মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ম'বাইল ৰঘুবেন্দ্ৰৰ নহয়

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • মালিগাঁৱত ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য অব্যাহত,আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ন ন তথ্য । মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ম'বাইল ৰঘুবেন্দ্ৰৰ নহয়। হত্যাকাৰীয়ে ম'বাইল ফোনটো পেলাই থৈ যোৱাৰ সন্দেহ ।
    #pratidintime #assamnews #maligaon

ความคิดเห็น •