ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এই মহান কাৰ্য ৰ লগত জড়িত ব্যক্তি কেইজনক হাজাৰ নমস্কাৰ।🙏🙏🙏
🙏🙏🙏
🙏🙏🙏🙏🙏
Nomskar❤❤❤
@@NOGArtDrawing cm
সচাকৈয়ে এক চিৰন্তন সত্য "মৃত্যু"... "চণ্ডাল "এই বৃত্তিৰ লগত জড়িত ব্যক্তি সকল সচাকৈয়ে মহান, বৰ সুন্দৰ অনুষ্ঠানটি |
এনেকুৱা সত্য ঘটনাৰ অনুষ্ঠান বোৰ চাই বহুত ভাল লাগে
মহান কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি বোৰক চৰকাৰৰ ফালৰ পৰাও মাহিলী কিবা এটা অনুদান দিব লাগে বুলি স্মশান কতৃক্ষই চৰকাৰক অৱগত কৰিলে তেওঁলোকৰ পৰিয়ালৰ উপকাৰ হব।কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি সকলোক মোৰ 🙏🙏🙏
মানুহজনৰ আচৰণ বহুত সহজ সৰল,,, ধন্য মানিছো আপোনাক,ভালে কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো।প্ৰকৃত চৰণত পৰিব লগা মানুহ আপোনালোকহে🙏 Reporter jonoloi bahot xuvkamana.
সচাকৈ মানুহ জন বৰ ভদ্ৰলোক । এখেতৰ কথা বোৰত এজন শিক্ষিত মানুহৰ চিনাকি দিলে ।
😨😱😱😱
অনুস্থানটি ভাল লাগিল । সাংবাদিক গৰাকীৰ কথা কোৱাৰ শৈলী অতি মনোগ্ৰাহী . . .
কৃষ্ণ ধন্য ধন্য চন্দাল বুদ্ধিত উত্তম।নেদেখুলো পৰম ভকত তোৰ সম।চাৰিও বেদৰ তত্ত্ব তই আছা জানি।তইতো উত্তম জাতি তই মহামানি।তীৰ্থক পবিত্ৰ কৰে ইটো কোন ছিদ্ৰ।তোৰ দৰশনে হোৱে জগত পৱিত্ৰ।কৃষ্ণ তোমাক কৌটি কৌটি প্ৰনাম 🙏🙏🙏🙏🙏
Krishna madhaba
😊
চন্দাল শব্দ টো শুনিবলৈ বেয়া যদিও প্ৰকৃততে তেওঁলোকেই মহান কাম কৰে
শ্মশান সুন্দৰ।মই নিজেও নিজকে চণ্ডাল বুলি কৈ ভাল পাওঁ,কৰোঁ ৰাইজক সহায়।ভাল লাগে বিপদৰ সেই সময়ত মানুহৰ কাষত থিয় হৈ।
মানুহজনৰ কথাখিনি শুনি বহুত ভাল লাগিল।
জীৱনৰ বাস্তৱ সত্য। এইটো এটা বৃতি বৰ ব্যতিক্তমী । চৰকাৰে এই বৃতিত জড়িত ব্যক্তি সকলক দৰমহাৰ আওতাত আনিব লাগে। কিয়নো তেওলোক মানৱ জীৱনৰ চিৰন্তন সত্যৰ লগত জড়িত ও সমাজৰ অপৰিহাৰ্য সাহসী ব্যক্তি।🙏🙏🙏
Great dada
পবিত্ৰ স্থান হৰ হৰ মহাদেৱ 🔱🙏🔱
😅😅😅😅😅😅
♥️🕉♥️🙏
Jai aghora ❤jai Mahakaleshwar ❤
@@masalafoodbankassam1871hahiso keloii
@@masalafoodbankassam1871Rendir baccha Miya kyo hahisa
মানুহজনে মাকক যে বহুত ভাল পায় তেওঁৰ কথাখিনিৰ পৰাই বুজিব পাৰি।"মা লৈ মনত পৰে মা ও এদিন মৰিব"
নামটো চণ্ডাল নকৈ বেলেগ নাম দিব নোৱাৰি নে । তেওঁলোকো মহান কাম কৰি আছে 🙏🙏🙏
এওঁলোকৰ পৰিচয় এইটো নামেৰে।
Chandale thik ase 💀
Sondal nohoi Horishondro om nomoh sibai,.
ধন্যবাদ থাকিল আমাক অনুষ্ঠানটো উৎসৰ্গা কৰাৰ কাৰনে।
চৰকাৰে এইবোৰ দেখা নাপায়। কেৱল লাখপতি বাইদেউ সকলক হে দেখা পাই
hosa kotha koise dada . FL2 SORKAR
এনে মহান কাৰ্য্য কৰা লোক সকলক চৰকাৰে মাহিলী পাৰিতোষীক দিব লাগে।
, তেওঁ লোকক ভগবানে ভালে ৰাখক কাৰণ তেওঁ লোক আমাৰে মাজৰ এজন
চনদাল নহয় মহান
চৰকাৰে এনেকুৱা মহান ব্যক্তিসকলক মাহিলি দৰমহা দিয়াৰ ব্যবস্থা কৰিব লাগে
কিছুমানে চিঞৰি চিঞৰি আৰম্ভ কৰে কথাবোৰ সেইবাবে ভাল কথাবোৰও বেয়া লাগে শুনি,আজি ভাল লাগিল
মহৎ কৰ্ম। সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।
মই এটা কথা কম সকলোঁ মানুহে দিনত সময় পাই স্মাসানত ফুৰি আহিব লাগে জীৱন কি তেতিয়াহে গম পায় ।
মই খিনিতে মোৰ এটা কথা ব্যক্ত কৰিব বিছাৰো যে-চৰকাৰে দেখোন বিভিন্ন ধৰণৰ আঁচনি বনাই হকে বিহকে মানুহক পইচা দি থাকে,কিন্তু এখেত সকলৰ বাবে নুন্যতম কিবা এটা জলপানি দিয়া ব্যৱস্থা কৰিব নোৱাৰে নে!যত তেখেত সকলৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষা আৰু দৰৱ দিয়া বিষয়টো সামৰি লব পাৰি!এই কথাষাৰ কৰোৱাক কোৱাৰ আঁৰত মোৰ কোনো ৰাজনৈতিক স্বাৰ্থ জৰিত নাই!
ঠিকে কৈছে আপুনি
কি জীৱন! গোটেই জীৱন এই দেহাটো বাবে কত যে কি কি কৰোঁ। তাকো সেই দেহা পুৰি শেষ হয় মাত্ৰ ২ঘন্টাত। আচৰিত এই জীৱন সচাঁকৈয়ে 😢😢😢😢😢
😢😢😢😢😢😢😢
পৰিবেশন টো বহুত সুন্দৰ হৈছে । পৰিবেশন টো আগবঢ়ায় নিয়া গৰাকী ৰ অসমীয়া ভাষাৰ উচ্চাৰণত ভুল ভ্ৰান্তি কম বহুত ভাল হৈছে । এনে এগৰাকী ৰ পৰা আমি বা-বাতৰি পৰিবেশন হোৱাতো বিচাৰোঁ
সচাই এখেত এগৰাকী মহান লোক।
পৃথিৱীত কোনো আপোন নহয়, কোনো পৰ নহয়।সকলো এদিন যাবৈ লাগিব।
।।ভিডিঅতো সম্পূৰ্ণ কৈ চালো সুখ আৰু দুখৰ মাজত থাকি ভালেই লাগিল।।
This line =আমি কিন্তু দৰমহা পাতি একো নেপাওঁ দেই বাইদেউ ❤
পৱিত্ৰ স্থান সুন্দৰ বাৰ্তালাপ। এই মহান কামৰ লগত জৰিত প্রতি জনক বহুত প্ৰণাম। শুভ ৰঙালী বিহু।
এজন অতি ভদ্ৰ আৰু জ্ঞানী ব্যক্তি। তেখেতৰ চিন্তাধাৰাত বৈজ্ঞানিক দৃষ্টিভংগী পৰিলক্ষিত হৈছে।
May be one of the nicest calmest assamese reporter I have ever seen. Keep it up 🙏
শ্মশান ৰ কথা শুনি ভাল লাগিল।কিন্তু এটা কথাহে বেয়া লাগিল,চৰকাৰে মে আজিলৈকে একো এটা মজুৰি দি😢 নাই সেইটোহে বেয়া লাগিল।দিব লাগে
খুব ভাল লাগিল এই অনুষ্ঠান টো, ধন্যবাদ। 🙏🙏🙏
নলবাৰীৰ বুলি জানি ভাল লাগিল মোৰ ঘৰ নলবাৰীত।
Hundor bikhoi aru hundor video,dhanyabad Prag News, Digitel
Sundor interview❤ reporter goraki bor dhunia aru sorolota ase.. Kisuman je ase karha rupt kotha hudhe...
𝙔𝙖𝙨𝙨𝙨𝙨𝙨,...❤😘
বহুত ভাল লাগিল আৰু কিবা এটা দুখো লাগিল মানুহ জন বহুত সৰল।।
এই চেনেলৰ জৰিয়তে, অসম চৰকাৰলৈ অনুৰোধ কৰিম এই মানুহ খিনিক চৰকাৰী সাহায্য হিচাপে কিবা এটা দিব লাগে 🙏
❤❤বৰ ধুনীয়া কথা ক'লে জীৱন দুদিনীয়া আহিছো যদি এদিন মৰিবই লাগিব 😢❤
মহান কাম 🙏 ঈশ্বৰ প্ৰতিটো সময়তে তেওঁলোকৰ লগত আছে ।🙏
মহৎ কাম দাদা । আপুনি শ্ৰদ্ধাৰ পাত্র ।আপোনাক প্ৰনাম জনাইছো ❤️🙏🙏
এই বাস্তৱ মানি লোৱা সকলৰ কোনো দিশত অহংকাৰ নাই
তেওঁক চাণ্ডাল নকৈ,, হৰি ভকত বুলি কৈ
Thik kayse❤❤❤❤
সুন্দৰ পৰিবেশন তেওঁলোকক কিবা এটা মাননী দিব লাগে যিহেতু স্মখা ন এখন পবিত্ৰ ঠাই সৰুতে কবিতা পঢ়িছিলোঁ স্মখ খান কবিতা টো আজিও মনত পৰে।
শ্মশান মানেই স্বৰ্গ। ইয়াতকৈ শান্তিপূৰ্ণ স্থান আৰু কতো নাই।ভয় কৰিব লগীয়া কোনো কথা নাই?
Sochan Mane sorgo hoboloi hole jiyai thoka kalot dharmik birokti hobo lagibo buli moi vabu.
Right 👍
Baa joni aru manuhjonor imn dhuniya ktha❤❤..bhut val lagil sai.
শান্তি স্থান তাত কৈ আৰু কতো নাই❤❤
এইয়া এক মহান মানৱ সেৱা ❤❤🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক 🙏
Swalli jnir ktha behaviour dhnya vl lgil im impressed keep it up
সাংবাদিক গৰাকীৰ কথাবোৰ খুবেই সুন্দৰ।
মৃত্যুয়ে যে সত্য তাৰে এক প্ৰমাণ 😢❤কি মোহ-মায়া,কি আশা-আকাংক্ষা,বেয়া-ভাল জীৱনৰ শেষত কিন্ত সঁচাকৈয় কেৱল শূন্য 😢
য'ত মনুষ্যই মুক্তি পায় সেইখন পবিত্ৰ ঠাই শ্মশান।
মই মাজে মাজে জাও মানৱ জীৱনত একো নাই সেই বাবে বাছি থকা দিন কেইটা সকলোৱে মিলি থাকক 🙏🙏।
Bhal lagil. Jeevan mane ki akou buji palu. অথিৰ ধনজন জীৱন যৌৱন..,, নতুনকৈবুজি পালো।
এইটো বৰ শ্ৰদ্ধেয় পেছা,সকলোৰে কাৰণে সম্ভৱ নহয় এই কৰ্ম৷বৰ সাহসী কাম৷🙏
val lagile video tu 🙏
ভাল প্ৰয়াস প্ৰাগ নিউজৰ, ধন্যবাদ।
আটাইতকৈ শক্তিশালী মানুহ জন এই জন 😱
এই মহান কৰ্ম কৰা সকলো লৈকে বহুতো শ্ৰদ্ধা জনালোঁ। প্ৰভুৱে শক্তি দিয়ক 🙏🙏🙏
জয় শ্ৰীৰাম। ৰাম নামেই যি সত্য। তেৰাৰ নাম নিৰন্তৰে বোল জয় শ্ৰীৰাম।
Provu mohadev r oinyotom pobigro sthan❤❤❤❤somshan❤❤❤❤Har har mohadev❤❤
সুন্দৰ অনুস্থান । বাৰ্তালাপ ভাল লাগিল ।
Reporter joni bor dhuniya❤
Reporter ❌Powerful women ✅Selote ma'am 💪🏻🙏🏻
Bohoot simple reporter👍
সকলোতকে বেছি পবিত্ৰ স্থান হ'ল শ্মশান
ধন্যবাদ জনাইছো,, বহুত মহান কাম কৰাৰ বাবে।
শ্মশান হৈছে আমাৰ জেগা ❤🙏
বাতৰিটো চাই ভাল লাগিল ।আৰু বহুত নজনা কথা জানিলো ।ধন্যবাদ বাইদেও ।
অনুষ্ঠান টো বহুত বেছি ভাল লাগিল এদিন মৰিম কি আচৰিত সত্য কেতিয়াবা খুৰা জনক লগ কৰিব যাব লাগিব
চব মিছা কথা. ভোটৰ ভয় খুৱাই বিদেশীয়ে মাটি লৈ আছে. কাৰণ আমাৰ জাতিটোৰ ভয় বহুত.
News2 মই ভূত ৰ কথা সুনিম বুলি ভাবি চাইছিলো কিনটো ইমান গভীৰ হৈ গলো যে কেতিয়া শেষ হল গম এ নাপালো😢😢🙏🙏
ককাইদেউ বহুত ভাল লাগিল আপুনি খদাই ভালে থাকক।
মানুহ জনৰ কথা খিনি শুনি বৰ লাগিল,
হৰ হৰ মহাদেৱ
মহৎ কৰ্ম। তেখেতক প্ৰণাম জনাইছো 🙏🙏🙏
মৃতদেহ জ্বলালে সৎকাৰ কৰা বুলি কয় । সৎ উদ্দেশ্যৰে কৰা কাম । শ্মসানত কাম কৰা লোক সকল মহান 🙏 🙏 তেওঁ লোকক চন্দাল বুলি নকৈ , মহাত্মা বুলি হে কব লাগে
Respect botton for this person ❤
Best Reporting.....❤❤❤
মানুহ জন বহুত ভাল ❤পবিত্ৰ কাম কৰি আছে।
সুন্দৰ অনুষ্ঠান এটি চালো❤❤
হক হৰ মহাদেৱ
আপোনালোক মহান ❤🙏🙏🙏
Har Har Mahadev❤🙏🙏🙏🙏
মানুহ মৰিলে সকলো শেষ ভূত প্রেত সকলো মিছা থৈ যায় মাএ গুনানু কৃতি ।
সচাকৈ মহান কাম কৰি আছে। 🙏🙏🙏
হৰ হৰ মহাদেৱ 🙏🙏🙏
Great work Dada,respecte🙏❤️ Along with nice presentation by PRAG NEWS
Manuh jonor kotha bilak eman val lagil
চাওক চোন মানুহজন কিমান সহজ সৰল। অকপতে সকলোখিনি সৰলতাৰে কৈ গৈছে। দাদা, ঈশ্বৰে আপোনাক সদায় লগ দিয়ক🙏
চণ্ডাল শব্দটোৱে মোক ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীটো মনত পেলাই দিলে। মহান কৰ্ম্ম।
Khub hundor koi koise dada jone ko3abur... Bhal lagil huni
সাংবাদিক গৰাকীলৈ ধন্যবাদ
শ্মশান মানেই পবিত্ৰ ঠাই 🙏
মানুহজনৰ কথা বোৰ ভাল লাগিল।। ভাল মানুহ হয়।।
প্ৰাসংগিক প্ৰশ্ন,, সাংবাদিক বাইদেউ গৰাকী লৈ প্ৰণাম,,,
আজি এই অনুষ্ঠানটো চাই বহুত ভাল লাগিল। সাংবাদিক গৰাকীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🎉🎉
এই মহান কাৰ্য ৰ লগত জড়িত ব্যক্তি কেইজনক হাজাৰ নমস্কাৰ।🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏🙏🙏
Nomskar❤❤❤
@@NOGArtDrawing cm
সচাকৈয়ে এক চিৰন্তন সত্য "মৃত্যু"... "চণ্ডাল "এই বৃত্তিৰ লগত জড়িত ব্যক্তি সকল সচাকৈয়ে মহান, বৰ সুন্দৰ অনুষ্ঠানটি |
এনেকুৱা সত্য ঘটনাৰ অনুষ্ঠান বোৰ চাই বহুত ভাল লাগে
মহান কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি বোৰক চৰকাৰৰ ফালৰ পৰাও মাহিলী কিবা এটা অনুদান দিব লাগে বুলি স্মশান কতৃক্ষই চৰকাৰক অৱগত কৰিলে তেওঁলোকৰ পৰিয়ালৰ উপকাৰ হব।
কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি সকলোক মোৰ 🙏🙏🙏
মানুহজনৰ আচৰণ বহুত সহজ সৰল,,, ধন্য মানিছো আপোনাক,ভালে কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো।প্ৰকৃত চৰণত পৰিব লগা মানুহ আপোনালোকহে🙏
Reporter jonoloi bahot xuvkamana.
সচাকৈ মানুহ জন বৰ ভদ্ৰলোক । এখেতৰ কথা বোৰত এজন শিক্ষিত মানুহৰ চিনাকি দিলে ।
😨😱😱😱
অনুস্থানটি ভাল লাগিল । সাংবাদিক গৰাকীৰ কথা কোৱাৰ শৈলী অতি মনোগ্ৰাহী . . .
কৃষ্ণ ধন্য ধন্য চন্দাল বুদ্ধিত উত্তম।
নেদেখুলো পৰম ভকত তোৰ সম।
চাৰিও বেদৰ তত্ত্ব তই আছা জানি।
তইতো উত্তম জাতি তই মহামানি।
তীৰ্থক পবিত্ৰ কৰে ইটো কোন ছিদ্ৰ।
তোৰ দৰশনে হোৱে জগত পৱিত্ৰ।কৃষ্ণ তোমাক কৌটি কৌটি প্ৰনাম 🙏🙏🙏🙏🙏
Krishna madhaba
😊
চন্দাল শব্দ টো শুনিবলৈ বেয়া যদিও প্ৰকৃততে তেওঁলোকেই মহান কাম কৰে
শ্মশান সুন্দৰ।মই নিজেও নিজকে চণ্ডাল বুলি কৈ ভাল পাওঁ,কৰোঁ ৰাইজক সহায়।ভাল লাগে বিপদৰ সেই সময়ত মানুহৰ কাষত থিয় হৈ।
মানুহজনৰ কথাখিনি শুনি বহুত ভাল লাগিল।
জীৱনৰ বাস্তৱ সত্য। এইটো এটা বৃতি বৰ ব্যতিক্তমী । চৰকাৰে এই বৃতিত জড়িত ব্যক্তি সকলক দৰমহাৰ আওতাত আনিব লাগে। কিয়নো তেওলোক মানৱ জীৱনৰ চিৰন্তন সত্যৰ লগত জড়িত ও সমাজৰ অপৰিহাৰ্য সাহসী ব্যক্তি।🙏🙏🙏
Great dada
পবিত্ৰ স্থান হৰ হৰ মহাদেৱ 🔱🙏🔱
😅😅😅😅😅😅
♥️🕉♥️🙏
Jai aghora ❤jai Mahakaleshwar ❤
@@masalafoodbankassam1871hahiso keloii
@@masalafoodbankassam1871Rendir baccha Miya kyo hahisa
মানুহজনে মাকক যে বহুত ভাল পায় তেওঁৰ কথাখিনিৰ পৰাই বুজিব পাৰি।"মা লৈ মনত পৰে মা ও এদিন মৰিব"
নামটো চণ্ডাল নকৈ বেলেগ নাম দিব নোৱাৰি নে । তেওঁলোকো মহান কাম কৰি আছে 🙏🙏🙏
এওঁলোকৰ পৰিচয় এইটো নামেৰে।
Chandale thik ase 💀
Sondal nohoi Horishondro om nomoh sibai,.
ধন্যবাদ থাকিল আমাক অনুষ্ঠানটো উৎসৰ্গা কৰাৰ কাৰনে।
চৰকাৰে এইবোৰ দেখা নাপায়। কেৱল লাখপতি বাইদেউ সকলক হে দেখা পাই
hosa kotha koise dada . FL2 SORKAR
এনে মহান কাৰ্য্য কৰা লোক সকলক চৰকাৰে মাহিলী পাৰিতোষীক দিব লাগে।
, তেওঁ লোকক ভগবানে ভালে ৰাখক কাৰণ তেওঁ লোক আমাৰে মাজৰ এজন
চনদাল নহয় মহান
চৰকাৰে এনেকুৱা মহান ব্যক্তিসকলক মাহিলি দৰমহা দিয়াৰ ব্যবস্থা কৰিব লাগে
কিছুমানে চিঞৰি চিঞৰি আৰম্ভ কৰে কথাবোৰ সেইবাবে ভাল কথাবোৰও বেয়া লাগে শুনি,আজি ভাল লাগিল
মহৎ কৰ্ম। সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।
মই এটা কথা কম সকলোঁ মানুহে দিনত সময় পাই স্মাসানত ফুৰি আহিব লাগে জীৱন কি তেতিয়াহে গম পায় ।
মই খিনিতে মোৰ এটা কথা ব্যক্ত কৰিব বিছাৰো যে-চৰকাৰে দেখোন বিভিন্ন ধৰণৰ আঁচনি বনাই হকে বিহকে মানুহক পইচা দি থাকে,কিন্তু এখেত সকলৰ বাবে নুন্যতম কিবা এটা জলপানি দিয়া ব্যৱস্থা কৰিব নোৱাৰে নে!যত তেখেত সকলৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষা আৰু দৰৱ দিয়া বিষয়টো সামৰি লব পাৰি!এই কথাষাৰ কৰোৱাক কোৱাৰ আঁৰত মোৰ কোনো ৰাজনৈতিক স্বাৰ্থ জৰিত নাই!
ঠিকে কৈছে আপুনি
কি জীৱন! গোটেই জীৱন এই দেহাটো বাবে কত যে কি কি কৰোঁ। তাকো সেই দেহা পুৰি শেষ হয় মাত্ৰ ২ঘন্টাত। আচৰিত এই জীৱন সচাঁকৈয়ে 😢😢😢😢😢
😢😢😢😢😢😢😢
পৰিবেশন টো বহুত সুন্দৰ হৈছে । পৰিবেশন টো আগবঢ়ায় নিয়া গৰাকী ৰ অসমীয়া ভাষাৰ উচ্চাৰণত ভুল ভ্ৰান্তি কম বহুত ভাল হৈছে । এনে এগৰাকী ৰ পৰা আমি বা-বাতৰি পৰিবেশন হোৱাতো বিচাৰোঁ
সচাই এখেত এগৰাকী মহান লোক।
পৃথিৱীত কোনো আপোন নহয়, কোনো পৰ নহয়।সকলো এদিন যাবৈ লাগিব।
।।ভিডিঅতো সম্পূৰ্ণ কৈ চালো সুখ আৰু দুখৰ মাজত থাকি ভালেই লাগিল।।
This line =আমি কিন্তু দৰমহা পাতি একো নেপাওঁ দেই বাইদেউ ❤
পৱিত্ৰ স্থান সুন্দৰ বাৰ্তালাপ। এই মহান কামৰ লগত জৰিত প্রতি জনক বহুত প্ৰণাম। শুভ ৰঙালী বিহু।
এজন অতি ভদ্ৰ আৰু জ্ঞানী ব্যক্তি। তেখেতৰ চিন্তাধাৰাত বৈজ্ঞানিক দৃষ্টিভংগী পৰিলক্ষিত হৈছে।
May be one of the nicest calmest assamese reporter I have ever seen. Keep it up 🙏
শ্মশান ৰ কথা শুনি ভাল লাগিল।কিন্তু এটা কথাহে বেয়া লাগিল,চৰকাৰে মে আজিলৈকে একো এটা মজুৰি দি😢 নাই সেইটোহে বেয়া লাগিল।দিব লাগে
খুব ভাল লাগিল এই অনুষ্ঠান টো, ধন্যবাদ। 🙏🙏🙏
নলবাৰীৰ বুলি জানি ভাল লাগিল মোৰ ঘৰ নলবাৰীত।
Hundor bikhoi aru hundor video,dhanyabad Prag News, Digitel
Sundor interview❤ reporter goraki bor dhunia aru sorolota ase.. Kisuman je ase karha rupt kotha hudhe...
𝙔𝙖𝙨𝙨𝙨𝙨𝙨,...❤😘
বহুত ভাল লাগিল আৰু কিবা এটা দুখো লাগিল মানুহ জন বহুত সৰল।।
এই চেনেলৰ জৰিয়তে, অসম চৰকাৰলৈ অনুৰোধ কৰিম এই মানুহ খিনিক চৰকাৰী সাহায্য হিচাপে কিবা এটা দিব লাগে 🙏
❤❤বৰ ধুনীয়া কথা ক'লে
জীৱন দুদিনীয়া
আহিছো যদি এদিন মৰিবই লাগিব 😢❤
মহান কাম 🙏 ঈশ্বৰ প্ৰতিটো সময়তে তেওঁলোকৰ লগত আছে ।🙏
মহৎ কাম দাদা । আপুনি শ্ৰদ্ধাৰ পাত্র ।আপোনাক প্ৰনাম জনাইছো ❤️🙏🙏
এই বাস্তৱ মানি লোৱা সকলৰ কোনো দিশত অহংকাৰ নাই
তেওঁক চাণ্ডাল নকৈ,, হৰি ভকত বুলি কৈ
Thik kayse❤❤❤❤
সুন্দৰ পৰিবেশন তেওঁলোকক কিবা এটা মাননী দিব লাগে যিহেতু স্মখা ন এখন পবিত্ৰ ঠাই সৰুতে কবিতা পঢ়িছিলোঁ স্মখ খান কবিতা টো আজিও মনত পৰে।
শ্মশান মানেই স্বৰ্গ। ইয়াতকৈ শান্তিপূৰ্ণ স্থান আৰু কতো নাই।ভয় কৰিব লগীয়া কোনো কথা নাই?
Sochan Mane sorgo hoboloi hole jiyai thoka kalot dharmik birokti hobo lagibo buli moi vabu.
Right 👍
Baa joni aru manuhjonor imn dhuniya ktha❤❤..bhut val lagil sai.
শান্তি স্থান তাত কৈ আৰু কতো নাই❤❤
এইয়া এক মহান মানৱ সেৱা ❤❤🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক 🙏
Swalli jnir ktha behaviour dhnya vl lgil im impressed keep it up
সাংবাদিক গৰাকীৰ কথাবোৰ খুবেই সুন্দৰ।
মৃত্যুয়ে যে সত্য তাৰে এক প্ৰমাণ 😢❤
কি মোহ-মায়া,কি আশা-আকাংক্ষা,বেয়া-ভাল জীৱনৰ শেষত কিন্ত সঁচাকৈয় কেৱল শূন্য 😢
য'ত মনুষ্যই মুক্তি পায় সেইখন পবিত্ৰ ঠাই শ্মশান।
মই মাজে মাজে জাও মানৱ জীৱনত একো নাই সেই বাবে বাছি থকা দিন কেইটা সকলোৱে মিলি থাকক 🙏🙏।
Bhal lagil. Jeevan mane ki akou buji palu. অথিৰ ধনজন জীৱন যৌৱন..,, নতুনকৈবুজি পালো।
এইটো বৰ শ্ৰদ্ধেয় পেছা,
সকলোৰে কাৰণে সম্ভৱ নহয় এই কৰ্ম৷
বৰ সাহসী কাম৷
🙏
val lagile video tu 🙏
ভাল প্ৰয়াস প্ৰাগ নিউজৰ, ধন্যবাদ।
আটাইতকৈ শক্তিশালী মানুহ জন এই জন 😱
এই মহান কৰ্ম কৰা সকলো লৈকে বহুতো শ্ৰদ্ধা জনালোঁ। প্ৰভুৱে শক্তি দিয়ক 🙏🙏🙏
জয় শ্ৰীৰাম। ৰাম নামেই যি সত্য। তেৰাৰ নাম নিৰন্তৰে বোল জয় শ্ৰীৰাম।
Provu mohadev r oinyotom pobigro sthan❤❤❤❤somshan❤❤❤❤
Har har mohadev❤❤
সুন্দৰ অনুস্থান । বাৰ্তালাপ ভাল লাগিল ।
Reporter joni bor dhuniya❤
Reporter ❌
Powerful women ✅
Selote ma'am 💪🏻🙏🏻