Thank you Priyannka. .এইখন এখন short film. সাধাৰণতে আমাৰ short film বিলাকত 2nd part নাৰাখো । ইয়াৰ পিছত আন এখনি ছবি আহিব পাচ দিন পিছতেই, আৰু তোমাৰ যদি সময় আছে --- ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, মৰমে চিঞৰিছে, দূৰে-দূৰে ওচৰতে, আঘাত, জাল এইকেইখন চোৱা চোন
ভাল লাগিল ধন্যবাদ
ভাল লাগিল। ধন্যবাদ
চাই ভাল লাগিলে সকলোৰে অভিনয় বহুত ধুনীয়া ❤❤❤❤
ধন্যবাদ হিমশিখা। আগলৈ এনেদৰে পাৰি দি থাকিবা।
@@apsdarrang4974 mor nmto himsikha nhoi himakshi hoi
@@himakshinath3198 😂
সচাঁই আপোনালোকৰ অভিনয় চাই ভাল লাগিল
Thank you Nishita. প্ৰত্যাহ্বান আৰু পাগলী নামৰ ছবি দুখন চোৱা চোন ।
@@apsdarrang4974 চাম বাৰু
Sundor hoixa
Hundor hoisa
Thank you. পাগলী আৰু প্ৰত্যাহ্বান নামৰ ছবি দুখন চাব চোন ।
বহুত ভাল লাগিল ছবিখন চাই।
Thank you Kishan. ত্যাগ , মায়া, দেউতা খন চাবাচোন
Khub dhuniya sir
Thank you Monika . Please share
আগুৱাই যোৱ দাদা বহুত সুন্দৰ হৈছে
Thank you Kashmiri. আমি আজি এখন নতুন চুটি ছবি ৰিলিজ দিছো। ছবি খনৰ নাম------ পাগলী । সময় পালে চাবা চোন ।
OK
Apunalokor ovinoi sai xosai bohut val lage
ধন্যবাদ পলি। বাস্তৱক ৰাইজৰ মাজলৈ অনা আমাৰ লক্ষ্য। তোমালোকৰ দৰে সকলো ৱে সহায় কৰিলে আমি বহুত আগুৱাই যাব পাৰিম। কণমানি মইনা জনীৰ অভিনয় কেনেকুৱা জনাবা। আনহাতে অহা ৭ জানুৱাৰীত মুক্তি পাব আন এখনি ব্যতিক্ৰমী চুটি ছবি ---- ৰোমাঞ্চ
@@apsdarrang4974 umm konmani Maina joni ovinoi bohut xolag lobo loga dhunia ovinoi korise tai name tu. Janibo parim nky
Dhunia Lagise Nice
ভাল লাগিল , শুভকামনা জনালো
ধন্যবাদ অজিত । please share
Bohut val hoise
Thank you Jushna . আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, বদনামী ছোৱালী, শিকলি, মহীয়সী,পাগলী চাবাচোন ।
@@apsdarrang4974 umm saisu মহীয়সী চোৱা নাই বাকী বোৰ চালো
বৰ ধুনীয়া হৈছে 🥰😘
Dada bohut val lagil video tu sai..aru part 2 lage
Thank you Priyannka. .এইখন এখন short film. সাধাৰণতে আমাৰ short film বিলাকত 2nd part নাৰাখো । ইয়াৰ পিছত আন এখনি ছবি আহিব পাচ দিন পিছতেই, আৰু তোমাৰ যদি সময় আছে --- ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, মৰমে চিঞৰিছে, দূৰে-দূৰে ওচৰতে, আঘাত, জাল এইকেইখন চোৱা চোন
Xokolu bur saisu
সকলোবোৰ চুটি ছবি চাই ভাল লাগিল
Val lagil video to Sai
Thank you Chayanika. Please subscribe and share and enjoy another videos of our channel
👍👍👌👌❤❤ Bor val lage, Rati 12 manloike shaw,
Sai bohute val lage pise sauntu maje maje kio ba nahe
আমাৰ video কেইটামান ত copyright লাগিছে। Copyright উঠাই দিওঁতে সেই সময়খিনিৰ কথা বিলাক mute হৈ যায়। সেই কাৰণে sound টো শুনা নাযায়।
Jiten sir dhunia hoise aru aguai jowa moi bibek
Thank you Bibek.Goi thakim paraloike aguai tomalokar asirbad ot.Anedore sahari di thakiba. Plz share.
Mojjjaaa 👏👏👏
Popy channel টো subscribe কৰিছানে?
@@apsdarrang4974 nai kora
আমাৰ ছুটি ছবিবোৰৰ নিয়মীয়া দৰ্শকৰ হোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এনেদৰে অনাগত দিনত আমাক উৎসাহিত কৰিব বুলি আমি আশাবাদী
Khub xundor
Bht val lagise
Mojja
Bohut val lagil de 🥰🥰
Thank you I'll. Please share
Dada short flim.khn sai bohot vl lagise
"ত্যাগ " নামৰ ছবিখন চোৱা চোন ।
Bhut val lagise sai 🥰🙏🙏🙏🙏🥰🥰🥰🥰🥰
Thank you so much.Plz help us by sharing.
Bhut Val lagise de
dhunia hoise sir
Thank you Jupitora. Plz share.
Bohut Dhunia......
Thank you. Please enjoy বদনামী ছোৱালী
Aji aponak dakhso kalaigaon pranjal da
Koi mat dya ni
Bhut din or pist aji akow aponalokr video salo bhut vl lgil.. Kam or bestotar babe sb pora nasilo..
Comment box ত তোমাৰ comment নাপাই আমিও ভাবিছিলো Jintu আমাক পাৰিলেই নেকি বাৰু? তথাপি আজি বাৰু পালো, ভাল লাগিল। আজি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হ'ব ,ভাল হয় নে। নহয় নাজানো , তথাপি চাই ভাল বেয়া জনাবা ।
@@apsdarrang4974...নিশ্চয় চাম
Hundor
Thank you Summoni . Please share
Wait
Display is very heart tkuching
Thank you Durgeswar. Please enjoy another videos . The name of our latest videos are-------- ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, জীৱনৰ ৰঙ, শিকলি । Please enjoy
Use
ভাল লাগিছে
ধন্যবাদ Ma laker. Please enjoy our another videos. ত্যাগ, মায়া, দেউতা, সাঁকো, মা তুমি আহিবানে, জীৱনৰ ৰঙ, দহন, ফাঁচী, ইত্যাদি
@@apsdarrang4974 to the and a good
Moja lage sai
❤❤❤ nice
Val lgil
প্ৰতিখন চুটি ছবি কাহিনী বোৰ চাই ভাল লাগিছে।
তোমাৰ comment আমাৰ প্ৰগতিৰ আধাৰ। Please share
Vl lgise
Thank you. Please share
OMG
Sundar haise
Thank you Dhanista . আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, সাঁকো, মৰমে চিঞৰিছে, তোমাৰ বাবে, দহন, জীৱনৰ ৰঙ, শিকলি চাইচানে? যদি সময় পোৱা চাবাচোন ।
Hittt 🔥🌻
Voice bur eman bhal hokolure full video salu
Thank you Dhananjay . আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, দূৰে-দূৰে ওচৰতে, বদনামী ছোৱালী,শিকলি চাইচানে? যদি সময় পোৱা চাবাচোন । সুবিধাৰ বাবে আমাৰ channelটোৰ নাম লিখি দিলোঁ aps darrang
@@apsdarrang4974 saisu channel tur sob video
𝘋𝘩𝘶𝘯𝘪𝘺𝘢 𝘩𝘰𝘪𝘴𝘦
🥰🥰🥰
❤❤❤❤❤❤❤❤❤
Nice ♥️
Nice👍👍👍
Bhal lagil
Nice
❤️❤️😭😭
🙏🙏
Thank you. Please share
❤️❤️❤️♥️❤️❤️♥️❤️
💞💞💞💞
ppm
ভাল লাগিল। হেঁপাহ কণ থাকি গল মোৰ আৰু এটি মান কাহিনীত অভিনয় কৰিবলৈ😐
নিশ্চয়
তোমাৰ সুবিধা অনুসৰি জনাবা । আমাৰ দুৱাৰ খোলা আছে
where are you from guys
We are from Darrang district, thank you.
Aponaklokr short movie borr kisuman sinat sound kio nahi ki problem hoi no sai thakily sound nahily sai vl nalagy nahoi
তাৰ বাবে আমাক ক্ষমা কৰিব। কিছু video ৰ background music ত copyright লগা বাবে sound mute হৈ গৈছে। নয়নতৰা ২০২৩ ছবিখন আৰু পিছত দিয়া ছুটিবোৰত এই সমস্যাটো নাপাব। আপোনাক বহুত বহুত ধন্যবাদ। আগলৈ এনেদৰে আৰ্শীবাদ মৰম দি যাব বুলি আমি আশাবাদী ।
Plz next part xunkale dibbb
😢😢😢
kije banai aru manuhburnu kot pai
কথা টো ভালদৰে বুজি পোৱা নাই ।
Majote sound tu oha nai 😢😢 ako buji npalu
Atia paiso ling to video sa
Nice