Assamese Podcast Ft. Phut Gadhuli Actress Sunita Kaushik
ฝัง
- เผยแพร่เมื่อ 4 ก.พ. 2024
- Assamese Podcast Ft. Phut Gadhuli Actress Sunita Kaushik
Subscribe Our Clips Channel : / @kothastudioclips
Connect with us:-
Instagram :- kotha_studio?ig...
Facebook :- profile.php?...
TH-cam :- youtube.com/@Kothastudio?si=G...
For business enquiries:- kathastudiobusiness@gmail.com
Don't Forget To Like, Share, And Subscribe For More Captivating Stories And Content.
#AssamesePodcast
#kothaStudio
#podcastinterview
Your Quries :-
Kotha Studio
Assamese Podcast
Rang
Assamese Serial
Assamese TV Serial
Assamese Serial Show
TV Serial
Phut Gadhuli Latest Episode
Phut Gadhuli Todays Episode
Phut Gadhuli RangTV
Episode 70th Phut Gadhuli
70th Phut Gadhuli
Phut Gadhuli 01st Feb
Phut Gadhuli Latest Episode 70
Assamese Podcast Ft. Phut Gadhuli Actress Sunita Kaushik
Actress Sunita Kaushik Podcast
Sunita Kaushik assamese Songs
assamese actress Sunita Kaushik Biography
assamese actress Sunita Kaushik Songs
Sunita Kaushik Dance
Sunita Kaushik love story
Sunita Kaushik Biography
Sunita Kaushik Interview
Kotha Studio New Video
Sunita Kaushik Podcast
প্ৰিয় অভিনেত্ৰী গৰাকীৰ কথা বোৰে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ৰূপটো জনাত বহুত সহায় কৰিলে। তেওঁৰ সদায়ে ভাল হ ওক।
কথাৰ মূৰত বঁটা পায়,কথাৰ মূৰত গটা খায়।খুউব ভাল লাগিল।আজিৰ পৰা অভিনেত্ৰী গৰাকী আগতকৈও অধিক প্ৰিয় হৈ পৰিল।তেখেতৰ অসমীয়া ভাষাৰ প্ৰতি থকা শ্ৰদ্ধাইও অভিনেত্ৰী গৰাকীৰ প্ৰতি মৰম বঢ়াই তুলিলে।
ধুনীয়া মনৰ ধুনীয়া ছোৱালী সুনিতা কৌশিক লৈ বহুত বহুত মৰম আৰু ভালপোৱা পথালো। সদায় এনেদৰে হাঁহি থাকা।
ফুট গধূলী ধাৰাবাহিকখত বৰ সুন্দৰ অভিনয় কৰিছে । সদায় চাবলৈ আশাৰে বাট চাই থাকো। বহুত বহুত ধন্যবাদ থাকিল ।
বহুত বহুত ভাল লাগিল বা। ইমান ভাল ভাল কথা ইমান সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল❤❤❤
1) "মৌ " আছিল অবুজন মন 2010 ত আৰু
2) "শিৱানী " আছিল জুবিন দা থকা অনুৰাধা 2012 চিৰিয়েল খনত l
দুয়োখনেই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল l অনুৰাধা চিৰিয়েল খন বহুত প্ৰিয় আছিল মোৰ এটা episode ও বাকী নৰৈছিল ... আৰু চুনিতা বা আৰু মুন্মী ফুকন বায়ে অভিনয় বহুত সুন্দৰ কৰিছিল...❤️ ❤️ লোহিত বৰা (কাৰ্বি আংলং )
বহুত ভাল লাগিছে। বহুত কথা জানিব লগিয়া কথা কৈছা। ভাল লাগিছে।
Eman morom loga kotha bur .god blessed sunita Baa love u❤❤❤❤❤❤❤❤
ভাল লাগিল কথাখিনি শুনি 👌
মৰম লগা প্ৰিয় অভিনেত্ৰী সকলোৰে ❤❤
My favourite one ....❤
Bahut vl lagil kotha bur xuni...stay blessed her❤
অবুজন মনত মৌ আছিল।
অনুৰাধাত শিৱানী আছিল।❤
দুয়োখন মোৰ ভাল লগা 😊
বৰ ভাল লাগিল❤️❤️❤️
Bohut vhl lgil .hosa kotha koise
Iman dhunia kotha......
Sunitar kathabor marmlaga. Talented, nice, etc....
Sunitar kathabur bohut marmlaga...val lagil
বহুত ভাল কথা শিকিলো
বহুত বহুত ভাল লাগিল
বহুত ভাল লাগিছে কথা খিনি
Bhut vl lgise
I love Sunita baa❤
সুনিতাৰ অভিনয় মোৰ বৰ মৰমৰ আছিল।ৰজনীগন্ধাৰ বাবে বলিয়া হৈ যাওঁ।সঁচাই বিন্দুৰ পৰাই বৃত্তৰ ৰূপ।সুনিতাই খুব সুন্দৰ মন্তব্য দাঙি ধৰিছে ভাল লাগিল।কথাৰ ছন্দ বহু অৰ্থপূৰ্ণ। এগৰাকী মহিয়সী নাৰী।প্ৰতিটো কথাই মোৰ মন চুই গ'ল।সুনিতা তোমাৰ যিমান মনৰ আশা আছে ফলৱতী হওঁক আৰ্শীবাদেৰে।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনাৰে।"শুভৰাত্ৰি"।🎉❤🎉
কথা খিনি ভাল লাগিল ।❤
❤ ভাল লাগে অনু তোমাক , তোমাৰ কথনশৈলী বহুত ধুনীয়া , মই ভাল পাওঁ তোমাক । আগবাঢ়ি যোৱা , ভগৱান ৰ ওপৰত বিশ্বাস ৰাখিবা ।
I love Sunita ❤️ 🌹
Pallabi ba aapunar kotha studio r joriyate sunita bak janibo parilu bahut bahut Thanks❤❤❤
Bohut val Pau Sunita baak❤❤❤❤❤ love you Sunita baa.
বৰ সুন্দৰ
Good, good, 💞💞💞
Sunita tumar kotha bilak huni bohut val lagil❤❤❤
এনেকুৱা ছোৱালী ভাগ্য বলত পালে তোমাৰ মা দেউতায়ে।তোমাৰ ভৱিষ্যত জীৱন খুব সুন্দৰ হব।
Sunita তোমাৰ জীৱন কাহিনী বহুত ধুনীয়া লাগিছে তোমাক অনুৰাধা ধাৰাবাহিক খনৰ পৰাই মই বহুত ভাল পাও
অবুজন মন চাই বহুত ভাল পাইছিলো।দেউতাকে কান্দোতে মোৰো কান্দোন ওলাইছিল।অবুজন মনত নাম আছিল মৌ।
Iman dhunia aru iman dhunia acting
Mur priyo aari moromor suwalijoni. ❤you Sunita
Mur priyo abhineti Sunita Kowsik tumar aaji vediotu pora bohut kotha sikibo paribo 2 goraki dhyanobad jonalu
বৰ মৰমীয়াল ছোৱালী। তেওঁৰ অভিনয় ভাল লাগে
❤❤
অনুৰাধাত শিৱানী❤
Nice
বৰ মৰমিয়াল ছোৱালী। সুমধুৰ ভাষিনী ❤
❤️❤️❤️
খুব ভাল লাগে বাক
❤❤❤❤❤
Imn mitha kthabor ....xuni thakibo mn jai ......❤❤❤❤
She is so soft...❤
Sundar manar adikari God bless you
I love sunita ❤❤
ধুনীয়া মনৰ ধুনীয়া ছোৱালী সুনিতা কৌশিক লৈ বহুত বহুত মৰম আৰু ভালপোৱাৰ পথালো
সুনীতালৈ মৰম … মইও তোমাৰ দৰে ❤️❤️
Fut godhuli saisu nice
Frist comment❤
Sunita bar acting hasai bor hundar ...fut godhuli ami hodai sai asu ..so bahut val lage ba tumak
Frist like❤
Abujan Maan😘mur papai heikhon Sai kandisil ...moi tetiya alp horu asilu❤️❤️🙂
Shibani in Anuradha...😊
Shibani in Anuradha and Mou in Abujon mon
Pin it .. ktha patisu ba r lgt moi
মৰমীয়াল আৰু প্ৰিয় অভিনেত্ৰী সুনীতা কৌশিক, প্ৰথমে দেৱ আছিল চাগে ৷ অবুজন মনৰ “মৌ“ৰ পৰা বৰ্তমানৰ ফুটগধূলিৰ “অণু“ প্ৰতিটো চৰিত্ৰই প্ৰিয় ৷ কি নাম দি মাতিমৰ “অদিতি“ পাহৰিব নোৱাৰি ৷
Mor manar lagat milese abhinetri garakir kathbor Val lagil
Mur bhut priyo bar ovinoi
অবুজন মনত তেওঁৰ নাম মৌ
ᵛᵃˡ ˡᵃᵍⁱˡ ᵛⁱᵈᵉᵒ ᵗᵒ ˢᵃⁱ ❤❤❤
অবুজন মন ত মৌ নামৰ চৰিত্ৰত অভিনয় কৰিছিল
Abujon bon...mou
Anuradha.....shivani
Moo and sibine
অবুজন মনৰ মৌ।
Abujan man r name mou anuradha siriyel ot shibani asile
অবুজন মনত মৌ,অনুৰাধাত শিবানী।
অবুজন মন :- মৌ
অনুৰাধা:-শিৱানী
অবুজন মনত = মৌ আৰু অনুৰাধাত =শিৱানী
অবুজন মনত সুনীতাৰ নাম মৌ আৰু মৰমৰ অনুৰাধাত সুনীতাৰ নাম অনুৰাধা
অবুজন মনত সুনীতা বাৰ নাম আছিল - 'মৌ'
অনুৰাধাত আছিল -- ' শিৱানী'
Munmi kalita baak invite kribo sn show tut 🙏
Fut guduli anu❤❤
অবুজন মনত মৌ আৰু অনুৰাধা শিবানী
Pallavi baa apuni beya nepaii jdi silpisikha k anibo sn ,aru yasashree baa
Abujon mon(mou)
Anuradhar Sibani
Mou
Anu
অবুজন মনত তোমাৰ নাম শিৱাজী আছিল
anuradhat shibani asil
অনুৰাধাতশিৱানী
অবুজন মনত = মৌ
অনুৰাধা = শিৱানী
Anuradha khonor karatartur nam mou Shibani asil aru abujon khonor karatartur nam mou.
Anuradhat nam asil shibani aru obujon monot nam asil mou
অবুজন মনত মৌ
অনুৰাধাত শিবানী
Ata kotha xudhile dosta uttar diye vl nalage besi kotha koi😂
Abujon mon t mou ,Anuradha t sibani asil
Anuradha t shivani
Abujan mnt mou
সুনীতাৰ কথা বোৰ বৰ ভাল লাগিছে
তেওঁৰ চিৰিয়েল বোৰ চাই মই বৰ ভাল পাও।
Anuradhat sibani Ru abujan manat mou asil
অবুজন ত তোমাৰ নাম শিৱানী
Suniter anuradha serialot shibani asil
Abujon Mont mou , Anuradha t sibani
Anu radhar t Anu radhai asile
অবুজন মনত মৌ আৰু অনুৰাধাত শিৱানী আছিল।
Abujonmont mou