Buwari-বোৱাৰী//Assamese short film
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- Direction
Jiten deka
Script
Paresh borah
Ad&Editing
Pranjal Nath
Acting......
Jiten deka
Pranjal Nath
Kamal Bardaloi
Rituparna Baruah
Arnab borah
Himakshi Nath
Child actor
Bismita bora
Pragyan parash
CAMERA.......
Jr Bijoy
Dubbing
Pranjal Nath
SPECIAL THANKS
Paresh Bora & His family
Pallab Baruah & His family
Our contact number 9365485105,
বাস্তৱিক জীৱনত ঘটি অহা এক জ্বলন্ত কাহিনী ভাল লাগিল চাই......✨😌
val lagil sai 😥😥😥
Hosai bhut hundor hoise
ভাল লাগিল। লগতে দুখো লগিল।
Bhout dhukh lagil
Thank you. তেনেকুৱা ধৰণৰ আৰু বহু film আমি ইতিমধ্যেই ৰিলিজ দিছোঁ। বিশেষকৈ মাছ মৰীয়াৰ ছোৱালী, ইপাৰে সিপাৰে, জাৰজ, মোৰ হিয়াত তুমি, পত্নী, দাদা, নবৌ, মইনাই কন্দুৱাইছে, মা, দেউতা, তোমাৰ বাবে, নয়নতৰা ২০২৪ ইত্যাদি। Love from Darrang.
😅😊😢 TT copy of ni@@apsdarrang4974
Kotha bur e mon sui goise 😭😭😭😭🥺👍
Bohut val lagil video to sai
দাদা বৌ খুড়া ভাইটি ভন্তি সকলোকে ধন্যবাদ। বহুত ভাল হৈছে। আগবাঢ়ি যোৱা।
ধন্যবাদ অক্ষয়। নব বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে আমাৰ আন ছবি ত্যাগ, মায়া, দেউতা, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান সময় পালে চাবা চোন
বৰ ধুনীয়া লাগিছে সচাকৈ বাস্তৱ সন্মত কাহিনী। আগলৈ আৰু ভাল কাহিনী চাবলৈ পাম বুলি ভাবিছোঁ । ভৱিষ্যত আপোনালোকে গন্তব্যস্থানলৈ আগবাঢ়ি যোৱা । তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও ধন্যবাদ।
ধন্যবাদ থাকিল বহুত বহুত। Plz share.
দুখঃ লাগিল,,,বাস্তৱৰ প্ৰকাশ পাইছে
বহুত বহুত ধন্যবাদ ।
Xundor abhinoy xokolure, bhal lagise saiiiii.........🥰
Thank you. Plz share.
val lagil sai.maina jonir acting val hoise.
মইনাজনীক আশীৰ্বাদ দিবা যাতে তাই আগুৱাই যাব পাৰে।
কাহিনী টো ভাল লাগে
Dhuniya hoise
কাহিনী মানিছো আৰু সুন্দৰ 🔥🔥
সুন্দৰ ভিদিঅ
সঁচাকৈ বহুত দুখ লাগিছে চকুৰ পানি ৰাখিব নোৱাৰিলোঁ next part joldi dibo
ধন্যবাদ পপি please share
Bohut val lagil video tu sai❤️❤️🥰🥰
Thank you so much. Plz share.
Ritu ba siniye puwa nasilo mojja ba
Xosai 😢 bht dhunia koi bonaisa .... 😢
Bht bht besi vl lgil sai ❤❤❤❤
Bohut dux lagil xosakoi bhut vl lagil
চাই ভাল লাগিল।
Thank you so much. Plz share.
Bahut dhuniya haise sakalore avina Bor,Ritu aguyai jowa enedar .....🥰🥰
Dhuniya hoise 🥰😘😭😥😥😭😭😭
Bht bht vl lagise bujabo pora ni 😭 love from golaghat dergon pora morom jaselu
Thank you so much. Morom sadore grohon koriso.Golaghat dergaon basi manonio raij oloi pronam jajiso. Aponalokor morom senehotei Ami ai khini paiso , logote aru odhik sesta kori joar sahos paiso.
Apunr lukor riting bur bht vl bujabo pora ni 😭 apunr lukor ghr kot hoi jonabo sun vl pam
@@SantanuDutta55 Mangaldai ত 🙏
Ohh muru channel to sabo pf khuli dile channel to pabo
Beautiful dada dhuniya hoise shoot Film khan 🥰🥰🥰♥️♥️😊💗
Sko pani ulai gol . Bhut Val lagil
Thank you Pallabi. আমাৰ শেহতীয়াকৈ দিয়া ছবি ৰোমাঞ্চ আৰু চকুলো নামৰ ছবি দুখন চাবাচোন।
Val lagil rituparna tomalokr avinoi sai
ভাল ভাল অতি ভাল হৈছে আগবাঢ়ি যোৱা
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি ৰোমাঞ্চ, মদাৰৰ ফুল, এখনি নীলা চাদৰ, মিলন মালা চাব চোন আৰু channel টো subscribe কৰি দিব।
@@apsdarrang4974❤😂😂😊😊
বাস্তৱসন্মত কাহিনীৰ সুন্দৰ উপস্থাপন৷ভাল লাগিল৷
Thank you.
Thank you so much. Plz share.
বৰ ধুনীয়া ভিডিঅ
Hosake bohut val lagise video bor ❤️❤️❤️bohut dhuk lagise .
Thank you so much. Plz share.
Bht vl lagise kahini tu aru xokolure ovinoi bht vl hoise ❤
Thank you so much. Plz share.
Hii
বহুত ভাল লাগিল কাহিনীটো এনেকৈ আগুৱাই যোৱা
ভাল লাগিল আইমনি। Please share
😂😂😂😂😂
Khub val lagil
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি এখনি নীলা চাদৰ, মিলন মালা, প্ৰতিদান, বলীয়া মন চাবাচোন ।
Ritu koliza tmi jui 🔥😍❤️
Thank you so much. Plz share.
Horu buwarit koi horu lora suwali keitar acting best hoise
সঁচাকৈ হৃয়স্পৰ্শী কাহিনী 🥺 কণমানিজনীৰ অভিনয় সুন্দৰ ..🥀
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি ৰোমাঞ্চ নামৰ ছবি খন চাবাচোন।
Kjgdga
@@apsdarrang4974I
Lgj
Bg
Bht vl hoise hokolure acting...sokupani rokhabo nuwarilu..
Thank you so much . Plz share.
Maina tumar ovinoy bohut val hoisa tumi aguya juwa
Thank you Ali sir. মই না জনীক আশীৰ্বাদ দিব যাতে তাই আগুৱাই যাব পাৰে ।
Khurar avinoy bohut val hoise
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি মা, নাহৰ, নয়নতৰা,অভিমানী অনামিকা চাব চোন। আৰু channel টৌ subscribe and share কৰি দিব বুলি আশা ৰাখিলোঁ।
Next part bisarisu👍🏻👍🏻👍🏻👍🏻
Bahut hundor .. val lagil sai .
Thank you so much. Plz share.
Bhal lagil kahinitu sai.
Val lagil sai.
সুন্দৰ
Bohut Val logil Aapunar video tu
Bhut dhunia flim khon
বৰ ভাল লাগিল
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী, ৰোমাঞ্চ, চকুলো, মদাৰৰ ফুল, এখনি নীলা চাদৰ নামৰ ছবি কেইখন চাবচোন।
বৰ দুখ লাগিল সচা ঘটনা বোৰচাই
বহুত সুন্দৰ হৈছে
ধন্যবাদ জয়ন্ত চাৰ।নব বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে আমাৰ আন ছবি ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, বদনামী ছোৱালী , পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান নামৰ ছবি কেইখন চাবচোন।
Khundar hoise, sai kandi golu, agoloi aru saboloi pam buli akha rakhilu
Thank you so much Plz.
Nice.খুৰা অভিনয় জুই.বহিয়া
Thank you Tilok. Please share
Ritu tumr acting bhut dhuniya hoise re tumi aru try kora aru vl hob tumr acting al the best Ritu
Aru baki bor o acting vl hoise
Nice video nice voice
Val lage dada apunar video sai
bohut val hoise ritu aguai jua ru
Thank you so much. Plz share.
Pwli joni acting bur hit❤
Thank you for watching. মইনা জনীক আশীৰ্বাদ দিবা যাতে তাই আগুৱাই যাব পাৰে।
Bht bhal lagil
Konmani joni r acting dhunia hoyse
Thank you. কণমানি জনীক আশীৰ্বাদ দিবা
Efdys
কন্দুৱাই দিলে কাহিনীয়ে ভজা heart touching butiful story.
Thank you. আমাৰ শেহতীয়াকৈ দিয়া ছবি মদাৰৰ ফুল, এখনি নীলা চাদৰ ঢাব চোন।
2nd part2 hunkale dibo ... সঁচাকৈ বহুত দুখ লাগিছে sokurpani rokhabo nuwarilu
Thank you for watching. আমাৰ আন ছবি ত্যাগ, মায়া, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান, সময় পালে চাবা চোন।
Hii
Bohut val lagil,hosai bohut dukh lagie
Thank you Parima . Please subscribe and share
Val lagile Aru bohut dhukha next Patt bonaba
মজ্জা
Bahut dhunia lgise bandho
হিমাক্ষী ধুনীয়া লাগিছে
ধন্যবাদ থাকিল বহুত বহুত। Plz share.
সুন্দৰ অভিনয় |
Moja acting rituporna
sosai val lagil..jiban anekuwa sage sosai
Thank you for watching
Bohut val lagise aru Ata sor dile val asil
তোমাক বহুত বহুত ধন্যবাদ। আমাৰ শেহতীয়াকৈ দিয়া ছবি নয়নতৰা ২০২৪, আৰু মোক দেউতা নালাগে চাবচোন।
Bohut Dukh Lagil.
Thank you. Please enjoy another videos. ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান।
Rituparna ba 🔥❤️
Thank you so much. Plz share.
Sai bhal lagil
6655
বাস্তৱ সনমত কাহিনী ।মানুহৰ সমাজত বৰ্তমান প্ৰকৃত মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা ।যি পুৰুষৰ পুষত্ব সাধাৰণ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী হৈ যায় তেওঁক জানো মানুহৰ শাৰীত বহাব পৰা যায় ।কাহিনী চাই যথেষ্ট সুখী হলো লগতে চকুলো বৈ আহিল ।ধন্যবাদ :::::
DHunia Ritu👍👍
Thank you so much. Plz share.
Bohut vl lagi video Tu sai kandi pelalu moi
Thank you Jolly. Happy new year. আমাৰ শেহতীয়াকৈ আন এখনি ব্যতিক্ৰমী চুটি ছবি "ত্যাগ" খন চাবচোন।
হিমাক্ষী বৰ ভাল লাগিছে
Thank you so much . Plz share.
Val lagise ♥️♥️
Outstanding 👍👍vakha ni ki kom sokur pani rokhab nuarilu...
ধন্যবাদ । আমাক আশীৰ্বাদ দিব যাতে আমি আগুৱাই যাব পাৰো।
Moi you sokur pani rokhab nuwarilu bht kandilu😭😭😘
ধুনীয়া হৈছে__বাসতৱ
নাতক খন প্ৰথমৰ পৰা শেষলৈ বহুত ভাল লগা হৈছে।
Thank you Jitul. Happy new year to you. আমাৰ শেহতীয়াকৈ দিয়া ছবি " ৰোমাঞ্চ" চাব চোন। লগতে ত্যাগ, মায়া, দেউতা, সাঁকো, মৰমে চিঞৰিছে, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান ইত্যাদি
Bidhoba buwari joni r act bht xundor hoise.... keep it up 👍
Thank you so much. Plz share.
বহুত দুখ লাগিল ।
Hii
Bor val lagil ou
বহুত বহুত ভাল লাগিল চাই ❤️
ধন্যবাদ নিতুমনি
@@apsdarrang4974 স্বাগতম দাদা
Val lagil
অকণমানিজনীৰ অভিনয় বহুত ধুনীয়া হৈছে😍😍😍
Thank you A.K official অকণমানি জনী আমাৰ সকলোৰে মৰমৰ। তাইক আশীৰ্বাদ দিবা যাতে তাই আগুৱাই যাব পাৰে। লগতে আমাৰ শেহতীয়াকৈ দিয়া ছবি ৰোমাঞ্চ চাব চোন।
?
Kahini to bohut dux lagil..
Mojaa hoise dada... ♥️♥️
Thank you Parishmita. Please share
Ai kahinitue mon sui gol😢😢
# অান্তৰিক অভিনন্দন ৰিটুপৰ্ণা #
কেনেকৈ জনাম এই অভিনন্দন । অন্তৰৰ পৰা অন্তৰলৈ বৈ থকা কৈ আন্তৰিক হব পৰাকৈ হয় নে ? নে তাতকৈ ও বেছি হাৰ্দিক । হৃদয়ৰ পৰা হৃদয়লৈকে যত প্ৰস্ফুটিত হৈছে শব্দৰ গুন গুননি ,অনুৰনিত হৈছে হৃদয়ৰ অটল তলিত ৰৈ থকা সচাঁ অনুভবৰ মুক্ত প্ৰকাশ । জনতা জনগনৰ দুৱাৰ মুখত উন্মোচিত কৰি দিয়া এখিলা এখিলাকৈ সত্যৰ দলিল যত সময়ে লিপিবদ্ধ কৰা সকলো ষড়যন্ত্ৰ যন্ত্ৰনা হৈ বহি:প্ৰকাশ হৈছে ।
মই এজন সাধাৰন দৰ্শক হিচাপে তোমাক আৰু তোমালোকৰ ইউটিউব চেনেলৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা অান্তৰিক অভিনন্দন জনালো |
বহুত বহুত ধন্যবাদ
😅@@apsdarrang4974
😅
Bohut bohut val lagile sai😍
Apuna lukor video sai BOHUT bohut val paou
Thank you so much. Aponalokor morom senehotei Ami ag barhibo bisaro. Plz share.
@@apsdarrang4974 aru anekuwa video bonai jaouk
Real story bohut val lagile 👌
Thank you for watching. আমাৰ আন ছবি ত্যাগ, মায়া, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক , প্ৰত্যাহ্বান সময় পালে চাবা চোন।
Moina jni bor dhunia avinoi korise bht vl lagise dy really great
Thank you so much. Plz amak anedore utsah di jaba. Plz subscribe and share.
Next level sir ... Mojja lagil 🥰🥰
Bohut val lagil sai 👍
বাস্তৱিক জীৱনত ঘটা এক জলন্ত সঁচা কাহিনী এইয়া। আপোনালোকৰ বিদেওবোৰে আমাৰ নিজস্বতা, মানসিকতা, আন্তৰিকতা এই গুণবোৰ জগাই তুলিছে। আশা কৰোঁ আৰু আগলৈ এনেকুৱা বিদেওবোৰ দি যাতে আমাক অনুপ্ৰেৰিত কৰে । আপোনাকৰ অভিনয় খুবেই সুন্দৰ হৈছে ।🥰🥰
Thank you.Deha Milon.তোমাৰ comment টোৱে আমাক আৰু এখোজ আগুৱাই যাবলৈ প্ৰেৰণা দিলে। আশাকৰোঁ অনাগত দিনবোৰত তোমাৰ আশীৰ্বাদ পাম। ত্যাগ, মায়া, দেউতা এইখন চিনেমা চাবাচোন, যদি সময় পোৱা আৰু আমাৰ ভূল বোৰ আঙুলিয়াই দিবা।
@@apsdarrang4974 o
বহুত দুখ লাগিল
Thank you Probin sir. আমাৰ শেহতীয়াকৈ দিয়া ছবি ৰোমাঞ্চ, চকুলো, মদাৰৰ ফুল চাবচোন।