৮ খন দৰ্জাৰ বিষয়ে জানো আহক চোন ভূলটো এইটো দিশত দৰ্জা নবনাব
ฝัง
- เผยแพร่เมื่อ 10 พ.ค. 2024
- ৮ খন দৰ্জাৰ বিষয়ে জানো আহক চোন
ভূলটো এইটো দিশত দৰ্জা নবনাব
আপোনালোকৰ বহু প্ৰশ্নৰ সমিধান দিব অভিজ্ঞ বাস্তশাস্ত্ৰবিদ অৰ্পণ দত্ত ই চাওক আজিৰ খণ্ডটি
সম্পাদিকা কৰৱী শৰ্মা ৰ সৈতে ঘৰে ঘৰে বাস্তশাস্ত্ৰ। - ยานยนต์และพาหนะ
Bor bhaal lagil
Upokrito hoiso. Dhannybaad
ভাল লাগিল
Val lagil.
পশ্চিম দিশত পাকঘৰ আছে, দক্ষিণ পশ্চিম দিশত তইলেত অাৰু পানী টেংকি আছে, উপাইটো জনাব বুলি আশা কৰিলো।
Amar gharat main door khan south west kunat hoi . Ki korim aku upai nai neki ?
দক্ষিণ পশ্চিমৰ কোণত main gate পৰিছে,আঁতৰাব জেগা নাই , কেনেকুৱা জনাবচোন
🙏🙏🙏🙏
Arpon kura notunke ghor akhon bonaisu utter poshimot seri hobo seri saidot bathroom bonab parinaki jonabsun.notuba dokhin pubot kitchen hobo .kitchen uttoror phale major jegakhonot bathroom bonab parimne jonabosun.🙏🏼🙏🏼🙏🏼
Current r board switch Ghanai beya hole ki korim jonab sun.
Sir south dikhot car parking? Aru pubot dhaan rokha voraal?please?
Dada, Namaskar lobo-- Mur gharar 4 ta room dakhinor Pora pachim pine ase,tare prai dakhin Sesh hoi pachimot latrin bathroom ase aru gutai Keita roomot bahir pine khiriki ase logote vitoro pine 3 Khon darja ase. Kiba problem Hobo Neki,somukoi poramorsha ata dibosun.
Good morning,Blue colour paint South side er bedroom ot korele beaa neki
মই ডালিমীয়ে কৈছো
আপোনালোকৰ অনুষ্ঠাণৰ পৰা আমাৰ সমস্যাৰ সমাধান পাবলৈ কেনেকৈ প্ৰশ্ব পঠাব লাগিব জনাবচোন
Southr door khon east r pora six mt hoi sir kiba problem hobo niki,?
Moi agor episodotot koiselo posim mokhi ghor latin aru safti tanki kot bonam ata kotha nelikhilo .moi janebo besareso saror pora mate dokhor 1kotha jega kom hei baby utor pobot olop jaga asy olop asy aru dokhin pobot olop asy.many pobotey olop asy latrin aru safti trenk bonaboloi aru dokhin pobot kitchen asy.sir apuni poramorsho deyjen.
Aamar kesha Ghar rong kanai koi korim
Sir,moi subscriber,ghor,udalguri dist, amar gaolia ghor ,4dige 4ta ghor majot Bohol sutal vastu kamdibone sir, jonabosun,
Vastu proyokor upai dibo sir,
Moi aji dubosorpra mati kinib bisari asu kintu mari pura nai. Paboloi ki krib lagi jonabsun
দাদা... মোৰ উত্তৰ দক্ষিণ মুৱা ঘৰ পচিম দিশত পথ ঘৰৰ দুৱাৰ খন দক্ষিণ পচিম দিশত আৰু পূব দক্ষিণ কোণত গতিকে জনাবচোন কিবা ভুল হৈছে নেকি।
চাৰ মোৰ ঘৰ তেজপুৰত। মোৰ ল'ৰাতো পঢ়াত বেয়া আৰু অলপ খিংখিয়া হৈছে।অনুগ্রহ কৰি কি কৰিব লাগিব জনাবচোন।
মোৰ মাটি লোৱা হ'ল মাটি খিনি বহল 6নল আধা দীঘল 100নল আৰু দুয়োফালে ঘৰৰ মানুহ কেইঘৰ মাটি বহল 12দাৎতকৈ বেছি বহল 100দাঙ মহ যদি তাত ঘৰ বনাম ঘৰখন উন্নতি হ'ব নে নাই জনাব ধন্যবাদ
মাটি বেচিব পৰা নাই কি কৰিম দাদা
দাদামোৰ,দোকানৰ,দজজা খন, দক্ষিণ আৰুঅলপপূৱমূৱা,ভালনেবেয়াজনাবছোন,মইআপোনাৰভিডিঅসদায়চাও
মাটিটোকোৰাৰ দক্ষিণ পশ্চিম নে ঘৰটোৰ দক্ষিণ পশ্চিম অলপ বুজাই ক'বছোন
গাৱঁৰ লাখ লাখ মানুহে আপোনালোকৰ পৰামৰ্শ লৈ ঘৰ দুৱাৰ নাসাজে।নিজৰ সুবিধা অনুসৰিহে সাজে।কিন্তু তেওঁবিলাক আপোনালোকতকৈ শান্তিত থাকিব পাৰিছে।কাৰণ টো কি বাৰু?
চাৰ নমস্কাৰ মোৰ যৰটো দশিনমুখিআৰু দুৱাৰ এখন আৰু দুখন দোকান কিনা বেছা নাই আৰু টকাৰ অভাব অলপ চাই দিবচো ন চাৰ
ঘৰৰ দক্ষিণ দিশত পুৰণি কালৰে পৰাই দেউতাই খন্দা পুখুৰী আছে। জানিব পাৰিছো বাস্তুমতে দক্ষিণ দিশত পুখুৰী থাকিব নালাগে। সমাধানৰ উপায় দিয়ক।
সঠিককৈ একো কথা ক'ব নোৱাৰে এজনে কব এটা এজনে কব এটা কি ভূল কি শুদ্ধ নিশ্চিত ভাৱে নকয় যিমান জন বাস্ত বিদ আছে প্ৰত্যেকৰে মত বেলেগ গতিকে ভুল কি কি শুদ্ধ কি আপোনাৰ কথাটো ধৰিব নোৱাৰি
দক্ষিণ-পূব ত ল'ৰা-ছোৱালীৰ বেডৰুম কৰিব পাৰিম নেকি জনাবাচোন
Toilet dorja khon Kun Kun dikhe hobo lage
চাৰ মোৰ ঘৰৰ উত্তর পূৱ কোনত পানিৰ টেংকি আছে। কি কৰিব লাগিব জনাবচোন?
চাৰ মোৰ ঘৰখন দক্ষিণ দিশে প্ৰায় 200ডীগ্ৰী আছে তাৰ এটা উপায় দিবচোন
মূখ্য দুৱাৰ
ভুল বানন ভুল হৈ আছে
Apunar to xudho korok