বিপদত এতিয়া ৰূপজ্যোতি কুৰ্মী!

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 มิ.ย. 2024
  • বিপদত এতিয়া ৰূপজ্যোতি কুৰ্মী!গৌৰৱ গগৈ জয়ী হোৱাক লৈ মন্তব্য কৰি বিপদত কুৰ্মী।ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

ความคิดเห็น • 87

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n 2 วันที่ผ่านมา +24

    সদাশয় ৰাইজ, যোৰহাট বাসীক অপমান কৰাটো উচিত হোৱা নাই। আমাৰ অধিকাৰ আছে, আমি যাক ইছামতে ভোট দিম। বিজেপি য়ে আমাক খুৱাই ৰখা নাই। গতিকে ২০২৬ত উচিত শিক্ষা দিয়াটো অতি দৰকাৰ।

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 2 วันที่ผ่านมา +34

    যোৰহাটত বাসীয়ে কুৰ্মীৰ ওপৰত মানহানী গোচৰ দিব লাগে।

  • @animabhuyan9283
    @animabhuyan9283 2 วันที่ผ่านมา +21

    যোৰহাট বাসীয়ে মান হানি কেচ দিব লাগে এশকোটিৰ

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 วันที่ผ่านมา +17

    জন মানসত বিজেপি দলটোৰ ভাৱ মুৰ্তি নষ্ট কৰা এই জনা ব্যক্তিক কিয় দলৰ পৰা বহিষ্কাৰ কৰা নাই ভাবিলে আচৰিত লাগে।।

  • @bipulborah2193
    @bipulborah2193 2 วันที่ผ่านมา +15

    ইয়াৰ দিন ওচৰ চাপি আহিছে। যোৰহাট বাসিয়ে FIR দিয়ক Rupjyoti Kurmir against ত।

  • @rakashdas9087
    @rakashdas9087 2 วันที่ผ่านมา +20

    বি জে পিয়ে কি তেতু চেপি তেজ খাব অসমিয়াৰ

  • @reyanahmed889
    @reyanahmed889 2 วันที่ผ่านมา +12

    Goarup Gogoi zindabad zindabad ❤❤🎉🎉

  • @beautykonwar427
    @beautykonwar427 2 วันที่ผ่านมา +7

    কি চাই আছে যোৰহাট বাসি ৰাইজে এই চেলেপু দ'ল বাগৰাৰ টোক মান হানি কেছ দি দিয়ক ।অসমৰ ৰাইজক একেবাৰে ভেলু নাইকিয়া কৰি পেলালে ।

  • @kamalkalita338
    @kamalkalita338 วันที่ผ่านมา +6

    ৰূপজ্যোতি কুৰ্মী এজন পাগল সেয়েহে তেওঁ পলাপ বকিব লৈছে তেওঁ জনা ভাল গৌৰৱ গগৈৰ তেওঁ ভৰীৰ জগ্য নহয়

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir วันที่ผ่านมา +6

    ছাগলী কুর্মীয়ে মখিয়নিৰ জনতা বুলি ভাবিছে .যোৰহাট বাসীক ..এই ভোবোলাটোক এই বাৰ ৰঙা ফিটা বান্ধিব লাগিব

  • @sushildutta8287
    @sushildutta8287 วันที่ผ่านมา +4

    মাননীয় যোৰহাট বাসী ৰাইজ। ৰুপজোতি নামৰ ভুবুলা ছাগলীটোৰ ওপৰত মানহানি গোচৰ দিয়ক ।

  • @Aditygogoi123
    @Aditygogoi123 วันที่ผ่านมา +5

    মুঠতে ‌বিজেপিক হটাব লাগে,,, ইহঁতে এইবোৰ চব নাটক কৰি আছে,,,, মাৰ্ঘেৰিটা ই চাল খেলিব নেলাগে বাৰু।।

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 วันที่ผ่านมา +4

    যোৰহাট বাসিন্দা সকলোৱে পগলাটোৰ ওপৰত কেচ দিব লাগে 😮😮😮😮😮😮

  • @success2089
    @success2089 2 วันที่ผ่านมา +23

    BJP hatao Assam bachao

  • @duluduttadulu2138
    @duluduttadulu2138 2 วันที่ผ่านมา +4

    ৰূপৰ কথা টো যদি পবিত্ৰ ই শুনাই নাই তেন্তে ভূল বাইখা বুলি কিয কৈছে গতিকে তেও মিছা কথা কয

  • @imdadali9519
    @imdadali9519 2 วันที่ผ่านมา +4

    এই জন আকৌ বেলেগ দললৈ য়াৱ বুলি শুনিছো।

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u 2 วันที่ผ่านมา +5

    এই ছাগলী তোক কাছাৰক বেচি দিবলৈ লাগে।

  • @beautykonwar427
    @beautykonwar427 2 วันที่ผ่านมา +2

    অসমৰ মানুহৰ কি অকল কংগ্ৰেছৰ খিনি বাকী সকল যোৰহাটৰ নহয় নেকি ।

  • @sharmahdoley6121
    @sharmahdoley6121 วันที่ผ่านมา +1

    ৰূপজ্যোতি কৰ্মী এটা ছাগলীৰ দৰে be : be কৰি থাকে । ছাগলী যে যি কোনো বস্তু খাই ৰূপজ্যোতি কুৰমীি তেনে কোৱা মানুহ হয় । তেওঁৰ কথাটো একো মুল্য নাই । তেওঁ সকলোকে মুল্য নাই বুলি ভাবি চে চাগে ? ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পাছত তেওঁ তেজপুৰ বাচি লৈছে নেকি বাৰু ? বিধায়ক হৈ ৰূপজ্যোতি টকা থাকিব পাৰে কিন্তু তেওঁৰ একো মুল্য নাই । টকা থাকিলেহে মানুহ মূল্যৱান হব নোৱাৰে । জ্ঞানেই মুল্য, জ্ঞানেয়ে শক্তি । ৰূপজ্যোতি আনৰ জ্ঞান, আনৰ শক্তিত পৰিচালিত , আনৰ শ্ৰুতলিপি মতে চলা মানুহ । তেওঁৰ মাতৃৰ সোৱাদৰ কাৰণে আজি তেওঁ T,V, পৰ্দাত BE: BE কৰিবলৈ সুবিধা পাইছে । নহলে ছাগলী গুৱাল হল হেঁতেন । অৱশ্যে তেওঁৰ শৰীৰটো সিমান দুখ নাই । কংগ্ৰেছ দেৱতাৰ পাপ লম্ভি আছে ।

  • @rajusaikia2328
    @rajusaikia2328 วันที่ผ่านมา +2

    পৱিত্ৰ ই ধৰা মনে অসমৰ CM যে ধৰা 26 ত BJP ৰ পৰা টিকট নেপাই

  • @Shua_098
    @Shua_098 2 วันที่ผ่านมา +2

    Rupjyoti kurmik vote di prati tu election te bidhansabhaloi pothuatuai amar bhul, ami buji napao Rupjyotir ki gunar korane raje vote di vidhansabhanloi pothai ase.

  • @user-jl9pg7nk5r
    @user-jl9pg7nk5r วันที่ผ่านมา +1

    গৌৰৱ গগৈয়ে 8500 টকাকৈ ৰা ইজক মাহে মাহে এবাৰ দি চালেহে জানিব পৰা যাব কোন সকলে উক্ত টকা নোলোৱাকৈ থাকে ।

  • @MofizurHussain
    @MofizurHussain 2 วันที่ผ่านมา +1

    Oha 26 t jorhat buli nohoi,guteai akhomot raije dekhai dibo anekuwa netar answer.jiman jopiyabo mon ase atiya jopiai luwa ,aru napaba dea.

  • @birengogoi9889
    @birengogoi9889 วันที่ผ่านมา +1

    এইটো বিধায়কৰ যোগ্য নহয়।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 วันที่ผ่านมา +1

    ৰূপজৌতিৰ অপমান জনক মন্তব্যত যদি বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ অনুমোদন নাই, তেনেহলে তেওঁক অনুশাসন মূলক ব্যবস্থা লব। অন্যথা ৰাজ্যিক নেতৃত্বৰ অনুমোদন সাপেক্ষে এনে অপমান জনক কথা কৈছে বুলি ধৰিব লাগিব ।

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p 2 วันที่ผ่านมา +1

    Mozaaaaaa

  • @MofizurHussain
    @MofizurHussain 2 วันที่ผ่านมา +1

    Jorhator raije manuh sini pai,jontu ku val pai,kintu boliya jontu k val napai.

  • @rajeshnayak8173
    @rajeshnayak8173 วันที่ผ่านมา

    Dhany pabibitra da .

  • @Hypergaming-rc8gr
    @Hypergaming-rc8gr วันที่ผ่านมา +3

    Knowledgeless

  • @monoranjangoswami9258
    @monoranjangoswami9258 2 วันที่ผ่านมา +6

    একেটা কথাকে এশবাৰ কৈ বিৰক্ত কৰা উচিত নহয়

  • @sushilkonwar2519
    @sushilkonwar2519 2 วันที่ผ่านมา +3

    ছাগলী কূম্মীৰ কথা আৰু কি কম

  • @hirengogoi6431
    @hirengogoi6431 วันที่ผ่านมา

    সাপহৈ খোটে বে্ংহৈ জাৰ-ফুক কৰে যাৰ ধৰ্ম যি ।

  • @inglishvlogs1015
    @inglishvlogs1015 วันที่ผ่านมา

    Rupjyoti kurmi মানুহ জনক দেখাত চোৰ যেন লাগে

  • @subidlalrabha4786
    @subidlalrabha4786 2 วันที่ผ่านมา +1

    Khub besi dubar repeat koribo lage 100 bar nohoi

  • @prabitachutia448
    @prabitachutia448 วันที่ผ่านมา

    ইয়াক মুকলি কৰি দিলে কিয় ? নিদিষ্ট ঠাইত আকৌ ভৰায় থোৱাৰ ব্যৱস্থা কৰক চৰকাৰে , এই বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 20 ชั่วโมงที่ผ่านมา

    Gaurav Gogoi zindabad zindabad

  • @user-vc9oo9th9m
    @user-vc9oo9th9m วันที่ผ่านมา +1

    2026 sonot gom pabo rupjuti a

  • @BasantPegu-q3u
    @BasantPegu-q3u 2 วันที่ผ่านมา +1

    একেটা নিউজকে বাৰে বাৰে নকবলৈ চেষ্টা কৰা

  • @jayantakumarsut5924
    @jayantakumarsut5924 วันที่ผ่านมา +1

    দুইটাই ছাগলী হয়।মূখত যি আহে তাকে বকে।

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 2 วันที่ผ่านมา +1

    এইটো পাগল হে টুটলা পাগল হয়😅😅😅😅😅😅😅😅😅

  • @purnaboro5444
    @purnaboro5444 2 วันที่ผ่านมา +1

    Rupjyati kurmi ye kono bidhayok hoar jugyata nai.

  • @nekibuzzaman5195
    @nekibuzzaman5195 2 วันที่ผ่านมา +1

    Ropjoyti latera politics kori
    Thela pali nijor party e
    Misolia boli kole.Mastar
    Pagal ata.

  • @RanjitBorgohain-fq9ho
    @RanjitBorgohain-fq9ho วันที่ผ่านมา +1

    Ki satdal boki asa

  • @pankajhhazarika8158
    @pankajhhazarika8158 วันที่ผ่านมา

    একেটা বাক্য কিমান কৈ থাকে?

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs วันที่ผ่านมา

    Jurhat goaruv Gogoi zindabad

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj วันที่ผ่านมา

    মুঠতে কবলৈ গলে বিজেপি এইটো। হাৰ মালহে হল

  • @JadukantaKonwar
    @JadukantaKonwar 2 วันที่ผ่านมา +1

    Ghorar.lekam aase kintu chagolir nai. Chagolir mukhat hoi lekam ba chalo tap logaok.

  • @DARKBOY75000
    @DARKBOY75000 2 วันที่ผ่านมา +1

    Tohote ata kotha keibar kou

  • @user-wf2ti5df4t
    @user-wf2ti5df4t 2 วันที่ผ่านมา +1

    Batori korisane paglami korisa

  • @BidyutMalakar-kj9qf
    @BidyutMalakar-kj9qf 2 วันที่ผ่านมา +1

    Kela aketa kotha bare2 boki pogola neki

  • @HiteshPadi
    @HiteshPadi 2 วันที่ผ่านมา +1

    बंगाली tur tel barse

  • @nirmalibora-dy6cu
    @nirmalibora-dy6cu 2 วันที่ผ่านมา +1

    kurmi buji paise ne bjp pagal buli kaoise c c c

  • @bhupenkumar8191
    @bhupenkumar8191 วันที่ผ่านมา

    Sagale nakhai ki pagalai nakai ki .Bhabala zindabad.

  • @Atulchandi96
    @Atulchandi96 วันที่ผ่านมา

    AML jughya nohoi Rupjuti pogola

  • @pratuldas6125
    @pratuldas6125 2 วันที่ผ่านมา +2

    এষাৰ কথা আছে -" Empty vessel sound much " ৰুপৰ মুখখনত লেকাম লগাবলৈ হল I He( ৰুপ) has neither honest nor a ...........

  • @ranjandas1158
    @ranjandas1158 2 วันที่ผ่านมา +1

    তোৰ যদি কাম একেটা কথাকে বলকি থাক ।কিন্তু আমাৰ সময়বোৰ নষ্ট নকৰিবি ।পাগল-চব ।

    • @ranjandas1158
      @ranjandas1158 2 วันที่ผ่านมา

      কাম নাই

  • @prasantarai3921
    @prasantarai3921 วันที่ผ่านมา

    Sikhagoruk apaman kora bjp dale manuhak nikina golam boli vabe.

  • @BidyutMalakar-kj9qf
    @BidyutMalakar-kj9qf 2 วันที่ผ่านมา

    Pobitro kiyo nuhunake asha yumi misha kotha koisha

  • @babulsonowalbabulsonowal5888
    @babulsonowalbabulsonowal5888 วันที่ผ่านมา

    Nuwaro o tohote gourov gogoik horuwabo

  • @user-bc3up5oz9q
    @user-bc3up5oz9q วันที่ผ่านมา

    Kurmik 26ttiket dile bjp a suburia keibatite haribo.kurmir dore ami bhukatur nohoi,amar bibek ase

  • @arpitadutta9888
    @arpitadutta9888 2 วันที่ผ่านมา

    Sakaluaa

  • @sanjibojah2755
    @sanjibojah2755 5 ชั่วโมงที่ผ่านมา

    Sandele sor dim

  • @dibyajyotibora3616
    @dibyajyotibora3616 2 วันที่ผ่านมา +1

    Kurmi pgol

  • @user-ep6yu2uf2l
    @user-ep6yu2uf2l 2 วันที่ผ่านมา +1

    মজা.দিছে.ভাল.লাগিছে.

  • @user-mo6uw8sh3q
    @user-mo6uw8sh3q วันที่ผ่านมา

    Dib lage

  • @pradipkoiri9015
    @pradipkoiri9015 วันที่ผ่านมา

    আৰো তোৰমাই কি কৈচিল

  • @DiptiDas-hu6lp
    @DiptiDas-hu6lp 10 ชั่วโมงที่ผ่านมา

    Okora moy...t uthai...loy...BJp. e. Pyse

  • @saikiaRajib-vx1sg
    @saikiaRajib-vx1sg วันที่ผ่านมา

    কুকূৰতোক গচকিব লাগে

  • @tamipachung2196
    @tamipachung2196 2 วันที่ผ่านมา

    Ei

  • @dilipduttadilip8850
    @dilipduttadilip8850 2 วันที่ผ่านมา

    Rupjutikurmitumikimantakalolaa

  • @chachigogoi605
    @chachigogoi605 2 วันที่ผ่านมา

    😂