শিল বালি ব্যৱসায় কৰা এগৰাকী মহিলাৰ কাহিনী || UPARJAN ||
ฝัง
- เผยแพร่เมื่อ 1 ต.ค. 2024
- শিল বালি ব্যৱসায় কৰা এগৰাকী মহিলাৰ কাহিনী || UPARJAN ||
স্বামীৰ অকালতে মৃত্যুৰ পাছত মানুহগৰাকীয়ে হাত দিলে শিল বালি ব্যৱসায়ত
ঘৰে ঘৰে গৈ অৰ্ডাৰ লৈ টেক্টৰ ডাম্পাৰত পেলাবলৈ ল’লে শিল বালি
এনেদৰেই এদিন তেওঁ চলালে শিল বালি কুৱেৰী
Contact Us - 9101735732
uparjan.in
মহিলা গৰাকীলৈ ধন্যবাদ । লগতে যি সংগঠনে মহিলা গৰাকীৰ কামৰ বাবত কমিচন লোৱাৰ নাটক ৰচনা কৰিব বিচাৰিছে - তেওঁলোকক মানুহৰ শাৰীত থ'বই নোৱাৰি ।
Public Dhulai dibo lage heikitak..
অসমৰ নাম লৈ সংগঠন চলাই থকা এনেধৰণৰ কিছু আছে যাৰ কামেই চান্দা তোলাৰ...!!
আপোনাক বহুত ধন্যবাদ, আপুনি সাৱধানে থাকিব আৰু আগুৱাই যাওঁক, আমাৰ ধুদিয়া মানুহ বোৰে কোনো ব্যৱসায় বিচাৰি নাপায় আপোনাক অনুকৰণ কৰিব লাগে।
আপোনাৰ এই আদৰ্শয়ে সকলোকে স্বাবলম্বী হবলৈ অনুপ্ৰাণিত কৰিব
আপোনি নৱ প্ৰজন্মৰ নিবনুৱা কাৰণে এক ডাঙৰ উদাহৰণ বাইদেউ 🙏
আৰু আগুৱাই যোৱা বাইদেউ
আপোনাৰ চেনেলৰ যোগেদি বাইদেউ গৰাকীলৈ ধন্যবাদ জনালো 🙏
আমাৰ অসমত এনেকুৱাই । মহিলাৰ কথাতো বাদেই। পুৰুষে কৰিলেও সয্য কৰিব নোৱাৰে।
Salute 🙏🏼🙏🏼🙏🏼🙏🏼
দুভগীয়া মানুহৰ মন বোজা মানুহ খুব কম আছে 🙏🏼 আপুনি বহুত শক্তিশালী আগবাঢ়ি যাওক
ব্যৱসায় কৰা বহুত হেপাহ আছে কিন্তু পইচা অভাৱত আগবাঢ়িব পৰা নাই
মাফতে টকা বিচৰা কিতাক আপোনাৰ মেখেলা পেটিকোত ধোৱাই প ইছা দিব।এনেই নিদিব।।
Maiki manuh hodai anekua hbo lge.nijor life2 safety Kori lua2.jibonot aguai jok.
তেখেত স্বাৱলম্বনৰ এক সুন্দৰ আদৰ্শ। নমস্কাৰ জনাইছোঁ তেওঁক।
সাহস হৈইছে মানুহৰ আছল পৰিছয় বইদেউ জনে আগলৈকে আগুৱাই গৈ থাকক 👍
চান্দাৰ ভিক্ষাৰী কুকুৰ বোৰৰ এটা কিন্ত ভাল অভ্যাস সকলোবোৰেই চেলেকে 😅😅😅
আপোনাৰ আদৰ্শ আৰু সাহসীকতাক চেলুত জনাইছো।
Very inspiring video.
Baideo joni r bohut talent ase..
Very nice
উজনিৰ অসমত সংগঠনৰ প্ৰকোপটো অলপ বেছি । আপোনাক অশেষ ধন্যবাদ ।
বাইদেউ আপোনাক selute, আপুনি অসমীয়া মহিলা বিলাকৰ বাবে এক আদৰ্শ,
মনৰ সাহসেৰে আগুৱাই জাওক
বাইদেউ আপোনী আগুৱাই যাওক। কাকো অন্যাই কৰা নাই আপোনী দল সংগঠনে আপোনাক একো কৰিব নোৱাৰে ভগৱান আপোনাৰ লগত
Bohut hundor allah always bless you 🙏🙏🙏
Apuni aguwai jauk.. U r inspiration
Val lagil Dekhi..Axomiyaa manuh Khub kom dekhaa puwa jai Ai kamot
Taku ai kam to Bohut jeng karon Tender hoi...Aru jodi tendarot pale tothapio Bohut manuh ahee Poisaa pati bisari Dekhat jiman xohoj Ximan xohoj nahoi...Ai kamtur bixoyee Moi val kee janu...
বাইদেউ আপোনাক অশেষ ধন্যবাদ আপুনি আগুৱাই যাওক,
আপোনাক বহুত বহুত ধন্যবাদ। আৰু আগবাঢ়ি যাওক ভগবানে আপোনাক মঙল কৰক।
বাইদেউ আপোনাক Salute জনাইছোঁ । আৰু আগুৱাই যাওক
প্ৰত্যাহ্বান আগত ৰাখি আগুৱাই গৈ থাকক সাফল্যৰ শিখৰ পাবগৈ নিশ্চয় , প্ৰত্যাহ্বানে হাৰ মানিবলৈ ন'হয় , জিনিবলৈ হে সু্যোগ প্ৰদান কৰে ,
যদি আমি সাহস , ধৈৰ্য্য আৰু একান্ত মনেৰে যুঁজি যাব পাৰো , প্ৰতি খন সমাজতেই দুই ধৰণৰ ব্যক্তি থাকিবই , কিছুমান সৎ আৰু কিছুমান অসৎ , তাৰ মাজত থাকিয়েই আমি জীৱন সংগ্ৰাম চলাই যাবই লাগিব , তাকেই অন্য এটা ভাষাত জীৱন যুজঁ বুলিও কোৱা হ'য় , ভাল লাগিল জীৱন কাহিনী শুনিবলৈ পাই , ধন্যবাদ।
God bless her business to go ahead .
Brave women❤🎉🎉
Good bless you❤
সাহসেৰে কৰি যাওক |ভাল লাগিল |
Dada kii khbr vlne
maa
thuje koti koti selam
Baideu vogoban aase Aag bahi jaok.
Aapunakoi mur falor pora bahut Aashibat thakil...
Sukhere thakok sualijonik Bukut loi nij sahokhere. Kaam kori jaok.
Kun heikita sanda party?
Strong dynamic woman
সুন্দৰ ❤❤❤❤
Bhalke aguai jauk baideu.
এগৰাকী সাহসী মহিলা ব্যৱসায়। ধন্যবাদ,,,,,,,, শুভেচ্ছা থাকিল।
ধুনীয়া কথা
God bless you
বাইদেউ মই ও আপোনাৰ দৰে বালি ব্যৱসায় কৰিব মন আছে কিন্তো মই চেনেল নাই পোৱাৰ
Nice
Great
vedio sai motivet hou , kintu eaku koribo pora nai ,karon apuni teulokor contact no. bisarile nidie
Nice 👍👍👍
Brave women ❤
Apunaloi baht dhaynabad Eman hundar hasakoi
মই ভালকৈ চিনি পাও এওক আমাৰ ওচৰৰ ❤পুতলা বাইদেউ 😊
Great work baideo.. apunar kothabor xuni moi bahut val paisu...ata natun business ideas palo aji ...apl time lagib kintu .adin success hobai...
❤❤❤selut sister❤❤❤
God bless you ❤❤❤
Apuni bohut bhal Kam eta korise
Baidew bhout Val kam korise
Salute
Hundar prosesta. Aiaahe narisabalikaran
মনিছো দে বাইদেউ ।
👍👍👍👍👍🙏🙏 ধন্যবাদ বাইদেউ
Very good very very nice like vidio
Baideu apuni aguwai jauk.. Amar huvessa hodai apunar logot ase.
Apunar kormo aru hahokh k salute korisu.. Apuni jothesto hongram aru jotilotare nijor kormo kori ase.. Bhogobane jen hodai apunak akhirwad korok.
ঈশ্বৰে আশীৰ্বাদ কৰক বাইদেউ 🙏👍
AJONI. bidhoba. mohila. swabolombi. hoboloi. bohut. kosto. korise. tekhetok. kamot. badha. diato. jano. uuchit. hobo. ne. @@@ joy. guru. sonkor.
You are great .Go ahead .
Anekua hahokh thka mohilai purukhr lgt feperi patile dekhiboloiu val...kisuman ase hat dhue vat khai duta ghrua Kam kri bahaduri ki nasaba.... comission bisora keta mekhela pindhok
Hahokhi baaidew goraki mur ma boyokhor apuni apunar kotha huni hahokh palu all the best 👍
Salute Baideo.Keep up the Good Work.Almighty bless you
baideo kestu Olap denjar...
Aatiya Kune solai aase kakoy mohol
God bless you
Hundar ba
🙏🙏👌
ধনৈ বাদ
😘😘🙏🙏🙏🙏🙏👏👏😭😭😭😭
Hats off mam❤
Pornam apunak
👌👌👍
Welcome to bai
Great woman❤❤❤
Really a Great women..I have offering my heartiest Salute to you Mem
🙏💕
Very good ba
Baidew apunar phone no dibo naki , moi apunar logot kotha Patibo bisaru
Bostubor lot pan jonabo are no, Debi,
Madam..... I'm from Jonai earnestly saluting you......go ahead......
Good,keep it up,
🙏🙏🙏🙏🙏🌹🌹🌹
Baidaw hok bhonti hok moi asu apuner logot.
Mrs Phukan go ahead problem is never end but take a challenge....
Val lgil ktha khini huni
Nice Very nice 👌
Val lagil bydeo
Aaguwai juwa
সংগঠনৰ নামত এইবোৰ চুৰ
Very good 🙏 🙏 baidaw
Apuni aru agbarhi jauk.
সদায়ে আগুৱাই যাওক
Ba, God bless you.
❤❤❤
Hundor ba god bless you 🙏🙏
#Bhaskar33.
🙏🙏🙏🙏
Verry good ba
God bless you
❤️❤️🤞