বিশেষ সম্প্ৰদায়ৰ কান্ধত বন্দুক থৈ গালি দিছে নেকি যোৰহাটবাসীক?

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 มิ.ย. 2024
  • #graphiccontent
    উৰহৰ খং ভগাঢাৰিত জাৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই! বিশেষ সম্প্ৰদায়ৰ কান্ধত বন্দুক থৈ গালি দিছে নেকি যোৰহাটবাসীক?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

ความคิดเห็น • 74

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 6 วันที่ผ่านมา +80

    যোৰহাট বাসীক গালি দিবলৈ কাৰ দম আছে যোৰহাটত বাসীয়ে উপযুক্ত জনক জিকাইছে

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 5 วันที่ผ่านมา +6

      যোৰহাট বাসীয়ে প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মূখ্যমন্ত্ৰী আৰু তেওঁৰ সাঙ্গো-পাঙগক একপ্ৰকাৰ খোলা প্ৰত্যাহ্বান জনাই গৌৰব গগৈক জয়ী কৰিলে । যোৰহাটৰ জনতাক শাসকীয় দলে কৌটি কৌটি টকা খৰচ কৰিও যে মেনেজ কৰিব নোৱাৰিলে তাকেই প্ৰমাণ কৰিলে ।

    • @mainaborah6592
      @mainaborah6592 5 วันที่ผ่านมา

      ​@@prabinmallabaruah8845ki jorhat bakhi koi thako set tat sivasagar o jorito ase homane bujili

  • @taradoi7957
    @taradoi7957 5 วันที่ผ่านมา +42

    শেহতীয়াকৈ মই মৰিগাঁৱৰ পৰা যোৰহাট বাসীক বিবেক ভোট দিয়াৰ বাবে ধন্যবাদ জনালোঁ

  • @bkp9774
    @bkp9774 6 วันที่ผ่านมา +73

    শিক্ষিত যোৰহাট বাখিক বহুত বহুত ধন্য বাদ জনালো।
    অহা ২০২৬ ত বিজেপি দল শেষ হোৱাৰ পথত ।

    • @tulonmohan9583
      @tulonmohan9583 5 วันที่ผ่านมา

      বাসী নে বাখি?

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 5 วันที่ผ่านมา

      বাসী​@@tulonmohan9583

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 5 วันที่ผ่านมา +22

    আনৰ তুলনাত গৌৰৱ সিংহ হয়।যোৰহাটেই নহয়,অসমৰ যিকোনো সমষ্টিৰপৰাই গৌৰৱ জিকিলেহেঁতেঁন।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 6 วันที่ผ่านมา +41

    ইহঁতৰ অহংকাৰী বাবে আমি গৌৰব ক ভোট দিলো

  • @dilipborah8700
    @dilipborah8700 5 วันที่ผ่านมา +34

    গৌৰব গগৈ জিন্দাবাদ জিন্দাবাদ

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 5 วันที่ผ่านมา +33

    এইটো আকৌ কৰ পৰা টপকিল, পদত্যাগ কৰা নাই।

  • @Solim16
    @Solim16 5 วันที่ผ่านมา +21

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
    জয় আই অসম

  • @NP-gf7fo
    @NP-gf7fo 6 วันที่ผ่านมา +28

    Gaurav Gogoi cm holey tar sab syndicate or poisa jabo

  • @digantachangmai1076
    @digantachangmai1076 5 วันที่ผ่านมา +29

    ননচেঞ্জ পিয়াজ হাজৰিকা তোৰ মগজটো বেয়া হৈছে

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 5 วันที่ผ่านมา

      এইটোক গালি পাৰি লাভ নাই লাজ কি নাজানে।নিজকে বহুত জনা দেখুৱা ই যোহাটৰ শিক্ষীত মানুহে এইজনাক ভটুৱা কুকুৰ বুলিও নাভাৱে।গতিকে এইডালৰ কথাত কোনেও একো নোকোৱাই ভাল।গিয়ানী লোকে মূখ'ৰ লগত তক' নকৰে।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 5 วันที่ผ่านมา +15

    আচল লাচিত সেনাবাহিনী আছে যোৰহাটৰ জনসাধৰনৰ অন্তৰত। যোৰহাটৰ জনসাধৰনক বহুত বহুত ধন্যবাদ ফাঁকিবাজিৰ ৰাজনীতি তেওঁলোকে যে বিদায় দিলে এই লোকসভাৰ নিৰ্বাচনত । গৌৰৱ গগৈক লোকসভালৈ পঠিয়াই। এই যোৱা লোকসভাৰ নিৰ্বাচনে যোৰহাটৰ জনসাধৰনে দেখুৱাই দিলে যে অন্ধভক্ত নাই যোৰহাটৰ জনসাধৰনৰ অন্তৰত।

  • @jayantadutta1024
    @jayantadutta1024 5 วันที่ผ่านมา +17

    এতিয়াও নিজৰ অহংকাৰৰ বাবে অনুশোচনা হোৱাই নাই মানে

  • @jeetborgohain1302
    @jeetborgohain1302 5 วันที่ผ่านมา +10

    মাছ পানিৰ তলত থাকে, পানিৰ ওপৰলৈ আহিলে বেছি সময় জীয়াই নাথাকে।

  • @entertainmentandexercies415
    @entertainmentandexercies415 5 วันที่ผ่านมา +6

    ২৬ Election ৰ আগত ইহঁতবোৰে কৰা মন্তব্যবোৰ সংখ্যালঘু প্রতিজন লোকক দিনে ২ বাৰ ৰাতিপুৱা আৰু গধূলি সদায় দেখাব একেবাৰেই চেল খাই পৰক।তাৰ পাছত মামা চাচাক ধৰি বান্ধি ব্রক্ষ্মপুত্রত পেলাই দিয়ক।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 5 วันที่ผ่านมา +6

    এতিয়াৰ পৰা হিতধিকাৰী সকলৰ ঘৰৰ সন্মুখ ফালে দেৱালত বোৰ্ড এখনকৈ লগোৱা নিয়ম কৰিলে বিজেপি দলৰ বাবে ভাল হব। য'ত লিখা থাকিব "চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত ভিখাৰী "।

  • @janardanbora2803
    @janardanbora2803 5 วันที่ผ่านมา +6

    ইয়াৰ যদি পকৰত দম আছে তেন্তে এইবাৰ যোৰহাট গুচি আহিব কব বিধান সভাত 😅😅😅

  • @hiteshdeka153
    @hiteshdeka153 5 วันที่ผ่านมา +7

    26 ত মামা আৰু সাঙগু পাঙগুক বিদায় দিব লাগে।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 5 วันที่ผ่านมา +6

    যোৰহাট বাসী হিচাপে আমাৰ স্পষ্ট মত আমি কাৰো বহতীয়া নহয় ৷ কোনো ভণ্ড দালালৰ সম্পাদায়িক মন্তব্যই আমাৰ সাতামপুৰুষীয়াস ঐক্যত কালিমা সানিব নোৱাৰে ৷

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 5 วันที่ผ่านมา +2

      এশ শতাংশ সুদ্ধ।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 5 วันที่ผ่านมา +4

    এই দালালটোক এইবাৰ জাগীৰোডতে শেষ কৰি দিব ৷ইয়াৰ সম্পদায়িক মন্তব্য ক কোনো শিক্ষিত জ্ঞানী লোকে সমৰ্থন নকৰে ৷তাৰ লাজ নালাগেনে ৷কি মূল্য আছে বে বে কৰি থকা মুখখনৰ ৷

  • @kakoligayan2065
    @kakoligayan2065 5 วันที่ผ่านมา +9

    এখন এখন কৈ বিজেপি আখ ২০২৬ চনত বিজেপি == O

  • @sanjibbora1789
    @sanjibbora1789 5 วันที่ผ่านมา +7

    এইজন ৰ কি যে হব,গছত কঁঠাল ওঠত তেল নৌ খাওতে চেলবেল।

  • @bhagyashreeandkabyashree5977
    @bhagyashreeandkabyashree5977 5 วันที่ผ่านมา +5

    গালি দি লাভ নাই। আগন্তুক নিৰ্বাচন ত আৰু জমিৱ।

  • @gh12138.
    @gh12138. 6 วันที่ผ่านมา +13

    Bjp baya voi khaise😂😂😂😂

  • @mahimuddinlaskar4939
    @mahimuddinlaskar4939 5 วันที่ผ่านมา +4

    Jorhat basiloi congratulations 🎉🎉❤

  • @pgoswami5378
    @pgoswami5378 5 วันที่ผ่านมา +3

    গ'ল কথা গুচিল।২০২৪ৰ লোকসভা
    নিৰ্বাচন হৈ গ'ল। জনতাক নিজৰ দলৰ পক্ষলৈ আনি ভোট সংগ্ৰহ কৰিবলৈ ৰাজনীতিক সকলে নানান
    কথাবাৰ্তা কলে। এতিয়া সেইবোৰ মন্হন কৰিলেও কিবা লাভ হব জানো?ভোট কোনে কাক দিলে তাক লৈ কথা বহলাই থাকিলে মিছাতে খিয়লাখেয়ালিবোৰহে লাগি থাকিব।এতিয়া সেইবোৰ এৰি আগন্তুক দিনত হিন্দু প্ৰাৰ্থীয়ে কেনেদৰে হিন্দু মুছলমান উভয়ৰে
    ভোট পাব পাৰি বা মুছলমান প্ৰাৰ্থীয়ে মুছলমান হিন্দু উভয়ৰে
    ভোট পাব পাৰে সেই বিষয়ে
    সমিলমিলেৰে আগবাঢ়ি যোৱাটোহে
    ৰাজ্যৰ বাবে লাভজনক হব বুলি ভবাৰ থল আছে। এই বিষয়ে ৰাজনৈতিক চিন্তন এতিয়াৰ পৰাই
    আৰাম্ভ কৰি দিলে কোনেও কাৰো
    ধৰ্মৰ আবেগক আঘাট নকৰাকৈয়ে
    এক সুস্হ ৰাজনৈতিক বাতাবৰণ সৃষ্টি হব পাৰে আৰু উপযুক্ত প্ৰাৰ্থী বিজয়ী হব পাৰিব।এই কথাবাৰ্তাবোৰকেই ৰাইজৰ মাজত
    এতিয়া এক আলোচ্যৰ বিষয় হৈ পৰিছে।

  • @anukulrabha5766
    @anukulrabha5766 5 วันที่ผ่านมา +3

    পীল্টুষ হাগাখাঁ কাম নাই ।

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2m 5 วันที่ผ่านมา +3

    AI BAR 2026 UJONIR MANUHE B J P K VOT. NIDIBO

  • @tulonmohan9583
    @tulonmohan9583 5 วันที่ผ่านมา +1

    মই দেখিছোঁ - ৰাজনৈতিক নেতা সকলতকৈ তথাকথিত "মেডিআ"বোৰেহে সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই আমাৰ একটা বিনষ্ট কৰাত ব্ৰতী হৈছে। ৰাইজে কথাবোৰ মন কৰা ভাল। অতি উগ্ৰ ৰাজনৈতিক সমৰ্থক হৈ একো লাভ নাই। ৰাজনীতিকে ৰাজনীতি কৰিছে, দেশ চলাইছে। আমি সাধাৰণ ৰাইজে ভাল পোৱা প্ৰাৰ্থীজনক ভোট দিলোঁ - জিকিলে যদি জিকিলে, হাৰিলে যদি হাৰিলে। বচ! দেশ চলিব ধৰিছে। নিৰ্বাচিত প্ৰতিনিধি সকলে শাসনৰ দায়িত্ব গ্ৰহণ কৰিলে। কোনোবাই বিৰোধী পক্ষত বহিলে। সকলো কথা সুন্দৰকৈ থানথিত লাগিলে। এতিয়া আমি সাধাৰণ ৰাইজে সেই একেবোৰ কথাকে পাগুলি থকাৰ কিহৰ দৰকাৰ? আমাৰ নিজৰ কাম নাই নেকি?

  • @GoneshPatowary
    @GoneshPatowary 5 วันที่ผ่านมา +3

    মুৰখ কোন ৰাইজ নে মন্ত্ৰী

  • @bapanrajbongshi6637
    @bapanrajbongshi6637 5 วันที่ผ่านมา

    ইহঁতে যোৰহাটত হাৰিল কাৰণে মাথা নস্ত
    হৈ আছে । যোৰহাটত হাৰা কাৰণে আমিওঁ নলবাৰীৰপৰা সুখ পাইছো ।

  • @RojitaDas
    @RojitaDas 5 วันที่ผ่านมา +1

    Piaj aru গেলা পিয়াজ 😅😅😅😅😅

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika 5 วันที่ผ่านมา

    এইজনক আপোনালোকে কিয় গুৰুত্ব দিয়ে

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p 5 วันที่ผ่านมา

    পিযুষৰ কথা বৰকৈ নপতা ভাল ওপৰৰ ভাল উঠি। গৈ থাকে ।

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 5 วันที่ผ่านมา +2

    Piyaj hagiruka uporot thoka narikoltu puk lagil
    Matra khali tema ata loi ase
    Oxoibhya ,murkho ,pagol iyatkoi kun ase oxomot ?

  • @joyprakashgohain7032
    @joyprakashgohain7032 5 วันที่ผ่านมา

    এই খন মোখ নে পক পদত্যাগ নইকৰা যে !

  • @umanandahazarika8872
    @umanandahazarika8872 4 วันที่ผ่านมา

    ২০২৬ চনৰ ধ্বংস যজ্ঞৰ আখৰা, অসমৰ সকলো ৰাইজে বুজি উঠিছে এই গালিৰ অৰ্থ,

  • @tahimabegum5896
    @tahimabegum5896 5 วันที่ผ่านมา +1

    গৌরব গগৈ জিকিল মানে হাজরিকাদেবর পদত্যাগর সময়।আবোল তাবোল বকি লাভ নাই।

  • @tridivchoudhury4736
    @tridivchoudhury4736 5 วันที่ผ่านมา +2

    Gaurav gogoi jikile Rajneeti arim kuwa seleputuwe akow rajneetir paath porhai ase sun....Tezpurt goi keidin man thaki olop mental health tu thik kori ahok.....jorhatot bohu din thakio kaam nidile.

  • @utpalgoswami1990
    @utpalgoswami1990 5 วันที่ผ่านมา +1

    ফিউজ হ'ল, মিছলিয়া বি জে পিৰ পিজুষ হাজৰিকা, আমাৰ পৰা দৰমহা লৈ আমাকে গালি দিয়াৰ সাহস, চোৰ-দকাইট নহ'লে নোৱাৰে

  • @tarjenboru8760
    @tarjenboru8760 5 วันที่ผ่านมา +1

    লাভ নাই,,,, 26 আহি আছে, 😂😂😂

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt 5 วันที่ผ่านมา

    বিবেক ভোট দিয়া যোৰহাটবাসীক কোনো মানুহে প্ৰলোভন দি ভোট আদায় কৰিব নোৱাৰে৷প্ৰকৃত শিক্ষিত মানুহক টকাৰে জুখিব নোৱাৰে৷তাৰ বাবে অসমৰ সকলো বিবেকৱান তথা সচেতন ৰাইজে যোৰহাটবাসীক সন্মান জনাব আৰু ভাল পাব৷তাক কোনোবাই চকু জ্বলিলেও নহ’ব৷

  • @Hypergaming-rc8gr
    @Hypergaming-rc8gr 5 วันที่ผ่านมา

    Sombhalo piyuj da

  • @user-qq6fl8bj2c
    @user-qq6fl8bj2c 5 วันที่ผ่านมา

    পীয়ুষৰ আত্মসন্মান আৰু লাজ নাই বাবেহে বৰ্তমানলৈকে বিধায়ক তথা মন্ত্ৰীত্বৰ আসনখনৰ মোহ এৰিব পৰা নাই।ইমান দম্ভালি মাৰি নিজৰ মুখৰ কথাটো নাৰাখিলে ইয়াতকৈ আৰু কি লাজৰ কথা আছে?বেছি অহঙ্কাৰীৰ পতন অনিবাৰ্য।যোৰহাট সংসদীয় সমষ্টিৰ ভোটাৰ হিচাবে মই গৌৰাম্বিত।

  • @manujkumarbora8901
    @manujkumarbora8901 6 วันที่ผ่านมา +2

    ahonkar huwa babe aibar ami congress k vut dilu 2026 aru nidu vut bjp k karon hol ahongkar ... ami nibonuwa hoi asu amak kam lage

  • @user-ml9to2ei6l
    @user-ml9to2ei6l 5 วันที่ผ่านมา +1

    Jurhatbahiye gaurav gogoik benek votere jikaise

  • @utpalboro8855
    @utpalboro8855 4 วันที่ผ่านมา

    Piyaj k bea pai jurhat k nohoi

  • @abdulmannanahmed787
    @abdulmannanahmed787 5 วันที่ผ่านมา

    Those who refuse to accept the stark reality are the pitiable lot.

  • @amritborah4276
    @amritborah4276 5 วันที่ผ่านมา +2

    Jorhat basi raize Ahongkari tanasahi BJP dolor dollar bogori neta Hazarika, Boruah, Kurmi, borguhai, kissan, guswami, mama, tassa, gum etc hero neta burok Jorhat basi raize usit sikha dile. Mama k Jorhat basi raize nirbason kheli jiki dekhab বুলি bat sai ase.

  • @suzaulhoque7397
    @suzaulhoque7397 4 วันที่ผ่านมา

    Tyag ki hol ?

  • @jibongogoi6940
    @jibongogoi6940 5 วันที่ผ่านมา

    গৰু তোৰ মূৰত একো মাল নাই l
    তোক ওপৰ মাল ইনেই পাতিলো l
    গৌৰব গগৈ জিন্দাবাদ l

  • @user-tj4yh8mz8b
    @user-tj4yh8mz8b 5 วันที่ผ่านมา

    Piaj da ji kosil kori dekhuabo lage...politics Ari dim koisil ke hl.

  • @subhashsut2215
    @subhashsut2215 5 วันที่ผ่านมา

    অঙকাৰেই বিজেপিক দুবাব‌‌ ।

  • @abhijeetbaruah8621
    @abhijeetbaruah8621 5 วันที่ผ่านมา

    Bjp kon kon ONA Assamese r vote pai aru kio pai???...... discuss hobo laage

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 5 วันที่ผ่านมา

    Aru besi din ni aijonor

  • @pranabgogoi6283
    @pranabgogoi6283 5 วันที่ผ่านมา

    Bidhan hobhar election ot cong. Jorhatot haribou parae. Gaurav gogoi r case tu olop beleg hol.

  • @babul8718
    @babul8718 5 วันที่ผ่านมา

    😅😅😅2026 t Sendelor mala BJPr babe....

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 5 วันที่ผ่านมา

    gela piyaaz r kaam nai..

  • @FulitKongari-lo8pj
    @FulitKongari-lo8pj 5 วันที่ผ่านมา

    BJP K pius Hazorikai dubabo

  • @birenkalita120
    @birenkalita120 3 วันที่ผ่านมา

    Oprar male ketiya rajniti bad diba o

  • @slaymmer6664
    @slaymmer6664 5 วันที่ผ่านมา

    Abey phi- thu tur ghorot humsi tuk guliyai dim! Aimeek tu 5 ta guli korim! Johorik!

  • @monuranjanphukon8553
    @monuranjanphukon8553 5 วันที่ผ่านมา

    Mass pale dum kola Hoi Konao hoi

  • @kumudbaruah2001
    @kumudbaruah2001 5 วันที่ผ่านมา

    গৌৰৱ গগৈক যোৰহাটৰ পৰা সাংসদ নির্বাচিত কৰি অসমে কিবা পাব নে নাপাই সেইটো জনা নাযায় কিন্তু ছোনিয়া ৰাহুল আৰু পিয়ংকা ৰ পৰিয়ালে যে এজন গুড চাৰভেনট পাইছে সেইটো খাটাং।