Very nice video.........ei video tur joriote bohute bohut kotha khikibo Parise ......agoloi o enekuwa video ana .....may God bless you and your channal family..
@@apsdarrang4974 hoi dhonyobad ....mur Ghar o darrang district t ......Amar aonsoltu anekoi e agowai jaboloi kamona korilo......apunalokr darrang district r kun khini thait apunalokr Ghar...
@@apsdarrang4974 tair aru val hbo,,emn horute emn khni dhnya acting korise,,,taik aguway niya to apunalukorei krtyb dada,,,,,,,nxt eppisode to dibo hnkale
সৰু মাইনা জনীক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ । তাই আৰু এখন নতুন Film ত অভিনয় কৰিছে , এই APS Darrang তেই । দুৰ্দান্ত অভিনয় কৰি প্ৰতিভাৰ চানেকি দাঙি ধৰিব পাৰিছে । Filmখনৰ নাম -----সাকো। চাওকচোন আৰুshare দিবা চোন ।
ধন্যবাদ জনালো। আৰু এখন নতুন ছবি ৰিলিজ দিয়া হৈছে।চোৱচোন , ছবি খনত কণমানি ছোৱালী এজনীয়ে দুৰ্দান্ত অভিনয় কৰিছে,আকৌ তাইক এটি আশীৰ্বাদ দিয়াচোন। লগতে subscribe and share কৰি দিবা দেই ্
আৰু এখন নতুন ছবি ৰিলিজ দিয়া হৈছে। ছবি খনৰ নাম হৈছে সাঁকো । অনুগ্ৰহ কৰি চাওকচোন । তাত কণমানি ছোৱালী জনীয়ে দুৰ্দান্ত অভিনয় কৰিছে তাইক এটা আশীৰ্বাদ দিয়াচোন । লগতে subscribe and share কৰি দিবা।
Konmani joni BhT mrm loga hoi acting bur o xokolure dhuniya hoi aru aguai jail🥰
Ghhfhjhchbgujgyigyyjfdfugffig
সুন্দৰ বৰ ভাল লাগিল ভিডিঅ'টি চাই
ধন্যবাদ আশাকৰোঁ কণমানি জনীৰ বাবে subscribe and share কৰি দিয়কচোন।
Hundar kahini bastob homajot soli thoka ata hosa ghontona moinar ovinoi hundar hoise 👍
Thank you Dipak. ইতিমধ্যে তুমি আমাৰ আতাইতকৈ ভাল বন্ধু হৈ পৰিলা। তোমাৰ মূল্যবান সময় নষ্ট কৰি আমাৰ video বিলাক enjoy কৰাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।ভগবানে তোমাক মঙ্গল কৰক।
Kahini acting music bhut dhunia . Paresh Da aponar systi atulaniya . APS darrng zindabad.
Thanks.Bahumulia mantabyai amaloi sahas aru preranar batari ani dise.
Eam dhunia film. Knmanijanir kisi sundar avinoy ckulu ketia bagaril gamei napalo knmnir dautakr natural acting. Zindabaad Aps Darrang.
Dhanyabad, kanmani Jamie prati aponar asirbad sadare grahan karilo, deutakar avinaya kara Pranjal Nathar prati aponar salag o antarikatare grahan karilo.APS Darrang ar prati aponar asirbad amar babe vagabanar asirbad swarup.Anedare amar logot jen sadai thake.
Maina to Bor mrm LGA.....abhinoii oo xundor hoise...😘😘😘
কণমানি ছোৱালী জনীয়ে আৰু দুখন ছবিত অভিনয় কৰিছে এখনৰ নাম হৈছে সাঁকো , আৰু আন এখনৰ নাম হৈছে অবুজ মনৰ পৰিণতি এবাৰ চোৱাচোন ।
@@apsdarrang4974 nishoy Sam...
সুন্দৰ কাহিনী............................... বহুত বহুত বহুত বহুত বহুত ভাল লাগিছে
বহুত বহুত ধন্যবাদ।আশাকৰো আমাৰ আতাইবোৰ ভিদিঅ চাব আৰু share কৰি আমাক আৰু উৎসাহিত কৰিব।
Dhunia hoise panjal dada
Thank you
Vl lagil kin2 hosai manibo lagibo nijor hontanok ari kenekoi thakibo pare deoutakor morom dekhi vl lagil....
যোৱা কালি আন এখন নতুন ছবি ৰিলিজ দিয়া হৈছে। ছবিখনৰ নাম হৈছে অবুজ মনৰ পৰিণতি । ছবি খনত কণমানি ছোৱালী জনীয়ে সুন্দৰ অভিনয় কৰিব পাৰিছে । চাওকচোন ।
Maina jonir acting woow😍😍😘😘
ধন্যবাদ জনালোঁ
বহুত ভাল লাগিল ছবিখন
Thank you so much
Plz share.
কান্দি ললোঁ বিষ্মীতা মাইনাৰ অভিনয় চাই / শিশু শিল্পী হিচাপে তাই ডাঙৰতকৈ ভাল অভিনয় কৰিছে য'ত সকলোৰে চকু সেমেকি গৈছে । মইনাৰ উজ্জ্বল ভবিষ্যত কামনা কৰাৰ লগতে তাই যে এজনী ভবিষ্যতে ভাল দক্ষতা থকা অভিনেত্ৰী শিল্পী হ'ব পাৰিব এয়াই প্ৰমাণ কৰি দিলে। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে । Background sound Composed প্ৰশংসনীয়। প্ৰাঞ্জল ভাইটি , যোগেন ভাইটি ৰ লগতে পৰেশ দাদা আৰু মণ্ডল খুড়া আৰু মেইন চৰিত্ৰত অভিনয় কৰা মাইনা দুজনীৰো অভিনয় শলাগ ললোঁ। আগলৈ আগবাঢ়ি যোৱা তাকে কামনা কৰিছোঁ। জয় Aps Darrang জয় ।
কনমানি জনীৰ অভিনয়ৰ প্ৰতি আপোনাৰ আন্তৰিক সহাৰি পাই আমি উৎসাহিত হৈছো।আপোনাৰ এই বহুমূলীয়া মন্তব্য ই কনমানি জনীৰ অভিনয় জীৱনৰ মাইল খুটি হৈ ৰব।লগতে আন শিল্পী সকলৰ বাবেও আপোনাৰ মন্তব্য হৈ ৰ'ল এক ন-আশাৰ দাপোন।আপোনাৰ মৰম APS Darrang অৰ বাবে আশীষ নিৰ্মালী।
Sir r acting khini kintu dhuniya lgisii😊😊😊aru agbrhi juwa apunalok💐💐
ধন্যবাদ জনালোঁ।শুভেচ্ছা গ্ৰহন কৰি আগুৱাই যোৱাৰ প্ৰচেষ্টা চলাই যাম।
Xaru suwali joni r acting uff mojja hoise💜😘😘
Thanks, aponar utsah jonok mantabyai saru soali janik aguai joat anuprerana jogaba.
Very nice video.........ei video tur joriote bohute bohut kotha khikibo Parise ......agoloi o enekuwa video ana .....may God bless you and your channal family..
আৰু কেইখনমান তেনেকুৱা ধৰণৰ video ইতিমধ্যে ৰিলিজ দিয়া হৈছে । Videoকেইটাৰ নাম হৈছে ---- সাঁকো , অবুজ মনৰ পৰিণতি , প্ৰডাতীত কলীয়া ডাৱৰ । সুবিধাৰ বাবে আমাৰ channelটো ৰ নাম পুনৰ লিখি দিলোঁ APS Darrang.
@@apsdarrang4974 hoi dhonyobad ....mur Ghar o darrang district t ......Amar aonsoltu anekoi e agowai jaboloi kamona korilo......apunalokr darrang district r kun khini thait apunalokr Ghar...
Mainar akdmmm mjjaa hoise
Thanks.Mainar hoi asirbad grahan korilo.
এটি বাস্তৱ আৰু কৰুণ কাহিনী উপহাৰ দিলে APS Darrang য়ে । কণমানি জনীৰ অভিনয়ে বেয়াকৈ কন্দুৱালে।আশা কৰো কনমানিৰ জনীৰ প্ৰতিভাক অভিনয় জগতৰ তাৰকা সকলে মৰমেৰে বুটলি ল'ব।
ধন্যবাদ জনালোঁ।আপোনাৰ বহুমূলীয়া মন্তব্য আমাৰ বাবে আশীৰ্বাদ।কনমানি জনীৰ প্ৰতি আপোনাৰ শুভেচ্ছাই তেওক উৎসাহিত কৰি বহু আগুৱাই নিব।
@@apsdarrang4974ee😂❤🎉😊😂😂🎉😂h.
❤ se hi ni lo0
অভিনয় চাই বহুত দুখ লাগিল। পুনৰ এনেকুৱা অভিনয় চাবলৈ পাম বুলি আশা কৰিলো।
ধন্যবাদ জনালো । আন এখন নতুন ছবি ৰিলিজ হৈছে । ছবিখনৰ নাম সাঁকো । তাত কণমানি ছোৱালী জনীয়ে সুন্দৰ নিদৰ্শন দাঙি ধৰিব পাৰিছে চোৱা চোন ।
😭😭😭😭😭😃😭😭😭
oti hundor ,,,,,konmani joni aru tair deutak jnr ovinoy bht vl hoise,,,,nxt eppisode to sabo bosaru hnkale
Thanks a lot.konmanijanik asirbad dia babe kritagyata janalo.
@@apsdarrang4974 tair aru val hbo,,emn horute emn khni dhnya acting korise,,,taik aguway niya to apunalukorei krtyb dada,,,,,,,nxt eppisode to dibo hnkale
Kahini2 bohut Val lagil sai agoloi aguway jayok take kamonan korilu
Thanks a lot.Aponalokar sahai sahajogita paiai aikhini paisohi,aponalokar sahai sahajogitatei aru aguai jaba parim buli asa koriso.
Bhut val lagese sai abhinoy bur
কণমানি ছোৱালী জনীয়ে আৰু এখন নতুন ছবি ত অভিনয় কৰিছে । ছবি খনৰ নাম হৈছে সাঁকো । Please enjoy the video and share .
Palash da obhinoi sai vl lagil aru aguwai jauk
Thank you.Plz share
Bhout dahuk lagil video tu sai khandi dilu ..aru aguoi juok apnnluki adiN val hbo
ধন্যবাদ । অনুগ্ৰহ কৰি সৰু মাইনা জনীৰ বাবে subscribe and share কৰি দিয়ক।
Xoru suwali joni bohut dhuniya lagise
সৰু মাইনা জনীক আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ । তাই আৰু এখন নতুন Film ত অভিনয় কৰিছে , এই APS Darrang তেই । দুৰ্দান্ত অভিনয় কৰি প্ৰতিভাৰ চানেকি দাঙি ধৰিব পাৰিছে । Filmখনৰ নাম -----সাকো। চাওকচোন আৰুshare দিবা চোন ।
Konmani janir avinoy bahut val lage,, lage apona lokr xklo video sai val lage, konmani janik agowai niya bane dhanyavaad janaiso🙏🙏🙏🙏🙏❤❤❤❤❤
Thank you single life. কণমানি জনীয়ে কৰা আন বহুতো video আছে ।সময় উলিয়াই চাবাচোন ।তাই কৰা কেইখনমান উল্লেখযোগ্য চিনেমা হ'ল ত্যাগ, মায়া, দেউতা, সাঁকো, মৰমে চিঞৰিছে, অবুজ মনৰ পৰিণতি, কলীয়া ডাৱৰ, দহন, দূৰে-দূৰে ওচৰতে আঘাত, তোমাৰ বাবে ইত্যাদি । সুবিধাৰ বাবে channel টোৰ নাম লিখি দিলোঁ APS Darrang. তোমাৰ আশীৰ্বাদ, শুভেচ্ছা কণমানি জনীৰ বাবে প্ৰেৰণা ৰ উৎস হৈ ৰল ।
সৰু মাইনা জনী বহুত ধুনীয়া হৈছে আগলৈ আগুৱাই যোৱা 💕💕💕💕
ধন্যবাদ।মাইনা জনীৰ হৈ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ।
Val lagise jogen da hit 😍2mi
Thanks
Val lagile say bohot
Thank you.Plz watch our other videos and share.
Xsai Xoru maina Joni ovinoi bht vl hoise
অকমানি জনী ইমান ধুনীয়া অভিনেয়
Puwali joni bohut quit val lagile puwali joni mak joni beya lagila baki val lagil
Moja lagisy apunar vedio ,
Heart touching story ...konmani jonir ovinoi khub hundor hoise
Please enjoy another video where the child artist performs Very well . The name of the video is xako , ( সাঁকো )
Bhalhose
@@apsdarrang4974 🎉❤🎉🎉🎉❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤😂❤❤❤❤❤🎉🎉❤🎉🎉🎉🎉🎉🎉🎉🎉🎉❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤🎉🎉🎉🎉🎉🎉❤❤🎉🎉🎉❤🎉🎉🎉🎉❤
❤❤❤😂🎉🎉❤❤❤❤❤❤❤❤❤❤❤😂😂❤🎉🎉🎉❤😂🎉🎉🎉😂❤🎉🎉❤
Pi@@aditeemahanta6735
Bohut val lagil sai... Nice❤❤❤
Thank you . Please share and subscribe
Xaru maina jnir bht vl hyse abhinai..
Thanks a lot.
Dhuniya hyse
Thanks.
Bohut val lagesa dei
Val hoise. . . Congratulations @APS Darang
Thanks.
Akhan ati karun bastabdharmi kathasabi upabhuge karilo 😭.val lagil.mainajanir ujjal bhavisyat kamana karilo ❤️.👍👍👍
ধন্যবাদ জনালোঁ।আপোনাৰ বহুমূলীয়া মন্তব্য আৰু মাইনাজনীলৈ দিয়া আশীৰ্বাদ সাদৰে গ্ৰহন কৰিলো।
Bohut bohut dhuniya lagise bor 🌹🔥🔥
ধন্যবাদ জনালো । কণমানি ছোৱালী জনীয়ে আৰু এখন নতুন ছবি ত অভিনয় কৰিছে । ছবিখনৰ নাম সাঁকো । ছবি খনৰ চাই এটি আশীৰ্বাদ দিয়াচোন ।
Konmani joni dhuniya aktig korise akha koru aru val val korib pare jen love bor 🔥🔥🔥🔥🔥🔥🔥🔥👌👌
ইগ
কণমানি জনীয়ে খুব সুন্দৰ অভিনয় কৰিছে , বাস্তৱ ধৰ্মী এখন জীয়া কাহিনী , ভাল লাগিল ,,
ধন্যবাদ জনালো কণমানি ছোৱালী জনীয়ে আন এখন নতুন ছবিত অভিনয় কৰিছে , ছবি খনৰ নাম হৈছে সাঁকো । চোৱা চোন ।
Dhuniya hoise
ধন্যবাদ। আৰু এখন নতুন ছবি দিয়া হৈছে । নাম----"সাঁকো । ছবিখন ত। সৰু মাইনা জনীয়ে দুৰ্দান্ত অভিনয় কৰিছে । অনুগ্ৰহ কৰি চাওকচোন , কণমানি জনীক আগুৱাই যোৱাত সহায় কৰকচোন।
Short film.khn sai.bohot vhl lagise
Thanks.
Bohut val lagil ,konmani joniye konduwai dile.
Thank you.Konmrni jonor hoi asirbad grohon korilo.Plz share our short films.
Bhut val lagil sai🥰🥰🥰🥰🥰🥰
ধন্যবাদ জনালোঁ।
বহুত দুখ লগা কাহিনী ।
সৰু মাইনাজনীৰ অভিনয় বহুত ভাল লাগিছে ❣️মাইনা তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।
Thank you Chandamita. সৰু মই না জনীয়ে আৰু বহুতো ছবিত অভিনয় কৰিছে। তাই অভিনয় কৰা ছবি কেইখনৰ নাম লিখি দিলোঁ ------ ত্যাগ, মায়া, দেউতা, সাঁকো, মৰমে চিঞৰিছে, দূৰে-দূৰে ওচৰতে আঘাত,দহন, জীৱনৰ ৰঙ, শিকলি, মহীয়সী , প্ৰত্যাহ্বান,চকুলো চাবাচোন।
@@apsdarrang4974 আপুনি লিখা দিয়া তিনিখন চাইছো বাকী কেইখন চাম সময় সুবিধা মতে তাইৰ লগতে আপোনালোক সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে।
দেউতা খন ময় তিনিবাৰ চালো দুচকুৰে চকুলো নিগৰি গ'ল ।
আশাকৰো আৰু সুন্দৰ ভিদিও আমাৰ মাজলৈ আগবঢ়াই দিব বুলি আশাৰে অপেক্ষা কৰিছো ।
কনমানী মাইনাৰ লগতে আপোনালোক সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏
বহুত ভাল লাগিল
কাহিনী অতি সুন্দৰ হৈছে,
ধন্যবাদ।
Dhuniwa lagise maina joni
সৰু মাইনা জনীক আশীৰ্বাদ দিবা।তাই আমাৰ সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ।
বহুত ভাল লাগিল আৰু দূখ লাগিল চাই 😭😭😭😭😭😭
আমাৰ video বিলাকে তোমাক যেনেদৰে আনন্দ দিছে , সেই দৰে তোমাৰ সহাৰিয়ে আমাকো প্ৰেৰণা দিছে ন- ন উদ্যমেৰে কাম কৰিবলৈ । কণমানি মই না জনীয়ে কৰা আন এখনি ছবি " মায়া" আহি আছে এই সপ্তাহত , তালৈ অপেক্ষা কৰিবাচোন । আৰু তোমাৰ contact number টো দিবা নে ? তুমি যে সৰু মই না জনীক ভাল পাইছা , কথা পতাই দিম ।
@@apsdarrang4974 Thak Asa Moi Horu Maina Joni Logot Kotha Patiboloi Mur Contact Number2 Dim Baru
@@apsdarrang4974 মায়া ছবিখন খন বাবে অপেক্ষা কৰিম ।
@@apsdarrang4974 Mur Comment Reply Kora Babe Thank You So Much
@@nitumonisaikia7425 ধন্যবাদ নিতুমনি । এটি ইতিবাচকcomment আমাৰ প্ৰেৰণা ৰ আধাৰ ।তাক সন্মান দিয়া টো আমাৰ কৰ্তব্য । তোমাৰ বাবে ই আমি You tube ত জীয়াই আছোঁ । আৰু তোমালোকেই কণমানি জনীক আগুৱাই নিব লাগিব ।
ভাললাগিছে
ধন্যবাদ Purabi. Plz share.
Oti hundor ......♥️
কণমানি জনী সুন্দৰ অভিনয় । তুমি আগুৱাই যোৱা ।
কণমানি ছোৱালী জনীয়ে আন এখন নতুন ছবিত অভিনয় কৰিছে ছবিখনৰ নাম সাঁকো । চোৱা চোন ।
Dhuniya lagise sir ♥️♥️
ধন্যবাদ জনালো, লগতে subscribe and share কৰি দিলে আগবঢ়াত কিছু সুবিধা হ'ব।
মইনাৰ অভিনয়ক কিদৰে শলাগিম ভাবি পোৱা নাই..ভাল হওঁক তাইৰ..আগুৱাই যাওঁক
কাহিনী বাস্তৱধৰ্মী..বহুত ভাল লাগিল..
সুখী হোৱাৰ জোখাৰে সফল হওঁক APS পৰিয়ালবৰ্গ
ধন্যবাদ, কনমানি জনীলৈ আপোনাৰ আশীৰ্বাদ আৰু APS Darrang অলৈ আপোনাৰ শুভেচ্ছা শীৰ পাতি ললোঁ।
@@apsdarrang4974 ,
Duniya❤
Thank you. Please share subscribe.
@Saniya Begum um
কনমানী জনী অভিনয় চাই বৰ ভাল লাগিল
ধন্যবাদ পলি। কণমানি জনীক আশীৰ্বাদ দিবা যাতে আৰু ভাল অভিনয় কৰিবলৈ তাই সাহস পায়।
Bastob kahinir logoto mili goise bohut val lagil
Thank you .
সুন্দৰ হৈছে ।
ধন্যবাদ জনালোঁ।
Konmani jonir abhinoy bohut Val hoise ❤️❤️🔥🔥🔥
ধন্যবাদ জনালো । কণমানি ছোৱালী জনীয়ে আন এখন নতুন ছবিত দুৰ্দান্ত অভিনয় কৰিছে । ছবিখনৰ নাম সাঁকো । চোৱা চোন ।
Um moi sam baru
Bhut bhut Val lagil
Thank you
Thanks.
বহুত দুখ লগা কাহিনী 😭😭😭
ধন্যবাদ ৰামধেনু । তেনেকুৱা ধৰণৰ আৰু ভাল লগা ছবি ৰিলিজ দিয়া হৈছে । বিশেষকৈ " সাঁকো'' নামৰ এখন ছবি খন চোৱা চোন ।
@@apsdarrang4974 চাইছো সাঁকো বহুত দুখ লাগিল মই আপোনাৰ সাঁকো চাই বন্ধু হৈ আছোঁ আজিও। বহুত ধন্যবদ জনাইছোঁ আপোনাক মোৰ ফালৰ পৰা 🙏🏾
Val lagil sai..
Thanks
Dhuniya lagise 👌
Thanks.
Upasana. Hello❤💖❤??
Nice tumalokr video sai bohut vall lagy 💜💜
Thank you Karisma. Plz share.
ধন্যবাদ, এনেদৰে আগলৈ সহাঁৰি জনাই যাব বুলি আশা কৰিলো ।
@@apsdarrang4974 oky
Sir apuni dhoniya acting krise
Thank you
Dhuniya 💖💖💖
Thanks a lot.
কাহিনী আৰু অভিনয়ৰ সলাগ ললোঁ...
ধন্যবাদ থাকিল
Moja👍🔥👍
সৰু বৰ দুনিয়া হৈছে অ
ধন্যবাদ জনালোঁ।সৰু ৰ আশীৰ্বাদ ও সাদৰে গ্রহণ কৰিলো।
Thanks
Bhuttt val lagise saiii... 😭😭😥😢
ধন্যবাদ। আশাকৰোঁ কণমানি জনীৰ বাবে video টো subscribe and share কৰি দিবা।
Ananyaa tumi jui majaa nice dhunu dhunu uuuuummmmaaaahhhh ❤️❤️💋💋💋💋💋💋💋💋💋💋💋💋💋💋
Thanks.
Bhhh mor numto a koisa
সৰু ছোৱালী জনীৰ অভিনয় খুব ধুনীয়া হৈছে 🥰❤️😍ইমান মৰমলগা ছোৱালী 😘😘😘😘😘
কনমানি জেনীৰ বাবে পথিওৱা মৰম গ্ৰহন কৰিলোঁ। Video share কৰিলে তাইৰ লগতে আমকো আৰু অধিক উপকৃত কৰা হব।
@@apsdarrang4974❤❤❤😂
Val lagise sai
Thanks.
Video val
majja
Val lagil vidiotu sai aru dukh lagil vidiotu sai soku Pani ulai ahil
কণমানি ছোৱালী জনীয়ে আন এখন নতুন ছবিত অভিনয় কৰিছে । ছবিখনৰ নাম সাঁকো অনুগ্ৰহ কৰি চোৱা চোন সুবিধাৰ কাৰণে পুনৰ আমাৰ channelটো ৰ নাম লিখি দিলোঁ -----Aps Darrang
Short vidioটোত বৰ ভাল msg এটা পাই aps darrang লৈ শুভেচ্ছা জনালোঁ।
এক সঁচা কাহিনী
বহুত ভাল লাগিল চাই
সৰু মইনাজনীৰ অভিনয় সচাই অতুলনীয় মোৰ ফালৰ পৰা বহুত বহুত মৰম যাছিচো....
আপোনালোকৰ চেনেলৰ সকলোকে লগ পাব মন আছে ☺☺
আমাক লগ পাবা । যোগাযোগ কৰিলেই হ'ল । তোমাৰ ঘৰ ক'ত বাৰু ?
@@apsdarrang4974 ..moi mangaldai re hoi...
Dhuniya lagise ❣️
Thanks
Dhuniya 👌👌
Thanks.
Dipsikha dhunia acting krisa.
Thanks.
Anekuwa bowari ai a obostha hbo lage
Acting dhuniya hoise
Thanks.
ভাল লগিল❤
Thank you for watching
Gx
.
Khahini tu bahut dhuniya hoise
Thank you . Please share
Majja
ধন্যবাদ জনালো। আৰু এখন নতুন ছবি ৰিলিজ দিয়া হৈছে।চোৱচোন , ছবি খনত কণমানি ছোৱালী এজনীয়ে দুৰ্দান্ত অভিনয় কৰিছে,আকৌ তাইক এটি আশীৰ্বাদ দিয়াচোন। লগতে subscribe and share কৰি দিবা দেই ্
নতুন ছবি খনৰ নাম ----- সাঁকো ।
Kahinitu beautiful lagise 👌❤️❤️🤘👌❤️
আৰু এখন নতুন ছবি ৰিলিজ দিয়া হৈছে। ছবি খনৰ নাম হৈছে সাঁকো । অনুগ্ৰহ কৰি চাওকচোন । তাত কণমানি ছোৱালী জনীয়ে দুৰ্দান্ত অভিনয় কৰিছে তাইক এটা আশীৰ্বাদ দিয়াচোন । লগতে subscribe and share কৰি দিবা।
Mojj
Thank you Bijit. Please enjoy another videos of our channel . ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, সাঁকো, মৰমে চিঞৰিছে, দূৰে-দূৰে ওচৰতে ইত্যাদি
Sishu tir acting khub bhal lagise
Thank you for your comment. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী,মাছ মৰীয়াৰ ছোৱালী, নয়নতৰা, ঢৌ, ইপাৰে সিপাৰে, মা, মুচিৰ ছোৱালী, তগৰ চাবচোন।
Bohut dukh lagil oh kahine tu sokupani ulai gol 😭😭😭
Thank you for watching. বোৱাৰী খন চাবচোন।
বৰ ধুনীয়া লাগিছে
Dhuniya hoise ❤️
ধন্যবাদ জনালোঁ
মজা
Thank you . please enjoy another video where the child artist performs Very well . The name of the video is xako ( সাঁকো ) ।
অভিনয় ভাল হৈছৈ
কণমানি জনিৰ বহুত ধুনীয়া অভিনয়, ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Thank you Jaan . কণমানি জনীয়ে কৰা আন video বিলাক চোৱা চোন । তাই কৰা কেইখনমান উল্লেখযোগ্য চিনেমা হ'ল -- মৰমে চিঞৰিছে, সাঁকো, অবুজ মনৰ পৰিণতি, তোমাৰ বাবে, ত্যাগ, মায়া , প্ৰভাতীত কলীয়া ডাৱৰ, দহন, দূৰে-দূৰে ওচৰতে ইত্যাদি । সুবিধাৰ বাবে আমাৰ channel টোৰ নাম লিখি দিলোঁ ।( APS Darrang)
@@apsdarrang4974pppppppppppppppppppppppppppppppppppppppppppppppppppp
Darun
Thanks.Amio kasta paiso ane paristhiti dekhuabaloi.Kintu bastab kolomar siyahire nigore.Amar sokolobor video saba and share koriba plz.
Oky dada apunalokor xhokolo videio saw parile moko olpman aguwai juwar babe hlp koribo..mor channel r name Papori nasoni xomoy pale olpman sabo
Sure Sam.
Xundor
Thanks for watching.
Bahot val lagi gol 😢
Very very nice
Thank you for watching. Please enjoy another video and share.