‘আপুনি তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপুনি কান্দিব লাগিব৷’

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 มิ.ย. 2024
  • ‘আপুনি তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপুনি কান্দিব লাগিব৷’
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 687

  • @sahilhoque1645
    @sahilhoque1645 หลายเดือนก่อน +236

    তৰুণ গগৈয়ে অসমক দি থৈ যোৱা এটা শ্ৰেষ্ঠ উপহাৰ হল আমাৰ গৌৰৱ গগৈ ❤❤❤

    • @ActressCurvy
      @ActressCurvy หลายเดือนก่อน +8

      Set Dal

    • @parvishali9143
      @parvishali9143 หลายเดือนก่อน +14

      @@ActressCurvy ba toro set ase.

    • @dbcgameworld
      @dbcgameworld หลายเดือนก่อน +18

      Next CM Gourav Gogoi ❤️

    • @user-fs7vj1dv3r
      @user-fs7vj1dv3r หลายเดือนก่อน

      😮😊😂😂 ,😄😩😍🪑😭.

    • @madhusmitaphukon1699
      @madhusmitaphukon1699 หลายเดือนก่อน +3

      Right

  • @BontiGogoi-gm4wg
    @BontiGogoi-gm4wg หลายเดือนก่อน +149

    গৌৰৱ জিন্দাবাদ আমি আছো আপোনাৰ লগতে জয় আই অসম

  • @user-wq9st5zi6l
    @user-wq9st5zi6l หลายเดือนก่อน +90

    কোনো দলৰ বুলি নহয়, গৌৰৱ গগৈক ব্যক্তিগত ভাৱে ভাল পাওঁ।

  • @mahadevpeguvlogs5815
    @mahadevpeguvlogs5815 หลายเดือนก่อน +169

    গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ ❤️

  • @mofidrohman6393
    @mofidrohman6393 หลายเดือนก่อน +76

    গৌৰৱ গগৈ 🙏🙏👍👍👍👍👍👍👍👍

  • @aktarrahman1760
    @aktarrahman1760 หลายเดือนก่อน +10

    তৰুণ গগৈৰ নিচিনা আমাৰ অসমত আৰু এটাও নেতা নাছিল আৰু তৰুণ গগৈ দি থৈ যোৱা উপহাৰ আমাৰ গৌৰৱ গগৈৰ নিচিনা আৰু এটা নেতাও আমাৰ অসমত নাই আপুনি আগবাঢ়ি যাওক গৌৰৱ গগৈ আমি আছোঁ আপোনাৰ লগত অসমৰ ৰাইজ আছে আপোনাৰ লগত জয় আই অসম

  • @mrinalmedhi8346
    @mrinalmedhi8346 หลายเดือนก่อน +217

    শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল।

    • @Samar11203
      @Samar11203 หลายเดือนก่อน +2

      Unity is always greatest thing no worries who is stand behind or infront of you🎉

    • @user-zy3qw6dw9r
      @user-zy3qw6dw9r หลายเดือนก่อน +1

      Yes boss

    • @abinashkalita9000
      @abinashkalita9000 หลายเดือนก่อน +1

      😂😂😂

    • @BishalBoru-qm4zz
      @BishalBoru-qm4zz หลายเดือนก่อน

      🤣🤣🤣🤣

  • @mridulgohain5633
    @mridulgohain5633 หลายเดือนก่อน +64

    গৌৰব গগৈ ডাঙৰিয়া জিন্দাবাদ .আপুনি গুৰি ধৰোতা বুলি ভাবো

  • @rinaphukon3702
    @rinaphukon3702 หลายเดือนก่อน +87

    তিনি জনক শুভেচ্ছা জনালোঁ আপুনালোকে অসমৰ বাবে ভাল কাম কৰি য়াওক।❤❤❤

    • @assamboy..kachari7304
      @assamboy..kachari7304 หลายเดือนก่อน

      Val kam ki dal krib 😊huta লাগিব

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน

      ​@@assamboy..kachari7304 आगे आगे देखो होता है क्या?

    • @Hongram_struggle
      @Hongram_struggle หลายเดือนก่อน +1

      Agote ki dal bal bhal Kam korile

  • @nishaborah9241
    @nishaborah9241 หลายเดือนก่อน +16

    গৌৰৱ গগৈ ডাঙৰিয়া আপোনাৰ কথাখিনিয়ে অন্তৰ ছুই গল।সদায় আপোনাৰ লগত আছো

  • @user-ti5hh8si5h
    @user-ti5hh8si5h หลายเดือนก่อน +36

    গৌৰব জিন্দাবাদ

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 หลายเดือนก่อน +147

    গৌৰৱ গগৈ অসমৰ এক উজ্জ্বল অলঙ্কাৰ।

    • @ShikhaDeka-gp6ii
      @ShikhaDeka-gp6ii หลายเดือนก่อน +8

      Miya anibi

    • @ShikhaDeka-gp6ii
      @ShikhaDeka-gp6ii หลายเดือนก่อน +9

      Miiya miya hob assam

    • @carshorts7621
      @carshorts7621 หลายเดือนก่อน +8

      ​@@ShikhaDeka-gp6iiCAA আনি অসমখন বঙাললেণ্ড কৰিলে বিজেপিয়ে। ডিব্ৰুগড়, তিনিচুকীয়াত খিলঞ্জীয়াৰ অধিকাৰ নোহোৱা কৰি পেলালে।

    • @ice-creams-are-not-real
      @ice-creams-are-not-real หลายเดือนก่อน +2

      ​@@carshorts7621CAA অধীনত কেইটা বঙালীয়ে ডিব্ৰু-তিনিত নাগৰিকত্ব পালে হা?? আম্বানীৰ ফ্ৰী ডাটাৰ এয়াই ব্যৱহাৰ?কাম-বন নাই, ধদুৱা কোবাই আল-বাল কথা চেলবেলাই আছহি ইয়াত।

    • @carshorts7621
      @carshorts7621 หลายเดือนก่อน +7

      @@ice-creams-are-not-real তোৰ আম্বানীৰ চেটৰ ডাটা মই চলাই থকা নাই। মই এয়াৰটেল চলাও।তই চাগে বিজেপিৰ চেলেকা বাবে তোক আম্বানী বাপেৰে তোক ফ্ৰী ডাটা দি আছে। তিনিচুকীয়া, ডিব্ৰুগড়ত যোৱাবাৰ দুৰ্গাপূজাত কি হৈছিল মনত নাই।অসমীয়াত বেনাৰ লিখিবলৈ কোৱাত বঙালে অসমীয়া মুৰ্দাবাদ দিলে।ধদুৱা কোবাই আছোঁ নে কি কৰি আছোঁ এবাৰ চাই লবিহি।হাত আছে ভৰি আছে কাম কৰি খাওঁ।তোৰ দৰে কোনোবা নেতাৰ ভৰি চেলেকি জীয়াই থকা নাই।CAA যোগেদি কিমান বঙালে নাগৰিকত্ব পাই আছে সেয়া তোৰ বাপেৰহঁতে তথ্য দিছে জানো?

  • @BhaiaBhai
    @BhaiaBhai หลายเดือนก่อน +27

    Gourob gogoi jindabad

  • @hritikdas8538
    @hritikdas8538 หลายเดือนก่อน +8

    গৌৰৱ ভাল আৰু গৌৱৰ গগৈ দৰে বহুত এনে লৰা -ছোৱালী আছে অসম হিলায় দিৱ .আমি সৰু পৰা দেখি আহিছো অকল ঘূৰায় পকায় সেইকেইটা মানুহ ৰাজনীতি কৰি আছে

  • @BituponGogoi-vk4og
    @BituponGogoi-vk4og หลายเดือนก่อน +32

    কংগ্ৰেছ জিন্দাবাদ ❤

  • @user-zy2vp9is2w
    @user-zy2vp9is2w หลายเดือนก่อน +133

    গৌৰৱ গগৈ ডাঙৰীয়াদেৱে যি ষাৰ কথা কলে কংগ্ৰেছ কমীৰ মনৰকথাটোকে কলে। আপোনি গুৰি বঠাদাল ধৰক।২৬ চনত আমাৰ জয় নিচ্ছিত।

    • @srigunajitsharma8282
      @srigunajitsharma8282 หลายเดือนก่อน +5

      Bal de

    • @d.s9310
      @d.s9310 หลายเดือนก่อน

      Tilinga bhai​@@srigunajitsharma8282

    • @pranabbharali2124
      @pranabbharali2124 หลายเดือนก่อน

      Toi Kun hoi​@@srigunajitsharma8282

    • @apurbabhuyan8121
      @apurbabhuyan8121 หลายเดือนก่อน

      ২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.

    • @srigunajitsharma8282
      @srigunajitsharma8282 หลายเดือนก่อน

      @@apurbabhuyan8121 😂😂👍

  • @anandarajbongshi8200
    @anandarajbongshi8200 หลายเดือนก่อน +4

    আপোনাকৰ চৰকাৰ থকাৰ দিনত কোনো এটা কাম পইচা নিদিয়াকৈ হোৱা নাছিল কিন্তু বৰ্তমান সেই দিন আৰু নাই বুজিছে। এতিয়া চৰকাৰক কিয় বেয়া পায় জানেনে কাৰণ আগতে কোনো ধৰণৰ কাম নকৰাকৈ চাকৰিয়াল বিলাকে টকা ঘটিছিল কিন্তু এতিয়া যে কষ্ট কৰিবলগীয়া হৈছে অলপ দৌৰাইছে বাবে এইখন চৰকাৰ বেয়া ।

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 หลายเดือนก่อน +8

    100% right kotha Gourav Gogoi zindabad Rokibul Hossain zindabad Congress party zindabad

  • @hemangakalita3273
    @hemangakalita3273 หลายเดือนก่อน +51

    BJP নাম টো অসমৰ পৰা নাইকীয়া কৰি দিব লাগে

    • @user-jc9iv7cw2d
      @user-jc9iv7cw2d หลายเดือนก่อน +3

      কেৱল অসমৰ পৰাই নহয় গোটেই ভাৰতবৰ্ষৰ পৰা bjp,ক বিদায় বিদায় দিৱ লাগে

    • @HariHondique
      @HariHondique หลายเดือนก่อน

      😂😂😂😂😂😂😂😂

    • @MohanPanging-zq1vq
      @MohanPanging-zq1vq 4 วันที่ผ่านมา

      Yes

  • @djcomady5431
    @djcomady5431 หลายเดือนก่อน +21

    BJP 11 seat puwa pastu eman furti ni Congress 3 pai jiman furti😂

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน +10

      Futoni koriboloi ki dal ase bjpr? Lukor haat dhori sorkar gothon koriboloi ulaise, abki baar 400 par.... Chii laj loga kotha.😂😂

  • @trishnakalita4154
    @trishnakalita4154 หลายเดือนก่อน +69

    তৰুণ গগৈৰ নাম নাম নকব আৰু please। বহুত দুখ পাওঁ 😭😭😭

  • @Jackson609india
    @Jackson609india หลายเดือนก่อน +27

    I love you gourav Gogoi jindabad congresh

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw หลายเดือนก่อน +32

    ❤❤❤ Congress Zindabaad❤❤❤ Gourav Gogoi Zindabaad❤❤❤

  • @anubhavshandilya2122
    @anubhavshandilya2122 หลายเดือนก่อน +14

    Congratulations Gourav gogoi....
    Congress is back

  • @abdulmohimlaskar6850
    @abdulmohimlaskar6850 หลายเดือนก่อน +11

    Cong go ahead 🎉

  • @Axomiyagiri-t3o
    @Axomiyagiri-t3o หลายเดือนก่อน +14

    Gourov assam r gaurav🎉🎉

  • @flyingbird131
    @flyingbird131 หลายเดือนก่อน +68

    চৰকাৰ আহিব আৰু যাব। আজি যদি কংগ্ৰেছ ভাল কাইলৈ বিজেপি পিছদিনা এজিপি।গণতন্ত্ৰত কোনো চৰকাৰ স্থায়ী নহয়।কংগ্ৰেছে কামো কৰিছিল কিন্তু 15 বছৰ এখন চৰকাৰ থকাৰ পিছত কংগ্ৰেছ অৱশ্যেই গেলিছিল।আৰু বেছি গেলিবলৈ ধৰা হলে সাধাৰণ জনতা গোন্ধত মৰিল হেঁতেন।বিজেপি আহিল,কংগ্ৰেছৰ গেলা পচাবোৰ আতঁৰালে।যথেষ্ট ভাল কাম কৰিলে,যি খন উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলিযেই মানিব নিবিচাৰে সেইখন ঠায়ে এই কেইবছত গুৰুত্ব পালে। বিজেপিও ক্ৰমে পচিছে,,কিন্তু কংগ্ৰেছৰ দৰে নহয়।সময় পৰিৱৰ্তনশীল লগতে মানুহ আৰু মনবোৰ।হয়তো পুনৰ নতুন আৰম্ভ হব নতুবা আগৰ হিচাপ নিকাচ!

    • @KD-dj1iq
      @KD-dj1iq หลายเดือนก่อน +8

      Kothatu hosa, congress dinot rasta ghat obosthaa nasil, atiyau 100% val nai huwa baru still 50% better. Ru Miya musilm bohut utpaat asil atiya olop komil. Corruption kintu atiyau aseaa

    • @basantahira8645
      @basantahira8645 หลายเดือนก่อน +3

      সুন্দৰ বক্তব্য

    • @flyingbird131
      @flyingbird131 หลายเดือนก่อน +2

      @@KD-dj1iq exactly manuhkhini bohut nholeu jotheso hantire ulabo humabo parisil.eta systemot hokolu hoisil.sakoriu bht dukhiya ghrr lra swaliye pyse,jitu agote dhoni ghrr mnuhe pysil.Tothapiu manuhbur kin2 selfish

    • @mainmail8924
      @mainmail8924 หลายเดือนก่อน

      Hosa ktha

    • @nabanitadeka8733
      @nabanitadeka8733 หลายเดือนก่อน +2

      Right ktha koise...15years xihatr karma bhout salu...Raino Mari Mari ses koril Rakibul atiya2 atao mora ni kiya

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k หลายเดือนก่อน +67

    ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

    • @apurbabhuyan8121
      @apurbabhuyan8121 หลายเดือนก่อน +1

      ২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.

    • @amarjitkurmi6502
      @amarjitkurmi6502 หลายเดือนก่อน +2

      মুৰ্খ প্ৰধানমন্ত্ৰী নালাগে

  • @LuisKachuwa
    @LuisKachuwa หลายเดือนก่อน +36

    congress zindabad 🎉🎉❤❤

  • @arupsenchuwa5004
    @arupsenchuwa5004 หลายเดือนก่อน +1

    আপুনি চিন্তা নকৰিব আমি সদায় আপোনাৰ লগত সদায় দিনে ৰাতিয়েই একাকাৰ কৰি লাগি থাকিম আৰু আছে ৰকিবুল ছাৰ

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx หลายเดือนก่อน +9

    Bhagin aru mama r final khel saam. Ei khelot Akhil Gogoi da bahut dangar bhumika thakibo.

  • @nawazhussain3201
    @nawazhussain3201 หลายเดือนก่อน +24

    Right Rakibul sir

  • @nawanitapator3572
    @nawanitapator3572 หลายเดือนก่อน +16

    খতাখত খতাখত খতাখত কাম কৰিব বুজি পাইছো ডাঙৰীয়া

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 หลายเดือนก่อน +8

    গৌৰৱ দা, আপুনি যিয়েই নকওক কিয়, বৰদলৈৰ পিছতে হিমন্ত হে অসম ৰক্ষাৰ ক্ষেত্ৰত সজাগ।

    • @Raw_TunEs
      @Raw_TunEs หลายเดือนก่อน +2

      চেপি খুন্দি মাৰি খাইছে কথা কবলৈ আহিছে।

    • @Violinabasisthasarmah1
      @Violinabasisthasarmah1 หลายเดือนก่อน +1

      Nemu ata r dam kimn?

  • @mohanpegu8397
    @mohanpegu8397 หลายเดือนก่อน +9

    Congratulations jai hind

  • @munmikakoti
    @munmikakoti หลายเดือนก่อน +6

    Gaurav gogoi zindabad

  • @rrhino9337
    @rrhino9337 หลายเดือนก่อน +3

    Our Gourav gogoi upcoming CM Assam 2026❤❤
    Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏

  • @assa516
    @assa516 หลายเดือนก่อน +39

    অসমৰ নেতা গৌৰব গগৈক 26 মুখ্যমন্ত্ৰী পতাৰ স্বাৰ্থত উজনি- নামনি, মধ্য -উত্তৰ অসমত কংজেপি এইবাৰ চাফাই হ’ব

    • @Boruah..
      @Boruah.. หลายเดือนก่อน +4

      Dom aase horuyai dekhuyabo Garav dadak..

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน

      দম আছে যদি হৰুৱাই দেখুওৱা।

  • @prince_babu_72
    @prince_babu_72 หลายเดือนก่อน +8

    Love you Gogoi ❤❤❤❤

  • @oxomormusic4453
    @oxomormusic4453 หลายเดือนก่อน +4

    Rokibul Sir, gaurav Sir, debabrat Sir, Bhupen Sir, ek hoi kam korok aru gaurav Gogoi Sir k agoloi loi jaok .CM bonaok,

  • @allaboutinmisingagom5018
    @allaboutinmisingagom5018 หลายเดือนก่อน +2

    Wow Rokiful hussain is real king ❤

  • @pranabnath2195
    @pranabnath2195 หลายเดือนก่อน +15

    আপোনা লোকৰ ১৫ বচৰ কি কৰিচিল এতয়া হে সাৰ পাইচে টোপনিৰ পৰা আগেত কৰা কাম বোৰ এবাৰ চকো মেলি চাউক চোন কি কৰিচিল

    • @gogoida598
      @gogoida598 หลายเดือนก่อน +2

      Tatia himanya congress t asil

  • @Tonmoydewri
    @Tonmoydewri หลายเดือนก่อน +1

    পাহাৰৰ শিল কোমল হলে বন্দৰে খায় নাইকীয়া কৰিলে হয়।এবাৰ দেউতাৰৰ লগবোৰক খুধি চোৱা পুৰণা কম্বল,আঠোৱা কেইটা কেনেকুৱা হৈ আছে। BJP ক হৰুৱাবলৈ সপোনত দেখিব।কিন্তু,দিথকত নহয়।

  • @rupakbaruah9093
    @rupakbaruah9093 หลายเดือนก่อน +6

    কাম নাই আগতে কি ঘটিতো কৰিছে কংগেছ এ

  • @ajirnews9635
    @ajirnews9635 หลายเดือนก่อน +1

    Gourav da always love you ❤

  • @JayPegu321
    @JayPegu321 หลายเดือนก่อน +4

    Thanks...❤❤❤

  • @Violinabasisthasarmah1
    @Violinabasisthasarmah1 หลายเดือนก่อน +1

    Upcoming CM ❣️

  • @nirmaldas169
    @nirmaldas169 หลายเดือนก่อน +9

    কাম নাই কংগ্ৰেছৰ

  • @MridhanRabha-cm2we
    @MridhanRabha-cm2we หลายเดือนก่อน +19

    কথা কোবাৰ প্ৰেক্টিছ কৰি আছে ৷ যাতে আৰু জনপ্ৰিয় হয় ৷

    • @user-uy3jz8oy4n
      @user-uy3jz8oy4n หลายเดือนก่อน +2

      মাইকী মাছ।

    • @pranabduarah707
      @pranabduarah707 หลายเดือนก่อน +1

      What do u mean by Female fish ? Need Male & female for production.

    • @TREYZ--07
      @TREYZ--07 หลายเดือนก่อน +4

      তই ভালকৈ শিকি ল প্ৰথম 😂

    • @ActressCurvy
      @ActressCurvy หลายเดือนก่อน +1

      Set Dal...🖕

    • @JituAhmedRJFilms
      @JituAhmedRJFilms หลายเดือนก่อน

      ​@@ActressCurvyhai re, ki xundor bhakha.... Tohoti axom khonok dubali.

  • @mofidrohman6393
    @mofidrohman6393 หลายเดือนก่อน +3

    Right 👍👍👍

  • @SavagemodeON973
    @SavagemodeON973 หลายเดือนก่อน +72

    হিমন্তৰ বিদায় ঢোল নাগৰা বজাই ৰাইজে দিব লাগে । হিমন্তৰ কাল বৰ্তমান অসমত তিনিজনে আছে ।গৌৰৱ অখিল লুৰিন এই তিনিজনৰ লগত অসমৰ শিক্ষিত আৰু সাধাৰন ৰাইজ আছে । গৌৰৱ অসমৰ ৰাজনীতিত ধাৰাবাহিক ভাৱে পৰিৱৰ্তন আনিব । যত আছে স্বচ্ছতা দেখা পোৱা যায় ।

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +7

      কংগ্রেস মিট্ৰ জোটে কেৱল তিনি খন আসন পালে বিজেপি মিট্ৰ জোটে এঘাৰ খন আসন পালে। তিনিখন কত আৰু এঘাৰ খন কত। তিখনৰে নগাঁও আৰু ধুবুৰী বাংলাদেশী মিঞাৰ সমষ্টি। গতিকে ইমান উনৈশত বা বলাই লাভ নাই। ২০২৬ চন বাদ দিয়া ২০৩১ চনতো আশা নকৰাই ভাল।

    • @technicalrakibbhai377
      @technicalrakibbhai377 หลายเดือนก่อน +2

      Abki bar 400 par hol na Bhai bjp mistar

    • @SavagemodeON973
      @SavagemodeON973 หลายเดือนก่อน

      @@kumudbaruah2001 ২০২৬ লৈকে চাই থাক । ফেকুৰ কটি ফাতি যাব । কেলেংকাৰী ওলাব নহয় । গম পাই যাবি তেতিয়া । বিজেপি চৰকাৰ নহয় এইবাৰ NDA চৰকাৰ হয় । মোদীৰ মইমতালি নচলিব সংসদত । এইবাৰ মিদিয়া বোৰকো মেনেজ কৰিব নোৱাৰিব । চাই থাক লাহে লাহে হিমন্তৰো কেলেংকাৰি ওলাব । বিজেপি ১১ খনত জিকি সমগ্ৰ অসমত যিমান ভোট পাইছে , কংগ্ৰেছে সমগ্ৰ অসমত বিজেপিত কৈ বেছি ভোট পাইছে । তাতে দেশৰ বিভিন্ন ৰাজ্যত বিধান সভা ইলেকচন আহি আছে, বিজেপি কেনেকৈ ধৰাশায়ী চাই থাক । বৰ্তমান মোদীৰ ইমান পাৱাৰ নাই অ ভাই ।লোকৰ হাতত ধৰি চৰকাৰ চলাব । তাকো কিমান দিন চলে থিক নাই । ২০৩১ বাদ দে ২০২৬ তে হিমন্তক অসমীয়াই বিদায় দিব । আমাক বামুন নালাগে চিধা কথা।

    • @SavagemodeON973
      @SavagemodeON973 หลายเดือนก่อน +6

      ​@@kumudbaruah2001অব কী বাৰ মোদী চৰকাৰ নহয় , অব কী বাৰ NDA চৰকাৰ । দেশত মোদী মেজিক নাই , এইবাৰ সংসদ আগৰ নিছিনা নচলে , মোদীৰ কেলেংকাৰি কেনেদৰে ফাদিল হব চাই থাক । মুম্বাই,হাৰিয়ানা,ঝাৰখন্দত মোদী কেনেকা হাৰিব চাই থাক । মোদীয়ে চৰকাৰে বচাব নে কামে কৰিব নে থিক নাই । কিমান দিন এই চৰকাৰ থাকে ঠিক নাই । ২০২৬লৈকে মোদী বিগ জিৰ হৈ যাব ,হিমন্তই ভগৱান দেখা দি মোদীক দেখে । এই ভগৱানক ৰাইজে নস্যাৎ কৰিব ।

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +6

      অৰুণাচলত আকৌ এবাৰ মোডী চৰকাৰ লগতে নতুন কৈ উৰিষ্যাতো মোডী চৰকাৰ। কংগ্রেসৰ কেইখন? ওফাইডাং মাৰি লাভ নাই। কথাৰে নহয় বন্ধু কামত পৰিচয়।

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 25 วันที่ผ่านมา

    Very good ledar gaurv gogoi next Cm congareess party zindabad gaurv long live

  • @ManashBhaii
    @ManashBhaii หลายเดือนก่อน +8

    গগৈ দেব আপুনি আগতে উন্নয়ন কৰক চোন ৰাইজক উন্নয়ন হে লাগে কথা নালাগে, নে আপোনালোকেও একেটা খালৰে মাছ।

    • @mukulbaruah1833
      @mukulbaruah1833 หลายเดือนก่อน

      Manash kukura apuni Bjp(Brastasari janata partyr) Dalaal he.

  • @user-ft2et4ok5n
    @user-ft2et4ok5n หลายเดือนก่อน +2

    গৌৰৱ গগৈ ড়াঙৰীয়া জিন্দাবাদ

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n หลายเดือนก่อน

    গৌৰৱ গগৈ,জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ

  • @helptricks1
    @helptricks1 หลายเดือนก่อน +1

    লেভেল দেখুৱাই কাৰোবাক লৈ চেলেঞ্জ কৰি একো লাভ নাই, বাপেৰে দেখুৱাই থৈছে কংগ্ৰেছৰ গাফিলতি গতিকে এক সত্য মানৱতা হৈ দেশৰ উন্নতি কৰক, অন্যথা উপালঙা কৰি *পাছ দিলে পৰ্বত* কৰি ৰাইজক হাবাথুৰি নাখোৱাব।
    _ধন্যবাদ_

  • @user-od7ik8bt2c
    @user-od7ik8bt2c หลายเดือนก่อน

    Gourab da and Raki da zindabad ❤

  • @user-yw7hv7nk6y
    @user-yw7hv7nk6y หลายเดือนก่อน

    মজাৰ ভাল লাগিছে আগোৱাই যাওক❤❤❤

  • @moonkazirangavlog8505
    @moonkazirangavlog8505 หลายเดือนก่อน +2

    গৌৰৱ গগৈ জিন্দাবাদ

  • @rajuahmed8647
    @rajuahmed8647 หลายเดือนก่อน

    Love you G.gogoi.❤❤❤

  • @dhirenboruah4665
    @dhirenboruah4665 หลายเดือนก่อน +9

    গৌৰব গগৈ জিন্দাবাদ

  • @utpaldeka5628
    @utpaldeka5628 หลายเดือนก่อน

    Sir we hope you keep your proud, not only for you but for Assam also...

  • @user-pl2os4zw3u
    @user-pl2os4zw3u หลายเดือนก่อน +1

    তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ একমাত্ৰ সাফল্য সন্তান ❤❤❤

  • @Parag-f3d
    @Parag-f3d หลายเดือนก่อน

    Jindabad❤

  • @Nearest-wo5co
    @Nearest-wo5co หลายเดือนก่อน +13

    Joi Congress

  • @jogendeka3361
    @jogendeka3361 8 วันที่ผ่านมา

    Great leader of Assam Gourov Gogoi ❤❤❤

  • @Itsbhabajyoti28
    @Itsbhabajyoti28 หลายเดือนก่อน +2

    One he will become the CM of Assam..mark my word

  • @miromiro659
    @miromiro659 หลายเดือนก่อน

    Only Gogoi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @shonhaque2843
    @shonhaque2843 หลายเดือนก่อน +4

    Nice

  • @geetadas585
    @geetadas585 หลายเดือนก่อน +13

    Congress zindabad

  • @user-iw7kf8to5t
    @user-iw7kf8to5t หลายเดือนก่อน +1

    God bless you 🙏congress Zindabad 🎉❤

  • @BolinDas-b4q
    @BolinDas-b4q 9 วันที่ผ่านมา

    Good dicision 👍👍✋✋🙋

  • @srigunajitsharma8282
    @srigunajitsharma8282 หลายเดือนก่อน +2

    Nije agote kandibo ari dia.14 khonar 3paisa ,kihor lebl di assa

  • @princhisaikia
    @princhisaikia หลายเดือนก่อน +1

    Congress ❤

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh หลายเดือนก่อน +3

    Right

  • @ritashree
    @ritashree หลายเดือนก่อน +1

    ❤❤ gaurav gogoi ❤❤

  • @ashibulhoque6954
    @ashibulhoque6954 หลายเดือนก่อน

    Right bhupen bora

  • @user-yl3fj5wt8j
    @user-yl3fj5wt8j หลายเดือนก่อน +2

    💯👍👍👍

  • @ajoygohain2470
    @ajoygohain2470 หลายเดือนก่อน

    Moozaa.... ❤❤❤

  • @asmsamurai3993
    @asmsamurai3993 หลายเดือนก่อน +1

    যদি মিয়া বাংলাদেশী অসমৰ পৰা খেদাব পাৰে তেতিয়া হে সমগ্ৰ থলুৱা অসমীয়াই আদৰি লৱ । গৌৰৱ গগৈক নহ'লে বিজেপি বা অন্য চৰকাৰ অহা আশা আছে অসমত ।

  • @atikurrahman4079
    @atikurrahman4079 หลายเดือนก่อน

    ধন্যবাদ

  • @kiranxetry9581
    @kiranxetry9581 หลายเดือนก่อน

    I think next cm G. GOGOI... I WILL ALWAYS SAPORTING

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 หลายเดือนก่อน +1

    3ta sit t imn kotha😂😂....

  • @rajbaba2432
    @rajbaba2432 หลายเดือนก่อน

    Ultimate excellence

  • @MantuRonghang
    @MantuRonghang หลายเดือนก่อน

    Next Guwahatit khelibo lagibo guorab sir

  • @user-yh4fb2hl5n
    @user-yh4fb2hl5n หลายเดือนก่อน +2

    Sakori kiman dibi

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv หลายเดือนก่อน

    Excellent space

  • @user-wv1ev5dp1h
    @user-wv1ev5dp1h หลายเดือนก่อน

    গৌৰৱ গগৈ অসমৰ গৌৰৱ

  • @himangsumasrong3945
    @himangsumasrong3945 หลายเดือนก่อน +1

  • @REGNEDOP
    @REGNEDOP หลายเดือนก่อน

    Goirov Gogoi and rakibul Hussain sir zindabad 🙌✅🚩🚩🚩

  • @dilakmili9277
    @dilakmili9277 หลายเดือนก่อน

    I salute you sir

  • @RajabPharmaconAndClinics
    @RajabPharmaconAndClinics หลายเดือนก่อน

    We need gogoi❤❤❤❤❤ as cm

  • @ManiyalNag
    @ManiyalNag หลายเดือนก่อน

    আমি আপোনাৰ লগত আছোঁ, জয় আই অসম 🙏

  • @bijoy.bosumtary
    @bijoy.bosumtary หลายเดือนก่อน +3

    11ta kot ase aru 3ta kot ase

  • @raju-xp4zp
    @raju-xp4zp หลายเดือนก่อน

    আমাৰ অসমত গৌৰৱ গগৈ এৰি দিয়ক এবাৰ

  • @AssameseMaker1
    @AssameseMaker1 หลายเดือนก่อน +1

    Himanta ke bohut bhal apuni❤❤

  • @ajoypegu4749
    @ajoypegu4749 หลายเดือนก่อน +1

    Very nice

  • @user-og1st6pt7b
    @user-og1st6pt7b หลายเดือนก่อน +1

    Good dicision ...

  • @birendoley7136
    @birendoley7136 หลายเดือนก่อน +5

    তিনি জন সাংসদ জিকোতে সিমান দম্ভালিও ভাল নহয়। প্ৰথমে ২৬ত জিকিবলৈ চেষ্টা কৰক।

  • @krishnakakaty2624
    @krishnakakaty2624 หลายเดือนก่อน +2

    Gwrob. Gogoi. Jinda. Bad. Kwne. Dolor. Buli. Nohoi. Tew. Ajon. Xot. Aru. Nixtha. Ban. Aru. Agoloi - - - - - -