I used to take poita bhat after coming back from paddy field which gives me lot of energy. Also mutton meat enhance its tastfulness during rainy days. Thanks
Val lgil kotha kheni huni .aji nojona bohu kotha gomplu tq so much & GD morning have a nice day mem.agoloi enekua natun natun video bur jate apunar pora pai thaku.
Dhanyawad,ma'am,apunar videos bur sai thaku,bohut val lage,aji poita vator bikhoye njna kotha bur janilu bohut val lagil,piles r arombhanite keneke val koribo para Jai jonabosus.
Nomoxkaor medam. Bohut Dhuniya. Kotha
পইতা ভাত আমাৰ বৰ প্ৰিয় খাদ্য। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল।অশেষ ধন্যবাদ তোমালৈ।❤
আপোনাৰ সজ আৰু সহজ উপদেশ বোৰ বৰ ভাল লাগে,পইতা ভাত,বুটৰ গুৰি,পিয়াঁজ মোৰো প্ৰিয় খাদ্য, আপোনাৰ পৰা শুনি আৰু ভাল লাগিল,বহুত ধন্যবাদ
বাইদেউ ,প ইতা ভাতৰ উপকাৰিতাৰ বিষয়ে জনোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ।
ধন্যবাদ বাইদেউ,মোৰ পৰিয়ালৰ চাৰিওজন সদস্যই পইতা ভাত খাই ভাল পায়।মইতো গৰমৰ দিন আৰম্ভ হোৱাৰ লগে-লগে ৰাতিপুৱা duty ত যাওঁতে পইতা ভাত খায়েই যাওঁ।আকৌ এবাৰ ধন্যবাদ,আপোনাৰ প্ৰতিটো video ই মই চাওঁ,আৰু বহুত নজনা কথাও জানিব পাইছো আপোনাৰ video ৰ পৰা।
পইতা ভাত ময়ো খাও
পইতা ভাত আমাৰো প্রিয়
মেম আপোনাৰ পইতাঁ ভাতৰ উপকাৰিতিৰ বিষয়ে জানি বৰ ভাল পালো ৷পইতা ভাত খাই ময়ো বৰ ভাল পাওঁ ৷কিন্ত তাৰ উপকাৰিতিৰ কাৰণ হে জনা নাছিলো আপোনালৈ অশেষ ধন্যবাদ থাকিল ৷ মাজে ,মাজে এইদৰে আমাৰ শৰীৰ উপকাৰিতাৰ বিষয়ে জনাই থাকিব বুলি আশা কৰিলো৷ ভগৱানে আপোনাক মঙ্গল কৰক❤
পঁইতাভাতৰ উপকাৰীতা নিঃসন্দেহে গাঁৱলীয়া অসমীয়াৰ এক অতি প্ৰয়োজনীয় জানিবলগীয়া কথা ৷ বহুত বহুত ধন্যবাদ ৷
পইতা ভাত ৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰি ভাল লাগিল ।এনেকুৱা ভি ডি ও বোৰৰ বহুত পৣযোজন ।আগলৈ পাই থাকিম বুলি আশা ৰাখিলো ।
কথা খিনি জানিব পাৰি বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤
Nice video
এই কথা জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ ।মই প্ৰায়ে পইতাভাত খাই কৰ্মস্থান লৈ যাওঁ,উপকাৰ ৰ কথা পিছে আজিহে জানিলো ।
পইতা ভাত মইও ভাল পাও
আপোনাৰ ভিডিঅ বোৰৰ পৰাবহুত উপকৃত হৈছো। পইতাভাতৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰি সুখী হলো ।ধন্যবাদ বাইদেউ ।
মই এই কেইদিন দুপৰীয়া সদায় খাই আছো , খুউব ভাল পাওঁ মই , তাতে আকৌ আপোনাৰ পৰা গুণাগোণ বোৰ শুনিলো , সদায় খাব চেষ্টা কৰিম 🙏
Very good advice. Thanks
Lakhimpur (Howajan)
প্ৰায় আমি পয়তা ভাত খাই কিন্তু উপকাৰিতা খিনিৰ কথা গম পোৱা নাছিলো। Thank you so much for your information 🙏🙏
শ্ৰীযুতা পঙখী শম্মা ! আপোনাৰ গেছৰসমস্যাৰ বিষয়ে দিয়া VDO কেইটা চাই বহুত উপকৃত হ’ম বুলি জানি আপোনালৈ কৃতজ্ঞতা জনাইছো ৷ পইতা ভাত আমিও খাই ভাল পাওঁ । কিন্ত ইমান উপকাৰিতা আছে বুলি নেজানো ৷ মানুহৰ সহায়ৰ বাবে ভগৱানে আপোনাক শতবৰ্ষ আয়ুস দিয়ক ৷ নমস্কাৰ !!
পইটা ভাত বহুত ভাল পাওঁ লগত মাছ পোৰা আৰু ভূত জলকীয়া হব লাগে 👍 Yammy Yammy
Vpo
পইতা ভাত খাই ভাল পাওঁ
পঙখীবা মইও খাই ভাল পাও।ইয়াৰ উপকাৰিতা খিনি জানি বৰ ভাল লাগিল। আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।
মোৰ ও ভাল লাগে পইতা ভাত খাই, 😋👌👌 thank you Ma'am 👍👍👍
Paita bhat muru bhal lagay eiyar gunagun janibo
Parilu ❤ Thanku
পইটা ভাতৰ উপকাৰিতা ৰ বিষয়ে জানি যথেষ্ট উপকৃত নিস্বয় হম।সৰুৰে পৰা পইতা ভাত খোৱাৰ এটা অভ্যাস আমাৰ আছিলেই,কিন্তু উপকাৰিতাৰ বিষযে ইমান বিলাক জনা নাছিলোঁ।আপোনাক বহুত ধন্যবাদ জনালো।
বহুত ভাল লাগিল দেই একদম সঁচা কথা
I love it 💖 Thankyou for the info 🌸
O😅i❤poitavat too much
ধন্যবাদ বাইদেউ, মই পইতাভাত খাই ভাল পাওঁ, world champion bodybuilder মনোহৰ আইজে প্রতি দিনে পইতা ভাত খাই 104 বছৰ বয়স পাইছিল
মোৰ অতিকৈ প্ৰিয় খাদ্য.... পঁইতা ভাত । লগত পোৰা আলুৰ পিটিকা, ভোট জলকীয়া দি 😊
ভাল পাও
মোৰ বৰ প্রিয় 💛
I used to take poita bhat after coming back from paddy field which gives me lot of energy. Also mutton meat enhance its tastfulness during rainy days. Thanks
Khuob hundor kotha kole Dr.Ponkhi Sarmah,bor bhal lagil aru hokolure upokarot ahibo.Very very very nice.
সুন্দৰ পৰামৰ্শ, ধন্যবাদ মাজনী, তোমাৰ মঙ্গল কামনাৰে
বাইদেউ
ধন্যবাদ পংখী, তোমাৰ দিহা-পৰামৰ্শখিনি প্ৰায়ে জীৱনত খটুৱাবলৈ চাওঁ। পঁইতা ভাত আমাৰ ল'ৰাক প্ৰায়ে খাবলৈ দিওঁ। আঁঠুৰ বিষৰ ব্যায়ামকেইটা (তুমি দেখুৱা ) কৰি থাকোঁ। তোমাৰ মংগল কামনাৰে ___❤
পইতা ভাত সৰুৰেপৰাই খাইছো ৷ডায়বেটিছত বেয়া বুলি ভাবি এৰিছিলো ৷
বিষয়টো নকলা৷কবানে ৷ তোমাৰ পৰামৰ্শ
মই মানো ৷মনত ৰাখিবা পছা ভাতৰ পৰা মদ বনাই ৷পইতা ভাত এলকোহলিক নহবলৈ কিমান সময় পানীৰ তলত ৰাখিব পাৰি ৷
ভিডিঅ'টো চাই বহুত ভাল লাগিল। প,ইতা ভাত মোৰ বহুত প্ৰিয়। ইয়াৰ গুণাগুণ জনোৱাৰ বাবে ধন্যবাদ।
Val lgil kotha kheni huni .aji nojona bohu kotha gomplu tq so much & GD morning have a nice day mem.agoloi enekua natun natun video bur jate apunar pora pai thaku.
পঁইতাভাতৰ উপকাৰিতা সম্পৰ্কে বহলভাবে জনোৱা বাবে অশেষ ধন্যবাদ
I like your topic
Dhanyawad,ma'am,apunar videos bur sai thaku,bohut val lage,aji poita vator bikhoye njna kotha bur janilu bohut val lagil,piles r arombhanite keneke val koribo para Jai jonabosus.
মই বৰ ভাল পাওঁ । সদায় খাবলৈ মন যায়, পিছে ঘৰৰ মানুহৰ আপত্তি ।
Moi khay bhal pao
ধন্যবাদ ।আপোনাৰ পৰামৰ্শ
অতি ভাল লগিল ।আগলৈও
এনেধৰনৰ বিধান দিবৰ বাবে
আশা থাকিল।
Thanks ma'am🙏🙏🙏
Mor bahut Priya poita bhat
@birenbarman9338
আমি সৰুৰে পৰা খাবলৈ ভাল পাওঁ। কিন্তু ইমান বেছি ঊপকাৰিতা আছে বুলি আজিহে জানিলোঁ। বহুত বহুত ধন্যবাদ। আমাক সৰুতে নিয়মীয়াকৈ খুউওৱা বাবে,আইতাক বহুত বহুত ধন্যবাদ।
বাইদেউ পইটা ভাত আমাৰ ঘৰতো সকলোৱে ভাল পাও। আজিৰ আপুনি কোৱা কথা খিনিৰ পৰা বহুত শিকিলো । চুগাৰ ক্ষেত্ৰত একো নকলে জনাবছোন । ঈশ্বৰে আপোনাৰ পৰিয়ালটি সুখে শান্তিৰে ৰাখক । এইয়ে প্ৰাথনা ।এই চেগতে আপোনাৰ পতৃ মাতৃলৈও সেৱা জনাইছো ।আপোনাৰ দৰে কন্যা সন্তান জন্ম দিছে
ভালাগিল , অসমীয়া পৰমপৰা ১ নং খাদ্য পইতা ভাতৰ উপকাৰিতা জনাই দিয়া বাবে, ইয়াৰ বাবে ধন্যবাদ l
পঙক্ষি বা আপোনাক বহুত বহুত ধন্যবাদ, আমিও ভাল পাও প ইতা ভাত । 🙏👍👌❣️ লক্ষীমপুৰ চাউলধোৱা ( বিনামোদৈ )
Veri veri good. Advise baydau Val lagisea
Thank you for sharing the information that is important and important to know for all of us. ❤❤
Bohut val lagil .
Thanks
I like poita bhat mam
Bahut val pao,janoar babe bahut bahut Dhnyabad janalo Aaponak
কথা খিনি জানিবলৈ পায় ভাল লাগিল 🙏🙏🙏
Bahut important vdo thanks.
গৰম দিনত হে খাওঁ ।ভাল পাওঁ মোৰ মানুহ জনে খাই ।
পইতা ভাত মোৰ অতি প্ৰিয় খাদ্য ।
Very good and useful video. I always use to have this food in summer season but without knowing all these benefits. Thanks for that.
I like poira bhat. and l take it some times in my breakfast.
Paitavst is my favorite
I like poita vaat 👍
Poita vat moiyo val pow
I like poita bhat .Thanky you for good advice.
Bohut val lagile
Muru poita vat favourite hoi
Thank you ma'am
Moi khae bhal pau
Vl Pau dei medam
Maio khub bhal pao
মই য়ো পইতা ভাত ভাল পাওঁ ।
ময়ো ভাল পাওঁ
ময়ো ভাল পাওঁ
Thanks ❤❤❤
Moi khai bhal paw
Nice video thanks for such nice information
Very nice❤❤❤
Thanku mam ajir pora hodai kham
বৰ ভাল ভিডিঅ'।সমাজৰ উপকাৰ হ'ব। ধন্যবাদ।
পইতাভাৰ পৰা উপকাৰিতাৰ কথা শুনি খুব ভাল লাগিল ।
Thanks, obviously very need full
thank u ma'am moi bhut val pao poita vt
Bahut bhal lagil, Bahutu janilu. Dhanyabad.
আমি এইটো বহু আগৰ পৰাইকৰোঁ।কিন্তু ইমান উপকাৰিতাৰ কথা জনা
নাছিলোঁ বহুত ধন্যবাদ।
Very good advice. Thanks.
Bahut val advice
বহুত ধন্যবাদ প ইতা ভাতৰ ইমানবোৰ উপকাৰিতা সম্বন্ধে জনোৱাৰ বাবে
ময়ো পইতা ভাত খাই ভাল পাও আৰু বাইদেউৰ কথা খিনি তথা পৰামৰ্শ খিনি খুবেই ভাল লাগিছে, এই ক্ষেত্ৰত বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ !
Thank you...nice video
Bahut bhal lage poita bhat khai thanks for nc information
ভাল লাগিল ৷ ধন্যবাদ জনালোঁ ❤
পঁইতা ভাত মইও খূউব ভাল পাওঁ । ভাল লগিল পঁইতা ভাতে মৰ্যদা পোৱাৰ বাবে । বহুত ধন্যবাদ ॥
Thank you vonti, moy poita vat khub bhal pao, eeman dhunia presentation,, moy tini- chari jonok share korichu...
Aapunar kotha bur Jani bohut val lage eman dhuniyakoi bujai vogabane aapunar saitho Vale rakhe Jen ,tq
Thanks for sharing the information....love poitabhat.
Val Lage khai.ajirpora vabisu pua poita Bhat Kam,thanks apuni iar upokariter bikhoye kuar babe
Maam moi share korilu video.very nice information.maam sugar patient khab pare ne poita vat
Mojja lagil
I haven't tried it yet. Sure I will try
I have to use it again 'Thanks !
Val lagil ....kotha 2 huni...emaan dhin ami amr ratir bhat bore re use korar babe hai khai asilo poita bhat bonai
Thanks mam bhal lagil
সবিশেষ জানিবলৈ পায় বৰ ভাল লাগিল ধন্যবাদ
Very useful video. We also have it whenever we can. ❤
Thanks your advice.
বহুত ভাল পাওঁ । আপোনাৰ পৰা উপকাৰিতা বোৰ জানি আৰু ভাল লাগিল ।
Madam, apuni je iman dhunia ke Poita Vator upokarita amak jonai tar babey Apunak bahut dhanyawad 🙏🙏🙏 jonasu, ajir porai moi Poita Vat khaam.....
ধন্যবাদ কথাখিনি জানি ভাল লাগিল।আমি পয়তা ভাত পায় খাও কিন্ত তাৰ পৰা কি কি উপকাৰ হয় নজানো কথা খিনি জানি বহুত ভাল লাগিল। এনেকৈ আমালৈ আগ বহায় থাকিব। বহুত বহুত ধন্যবাদ।
Thank you mame god bless you
ভাল লাগিল---
Good advice.
Muro favourite hoi Poita bhat...bohut bhal Pau khai..thank you ma'am for this valuable information...😊😊
Appreciable for your. Advice i like also.poita bhat
Verry Nice Desition
Thank you mam for your valuable advice..
Thank you ,bohut nojona kotha janilu ,poita bhat bohut bhal paw ❤️
Thank you for your good advice I also like
Thanks for liking
Very good information
আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য । ধন্যবাদ জনালো আপোনালৈ উপকাৰিতা খিনিৰ বিষয়ে জানিব পাৰি ❤️
Bohut Nocona kotha janilu. Poita vat amar bor pryo....
❤❤❤❤
Thanks for your suggention
Val lagil good advice
Good advice dia babe bohut bhal lagil.
Me who bhal pao
Vaal lagil mem