বাস্তুশাস্ত্ৰ অনুযায়ী এই দিশত থাকিৱ লাগে পানীৰ দমকল, কুঁৱা
ฝัง
- เผยแพร่เมื่อ 30 ก.ย. 2020
- বাস্তুশাস্ত্ৰ অনুযায়ী এই দিশত থাকিৱ লাগে পানীৰ দমকল, কুঁৱা !
wtaer sourse in vastu,
tube well vastu,
well vastu,
water tank vastu,
home vastu,
assamese vodeo,
assamese vastu,
#Indianastrology, #astrology, #ৰাশি, #horoscope, #rashifal
Aries rashifal,
Taurus rashifal,
Gemini rashifal,
Cancer rashifal,
Leo horoscope,
Virgo horoscope,
Libra rashifal,
Scorpion rashifal,
Sagittarius rashifal,
Capricorn rashifal,
Aquarius rashifal,
Pisces rashifal,
daily rashifal videos,
Indian horoscopes,
Zodiac signs,
navagraha centre rashifal,
today rashifal,
ৰাশিফল,
আজিৰ ৰাশিফল,
অসমীয়া দৈনিক ৰাশিফল,
rakhifal assam news,
assamese rashifal news,
rashifal news,
indian astrology,
indian rashifal,
today horoscopes in assamese,
today rashifal, assamese rashifal today,
astrological predictions,
aaj ka rashifal
Tags :- Rashi fol today, rashifal, rakhi fol, ajir rashifal, name rakhi fol, assamese rashifal, Assamese rashi fall, astrology, rashifal 2023, akhomiya rashifal, rakhi fol 2023, rakhifol assamese, hingho rakhi 2023, astrologer, ajir rashifal assamese, astrology 2023, rakhi fall, rakhi phal, rakhifal today assamese, today rakhi fol Assamese, assamese rakhi fol today, dainik rashifal, singha rashi 2023, tula rashi 2023, kumbh rashifal, Assamese Astrology, rashiphal, assamese rakhi fol 2023, assamese Vastu, march rashifal 2023, mrityunjaya mantra, name rashifal, akhomiya gaan 2023, 2023 rakhi fol Assamese, ajay rakhi fol, Assamese pulice results 2023, assamese astrology 2023, assamese new song 2023, assamese astrology today, weekly rashifal, vastu shastra in assamese, today rashifal, rong, rashifal 2023 adia, rasi folo to
পানীৰ সঠিক দিশ জানিব পাৰি ভাল লাগিল, ধন্যবাদ ছাৰ
Khub xundar kotha kole 👌🏻👌🏻
বহুতো ধন্যবাদ ছাৰ, ইমান ধুনীয়া কৈ বুজাই দিছে। ইমান বিলাক ইউ টিউব চালো মুৰ টোহে বেয়া হয়। আপোনাক আৰু আপোনাৰ পৰিয়ালটোক ঈশ্বৰে কুশলে ৰাখক এই কামনা কৰিলো 🙏🙏🙏☺️
ভাল লাগিল !
Panir sathic dish kaita janiba pari bahut upkrita halo. Dhanyabad Sir.
Bhal koi bujae diya baba thank you
Very usefull vastu tips
Thank you so much 🙂
Good process sir, God bless you too,
Amar 1 boring south Eastot.pratikar ki ase
ভিডিও আৰু আছে প্ৰতিকাৰৰ
Sir bohut val lagise aapuni je mor bisora vidio to dise
ধন্যবাদ
Pubor eke bare maj bhagt domkol hb pari ne
বাস্তু মতে পূৱত থাকিব নালাগে
Bohut nojona kotha janilu.thank u
🙏
Sir apunar video sai khub val lagil muru video sabo
হৱ বাৰু
জানিব পাৰি ভাল লাগিল, লেটিন আৰু বাথ ৰুমৰ বিষয়েও কবচোন
দিয়া আছে চাবচোন
Thanks
Beleg vedio t panir dikh tu beleg ase hokolo vedio beleg beleg ke koy kuntu manim
Panir atai dikh. Over head hole balag aru under ground hole balage . Video bur xhompunra saok buji pabo.
Sir South facing house drainage system kun side a rakhile bhal ??
পানী ওলোৱটো উ:পূ:ফালে হৱ লাগে ।
@@vedicastrologyassam555 latera pani bur kun direction t pelam sir, bathroom, kitchen r pani
@@indiabharat5005 ড্ৰেইন হলেও পূৱ বা উত্তৰৰ ফালেই বাস্তু সন্মত । দক্ষিন বা দ:প:অশুভ মনা হয়।
আম গছৰ পুলি কোনদিশত যুৱ লাগে
পশ্চিমত ভাল ,নহলে দক্ষিনত পাৰিৱ!
পূৱ দিশত বেছি ভাল হব নে উওৰ দিশত বেছি ভাল হব সেই জনাই দিলে বহুত সুখী হম
উঃপুঃ দিশটো হল কোনটোৰ পৰা উত্তৰৰ ফালে দুই পদা আৰু পুৱৰ ফালে দুই পদা গতিকে যি ঠাইতে সুবিধা হয় !
🙏🙏🙏🙏🙏🙏🙏🙏🙏
Sir water boring krile amar ghar East facing hoi . ghar tu NE to NW 66 feet r u NE to SE 31 feet r u boundary NE to NW 155 feet atia gharar to 9 vag karim ne boundary tu 9 vag karim proprer place kontu hba .. plzzz reply sir
পানীৰ কাৰনে সীমা চাৰিতা ভাগ কৰিব লাগিব
Sir amar panir tanky tu dakhin dikht ase sador uprt kiba akhubdha hboni pls jnabosun
বাস্তু টো আছে ! চাওক পাৰে যদি 4পদাত (দক্ষিনৰ পৰা অলপ পুৱৰ ফালে লৈ যাওক আৰু 1-2 ফুট চাদৰ তুলনাত উখ কৰক !)বেডৰুম বা পাকঘৰৰ ওপৰত হৱ নালাগে! সম্পুৰ্ণ দঃ হলে মানসীকৰোগ.মহিলাৰ স্বাস্থ্যৰ সমস্যা হৱ পাৰে!
Amar boring water southot ase aru supplir pani ahi westot eta sintex ase tat pore gotike yodi tar pora kiba apokar hay ki koriba parim,karon amar utore rastato ase gotike ki kori bastu sanmot koriba parim jonaba apunar pora eta su poramorsha Pam buli asha korilu
@@jyotipriyaborah8601 পানীৰ টেংকী পশ্চিমত থিকেই আছে কিন্তু বোৰিং টো সথিক দিশত নাই গতিকে বোৰিং ৰঙা ৰং দিয়ক আৰু পানীৰ মতৰ বা বৈদ্যুতিক চুইচ আদি থৱ পাৰিলে ভাল !আগ্নেয় কোন ! পঞ্চমুখী হনুমানৰ ৰংঙা ৰংৰ লগাই ৰাখক
ph no2 dibosun plz
চাৰ মই নতুনকৈ ঘৰ সাজিবলৈ লৈছো আপোনাৰ পৰা কিছু পৰামৰ্শ লাগিছিল কেনেকৈ পাম
Valuable video sir. North east side Kon tu dint DM kl potile Suva hoi.jnaba son.
Ki din bar pakha nakhatrya t DM kl ba kuuwa banale Suva mna hoi .. plz .... reply sir..
Plzzz reply sir
ছাৰ,বহুত উপকাৰ কৰিলে ।এইটো সমস্যাৰ বাবে চিন্তিত হৈ আছিলোঁ । লেট্ৰিনৰ টেঙ্কিটোৰ বিষয়েও দিবচোন ।পূৱ আৰু দক্ষিণৰ মাজত আছে ।বেয়া হলে কিবা প্ৰতিকাৰ আছেনেকি ?
Shai thait thikai ase rakhibo pare.
Sir south or fale pukhuri thoka2 Bea neki
South xodai alop ukha hole val. Pukhuri North east hole val. Southot pani vastu xonmatnohoi
@@vedicastrologyassam555 blgr thakileo kiba prblm hbo neki
Nijor xhimar bahirot hole akonai
Sir amar domkol aru latinor tanki2 dokhin dixot ase pls kiba oxubidha ase neki Kowksun
Amar boring southot ase aru syntax uporot westot ase aru supply wateror syntax westot ase thikai asene baru noholeu anny phale nimile
BORING TU NORTH EAST HOLE VAL HOI.OVER GROUND TANK WESTOT THIKAI ASE.
Sir..latrin bathroom South r South-west t ase.. Beya niki.. Ru jodi beya eyar protikar ki?
দৰজা সদায় বন্ধ কৰি ৰাখক আৰু দৰজাৰ বাহিৰ ফালে ওপৰত Lead helix ৩ টা লগাই ৰাখক
@@vedicastrologyassam555 Thanks for your reply sir 🌼
উওৰমুখী ঘৰ , উওৰ-পশ্চিম মুখী মেইন গেট। উওৰ পূব চোতাল হৈ গল। এতিয়া পানী বাথৰুম টয়লেট চেপটিক টেংক কোন ফালে হলে ভাল হব।।
মোৰ ভিডিও আছে চালে বুজিব পাৰিব।
Sir mor ghor r overhead pani tanki tu south r fale ase kiba protikar hobo naki
Sir ai dishbor je koi thake aibilak kotha jibilak manuh sikhita si bujiba pariba kintu ji bilak manuh sikhito noi aibilak e kenekoi bujiba.
চাওক এই ভিডিওবোৰ বহুত বাস্তু বা জ্যোতিষবিজ্ঞানৰ শিক্ষাৰ্থী আছে তেওলোকৰ কাৰনে ! বহুতৰ কিছু জ্ঞান আছে তেওলোকৰ কাৰনে! যিসকলৰ এই বিষয়ত জ্ঞাত নহয় তেওলোকৰ কাৰনে নহয়! বিভিন্ন বিষয়ৰ ভিডিও আছে যাৰ যি বিষয়ত জ্ঞান আছে সেইবোৰ ভিডিওচাৱ! মই এতিয়া ইঞ্জিনিয়াৰিংৰ ভিডিওটো বুজি নাপাও কাৰণ মোৰ জ্ঞান নাই এই ক্ষেত্ৰত সেই বুলি সেই সকলে ভিডিও নিদিৱ নেকী? গতিকে আপোনালকে যিকোনো মন্তব্য কৰি মনত দুখ নিদিব ! আপোনাৰ যিটো প্ৰয়োজন নাই তাত সময় নষ্ট কৰে িকয়?
SORRY Sir apuni beya napaba de. I am extremely sorry.
ঘৰৰ উওৰ দিশত পুখুৰী, North -West ত দমকল আৰু দক্ষিণ ত পৰিত্যাকত এটা পুখুৰী আছে। ইয়াৰ পৰিণাম আৰু কি কৰিলে সুফল পাম জনালে সুখী হম।
আপোনাৰ বহুত দিশত বাস্তুদোষ !বাস্তুমতে সম্পূৰ্ণ বিছাৰ কৰিব লাগিব ! ওচৰত কোনো বাস্তুবিদ থাকিলে লৈ গৈ দেখুৱাব!
একদম মিছা কথা ? আমাৰ ঘৰ ত এইবোৰ উলোটা হয় আছে আমাৰ ককাই কৈছিল নিজৰ কৰ্ম আৰু ধৰ্ম আছল বিজ্ঞান কাকো ঠগি কাকো অন্যায় নকৰি চলিলে ভগৱানে একো অনিস্ট নকৰে আৰু আমি তেনেকৈ চলি আছো বাবে ভগৱানে কৃপা কৰি আছে ? এইবিলাক মানুহক ভয় খুৱাই শুদ্ধ কৰি দিম বুলি কোৱা মানুহ বিলাক এক প্ৰকাৰ ঠগ হয় আৰু সিহতে আনৰ জীৱন শুদ্ধ কৰিব যাওতে নিজে কস্ট ত থাকে কথাটো সকলোৱে পৰীক্ষা কৰি চাব পাৰে ধন্যবাদ ? পানী হৈছে আমাৰ প্ৰান তেও যি কোন ট থাকিলেও মানুহৰ প্ৰান ৰক্ষা কৰিব ই 😢
আপোনি ভাগ্যবান। আপোনাৰ ককাই মানুহক সমালোচনা কৰিবলৈও জ্ঞান দিছিল যেন পাইছো।
আপোনি পাৰে যদি বিশ্বকৰ্মা প্ৰকাশ পুথিখন পঢ়িৱ।
দাদা পানীৰ বাবে মই বহূত চিন্তিত।আপোনী কোৱাৰ দৰে পানী পশ্চিম কোনত ৰাখিলো। কিন্তু পাকঘৰ দক্ষিণ দিশত আছে।তেতিয়াহলে পানীৰ পাইপ কোনফালে নিব ?অনুগ্ৰহ কৰি উত্তৰ দিব।
এইদৰে বুজাৱ পৰা নাজাব! আপোনি ওছৰৰ কোনোবা বাস্তুবীদ ঘৰলৈ মাতি দেখুৱাই লওক ! দক্ষণত পাকঘৰতো বাস্তুসন্মত নহয় দেখুন!
Amar boringor pora uttorphale paipere pani ahi uporot tankiloi yai aru switch board pubor wallot ase syntax black color aru filter Tu blue color yadi pratiker koribo laga hole ki koribo lagibo jonabo aru hanumanjir photo kot aru kenekoi logam
চাৰ মোৰ লেটিন বাথৰুম পূৱ শেষত আছে। যত আপুনি থাকিব নালাগে কৈছে উপায় দিয়ক না
Apuni vsatu korekeki ?
9707813372 .Consult koru . Whatapp koriboai no tut.
দাদা পানীৰ উৎস বুলি কওতে কথা এটা সুধু।মানে মোৰ ঘৰৰ উত্তৰ পশ্চিম কোনেৰে পাইপ আহি উত্তৰ পশ্চিম কোনত পানীৰ টঙ্কী আছে।আৰু তাৰ পৰা চিধা মাটিৰ তলেৰে পাইপ দক্ষিণ দিশলৈ আনি আকৌ পূবে গৈচে।তাৰ পাচত উত্তৰ দিশত সোমাই টেপটো পূব মুখি হৈ পানী উলিয়াই বাচন-বৰ্তন ধোও।ঠিক দিশত আছেনে জনাব।পাৰিলে আপোনাৰ ফোন নম্নৰটো দিব।প্লিজ।ধন্যবাদ।
পানী যিফালেই নিয়ক কিন্তু মুল তে উঃপুঃ দিশত টিউৱৱেল বা বৰিং বা কুৱা হলে ভাল !
উত্তৰ পশ্চিম কোনত পানীৰ টেঙ্কী।তাৰ পৰা দক্ষিণ দিশলৈ পাইপেৰে আনি দক্ষিণ পশ্ছিম কোনেৰে পূৱলৈ নি কিচো বেকা কৰি উত্তৰ দিশত পাকঘৰৰ ঠিক দক্ষিণ দিশত বাচন বৰ্তন ধোৱা ব্যবস্থা আছে ।এতিয়া কথা হ'ল আমাৰ ঘৰত শান্তি নাই। বেমাৰৰ লগত জোচ দি ভাগৰি পৰিচো।সেয়েহে আপোনাৰ এদ্ৰেচ বিচাৰিচো।প্লিজ পাৰিলে উত্তৰ দি কৃপা কৰিব।
Very important sir, thank you .
ৰামানুজন ধন্যবাদ
Sir apunar ghar kotnu...ketiyaba..kiba proujon hole ahib parebne...kobosun pls
Moi Mumbai thaku. Ghor Axomote .
@@vedicastrologyassam555 oo.ghar bonaboloi hole ami diskh bur ulliyab nuraru j...kenekoi ki korile..shathik diskh ullaiyab pari kob neki...1/2 kothamatitr..
Ketiya bonabo ? Moi Bihu xomoyot Axomot thakim .Moi vastu mote drwaing kori dibo parim .Mati khini sai lobo lagibo. Mur fees ata ase .Sob sai mali drwaing vastu mote kori dim. Compuss lagibo xothik dikh uliyaboloi. Aji kali xokolutai vastu bid ase .Teolokok jogajug korok !
Hello ......borewell ,tubewell r direction sabole hole ami gharkhonor direction tu sabo lagibo ne xompurno matikhinir direction tu sabo lagibo...?
প্ৰথমে মাটিটুকুৰাৰ চাওক যদি আকাৰ সথিক নহয় তেন্তে ঘৰৰ দিশ কেইটা চাওক !
@@vedicastrologyassam555 mati tukurar akar thikei ase , rectengle shape r hoi .mati tukura dikhe pothaliye tini tini bhagkoi bhag Kori loute borewell tu maajor bhagote porise .eituwe kiba problem koribo nki...? Jodi problem hoi tar kiba upai ase ne ..? Plz jonabosoon.
মাজত মানে দিশটো কি ? পুৱ ফালে নেকী?
@@vedicastrologyassam555 mati tukurar ekebare majot thaki compus di saaute "south east porise".ru Ghar tur majot thaki compus saaute "south west " porise.ekebare "south west kun " tut nohoi.tar pora olop west r fale ase borewell.
South west zone of the house is Rahu's place so paint the borewel or tubewel with red colour and pu a panchmukhi Hanuman pics looking towards the water source .
Sir মোৰ ঘৰত লেটিন বাঠৰম সমপূণ পূব দিশত আছে সঠিক দিশ হয়নে? Sir যদিহে নহয় ইয়াৰ পতিকাৰ.......
উঃপঃ হলে ভাল !পূৱত আছে বাথৰুমত সাগৰীয় নিমখ ওবাতী থৈ দিৱ মাজে মাজে সলাৱ! কমলা ৰং দি ৰাখক ! দুৱাৰখন বন্ধ ৰাখিৱ !
ছাৰ আমাৰ ঘৰত দক্ষিণ দিশত চৰকাৰী পানীটেপ বহলে কি কৰিলে ভাল হব জনাবচোন
বাওনদেৰীৰ বাহিৰত হলে একো নাই ।ভিতৰত হলে ৰঙা ৰং দি ৰাখক
বাওনদেৰিৰ ভিতৰত আছে, মাৰ গাটোও বৰ ভাল নাই যি তি হৈ আছে।comment r repply দিয়াৰ বাবে ধন্যবাদ আপোনাক
Sir south t water pum thakibo napai neki jonabo son
North eastot hole val.
@@vedicastrologyassam555 bea jodi kiba potikar ase neki
@@vedicastrologyassam555 ph no to pam neki sir
Bahut val lgl sir apunar no ti pamni
Sir Moi Ghar to banalu kintu bastu mote nohoi. Atiya besibor babe eman kosto korisu manuhei napaw.
Ki korile manuh Pam baru ? Kiba pare jadi plzzz kori diyksun.anki vara ghor ase vara manuh napaw . plzzz plzzz muk kiba ata korok sir .,
ছাৰ, বৰিং কৰিম বুলি বহুদিন আগতেই থিৰাং কৰি থৈছিলো l ছেপ্টেম্বৰ মাহত কোন দিনা কৰিলে বা কোন তাৰিখে কৰিব পৰা যায় জনালে মই নথৈ আনন্দিত হ ম l🙏🙏🙏
১,২,৮ ডিচেম্বৰত আছে। এতিয়া নাই ।
🙏 লব মোৰ ঘৰ ৰ ভেতিৰ বাহিৰত উওৰ পুৱ কোনত লেটিন বনোৱা হৈ গল ই্য়াৰ প্ৰতিকাৰ কি দয়া কৰি..মোক জনাব চাৰ..🙏
Sir panir tenki gharar dhakhin pasim disat thakile ki asubidha hai... Amar ase.. Nissyai koi di ok sun.. Pls.. 🙏🙏🙏
দঃপশ্চিম কোনটো পিত্ৰ স্থান আৰু ৰাহু এই স্থানৰ অধিপতি আৰু এইটো ভুমি তত্বৰ অধিনত গতিকে এই স্থানত বাস্তু দোষ থাকিলে সাধাৰণতে ঘৰৰ মুখ্য ব্যক্তিৰ ৰোগ বা ঘৰ খনৰ স্থবিৰতা নাথাকে ! সেই ঠাইত হনুমানৰ ফটো এখন পানীৰ টংকীটোৰ ফালে চাই থকাকে লগাই ৰাখক ! সুবিধা হলে উঃপূৱ ফালে সৈ যাব!
@@vedicastrologyassam555 tenki tut ranga rang lagabo lage bulihe paisilu apunar cmnt atat... Bahut kasta taka khras kori banalu.. Mattra 3 mah hoise.. Pokare banalu.. Kathatu huni bor beya lagil.. Kiba hamidhan diok
Protikar bohut ase .Panir tanki he ,gotike ai upai tu korok .
@@vedicastrologyassam555 umm... Bahut bahut dhanyavaad
Thank you so much Sir,.Apunak prathame dhanyawad dsu.Ami gharar dujan manuhei kostot asu.Nojonakoi panir kuwa tu Dakhint banalu aru Latrin bathroom East t hol. Aru bathroom r darjakhon pashim fale ase.Latrin t Sun r pis d bahibo loga hoi .Tetiya kunu nasil ei bikhoye khathik dikh jonaboloi.Apunak request karisu jadi pare solution dyok.Becoz Covid r babe husband o Gharat bahi gol.Income source nuhua hoise🙏🙏🙏
Dakhinot kuwa Ronga rong di rakhok aru Hanuman babar photo akhon dakhin mukh kori logai rakhok.
Latrin bath room tut parile orange colour di rakhok, abati shagorio nimokh N.E kun tut rakhok mahot parile abar ke solai dibo. Bath rumor dorjat tamor shoru plat adi thakile logai diyok .
@@vedicastrologyassam555 Bahut dhanyabad Sir🙏
ছাৰ দক্ষিণ পশ্চিমৰ মাজত আছে পানী টেংকি আৰু আন্দাৰ গ্ৰাউণ্ড টো ৷সমাধান দিবচোন প্লিজ ছাৰ
পানী টেংকী দঃপঃ কোনটোত চাদৰওপৰত আছে নেকী ?
@@vedicastrologyassam555 দঃ পঃ দিশৰ মাজৰ আংশত বেলেগকৈ ষ্টেন বনাই ৰখা হৈছে
@@motivation5768বৰিং নেকী আন্দাৰ গ্ৰাউন্ড?
পানী বোৰিং নে দমকল ব্যৱহাৰ কৰিছে জনাওক
@@vedicastrologyassam555 দমকল ছাৰ৷তাৰ পৰা মটৰে টেংকিলৈ পানী উঠোৱা হয় ৷
চাৰ 🙏 দক্ষিণৰ ফালে septic tank দিলে বেয়া বুলি কয়। কিন্তু দক্ষিণ দক্ষিণ পশ্চিম দিশত দিলে ভাল বুলি কয় ।এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
সম্পূৰ্ণ দক্ষিনত বাস্তু সন্মত নহয় !দক্ষিনৰ দ: পশ্চিমত পাৰিব
@@vedicastrologyassam555 🙏 Thanks a lot sir🙏
আপোনাৰ ফোন নম্বৰটো দিব নেকি
ছাৰ , আমাৰ ঘৰ সাজি আছো মাটি অলপ কিনা হৈছে ,শৌচাগাৰ টো পশ্চিমত কৰা হৈছে ,তাৰ ওপৰত পানীৰ টেংকি থব পাৰি নে? ঘৰ খন উত্তৰ মুখি , পূব পশ্চিম ঠেক উত্তৰ পৰা দক্ষিণ লৈ দীঘলীয়া।জনালে আমাক উপকাৰ হয়🙏
চাওক পশ্চিমত লেট্ৰিন থিকেই কিন্ত পানী সিফালে থিক নহয়.উ:পূ: ফালে ঠাই উলিয়াই ৰাখক !
Sir apunar Address tu dibo sun bheya napai jodi phn number tu u 🙏🙏