ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ
ฝัง
- เผยแพร่เมื่อ 26 มิ.ย. 2024
- ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ। ৩০ মে'ৰ দিনা ডিব্ৰুগড়লৈ যোৱাৰ কথা আছিল জাহাংগীৰ হুছেইন। এই কথা জাহাংগীৰে নিজেই জনাইছিল সমাপৰ এজন দোকানীক। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #dhakuakhana
😢শেষত এদিন কৱ জাহাঙ্গীৰ জীৱিত বতমান পলাতক
জোনমনি জোনমনি হব যেন লাগিছে।
ঘটনাৰ কেইদিনমানৰ পাছতে যে CM য়ে কৈ দিলে মৃতদেহ টো জাহাংগিৰৰ, সুনিল গগৈ পলাতক। তাতে সন্দেহ কৰিবলগীয়া। মৃত্যু দেহৰ মূৰটো কাটি নাইকীয়া কৰি দিছে যাতে মৃতদেহ টো সুনিল গগৈৰ বুলি কোনেও ভাবিব নোৱাৰে, সম্পূৰ্ণ pre-planned কৰি হত্যা কৰা হৈছে। মূৰ কটা, মৃতদেহ জ্বলোৱাৰ পৰা আৰম্ভ কৰি DNA টেষ্ট কৰা লৈকে। জয়ন্ত গোস্বামীক এবাৰো তদন্তৰ আওতালৈ আনিবলৈ সাহস নহ'ল পুলিচৰ। পুলিচে সকলো জানে, মাত্ৰ সুনিল গগৈক দোষী সজাবলৈ চেষ্টা কৰি আছে। কাৰণ নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ হলে কোন কোন জালত পৰিব সেইসকলে নিজে জানে।
Eat kiba dangor rohoishya humai aase.,,,
Eaibur eku uttor nulai,, Junmoni dore hobo.....
@@babahatimuria8291 junmoni rabha r dore hoboge...lahe lahe manuhe kotha bur pahora arombho korbo..kintu Sunil gogoi morile ne jiai ase kunu dine nulaige....
Good news
কেচটো পুলিচে জয়ন্ত গোস্বামীৰ ফৈদৰ পৰা আৰম্ভ কৰিলে সোনকালে রহস্য ভেদ হব |
মোৰ সন্দেহ জাহাংগীৰে সুনীল গৈগক মাৰিছে কাৰণ জাহাংগীৰে ঘৰৰপৰা আই কাড লৈ গৈছে। আৰু তৃতীয় পক্ষ আছে।
Yes
দুই ভাতৃ মিলি আছে নেকি সুনীল গগৈ হত্যাত মোৰ সন্দেহ হয়, হাই প্ৰফাইল মাৰ্দাৰ যেন লাগিছে এইটো, মৃতদেহটোও পত্নী পুত্ৰই প্ৰথম অবস্হাত দাবী কৰাৰ দৰে সুনীল গগৈৰে যেন মোৰ মনেও কয়, জাহাংগীৰক পলুৱাই পথোৱা হল নেকি সন্দেহ হয়, ফৰেনচিক ৰিপৰ্টটো ৰাজহুৱা কৰিলে কিছু সন্দেহ মৰিব ৰাইজৰ,
মৃতদেহটো জাহাংগিৰৰ নহয় যেন পাও সেইটো সুনিল গগৈৰে হব।
সুনীল গগৈৰ পৰিয়ালক 3rd degree দিলে সকলো ওলাব !!
Jayanta rende goswami k mukhat gram loha bhoraidela sob koba
জোনমনি হত্যা ৰ দৰে।
ষড়যন্ত্র ৰ বলি চৰকাৰ ৰ দালাল ও জড়িত।
সেই কাৰণে পলম হৈ আছে।
প্রকৃত দোষী বচাব চেষ্টা কৰা হৈছে।
Apuni Jane nki koi ase j @@bhaskarjthakuria5538
আপোনালোকৰ শুদ্ধ বাতৰি ওলালে জনসাধাৰণক জনাব এনেকুৱা বাটোৰিয় মানুহক...
অসমীয়া এষাৰ কথা আছে।গালো বালো খোলাগুটি তাল।
জাহাঙ্গীৰ ৰ হতুৱাই মাৰি এতিয়া তাক পলুৱাই দি এই খন নাটক কৰিছে।
আপোনাৰ লগত এক মত ।
Right
Gogoi k jahangire hoitya kara jen lagise.Aru cash tu Junmoni Rabha r dore hobogoi.
এই দোকানি জনে ঐই মন্তব্য আগবঢ়ায়ছে অতি ভাল কথা কিন্তু তেখেতে মন্তব্য আগবঢ়াবলৈ কিয় ২৬ দিন লাগিলে। ইমান দিন কিয় আৰু কভ শুই আছিল? সন্দেহ আছে।
এইজনেই আৰো দুবছৰ পাছত কথাখিনি কোৱা হলে ভাল আছিল । কিবা পালে নেকি ।
আমি বিচাৰোঁ সঠিক তদন্ত।চি আই ডি য়েই হ ওক চি বি আই য়েই হোক আমি নিবিচাৰোঁ জোনমনিৰ দৰেই হোৱা তু। যিমানেই ঘটনাৰ হৈছিল সব গাইব শেষত একোয়েই নোলাই গৈ।
Presentation of Deb is excellent
জুনমনিৰ হত্যাৰ তদন্তই কি ফলাফল অসমৰ ৰাইজক CID য়ে দিব পাৰিলে!! চাগে একেই হব। নাটক নাটক যেন লাগিছে।
জাহাংগীৰক ক'ৰবাত লুকুৱাই ৰাখিছে কিজানি
এটা এটা আৰু কথা উলিয়াই থাক।
Police a sob jane kintu problem solv kora ni aru korib khuja ni
Very impressive reporting by Debapratim Baruah.
জোনমনি কেছটোত নালিয়া এইটো কেছত দোকানী 😅
বৰ্তমান সময়ত জনগনৰ সুৰক্ষাৰ বহুত অভাৱ হৈছে ।চৰকাৰে ইলেকচনৰ সময়ত ভোট কেনেকৈ পাই গাদিত বহিব পাৰে সেই মাধ্যমেৰে আঁচনি ৰূপায়ন কৰিলে নহব।।দেশক আগুৱাই নিয়াৰ মানসিকতাৰে কাম কৰক,ভোট এনেই পাব। অৰুণোদয়,ফ্ৰী চাউল, কৃষকক 2000 টকা।।এইবিলাক সময় বা বৰ্তমানৰ পৰিস্থিতিৰ উপযোগী নহয়,,, এনেকুৱা আঁচনি অসমত পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে।তৰুণ গগৈৰ দিনত সুতা কম্বল দিছিল,এতিয়া অৰুণোদয় দিয়া হৈছে একে।এনেকুৱা আচনিক লভণীয় আঁচনি বুলি কলেও ভুল নহয়।দেশৰ মানুহক আগুৱাই নিবলৈ চাওক।দেশ তেতিয়া হে আগুৱাই যাব।দেশৰ জনগণক সুৰক্ষা দিওক।দেশত মানুহৰ সুৰক্ষা নোহোৱা হৈছে।।
Arrest & bring Goswami under the net of investigation, otherwise public will get convinced that this case may be linked with Dispur, Minister, Mama etc
ইমাদিনে এইজন কত আছিল
Mritadehtu sunil Gogoire hoi jen lagise
নালিয়া কত
নালিয়াৰআবির্ভাব হব আৰু |
Eu Naaliyak pahorai nai😂😂😂
বেচেৰা নালীয়া সিদিনা লগ পাইছিলোঁ তাক ।।
I card লৈ কলৈ গ'ল জাহাঙ্গীৰ ্্্্্
এই বিলাক নাটক কৰি আছে
জয়ন্ত গোচামীক জেৰা নকৰে কিয় 😢
Jahangire marise gogoik ... medical report aako hobo lage
,Riporting bur junmonir Rahachya
দোকানৰ গৰাকী জনে এই মন্তব্য নিউজ24ৰ। আগত প্ৰায় দুসপ্তাহ মানৰ আগত এই মন্তব্য দিছিল 😅 ইয়াত নতুন একো তথ্য ওলোৱা নাই😢
মোনা ভৰ্তি কৰিলে আৰক্ষীয়ে
অসম আৰক্ষী সম্পুণ বিফল ,
ৰাস্তাত পইছা উঠাব জানে
Natok
হাতি চোৰ ধৰি ভুল কৰিলে
DNA riport t সন্দেহ
Jayanta gushwamik dhor ht 😡
Jahangir hussain a jiai ase neki
Hottya kora Jone Sunil gogoi he hoi ,😂😂😂😂😂
Voter card adhar card loi bhara desoto e gol neki?
CBI
Jahangirok sunil Gogoiyak mariboloi dise jayanta Goswamiye.tar pasat jahangirok poisa 500000/= di beleg jegaloi potiyale.karn aji kali sob poisar Kel.
DNA report is suspectable
ও বাতৰি হলে এনেকুৱা হব লাগে।
একো নোলায়।জোনমনিৰ দৰে হব।
Amar dra hadharn manuh buroru aituye hondah hoise..krn ai ghotona agt Jahangere ghr pra documents bisarisela ru vaiyekok jot asu vale asu buli koisela.mur mote jahagir ha polatok
1 ta miya komise....val he hoise.
BJP চৰকাৰৰ দিনত যিমান ঘটনা ঘটিল এইবোৰ পোহৰলৈ নাহে!
সঁচা হ'লেও,,,,সঁচা কথাৰ বিপদ বেছি। সঁচা কথাৰ আদৰ নাই।
Holeo ami BJP k vod dim
@@Gitu502 ভাল কথা। আপোনাৰ ভোট আপোনাৰ ইচ্ছা।কিন্তু জোনমণি ৰাভা কাণ্ডৰ দৰে ঘটনাৰ নিৰপেক্ষ তদন্ত্ৰ আৰু ভুক্তভগীয়ে ন্যায় পোৱাটো কামনা কৰোঁ।
@@RosardRoirdCongress r dinot eat koi 10 gun besi crime hoisil aru dikhi Hari goisil ghos besi asil nokobo aru hekh nohoi kole o
@@Gitu502gubor kha toi
DNA report to rajohua koribo lage ki ase tat raijok abogoto koribo lage, mukedi kua to tat asena ni xhitu tetiyahe gom pua jabo
Apunaluke takar karanehe singri Thaker..
মিঞা ক
Brihot onkor lenden kori dnar cemple odal bodal kora hoise
bor ghoror manuh jorito hoi asa saga
Dukh lagise assam police km nai sage🤣🤣🤣ki nu kom.
Haru manuh haru kotha
Part2.junmoni
Misa haki
Ketiya j ami hothik toytho pam najanu aru
Assamese. Hahke. Nhahke. Salan. Kthatehe. Xpart
Dukani jana no 30 tarikar para jahangir haraisil kako kuwana asil
Arokshir veku vaona
jahidure kam koriboloinotunkoi ahise bule koise kentu dukanijone koise j jahidur aru jahangir prai 1 one bosor dukanor kora bosu loi ahise
Duki jon hunkle ulbo kimn polai takibo
jahangira sunilok maribo pare proved hisape tabijot lage thoka rosi dal.karon tabijor rosi dal sunilor barit tabij goi ulale goi mitodahor usorot.dna tast to vul huwa jan pau.aru vabu case tut kunuba hiprofile manuh asa😢😢😢
Mundo to sini napai nneki
Junmoni.dare.nahaytu
CID nam xunile naliyak monot pore....... 😂😂😂 nije xahi thaku eibur bhabi
Posmotemot eku kheli meli नए पैंट खुली salei miya ne hindu sinibo pare
LIC Agent Janak Dharib Lage,
Bal. Kta
Mundotu kar