মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ธ.ค. 2018
  • মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

ความคิดเห็น • 754

  • @user-hs8cp9de1t
    @user-hs8cp9de1t 2 หลายเดือนก่อน +6

    হে পঠিক জিৰোআহি তাপিত জীৱন খনতেক বহিলে হিয়া পৰিব সিতল ভাগৰুৱা পঠিকৰ শন্তি নিকেতন অময়া প্ৰেমৰ পুৰি গিৰি সন্ধাচল।

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 3 ปีที่แล้ว +8

    তুলিকাৰ Progame দেখি শুনি খুবেই ভাল লাগিল। তেওঁৰ এই প্ৰতিভা দেখি সকলোৱেই আশীৰ্বাদ দিব লাগে আৰু দিব লাগিব।Thank you তুলিকা Thank you so much.

  • @creatorbhupen9460
    @creatorbhupen9460 5 ปีที่แล้ว +22

    সঁছাকৈ ই এক হৃদয় চুই যোৱা পৰিৱেশ, সঁছাকৈ মই এতিয়া কাক সলাগিম তুলিকা তুমাৰ কথাটোতো কবই নালাগে বিদ্যালয় খনও বহুত মনোমুগ্ধ | এনে এখন বিদ্যালয়ত মইও পঢ়িবলৈ পোৱা হ'লে নঠৈ আনন্দিত হলো হয়| ধন্যবাদ DY365. তুলিকা
    তোমাৰ এক সুন্দৰ ভৱিষ্যত কামনা কৰিছো🙏

  • @madhabdasvlog1837
    @madhabdasvlog1837 5 ปีที่แล้ว +9

    সচাঁই আপ্লুত হ'লো ভণ্টী হঁতৰ কণ্ঠ শুনি । বিশেষকৈ তুলিকা ৰ কণ্ঠই আচৰিত কৰি তুলিছে । আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ

  • @bijoydvlog2355
    @bijoydvlog2355 5 ปีที่แล้ว +7

    কি বুলিনো ধন্যবাদ জানো ভাষা নাই ৷৷ তুলিকা তুমি আৰু আগ
    বাহি তাৰে কামনা কৰিলোঁ৷৷
    So god bless you tulika

  • @oxomiyajiyori_youtubechann6046
    @oxomiyajiyori_youtubechann6046 4 ปีที่แล้ว +2

    Reality showr bhut protojogitkoi bhut oprt tulika...🙏🙏🙏😍😍😍😚😚😚😚😚😚😚😚god gifted..bhogobanok bishwakh kora bore prithibot xday ujoli uthe ..bakibor dudinor babehe...

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 3 หลายเดือนก่อน +1

    বহুত ভাল লগা পৰিবেশ সছাকৈ মাজুলীৰ সকলো পৰিৱেশে ভাল লাগে।

  • @rashmiphukon5552
    @rashmiphukon5552 5 ปีที่แล้ว +3

    Xundor school..Gurumondolik hewa jonalu....Tulika God bless u...all student loi mur hiya vora xuveisha jonalu

  • @pradipkumarborah1506
    @pradipkumarborah1506 8 หลายเดือนก่อน +1

    ইমান ধুনিয়া মৰম লগা কন্ঠ শুনিলে শুনিবলৈ মন গৈ থাকে তুলিকা গান ॥

  • @prasenjitnath1519
    @prasenjitnath1519 5 ปีที่แล้ว +8

    অতি সুন্দৰ ।।
    ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ তুলিকা।।

  • @nilagogoi4304
    @nilagogoi4304 5 ปีที่แล้ว +1

    বাহ বাহ তুলিকাৰ বাইদেৱেকৰ কন্ঠ বাহ সঁচাই কতো তুলনা নাইআৰু অন্য কেইগৰাকীৰো সুন্দৰ

  • @prabingogoi4957
    @prabingogoi4957 5 ปีที่แล้ว +10

    বহুত সুন্দৰ তুলিকা, তোমাৰ অনন‍্য প্ৰতিভা শলাগিবলগীয়া

  • @biswajyotibora6477
    @biswajyotibora6477 5 ปีที่แล้ว +1

    Tulika. And Ankita ,pronami,,Tumalokor ujjol bhobisot kamona korilu .....Majuli. is Awosome..

  • @bikidas4484
    @bikidas4484 5 ปีที่แล้ว +7

    বৰ ধুনীয়া গীত তোমাৰ গীত বোৰ শুনি বহুত ভাল লাগিছে তুলিকা

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 หลายเดือนก่อน

    বৰ উপযুক্ত কণ্ঠৰে শুনালা গান কেইটা উৎসা জনক ভবিষ্যতে কুশল ভাবে সু-ৰীয়া গায়ক হৈ উঠাৰ বাবে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰপুতে জনাইছোঁ।।❤🎉❤

  • @pranjitkumarthakuria1711
    @pranjitkumarthakuria1711 4 ปีที่แล้ว +2

    Tulika, you are God gifted. You are so mingled with assamese culture. You have a great and charming future. Stay blessed.

  • @nirurabha4896
    @nirurabha4896 3 ปีที่แล้ว +4

    অতি সুন্দৰ, ভগৱানে কৃপা দৃষ্টিৰে চাওক। আগলৈকো যেন এনেদৰে শুনাই ঠাকিব বুলি আশা ৰাখিলোঁ

  • @pulaksonowal1651
    @pulaksonowal1651 4 ปีที่แล้ว +3

    বৰ ধুনীয়া কণ্ঠ তাইৰ আগুৱাই যোৱা তুমি তুলিকা

  • @atawarrahman9405
    @atawarrahman9405 5 ปีที่แล้ว +7

    Nice beta...may Allah bless you.. keep it up

  • @nipukalita489
    @nipukalita489 3 ปีที่แล้ว +1

    টুলিকা তোমি আৰু আগুৱাই যোবা,,আই সৰচতি ওচৰত প্ৰাথনা কৰিছোঁ,, তোমাৰ লগতে তোমাৰ বদ্ধু বান্ধবী লৈ যাচিচো অলেক অজুত শুভেচ্ছা

  • @user-no9lx1dy2i
    @user-no9lx1dy2i 3 หลายเดือนก่อน

    তুলিকা তোমাৰ সুৰ বৰ ভাল আৰু ভাল হক তাৰে কামনা কৰিলো নদেখা জনৰ ওচৰত

  • @babitadeka8849
    @babitadeka8849 6 หลายเดือนก่อน

    এটি সুন্দৰ কণ্ঠ তুলিকা আগুৱাই যোৱা কিন্তু snigdha sikha বাইদেউ মোৰ বৰ প্ৰিয় ❤

  • @bikramdas7374
    @bikramdas7374 5 ปีที่แล้ว +3

    সুন্দৰ কন্ঠ । আৰু আগবাঢ়ি যোৱা তুমি তুলিকা।

  • @user-bo4pc5rh3j
    @user-bo4pc5rh3j 8 หลายเดือนก่อน

    প্রথমেই মাক দেউতাক বিদ্যালয় শিক্ষা গুৰু সকললৈ সহস্র প্ৰণাম জনাইছো যিহেতু তেখেতসকলে সংস্কৃতি বান মনৰ হোৱাৰ বাবে ই তেখেতসকলে সাংস্কৃতিক মনৰ সন্তান ও শিক্ষার্থী লাভ কৰিছে৷ তুলিকাৰ সহিতে সকলো শিক্ষার্থীলৈ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে শুভাশীষ যাচিলোঁ 51:41 56:17 56:24

  • @nabajyotidas8385
    @nabajyotidas8385 4 ปีที่แล้ว +3

    Bor dhunia voice. Best singer. No body can't beat you

  • @samsubggrand1129
    @samsubggrand1129 5 ปีที่แล้ว +4

    Tumi agbahijua Tulika . God bless you every alltime.

    • @labanath8127
      @labanath8127 3 ปีที่แล้ว

      Bahut dhunia lagise dei

  • @djutpalmix5584
    @djutpalmix5584 5 ปีที่แล้ว +3

    অন্তৰ চুই গ'ল তুলিকাৰ কন্ঠৰে.....ভৱিষ্যত উজ্জল কামনা কৰিলোঁ.....

  • @jinli69gaming61
    @jinli69gaming61 4 ปีที่แล้ว +1

    Mur prl pra tulikak best of luck

  • @barnali816mahanta
    @barnali816mahanta 5 ปีที่แล้ว +1

    খুব ধুনীয়া।।।একদম হৃদয়ৰ পৰা অনুভৱ কৰি গাইছে মাইনা টোৱে।।।

  • @prafullahazarika7337
    @prafullahazarika7337 3 หลายเดือนก่อน

    সুন্দৰ কণ্ঠ, সুন্দৰ প্ৰতিভাৰে আগবাঢ়িছে । আমিও আবেগিক হৈছো । অন্তৰভৰা শুভেচ্ছাৰ দিছো। তুলিকা , এই শিপাডাল আৰু যেন অধিক কৰা লগতে DY 365 ৰ Ms. Snighdha বাইদেউক ধৰি সকলোকে এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @joybora2711
    @joybora2711 5 ปีที่แล้ว +21

    সুন্দৰ কণ্ঠ ।।।
    উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুলিকা

  • @pinkudeka6859
    @pinkudeka6859 5 ปีที่แล้ว +5

    Dhunia pribekh..dekhi bahut vl lagise..sir mam xaklok ankoi dekhi aru vll lgise...tulika 2mi amr ak natun vabisat

  • @biswajitbordoloi1962
    @biswajitbordoloi1962 5 ปีที่แล้ว +4

    বহুত সুন্দৰ ।
    মোৰ কবলৈ ভাষাই নাই ।

  • @HirakDhayanam
    @HirakDhayanam 4 หลายเดือนก่อน

    সুন্দৰ ভৱিষ্যতৰ কামনা কৰিলোঁ

  • @satyakhanikar8709
    @satyakhanikar8709 3 ปีที่แล้ว

    khub dhuniya poribekh.... val lagil anusthan tu purana holeo

  • @rubulprince507
    @rubulprince507 5 ปีที่แล้ว +3

    tulika long live... good voice.. love u... go forward... thank u dy 365...

  • @albertgogoi9489
    @albertgogoi9489 5 ปีที่แล้ว +2

    Tulika তোমাৰ জীৱন উজ্জ্বল কামনা কৰিলো.....

  • @ChandanDas-od4ce
    @ChandanDas-od4ce 4 ปีที่แล้ว +1

    bohut dhunia hoise....Specialy "logn ukoli jai".

  • @santanudutta3261
    @santanudutta3261 5 ปีที่แล้ว +4

    School r dinbooroloi monot porise. Thanks DY 365

  • @lakhipatar6362
    @lakhipatar6362 8 หลายเดือนก่อน

    তুলিকা ভবিষ্যত জীৱন উন্নতিৰ হওঁক৷

  • @binodbordoloi2225
    @binodbordoloi2225 8 หลายเดือนก่อน

    ঈশ্বৰ সহায় হৌক সৰ্ব দা কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @biswajitboruah85
    @biswajitboruah85 5 ปีที่แล้ว +14

    এটি সুন্দৰ কণ্ঠ .....শুনিলে শুনি থাকিব মন যোৱা.....
    এটি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
    ধন্যবাদ
    বিশ্বজিৎ
    দক্ষিণ ভাৰত।

  • @premsautal470
    @premsautal470 5 ปีที่แล้ว +77

    মধুৰ কন্ঠ ভন্টি বৰ ভাল লাগিল গীতবোৰ ভৱিষ্যত উজ্বল কামনা কৰিছোঁ ।
    ভগৱানে তোমাৰ মংগল কৰক ।

    • @karunakalita2527
      @karunakalita2527 5 ปีที่แล้ว +2

      বৰ ভাল লাগিল আৰু বিশ্ব জিন ব এই তুলিকা

  • @ranjitborah2912
    @ranjitborah2912 5 ปีที่แล้ว +2

    অতি সুন্দৰ কণ্ঠ কনমানি তুলিকাৰ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, আৰু বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছো, খুব সুন্দৰ শিক্ষা প্ৰদান কৰিছে, আশা কৰো অসমৰ প্ৰতিখন স্কুলত এনে শিক্ষা প্ৰদান কৰক 🙏!

  • @srimantadas8713
    @srimantadas8713 5 ปีที่แล้ว +2

    শুভেচ্ছা জ্ঞাপন কৰিলোঁ তুলিকা ক

  • @ashiqueboruah4747
    @ashiqueboruah4747 2 ปีที่แล้ว +1

    Mjaa lagil vonti ... Tumaloi okhekh thanks 🙏🙏🙏 thakil ......tumi bohut protivar goraki ..... ❤️❤️❤️❤️❤️

  • @RamenRaj-vy1xo
    @RamenRaj-vy1xo 5 ปีที่แล้ว +3

    সুন্দৰ গান গাইছা দে তুলিকা
    তুমাৰ উজল ভবিষ্যত কামনা কৰিছো ।।।।।?

  • @bidyadhardas5624
    @bidyadhardas5624 5 ปีที่แล้ว +1

    Nomal Saikia is the best person of the world n he is the greatest person of the world n he is an honest person of the world n he is the heart and soul of the world jai Nomal...... jai Supriya...... jai Tulika............

  • @jintubarah7888
    @jintubarah7888 3 ปีที่แล้ว +1

    তুলিকা ভনী আপোনাৰ কণ্ঠ অতি সুন্দৰ আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @susmitapritam2492
    @susmitapritam2492 5 ปีที่แล้ว +9

    Dhuniya mat tumar. Tulika vonty tumar ujjol vobisya kamona korilu.

  • @bidyadhardas5624
    @bidyadhardas5624 5 ปีที่แล้ว +3

    DY365 channel is the best channel of the world I real God Bidyadhar Das declare that jai DY365

  • @minakshigogoi9054
    @minakshigogoi9054 ปีที่แล้ว +1

    নিজৰ বিদ্যালয়খন দেখিলে আবেগিক হৈ পৰো৷

  • @dibakarkalita7609
    @dibakarkalita7609 5 ปีที่แล้ว +1

    জুবিন দা ৰ দৰে তুলিকায়ো অসমৰ সংগীত জগতক আগুৱাই নিয়ে যেন❤❤❤❤❤❤❤

  • @bishnudas8185
    @bishnudas8185 5 ปีที่แล้ว

    তুলিকা তোমাৰ কন্ঠত মৌ বৰষিছে।।।। ।।।।ইমান সুন্দৰ বিদ্যালয়ৰ পৰিবেশ

  • @jagadishbordoloi3367
    @jagadishbordoloi3367 5 ปีที่แล้ว +10

    6:21 ohh its too awesome melody

  • @ranjitb.r4356
    @ranjitb.r4356 9 หลายเดือนก่อน

    o God ,,eman dhuniya kantha,,,❤

  • @bidyadhardas5624
    @bidyadhardas5624 5 ปีที่แล้ว +5

    Long live my favorite school Meragarh Narayan Dev HS School...... n long live my heart and soul teacher (grateful teacher)

  • @nirmalkutum1733
    @nirmalkutum1733 5 ปีที่แล้ว +2

    বৰ ভাল লাগিল তাইৰ মাত হুনি

  • @chandrasenpeguchakreswarpe6532
    @chandrasenpeguchakreswarpe6532 ปีที่แล้ว +1

    Very heartiest song,

  • @ok-binud
    @ok-binud 5 ปีที่แล้ว +6

    outstanding , mind blowing voice....2lika you are geart

  • @abro4264
    @abro4264 3 ปีที่แล้ว +1

    moza tulika

  • @digantasaikia7523
    @digantasaikia7523 3 ปีที่แล้ว +2

    God bless you tulika

  • @chandrodoy1702
    @chandrodoy1702 5 ปีที่แล้ว +13

    ..Ankitar voice tu bor xuwola ! val lagil xokolure performance !

  • @dipakrabha4685
    @dipakrabha4685 5 ปีที่แล้ว +11

    সন্দুৰ প্ৰাথনা, অসমৰ সকলো বিদ্যালয়তে এনেকুৱা ব্যৱস্থা কৰিব লাগে

    • @bijitkdas3834
      @bijitkdas3834 5 ปีที่แล้ว

      এৰা আপুনি ঠিকেই কৈছে , আগতে ঠিকেই আছিল আজিকালি হে সৰ্বশিক্ষাৰ নামত প্ৰাৰ্থনাবোৰ বেলেগ হ'ল ।

    • @prabindas327
      @prabindas327 5 ปีที่แล้ว

      Dipak Rabha B0vFTrb0ZGDf2 cry

    • @prabindas327
      @prabindas327 5 ปีที่แล้ว

      বিজিত দাস a2 2

  • @munubora3900
    @munubora3900 8 หลายเดือนก่อน

    তুলীকা তোমাৰলৈ থাকিল অশেষ শুভেচ্ছা থাকিল। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @gangaramdas8681
    @gangaramdas8681 3 ปีที่แล้ว +1

    অতি সুন্দৰ প্রতিভা অনুপস ভবিয্যত জীবন উজ্জ্বল ময় হওঁক অলেখ শুভকামনা👌🌿

  • @babulalbhaiti8846
    @babulalbhaiti8846 3 ปีที่แล้ว +2

    Congratulations TULIKA God bless you Joy guru

  • @pankajdeuri4750
    @pankajdeuri4750 5 ปีที่แล้ว +5

    মধুৰ কন্ঠ ,মৰম আৰু আশীৰ্বাদ থাকিল তুলিকা শইকীয়ালৈ ,ভগৱানে তোমাক মংগল কৰক ,তোমাক ভৱিষ্যত উজ্জল কামনা কৰিলোঁ..

    • @jimi3978
      @jimi3978 3 ปีที่แล้ว

      9v bc9ckkki

  • @bishyajithira6657
    @bishyajithira6657 5 ปีที่แล้ว +1

    সুন্দৰ কন্ঠ তুলিকা তোমাৰ ।আগুৱাই যোৱা তুমি।

  • @poriarandhara5260
    @poriarandhara5260 5 ปีที่แล้ว +1

    moja vntei agbahe jua

  • @rohittaid2650
    @rohittaid2650 5 ปีที่แล้ว +1

    Bohut Bohut xundor poribek hosai gitbur huni anondid holu tq dy365

  • @amazingvlogsmr1730
    @amazingvlogsmr1730 5 ปีที่แล้ว +10

    Best of luck Tulika
    মাজুলীক লৈ আমি গৌৰাম্বিত

  • @achyutkalita2538
    @achyutkalita2538 5 ปีที่แล้ว +2

    তুলিকা তোমাৰ কণঠৰ গীত সদায় শুনু।বহুত ভাল লাগে।

  • @dipulkoch8498
    @dipulkoch8498 5 ปีที่แล้ว +5

    Nice voice. Keep it up. Tulika

  • @bhimbahadurchetry6050
    @bhimbahadurchetry6050 3 ปีที่แล้ว +2

    So nice 😍

  • @gogoililagogoi349
    @gogoililagogoi349 7 หลายเดือนก่อน

    Tulika tumar bhobishyot jivonor Ujjol kamona korilu.

  • @bikiransaikia5591
    @bikiransaikia5591 5 ปีที่แล้ว +4

    hundore lagil vonti...👍

  • @easydrawingassam3820
    @easydrawingassam3820 5 ปีที่แล้ว +9

    সঁচাকে মইনা তোমাৰ ইমান ধুনীয়া মধুৰ কণ্ঠ। "কণ্ঠৰ অপাৰ তুমি ভন্টী" আশা কৰোঁ আমাৰ অসম আৰু উজ্বল হয় উঠে,তাৰেই কামনা কৰিলোঁ।
    🙏জয় আই অসম🙏

  • @mortogaming8126
    @mortogaming8126 4 ปีที่แล้ว +1

    বহুত ধুনীয়া কণ্ঠ

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm 7 หลายเดือนก่อน

    তুলিকালৈ বহুত বহুত মৰম ও আশীৰ্বাদ থাকিল। প্ৰাৰ্থনাটোত কিন্তু অলপ ভুল ৰৈ গৈছে যেনে -- নিয়োক টো দিয়োক হৈছে,
    ৰূপটো ৰূপে হৈছে, বাক্যামৃত হ'ব
    লাগিছিল,দয়াময় কৃষ্ণ টো দয়াময় অকৃষঞ,দাস কৰি ঠাইত উদাস কৰি বুলি
    গোৱা শুনিলো । মাজুলীৰ দৰে ঠাইত ভুল
    হ'ব নালাগিছিল

  • @WHOfficial
    @WHOfficial 5 ปีที่แล้ว +2

    Val lgise deiii....

  • @pranabhazarika7949
    @pranabhazarika7949 5 ปีที่แล้ว

    Bohut dhuniya gaisa tulika, aru aguwai juwa thank you

  • @romanboro8048
    @romanboro8048 4 ปีที่แล้ว +1

    Dhuniya.Hoi.Sa.O.Vontyy.👏👏👌👌💐🙏

  • @bandanakonwar8726
    @bandanakonwar8726 5 ปีที่แล้ว +9

    God bless you tulika❤️❤️

  • @munindragogoi8032
    @munindragogoi8032 4 ปีที่แล้ว

    Tulika bhantir pratibha ananya.Anusthantut bidyalyar siksharthi hakalar sringkhalabdhata dekhi abhibhut hoisu.Sradhar Sir-Baideo hakalaloi mur Hashradha pranam.DY365 long live.

  • @user-iz3vk6lp9c
    @user-iz3vk6lp9c 9 หลายเดือนก่อน

    Kei Jane buje kei Jane kiman sinta kare majulir babe ahe arw jai mukh khone alop man baloki.....

  • @mithuraj4288
    @mithuraj4288 5 ปีที่แล้ว +2

    Dhuniya lagil de khuni pisotiyakoi paisu video tu val lagil nice voice .

  • @himangshugogoi3419
    @himangshugogoi3419 3 ปีที่แล้ว

    Bahut sundar kontho tumar ujol vbhisot kamona korisu❤️❤️❤️😉😁😘

  • @drivervlogs123
    @drivervlogs123 4 ปีที่แล้ว

    Tulika kontho soklu axom
    Bakhir mn sui goise
    Moi tulikar bhobishr kamna krilu
    Tai jene aru agloi aguwai jab pare tare kamna krilu
    Moi tulikar gan huni bohut val lage

  • @tarunkonwar1062
    @tarunkonwar1062 5 ปีที่แล้ว +8

    সঁচাই তুলিকা তোমাৰ কণ্ঠত সৰস্বতী আছে।

  • @travelingbhaisofik3273
    @travelingbhaisofik3273 5 ปีที่แล้ว +2

    তুলিকা তোমাক প্ৰণাম।তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক

  • @lakhyajitdolakasharia3162
    @lakhyajitdolakasharia3162 5 ปีที่แล้ว +2

    adbhut kantho. Bahut Bahut dhanyabad Tulika

  • @ohooh3562
    @ohooh3562 3 ปีที่แล้ว +1

    বৰ সুন্দৰ কন্ঠ। সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @puspanjali7329
    @puspanjali7329 3 ปีที่แล้ว +1

    😘❤👍👍👌

  • @bhaskardehingia64
    @bhaskardehingia64 5 ปีที่แล้ว +18

    Vonti joni dekhat jiman dhunia tatut koi hoto gune dhunia tair kontho... Khub hundor aru aag bari juwa...

  • @purnagogoi1650
    @purnagogoi1650 3 ปีที่แล้ว +1

    বহুত সুন্দৰ

  • @SkullGamesYT904
    @SkullGamesYT904 2 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ সঁচাকৈয়ে 🙏

  • @souravbhai2305
    @souravbhai2305 5 ปีที่แล้ว +2

    Tulika you are great

  • @bidyadhardas5624
    @bidyadhardas5624 5 ปีที่แล้ว +5

    I am crying think about my past life and remember my old memories..... now I am remembering in past n remember my gratefull teacher

  • @mantukalita5060
    @mantukalita5060 5 ปีที่แล้ว +1

    তুলিকা তুমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ