অসম আন্দোলনৰ সময়ৰ অসম- এক নষ্টালজিক অনুভৱ I Chaturtha Stambha I

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • অসম আন্দোলনৰ সময়ৰ অসম- এক নষ্টালজিক অনুভৱ, কিছু কল্পনা, কিছু বাস্তৱ।
    Subscribe Us
    / @kumuddasofficial
    Follow Us
    / chaturthastamva

ความคิดเห็น • 106

  • @AltafHussain-wn6yf
    @AltafHussain-wn6yf ปีที่แล้ว +12

    আজি বহুদিনৰ মুৰত সেই অতীতৰ স্মৃতি মনত পেলাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। 🙏🙏

  • @alakjyotisarma2248
    @alakjyotisarma2248 ปีที่แล้ว +17

    আমিবোৰ তেতিয়া কলেজীয়া ছাত্ৰ আছিলো । জালুকবাৰীত ১৯৮৩ ৰ নিৰ্বাচন ৰোধ কৰিবলৈ দিনে নিশাই পথ অবৰোধ কৰিছিলো । আজি উপলব্ধি কৰিছো যে আমি মূৰ্খ আছিলো বাবেই তেতিয়াৰ ক্ষমতালোভী আন্দোলনৰ নেতা সকলে আমাক ঠগি সোণৰ অসমৰ পৰিবৰ্ত্তে নিজৰ বাবে সোণৰ পাহাৰ গঢ়িবলৈ সুবিধা পালে ।

    • @HellNo-o2m
      @HellNo-o2m 4 หลายเดือนก่อน +1

      বৰদেউতা আপোনালোকক পুলিচে বাধা দিচিল নে?

    • @alakjyotisarma2248
      @alakjyotisarma2248 3 หลายเดือนก่อน

      @@HellNo-o2m পুলিচে ঘৰৰ পৰা বহুতকে উঠাই লৈ গৈ গুলিয়াই মাৰিছিল আৰু বহুতো জীবন ঘুণিয়া হৈছিল।

  • @bhagabandas4888
    @bhagabandas4888 5 หลายเดือนก่อน +7

    আপোনাক অলেখ ধন্যবাদ।
    নতুন প্ৰজন্মই জনা দৰকাৰ। কিদৰে সময়ে সময়ে এচাম তেজাল ডেকাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল একমাত্ৰ আমাৰ ভৱিষ্যতৰ বাবে।

  • @aruphazarika4717
    @aruphazarika4717 ปีที่แล้ว +10

    ৰাইজক ৰামঠগন দি ৰজা হোৱা কাহিনী
    আছিল সেইয়া । সেইসময়ত চফল ডেকা
    আমিবোৰ এতিয়া বৃদ্ধ বয়সৰ আনুভৱ , কিমান মূৰ্খ আছিলো আমিবোৰ তেতিয়া !

    • @manojkumardutta8590
      @manojkumardutta8590 6 หลายเดือนก่อน +1

      একেবাৰে সত্য কথা।এই বদমাছ হতে অসমখনক শেষ কৰিলে তেতিয়াই।

  • @binodbujarbaruah
    @binodbujarbaruah 2 หลายเดือนก่อน

    It has helped us to learn many matters.
    In 1983 I joined in service under Central Govt. I had seen many incidents of Assam agitation. Many sacrificed but no result.

  • @BubumaniKalita555
    @BubumaniKalita555 ปีที่แล้ว +7

    Very quality content. This is the kind of reporting we were waiting for. Keep it up. ❤️

  • @KalyanPameh
    @KalyanPameh หลายเดือนก่อน

    বহুত কথা মনত পৰি পলাই দিলে 👍

  • @narendradas2904
    @narendradas2904 ปีที่แล้ว +2

    আপোনাৰ কখাবোৰ শুনি বৰ ভাল লাগিছে , পূৰনি কখাবোৰ মনত পৰিছে

  • @7gc970
    @7gc970 หลายเดือนก่อน

    সেই সময়ত মই অষ্টম শ্ৰেণীত পঢ়িছিলো
    কংগেছ সাশনত চিয়াপি অতেশ্বাৰত বহুত দৌৰী পলাইছিলু । শেই সময়ৰ কথা মনত পৰিলে কংগেছ দলৰ মানুহ বোৰক জিয়াই থব মন নেজাই । সুবিধাৰ বাদী নেটাই নিজৰ চাথ কাৰণে ১৯৫১,, চনৰ থাইত ১৯৭১ চনৰ নাগৰিকত্ব কৰিছিল । সেই বাংলাদেশী বিদেশীক কংগেছ দলে বৰ পিয়াত বহোৱাই অসমত বিদেশীয়ে দখল কৰিলে । কংগেছ দলৰ কাৰণে এনে এটাৰ আন্দোলন কৰিব লগা হল অসমীয়াৰ বহুত টেজাল ডেকাই নিজৰ দেশৰ কাৰণে বলিদান দিলে ।

  • @jitendrarabha4660
    @jitendrarabha4660 6 หลายเดือนก่อน +1

    সঁচাকৈ,এই অনুষ্ঠানটোৱে আমাক অতীতলৈ লৈ যায়,জানোচা সেই সময়ৰ দিনতহে বাস কৰিছো যেন লাগে, মনবোৰে অতীতৰ সেউজীয়াবোৰ বিচাৰি পায়৷

  • @manojkumardutta8590
    @manojkumardutta8590 6 หลายเดือนก่อน +5

    এই আন্দোলন কৰিয়েই কেইটামান নেতা মন্ত্ৰী হৈ অসম খন শেষ কৰিলে। কিমান শ্বহীদ হৈছিল কিন্তু বিদেশী কেইবা খেদিলে।

  • @hemantabhumij9570
    @hemantabhumij9570 ปีที่แล้ว +1

    আপোনাৰ কথাবোৰ খূনি বহুত ভাল লাগে😍😍😍
    4.33 se 1985 চনতো fan আছিল

  • @csblg6294
    @csblg6294 ปีที่แล้ว

    Bhut bhut dhainyabad aponaloi... Mnt pori gol tahanir axam andolon r ktha... Karon moiu agoraki andolonkari asilu class nine t porhisilu🙏❤❤

  • @manikdevnath3853
    @manikdevnath3853 5 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ নজনা তথ্য দিয়াৰ বাবে জয় আই অসম।

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 ปีที่แล้ว +9

    সেই দিনবোৰৰ কথা মনত পৰিলে বুকুখনত কিবা বিষ অনুভৱ হয় ।

  • @manashjyotisarma9971
    @manashjyotisarma9971 หลายเดือนก่อน

    Bahut najana kotha janilu. Good job

  • @babitatalukdar8541
    @babitatalukdar8541 9 หลายเดือนก่อน

    Kumud babu aponar programe bore sai purani kothabore manat pelao. Thank you.

  • @riikikashyap6322
    @riikikashyap6322 ปีที่แล้ว +11

    Axom andolonor uporot Aru eti bohol bhabe video bonai ....... upload Kribo sun

  • @user-qm2oo9ox7n
    @user-qm2oo9ox7n ปีที่แล้ว

    বহুত কথাই মনত পৰিল

  • @ranjumonborah860
    @ranjumonborah860 2 หลายเดือนก่อน

    U r great

  • @ushadas6078
    @ushadas6078 ปีที่แล้ว +1

    ভাল লাগিল ।১৯৮৩ চনত সপ্তমমানত আছিলোঁ ।আন্দোলনৰ ভয়াবহ দিনৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ বাবে ভিডিঅ'টো চাই নষ্টালজিক হৈ পৰিলোঁ ।

  • @tushargoswami6036
    @tushargoswami6036 ปีที่แล้ว +2

    জুয়ে পোৰা ৮৩ ৰ সেই দিনবোৰলৈ মনত পৰিলে আজিও বুকু খনৰ বিষ অনুভৱ কৰোঁ।আজিও চি আৰ পিৰ লাঠীৰ কোব মনত পৰে।তেতিয়া মেট্ৰিকৰ ছাত্ৰ আছিলোঁ।

  • @chandramapathak8243
    @chandramapathak8243 ปีที่แล้ว

    ধন্যবাদ

  • @dharmendradas2825
    @dharmendradas2825 ปีที่แล้ว +1

    মইও জুই লৈ আন্দোলন কৰিছিলোঁ।সৰু আছিলোঁ তেতিয়া। তেঁতেলীয়া। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ।padumbori।জালুকবাৰী।crp খেদিছিল আমাক ।এতিয়াও মনত পৰে সেই দিনবোৰ।

  • @balendas4511
    @balendas4511 6 หลายเดือนก่อน

    ধন্যবাদ।❤

  • @ramsahu9708
    @ramsahu9708 ปีที่แล้ว

    Hundar hoise dada😍😍😍😍😍

  • @rumibora275
    @rumibora275 ปีที่แล้ว

    Joi ai oxom jinda bad with bhupen da

  • @kirangogoi4748
    @kirangogoi4748 ปีที่แล้ว +4

    আন্দোলন কাৰীৰ মাজত সোমাই নিশ্চয় আছো ।1983 ,no solution no election .( অবৈধ নিৰ্বাচন)

  • @user-qo2bb4jv8s
    @user-qo2bb4jv8s หลายเดือนก่อน

    JAI AII ASOM

  • @nayanjyotibaruah4165
    @nayanjyotibaruah4165 5 หลายเดือนก่อน

    সেই সময়ত পৃথিৱীলৈ অহা নাছিলো যদিওঁ মা দেউতা ককা আইতাৰ মুখত শুনিছিলো সেই সময়ৰ বহু কথা। আজি শ্বহীদৰ তেজক উপলুঙা কৰি এচাম নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি ৰাইজলৈ পিঠি দিছে।

  • @dr.gobindamoral7359
    @dr.gobindamoral7359 5 หลายเดือนก่อน +3

    অসমীয়াৰ ভুল কত ? অসমীয়া এটি জাতি যিয়ে ১৯৭৯ চনতেই ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি অবাধ বিদেশী প্ৰবজনৰ বিৰোধিতা কৰিছিল । কিন্তু ৰাষ্ট্ৰ যন্ত্ৰৰ স্থিতিত স্তম্ভিত অসমীয়াই ৮৫৫ জনৰ অধিক তেজাল যুৱকৰ বলি দান দি সমগ্ৰ ৰাষ্ট্ৰ ব্যবস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিলে । ফলত অসম সহিতে সমগ্ৰ উত্তৰ পূব অশান্ত হৈ পৰিল । ইয়াৰ পৰিণতি এতিয়াও দেশ - জাতিক ভাল পোৱা ব্যক্তি, পৰিয়ালে ভোগ কৰি আছে আৰু আন্দোলনকাৰী দালাল (প্ৰফুল্ল আৰু সাংগো পাংগো) সকলে ৰাজনৈতিক সুবিধা গ্ৰহণ কৰি আছে । এইটোৱে অসমীয়াৰ দুৰ্ভাগ্য.......ধন্যবাদ ।

  • @pareshthakuria4265
    @pareshthakuria4265 5 หลายเดือนก่อน

    অসম গণ পৰিষদ দলটো ৰাইজৰ দ্বাৰা গঠিত হোৱা দল। আজি দলৰ নেতৃত্বই অসমীয়া ৰাইজৰ মাজত দলটো ধৰি ৰাখিব পৰা নাই। আমি যিহেতু অসম আন্দোলনৰ সময়ত আমিও বিদেশী বহিস্কাৰ আন্দোলনত জপিয়াই পৰিছিলো। আজি সেই ৰামো নাই অযো্ধ্যোও নাই। এই ফটোখন দেখিবলৈ পাই আমি বৰ্তমান মৰ্মাহত হৈছোঁ।

  • @manudeka8082
    @manudeka8082 ปีที่แล้ว +1

    👍👍👍👍👍

  • @rimlideka1312
    @rimlideka1312 4 หลายเดือนก่อน +1

    মোৰ ককা প্ৰয়াত গিৰিশ চন্দ্ৰ ডেকা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁৰ মুখত শুনিছিলো মই অসম আন্দোলনৰ কথা আজি তেও আমাৰ মাজৰ আতৰি গুচি যোৱা এবছৰ হল তেখেতৰ স্মৃতি আজিও মোক কন্দুৱাই 😢😢😢😢

  • @kirangogoi4748
    @kirangogoi4748 ปีที่แล้ว +6

    প্ৰায় 3 কিলোমিটাৰ খেদি খেদি b s f ৰ মোলৈ দুজাই গুলি ৰ কথা মনত পৰিলে আজিও জীৱ উৰি যায় ।

  • @dzling
    @dzling ปีที่แล้ว +1

    Your Voice Owsm

  • @arpanbora8423
    @arpanbora8423 5 หลายเดือนก่อน

    Dada assam movement or uporot eta detailed dhuniya video bonabo sun..pls🙏🙏

  • @gmonjaitakekorim4469
    @gmonjaitakekorim4469 ปีที่แล้ว +2

    Sir Apunar Thumbnail t spelling vul hoi ase thik kori lowk

  • @deepjyotidas2397
    @deepjyotidas2397 5 หลายเดือนก่อน +2

    Axomiyar tiyag tezor rongali othole gol, kuno ata xongram success nohol, jaati tu bikri hoi gol aru aibilak abeg kori moi bhabu aku laav ni😢😢😢

  • @deboborah5858
    @deboborah5858 ปีที่แล้ว

    Very sound voice

  • @pankajsaikia1290
    @pankajsaikia1290 ปีที่แล้ว

    আপুনি কোৱা কথাবোৰ শুনিবলৈ ভাল ৷ ভালবোৰহে শুনিলো বাকীবোৰনো কেনেকৈ পাহৰিছো ! এটুকুৰা ঘা্ঁ হৈ ...

  • @user-sh4gd3nh6e
    @user-sh4gd3nh6e 5 หลายเดือนก่อน +1

    এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।

  • @navabora9489
    @navabora9489 5 หลายเดือนก่อน

    অসমীয়াৰ আবেগৰ ঢৌত সকলো উটি ভাহি ককবকাই আছিল তেতিয়া কিন্তু পিছত দেখিলোঁ নেতাবোৰে নিজ স্বাৰ্থ সিদ্ধি কৰাত হে মনোনিবেশ কৰিলে।

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s หลายเดือนก่อน

    আমাৰ আঞ্চলিক ৰাজনীতিৰ পতনৰ আঁৰত কোন কোন? মোৰ দৃষ্টিত কিছুমানে অসমখনক ভোগ্য সম্পদ বুলি ভৱা জাতিকেইটাই নেকি ?

  • @karishnamoni4659
    @karishnamoni4659 ปีที่แล้ว

    Good job 👍👍👍

  • @kalpanadas6707
    @kalpanadas6707 ปีที่แล้ว

    🙏🙏🙏

  • @SA_Lifestyle278
    @SA_Lifestyle278 ปีที่แล้ว

    Val lagr

  • @pragyanbora5527
    @pragyanbora5527 5 หลายเดือนก่อน

    Val lagil❤️

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s หลายเดือนก่อน

    এজাক তথাকথিত দেশ-প্ৰেমিকৰ সৃষ্টি কৰিছিল এই আন্দোলনটোৱে।

  • @khodezanazneen1768
    @khodezanazneen1768 หลายเดือนก่อน

    Bahut kotha monoloi ahil, dukh lagil

  • @Future_Fouji009
    @Future_Fouji009 6 หลายเดือนก่อน

    Ajiu ga joli uthe 🥺 axomiya je ❤⚔️

  • @chinmoydeka5303
    @chinmoydeka5303 5 หลายเดือนก่อน +11

    অসমীয়াৰ tezere অসম rangoli kora congress a etia akou bidekhi birudhir vau dise aru ami অসমীয়াই hihotor kothat vul goi asu 😢

    • @arpanbora8423
      @arpanbora8423 5 หลายเดือนก่อน +3

      Upai nai...ki koriba..bjp u tu ekei ulal...sob national party e tenekua...jetialoike amar regional party eta strong nohobo...ami bur strong nohom...eku nohobo

    • @daiudibrhim5195
      @daiudibrhim5195 5 หลายเดือนก่อน

      Ajp timot 83 ok man

    • @chinmoydeka5303
      @chinmoydeka5303 5 หลายเดือนก่อน

      @@arpanbora8423 heitu hoi kintu amar j strong regional party hobo heitu hopunotu akha kora vul

    • @moinulhouque2602
      @moinulhouque2602 5 หลายเดือนก่อน

      Correct

    • @dipankargogoi21
      @dipankargogoi21 หลายเดือนก่อน

      Atia akou bjp a bidekhi anibo khujise.. law bonai ..

  • @poragjyotisaikia499
    @poragjyotisaikia499 ปีที่แล้ว

    Thanks🌹 from💯from Andhrapradesh, neillordistric.

  • @hemantadas2357
    @hemantadas2357 ปีที่แล้ว

    Bohut val prgamme

  • @adityakalita5560
    @adityakalita5560 6 หลายเดือนก่อน +1

    অতীতক পুণৰ সুৱঁৰিব লাগে অসমীয়াই। শ্বহীদৰ কেঁচা তেজৰ গোন্ধ অসমীয়াই সোনকালে পাহৰি গ'লে নহ'ব।

  • @mrfranchis1335
    @mrfranchis1335 ปีที่แล้ว +1

    Joy Aii asom.

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z หลายเดือนก่อน

    Amar ghor r kakhote voting centre.ami polai goi belegor ghor t asilu.tetiya mur age 4years.moi bhoy t dhekihal t paikhana korisilu😂😂

  • @medhilogichouse7859
    @medhilogichouse7859 ปีที่แล้ว

    এই andolanৰ কাৰণে অসমীয়া আজিলৈ ভুগি আছে। আৰু বহুতো আছে।।।।।।।

  • @balendas4511
    @balendas4511 5 หลายเดือนก่อน

    ম ই পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া।

  • @dhrubasarmah7412
    @dhrubasarmah7412 6 หลายเดือนก่อน

    Mangaldai r pora aarombha hoisil.

  • @ihatepolitics9799
    @ihatepolitics9799 ปีที่แล้ว

    Jonmo hua nasil bt ma hotor mukht bht funny kahihi hunislu atiyao heibor procholito.. Abar armyr gari ekhne heno gosor mura tuke bomb buli vabisl.. Ako Amar jethai ajniye rati poloyte nijor lora tuk buli vabi garu tuke bukat bandhi loi polaisl aru tenkua dher funny kahini jorito hoi ase 1983 andolont.

  • @yoyyyy668
    @yoyyyy668 ปีที่แล้ว +1

    Ami sarote dekha andolanar kotha monot pore.mor deuta ma hote andolonot sahari jonaisil .83 sonor nirbasonor bhoiloga somoi monot pore

  • @dayalsarma6108
    @dayalsarma6108 ปีที่แล้ว

    Assam andolone huie ki love haul ki haul jone voice d ase

  • @bitukonwar2116
    @bitukonwar2116 5 หลายเดือนก่อน

    অসমী‌য়াৰ সেই সাহ পিত কেতিয়াবাই শুকাই নিতাপ মাৰিলে

  • @hiteshwarray4270
    @hiteshwarray4270 5 หลายเดือนก่อน

    1951 nrc aasu rong acrod korile
    Mor koka deuta 1979-85 dhubri choudhary chor alomganj mati bari sob ari 😢 kokrajhar ahise assu aji loike ba ulfa agp khilonjiya tholgiri songa dibo parivo nee ketiya? Moi koch Rajbongshi

  • @utpaldas4887
    @utpaldas4887 ปีที่แล้ว

    Mor jatha sahid andolon bifol jatir karone khoti ai andolon boro bhi ?

  • @nikulahkar6838
    @nikulahkar6838 5 หลายเดือนก่อน

    Atia A G P aru BJ p a keijon bideshi khedile ne bideshik lal dalisa pari dile.satra satrir amulya jiban nasta Kori Dall gathan Kori atia rajpat bhog korar bahire ako fall nai

  • @linaghy
    @linaghy ปีที่แล้ว

    Sarute sunisilo....Ahoi Ah Olai Ah....

  • @rahuldas532
    @rahuldas532 ปีที่แล้ว

    Aji kali Ane Ekk Disha Aru ketiyau Dekha Napai. karan Atiya khakolu bur conges Aru bjp., Dol ari jodi Apuni Andulon kribo jai tetiya poriyal karane bipod Ahibo paree ..aru jati mati dekhor karane sinta kribo nuwaree...

  • @allvideochannel1311
    @allvideochannel1311 ปีที่แล้ว +1

    Apuni logt asilene

  • @nipankarkalita9791
    @nipankarkalita9791 5 หลายเดือนก่อน

    chief minister k dexok e2

  • @WhoamI-jf2ed
    @WhoamI-jf2ed ปีที่แล้ว

    Aasu a axom ses dile
    1971 kori
    1951 ot NRC inai bonape

  • @hainabrahma3722
    @hainabrahma3722 ปีที่แล้ว

    Asomiya kak koi ? Ji khokolor vakha Asomiya ne beleg ?

    • @gunjanahellopoint440
      @gunjanahellopoint440 ปีที่แล้ว

      অসমীয়া ভাষী আৰু অসমত থকা বিভিন্ন ভাষী অসমীয়া কব পাৰি।

    • @hainabrahma3722
      @hainabrahma3722 ปีที่แล้ว

      @@gunjanahellopoint440 prothome uttor diababe dhonyobad , source please .

    • @ihatepolitics9799
      @ihatepolitics9799 ปีที่แล้ว

      @@hainabrahma3722 jenekoi Indiat baxh kora hokoloke Indian buli koy teo punjabi, bihari, gujrati etc jiye nhowk tenekoi axomt baxh kora lok hokolok axomia buli koy sonoyal, kochari jiye nhoko kio..

  • @moinulhouque2602
    @moinulhouque2602 5 หลายเดือนก่อน

    CAA-असम आंदोलन ,1985 असम सूक्ति अस्वीकृत l असमिया भाषा-संस्कृति अंधकार की ओर जा रहा है.ASSU का खून अभी किसने ठंडा कर दिया?

  • @user-sh4gd3nh6e
    @user-sh4gd3nh6e 5 หลายเดือนก่อน

    এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।

  • @nayandas2581
    @nayandas2581 ปีที่แล้ว

    🙏🙏🙏

  • @user-sh4gd3nh6e
    @user-sh4gd3nh6e 5 หลายเดือนก่อน

    এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।