কলিয়াবৰৰ দুৰ্যোগৰ আঁৰত মন্ত্ৰী কেশৱ মহন্তৰ ঠিকাদাৰ ভাতৃ
ฝัง
- เผยแพร่เมื่อ 1 ต.ค. 2024
- #graphiccontent
কলিয়াবৰৰ দুৰ্যোগৰ আঁৰত মন্ত্ৰীৰ ঠিকাদাৰ ভাতৃ। উটি গ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি। কলিয়াবৰত আকৌ চিঙিল হাতীমূৰা মথাউৰি। কিয় বাৰে বাৰে চিঙে কৃষ্ণ মহন্তই নিৰ্মাণ কৰা মথাউৰি?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
একাংশ লুটাৰু ঠিকাদাৰ বিষয়া মন্ত্ৰীক মা-কালীৰ আগত বলি দিব লাগিব তেতিয়াহে মথাউৰী ভাঙিব এৰিব ।
ৰাইজে প্ৰতি পাঁচ বছৰৰ মূৰত কৰা ৰ্মূখামীৰ ফল ভোগ কৰিছে এতিয়া,দেখি দূখ লাগিছে যদিও এনেকৈনো নকৈ কি কম
এবাৰ ভাত খালেই গোটেই জীৱন নোখোৱাকৈ থাকিব পাৰিব জানো ??? ঠিক তেনেকৈয়ে মাঠাৱুৰি যদি একেবাৰতে ভালকৈ বান্ধি দিয়ে তেন্তে বছৰে বছৰে টকা কৰ পৰা আহিব।
ঠিকাৰ এটা ছেলু হে মানে কি ককায়েক যেতিয়া মন্ত্ৰী এই চেগতে ভায়েককো ৰাইজৰ পৰা চেপি চেপি লোৱা টকা ভায়েককো দিয়ক।কাৰন নিজৰ তো চন্দুক ভৰ্তি কেতিয়াবা য়ে হ'ল।
গলত চেপি হাত ভাঙিলে হল কৃষ্ণ মহন্তৰ ।
মঠাউৰী মানে মোতা ধন প্ৰাপ্তি 😋😋😋💯💯💯 @ ঠিকা মানেই মন্ত্ৰীৰ ভাই, ভাগিন, ভতিজা, খুৰশালী # জিন্দাবাদ 😋😋🤣😂
Matra Rahul gandhir family hey pariwarbad. Eibilak ki BJP r tetia hole....
😅😅😅😅😅😅😅😅😅😅😅😅😅
লোকসভাৰ ৰ্নিবাচনৰ পাচৰ পৰাই মঠাউৰীবোৰ ভাঙিবলৈ আৰম্ভ হৈছে।অন্য ঠিকাদাৰে ৰ্নিমান কৰাহলে ঠিকাদাৰৰ গাফিলতি হল হেতেন।
কোনে কি কব? মন্ত্ৰীৰ ভায়েক। কলেইবা কোনে শুনিব? এনেদৰে
চলি থাকিব। চলাই যাব।এইবোৰেই
ৰাজনীতি।
Vote for Keshob Mahanta again once!
Amar karane bipod tew lukoor babe subidha .
কৃষ্ণ কৃষ্ণ কেশৱ আপোনিহে জানে
এই বিলাকৰ গাত ভগৱানৰ অভিসাপ নালাগে নেকি????
Bor moja news
ভোত দিয়াৰ ফল তামাম পা
আকৌ এবাৰ মামা চৰকাৰ
Maas vajibole tel lage kintu bina telot vaje janene
ঠিকাদাৰৰ কথা নহয়
কাৰন আপোনাৰ ভাতৃ যে
ঠিকা দাৰৰ ঘৰত JCB দি ভাগি দিব লাগে। তেতিয়া হে চৰকাৰ ৰে নিয়াই কৰিছে বুলি কোৱা হব। এটা মথাৰি ভাঙি গলে জন সাধাৰণ ৰ কিমান অসতি চিষ্টি হয়। এক ৰাতি বৰষুণ ৰ পানীত তিতিলে হে গম পাব যে কিমান কষ্ট হয়। চৰকাৰে কিয় এই বিলাকক নাচাই,,,,,
Manuh iman burbak nohoi. Aaji jodi balag contractor huwa hola?
কেশব আৰু পিজুজে টকা ভাগ পালে
গোষ্ঠী প্ৰেমৰ ফল ৷
আগতে মঠাউৰি সোণৰ কনী পৰা ব্যৱস্থা আছিল চৰকাৰৰ আৰু এতিয়া দেখোন পিঠিৰে নিৰাপত্তা নোহোৱা হল!
Bujilu
Ako ebar vote di joi korok, tetia ha kam pabo.
Ihot aasal hindu bhagwan......xadhoron raije maril ihotor ki dal hobo
সেইবাবে তদন্ত হ'ব নালাগে বুলি আজি কোৱা শুনা গৈছিল ।
Krishna Mahanta Bhagawan nohoi sei kaaronay
Commissioner vag sabei poar pisat j hoi hoi thakak
Keshov mahanta Akhom aandolan or porai akhonor manuhok thogi aahise. Keshov mohontoi main culprits. Aakou repairing namot paisa khavho
Akou thiktu krishna mahanti pab
Hai kitak tatut dhori loi ana ban pani hua jagat. Aru raij akelog hoi hai tuk goru piton diyok. Eman piton diyok, he jate poisa likhib nuara hoi jai. Aru poisa ki, hai kothatu u pahori jai.
Dourabo lage ehot ok... dekhile Bea loga drishyo... manuh r ghor r uporedi Pani Boi ase
Eku todonta nokribo mantri mohudoi, apunar Bhaiek hoi, pahori najabo.
Nor moja
ঠিকাদাৰ বিলাক মন্ত্ৰীৰ ভায়েক বা ককায়েক বাহিৰে অন্য মানুহক দিব লাগে।
Bjp Agp zindabad zindabad ¿?????
Corruption or xima thake
Cm Sir do something 😢😢
Montrir gonisto babe eko nahobo
Aakau bandhiba.
Zero tolerance of the party against corruption.
Hanghatik durniti hobo logibo tetiyahe mothawri utuwai nise
20% Kamkora
Eiburor akou kopal fulil.