিব বুলি আশা কৰিলো।
Whatsapp kariba 9365959427
West side pukhi house hole toilet kun pine bonabo