কিয় এটাও পৰীক্ষা বিসংগতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিলে NTA-এ?নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • NEET, CUET, NET এটাৰ পিছত আনটো পৰীক্ষাত কেলেংকাৰী
    কিয় এটাও পৰীক্ষা বিসংগতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিলে NTA-এ?
    NEETত ২৪ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিলে কোনে?
    NETত অৱতীৰ্ণ ১১.৪ লাখ শিক্ষাৰ্থীকো নিৰাশ কৰিলে NTA-এ
    CUETত অৱতীৰ্ণ ১৩.৪৭ লাখ শিক্ষাৰ্থীৰো হাহাকাৰ অৱস্থা
    কেলেংকাৰীৰ অভিকেন্দ্র হিচাপে চিনাক্ত বিজেপিশাসিত ৰাজ্য
    হটস্পট বুলি চিনাক্ত- মধ্যপ্রদেশ,গুজৰাট,বিহাৰ,ৰাজস্থান,হাৰিয়ানা
    পুঠি-খলিহনাক বহিষ্কাৰ, নিলম্বন কৰিয়েই চৰকাৰে দায় সাৰিব পাৰিবনে?
    আচলতে হৈছে কি, হ’ব লাগিছিল কি- এয়া চৰকাৰৰ ব্যৰ্থতা নহয়নে?
    শিক্ষামন্ত্রীয়ে এটা স্বীকাৰোক্তিৰেই দায় সাৰিব পাৰিবনে?
    দৰিদ্র শিক্ষাৰ্থীৰ বাবে দিনক দিনে দুৰ্লভ হৈ পৰিছে নেকি উচ্চ শিক্ষা?
    বিৰোধীয়ে হাজাৰ ক’লেও কিয় গুৰুত্ব দিয়া নাই প্রধানমন্ত্রীয়ে?
    বিতৰ্কৰ খাতিৰত বিতৰ্ক নহয়, আজি যুক্তিনিষ্ঠ আলোচনা
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #ABHIMAT #nitumonisaikia

ความคิดเห็น • 53

  • @manjubarman1855
    @manjubarman1855 3 หลายเดือนก่อน +21

    চাহ বেপাৰীৰ হাতত দেশৰ দ্বায়িত্ব দিলে এনেকুৱা হোৱাতো স্বাভাৱিক।

  • @AMINULISLAM-pm1ow
    @AMINULISLAM-pm1ow 3 หลายเดือนก่อน +3

    We want justice for Assam pharmacy students

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 3 หลายเดือนก่อน +3

    Joyanta sagoli2k kio mate nitu da

  • @abdulmannanahmed787
    @abdulmannanahmed787 3 หลายเดือนก่อน +2

    PM sought vote citing his guarantee. Is this kind of guarantee that was assured to the nation that the youths will be destroyed, human resource will be destroyed for the vested interest of a section of people ?

  • @Animales92
    @Animales92 3 หลายเดือนก่อน +1

    #justiceforpharmacystudentsofassam

  • @joynalabdinchoudhury9331
    @joynalabdinchoudhury9331 3 หลายเดือนก่อน +2

    why you godi modia is not talking about the Assam pharmacy council. When the matter is rised by the mohsin you conclude the talk show why?? Are you scared of Assam BJP government. If not make a complete talk show on the Assam pharmacy students problem. It's been 2 years they are not getting registration. I am challenging you that you can't talk on this matter because you are godi media can't talk the reality

  • @julfikkarali6728
    @julfikkarali6728 3 หลายเดือนก่อน +2

    এটা পৰীক্ষা ভালদৰে অনুস্থিত কৰিব নোৱাৰিলে ? দুৰ্ভাগ্যজনক

  • @binodsoverview8684
    @binodsoverview8684 3 หลายเดือนก่อน +1

    Re neet

  • @SatishSarma-p7c
    @SatishSarma-p7c 3 หลายเดือนก่อน

    জয়ন্তই সকলো জানে কিন্তু একো নেজানে !!!!

  • @KaliramBoro-cc8xz
    @KaliramBoro-cc8xz 3 หลายเดือนก่อน +2

    Apunalak kiw C G L bikhai kiwo nakai

  • @ArifaheadArifahead
    @ArifaheadArifahead 2 หลายเดือนก่อน

    Apunio vote disil nitchay

  • @jibonpathori8513
    @jibonpathori8513 3 หลายเดือนก่อน +3

    চৰকাৰ বেজাল

  • @S.M.8439
    @S.M.8439 3 หลายเดือนก่อน +1

    NTA পৰিচালনা কৰা মানুহবোৰ বেয়া।

  • @minakshiborgohain7378
    @minakshiborgohain7378 3 หลายเดือนก่อน +5

    উলুৰ লগত বগৰী পোৰা গৈছে..!! কংগ্ৰেছ-বিজেপিৰ বগৰা-বগৰিত চুপতা - চুপতিৰ মাজত কিয় students সকলৰ ভবিষ্যত কিয় ধ্বংস কৰা হৈছে ? কিয় তেওঁলোকৰ জীৱনৰ লগত হেতালি খেলিছে ? এই যে জোৰ কৰি doctor কৰিব বিচৰা সকলে‌ কি হাৰত ভবিষ্যতে মানুহৰ জীৱনৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে সেয়া চৰকাৰ যিয়েই নহওঁক কিয় এবাৰ চিন্তা কৰিছেনে ? এই যে পয়ালগা ব্যৱস্থা জনসাধাৰণে কিন্তু কেতিয়াও মানি নচলে চৰকাৰী পক্ষই কথাবোৰ ভালকৈ পৰ্যবেক্ষণ কৰিব লাগে ।

  • @BaharulIslam-yv7pv
    @BaharulIslam-yv7pv 3 หลายเดือนก่อน +4

    Re Neet for all student

  • @SatishSarma-p7c
    @SatishSarma-p7c 3 หลายเดือนก่อน

    বাইদেউ ধন্যবাদ।

  • @BishnudasBishnudas-cb9ci
    @BishnudasBishnudas-cb9ci 3 หลายเดือนก่อน +18

    ৰাজনৈতিক নেতাবোৰেই দুৰ্নীতিৰ বাট মুকলি কৰে আৰু ৰাইজক দেখুৱাই তেওঁলোকেই আইন প্ৰণয়ন কৰে।লাভ কিবা হব নে

  • @SatishSarma-p7c
    @SatishSarma-p7c 3 หลายเดือนก่อน

    PROTEST SHOULD BE ULTIMATED.OTHERWISE THE STUDENTS OF MERIT WILL GO DESTROYED THE EXISTIMG GOVY. IS NO MORE.RAJNITI NAKARI DHARMANITI KARA UCHIT.VERY SENTIMENTAL ADVIRONMENT.

  • @bandita203
    @bandita203 2 หลายเดือนก่อน

    Not a single competitive exam was free and fair this year
    Shame on the Ruling government that talks of Bikshit Bharat

  • @RumiHazarika-w3t
    @RumiHazarika-w3t 3 หลายเดือนก่อน +3

    Assam ot paper leak hoise nki inquari koribo lage

  • @KanakchBaro-ie4tz
    @KanakchBaro-ie4tz 3 หลายเดือนก่อน +2

    A very meaningful discussion.

  • @minotisonowal604
    @minotisonowal604 3 หลายเดือนก่อน +2

    New edication sistem uthai diboi lagibo

  • @bhabanandabasumatary8211
    @bhabanandabasumatary8211 2 หลายเดือนก่อน

    From everywhere if we notice then we have a tremendous crisis.It is because of our lack of our democratic sense and value.we the Indians are yet to be fit for casting our votes.In short we lack of the knowledge how to make a value based democratic country .

  • @udaychdas
    @udaychdas 3 หลายเดือนก่อน +2

    Angwnabadi Works khini ki hol ?

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 หลายเดือนก่อน +13

    নৰেন্দ্ৰ মোদীৰ দিনত ইয়াতকৈ আৰু কি ভাল ফল হ'ব ভাৰত খন বেছি বেছি খেখ কৰিলে আৰু এই কেইদিনত বাকী থকা খিনিও খেখ কৰিব

  • @navajyotimahanta6943
    @navajyotimahanta6943 3 หลายเดือนก่อน +1

    আমাৰ pharmacist ৰ registration দিয়া কিয় হোৱা নাই,,আমি দুবছৰ পৰা ঘৰত বহি আছো 😢 আমাৰ কথা কোনেও নুবুজে । আমাৰ ভৱিষ্যত বৰ্তমান অন্ধকাৰত

  • @dips6785
    @dips6785 3 หลายเดือนก่อน +1

    Ram Mandir bonile......porhaa xunaa nokorileu hobo....
    Jai shree ram

  • @shiddheswarsonowal2266
    @shiddheswarsonowal2266 2 หลายเดือนก่อน

    APl
    😊 45:59

  • @Animales92
    @Animales92 3 หลายเดือนก่อน +2

    ASSAM government a students r lgt demali kori ase

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 3 หลายเดือนก่อน +2

    আইনী ব্যৱস্থা এটা চলি থকা বিষয়টো লৈ অযথা সময় বৰবাদ । এয়া মাত্ৰ ৰাজনৈতিক লাভালাভৰ কথাহে হ'ল ।

  • @pranjalbayan5338
    @pranjalbayan5338 3 หลายเดือนก่อน +1

    What do we expect from an In literature Prime minister???

  • @cricket_anuragi_18
    @cricket_anuragi_18 3 หลายเดือนก่อน +4

    Allen coaching mafia r marketing krib ahise 😂

  • @priyankadeka9591
    @priyankadeka9591 3 หลายเดือนก่อน +2

    #himantabiswasharam

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 3 หลายเดือนก่อน +1

    বিজেপিৰ নেতা সকলে সঙসকাৰ কথা এটা প্ৰচাৰ মাথো, লুতৰুহে

  • @akhilgogoi1869
    @akhilgogoi1869 3 หลายเดือนก่อน +2

    Bhout bhout bhal lagil

  • @Abhisaikia
    @Abhisaikia 3 หลายเดือนก่อน +1

    mudir mukhor mat horil

  • @naarjilaskar9679
    @naarjilaskar9679 3 หลายเดือนก่อน +1

    #justiceforpharmacystudentofassam

  • @_biplob_hussain_8839
    @_biplob_hussain_8839 3 หลายเดือนก่อน +1

    Iam agree with a a p netri

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 3 หลายเดือนก่อน +1

    BJP sir hai

  • @helaluddinmullah2908
    @helaluddinmullah2908 3 หลายเดือนก่อน +1

    Career classes.

  • @kandarpatalukdar967
    @kandarpatalukdar967 3 หลายเดือนก่อน +8

    যিমান চিঞৰি থাকিলেও লাভ নাই যেতিয়া ৰাজনীতিক নেতাৰ নাম জৰিত হব তেতিয়া সব investigation বন্ধ হৈ যাব। মোৰ upsc ৰ ওপৰতো সন্দেহ আছে নেজনো সেইটো কেতিয়া শুনা পাওঁ কিন্তু মই অতি সোনকালে শুনা পাম বুলি মই আশা কৰিছোঁ?

    • @hiramanidas3344
      @hiramanidas3344 3 หลายเดือนก่อน

      Upsc t hoi tole tole

  • @KanakchBaro-ie4tz
    @KanakchBaro-ie4tz 3 หลายเดือนก่อน +4

    We should protest against any short of scam as it's a shameful matter for every Indian.

  • @Viralindia2.0Yt
    @Viralindia2.0Yt 3 หลายเดือนก่อน

    #justiceforpharmacystudentofassam

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 หลายเดือนก่อน +3

    অসমৰ মানুহক বৰবাদ কৰিলে আৰু ভাৰত খন বেছি বেছি খেখ কৰিলে এয়াই নৰেন্দ্ৰ মোদীৰ মেজিক