১ জুলাইৰ পৰা বলবৎ হ’ব লগা তিনিখন আইন কিমান বিপজ্জনক?

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 มิ.ย. 2024
  • ⏭️নাগৰিকৰ অধিকাৰ খৰ্ব কৰি আৰক্ষীক অধিক শক্তিশালী!
    ⏭️১ জুলাইৰ পৰা বলবৎ হ’ব লগা তিনিখন আইন কিমান বিপজ্জনক?
    ⏭️ঔপনিৱেশিক পৰম্পৰাক নস্যাৎ কৰাৰ নামত ব্যক্তি স্বাধীনতা খৰ্ব!
    ⏭️কথনৰ আজিৰ অতিথি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ!
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 5

  • @ruhitdihingia8210
    @ruhitdihingia8210 4 วันที่ผ่านมา +1

    আৰক্ষীক অধিক ক্ষমতাশালী কৰা ব্যৱস্হা চিন্তনীয় । দ্বিতীয়তে ৬০-- পৰা ৯০ দিন পৰ্যন্ত অভিযুক্তক আৰক্ষীৰ জিম্মাত ৰাখিব পৰা প্ৰভিজিয়নৰ উপস্হিতি নৱ আইনত চিন্তনীয়। তৃতীয়তে FIR Reg. কৰাৰ বাবে প্ৰাৰম্ভিক তদন্তৰ ব্যৱস্থা অন্ততহে প্ৰয়োজনীয় বিবেচিত হ'লে Reg. হ'ব। নিৰপেক্ষতাৰ ওপৰত বা পক্ষপাতিত্বৰ ইংগিত আছে নেকি চোৱা উচিত। আইন এখন মৰ্য্যদা প্ৰদানৰ সাধাৰণ প্ৰক্ৰিয়া ( process/ procedure)ৰ দিশটোত বলপূৰ্বক কিবা প্ৰশ্ন থাকিলে পুনৰ বিবেচনা হ'ব নে???

  • @Danirojasfc6
    @Danirojasfc6 4 วันที่ผ่านมา +2

    It's time to raise your voice OTHERWISE they will even take away your right to speech

  • @TCF573
    @TCF573 4 วันที่ผ่านมา +3

    Important discussion really

  • @rajusarma9691
    @rajusarma9691 4 วันที่ผ่านมา +2

    Good discussion

  • @jivanjyotisarma2902
    @jivanjyotisarma2902 3 วันที่ผ่านมา

    Remand period total 15 days hobo but 15 days ekeloge noloy part part koi loba pare kintu 60 or 90 days remand nohoy .