ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অতি মোহময়ী, জনপ্ৰিয় আৰু চিৰসেউজ অভিনেত্ৰী। বাইদেউৰ অতি ভদ্ৰ ব্যৱহাৰ, আৰু গুৰু গম্ভীৰ ব্যক্তিত্বই আমাক আকৃত কৰে। অসমীয়া ছবি জগতৰ চিৰ সেউজ মোহময়ী অভিনেত্ৰী মৃদুলা বাইদেউক আমাৰ তৰফৰ পৰা অসমীয়া নববৰ্ষৰ লগতে অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। শেষত বাইদেউৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ❤❤❤
1:41
😊😊
eman dhunia teu❤
Favorite actress
Our faverit actress
Mridula baidewr amr ati mromr❤❤
বাইদেৱে প্ৰতিমা নামৰ ছবিখনৰ। চৰিত্ৰ তোত খুব ভাল পাইছিলো।
বিজু ফুকনৰ লগত হে ভাল লাগিছিল ।
মৃদুলা বৰুৱাক মই কোনোদিনে লগ পোৱা নাই কথাপি মোৰ দৃষ্টিত মৃদুলা বৰুৱা এজনী অসমীয়া জীয়ৰী অসমীয়া বোৱাৰী কাৰণ ছোৱালী বুলি কলে যিখিনি অলঙ্কাৰ খাকিব লাগে তেওৰ তাত মই দেখা পাও যেনে লাজকুৰীয়া স্বভাবৰ খোজকাটল কথাবতৰা মাৰ্জিত ব্যৱহাৰ ইত্যাদি আজিৰ একট্ৰেজ বা চেলিব্ৰেটিজ বোৰে যি ধৰণে ৰথা কয় তেও নকয় সগায় নমনীয় সেয়ে অসমীয়া বুলি কৈছো ভাল লাগে মৃদুলা বৰুৱাক তেও যদিও কয় তেওৰ দুখ নাই তথাপি দেখিলে এনে লাগে যেন দুখৰ চাদৰ এখনে তেওৰ গাৰ আচল হৈ তেওক আবৰি আছে মই এদিন যাম তেওৰ ঘৰলৈ চিনাকী হৈ কথা পাতি আহিম ঘৰটো হয়তো চাট্ৰিবাৰীৰ পুখুৰীটোৰ প্ৰায় পাৰতে
Bahut dinar muaràt dekha pai baidewk val lagil.ajikali dekha napaw thq
মোৰ বৰ মৰড়ৰ বাইদেউ ।।
আমি সৰুতেই অসমীয়া চিনেমাৰ পৰ্দাত দেখা পোৱা অতি মোহনীয়, ইমান সুন্দৰ কথাবাৰ্তা, ইমান লাজুকীয়া স্বভাৱৰ। লাজেই নাৰীৰ ভূষণ। গুৰু গম্ভীৰ।তেখেতক যেনেকুৱা চৰিত্ৰতেই দিয়ক খুব সুন্দৰ কৈ ফুটাই তুলিব পাৰে। আমি কোনো দিন ব্যক্তিগত ভাৱে কাষৰ পৰা লগ পোৱাৰ সৌভাগ্য নাই হোৱা যদিও তেখেত আমাৰ সকলোৰে অন্তৰত সদায়েই থাকিব। তেখেতৰ সু-স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰি প্ৰভু ভগৱন্তই তেখেতক সদায়েই চিৰসেউজীয়া কৰি ৰাখক। তাৰেই কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏
Mridula baideur lora sowali ase nai jonab de moi baideur china Sai bahut val lage❤❤😂🎉🎉😢😢😢
মৃদুলা বা বহু ধয্যশীলা ।
❤❤❤❤❤
Eman dhunia sabo parem aru aponak
Baidew axomiya cinema r ataitkoi dhunia actress..Marjito bhabe Kapur pindha baidew amar bor Priya.. baidew xuswasthya kamona korilu ❤
বাইদেউৰ এখন ছবি "প্ৰতিমা" নামৰ কথাছৱি খনে বহুতো সাঁচ বহুৱাইছিল ,এতিয়া বিচাৰি পাবলৈ নাই দেখুন
Ame sabo bisaru bidu
Baidewr dirghayu kamana korilu ......
Bohut val lagile sabo bisaru
Mridula baideu k dekhi bohut bhal lagil.Baideu apuni agor dorei dhunia hoie ase
Fatema pehir ovinotu ketiau pahoribo nuaru..aaru koka Deuta Nati hatir saritrotu tut bor monot pora tenekua ditiyo goraki aajiloi bisari pua nai miss koru bahut..
বাইদেউ ৰ সন্তান নাই নেকি ।এবাৰো নকলে যে ?
নাই অ , নহল,