আপুনি কোনটো দিশত শুৱ??আপোনাৰ বাউণ্ডেৰী ওৱালত ভগৱানৰ ফটো ৰখাটো ভাল নে বেয়া ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 พ.ย. 2024

ความคิดเห็น • 24

  • @beautiprabhadas4447
    @beautiprabhadas4447 2 หลายเดือนก่อน

    Dhonyabad bohut kotha janibo pai.bhal lagile

  • @DimbeswarPegu-m5b
    @DimbeswarPegu-m5b 2 หลายเดือนก่อน

    ধন্যবাদ ❤❤❤

  • @monikasaikia7762
    @monikasaikia7762 2 หลายเดือนก่อน

    Thanku❤❤❤❤❤

  • @mintunath3062
    @mintunath3062 2 หลายเดือนก่อน

    ছাৰ বহুত চেষ্টা কৰি আছো চৰকাৰী চাকৰি এটা কাৰণে,, কিন্তু একো ভাল খবৰ পোৱা। কিবা বাস্ত দূখ থাকিব পাৰে নেকি

  • @junmonidas8022
    @junmonidas8022 2 หลายเดือนก่อน

    Mur bhuat bemar hai thika tips diba sun

  • @AnuragSarmah-e5o
    @AnuragSarmah-e5o 2 หลายเดือนก่อน

    উত্তৰ পূবৰ মাজত লেটিন বহিল কি কৰিম জনাব বুলি আশা ৰাখিলোঁ

  • @latikadeka2576
    @latikadeka2576 2 หลายเดือนก่อน

    Sir, uttor pub kunot bharal ghar ase kiba asubidha hobo neki jonabosun.

  • @Minecraft_Un-Official
    @Minecraft_Un-Official 2 หลายเดือนก่อน

    দক্ষিণ দিশত পানী টেংকি বনাব পাৰি নে জনাব চোন

  • @bedonadas4833
    @bedonadas4833 2 หลายเดือนก่อน

    Mur montu Akebare beya hai thake,Amar upai nai Roomtu,Xolabolai

  • @todayraw6369
    @todayraw6369 2 หลายเดือนก่อน +1

    মহোদয় মই আপোনাৰ বাস্তু চেনেলৰ নিয়মিয়া দৰ্শক। কিন্তু এটা কথা বুজি পোৱা নাই আপুনি অকল ধনী মানুহৰ ঘৰ দূৱাৰত কি ৰং লগালে ভাল বেয়া ইত্যাদি বিলাকতে বক্তব্য ৰখা দেখিছো। দুখীয়া মানুহোতো বহুত আছে। যি সকলৰ বাঁহৰ বেৰ বা মাটিৰে লিপা ইকৰাৰ বেৰ য'ত কোনো ৰং দিয়া নহয়। আকৌ আপোনাৰ আগৰ এটা ভিদিঅত দেখিবলৈ পালো দক্ষীণ পশ্চিমত থকা দূৱাৰ খন ইটা গাঠি বন্ধ কৰি দিবৰ বাবে পৰামৰ্শ দিছে। বাহঁৰ বেৰ দি থকা মানুহ ঘৰে এক মাত্ৰ দূৱাৰ খন বন্ধ কৰিবলৈ ইটা আনিব লাগিব ইত্যাদি কথা বোৰে নিশ্চিত ভাবে সঠিক বাস্তু দোষ কেৱল ধনীৰ বাবেহ যেন লগা হৈছে।ইয়াৰ এটা শুদ্ধ উত্তৰ পাম বুলি আশা কৰিলো।

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 2 หลายเดือนก่อน

    আপোনালোকৰ ভিডিঅ'চায় ভাল লাগে।বহুত কথা জানিব পাৰি ছো । ৰাবাৰ পুলি ঘৰ ভিতৰত আৰু বাউনদেৰি ভিতৰত ৰাখিব পাৰি নে জনাব চোন ।

  • @TAPONVAG
    @TAPONVAG 2 หลายเดือนก่อน

    বাস্ত সন্মত মাটি খিনি কৰিলে ফিচ কেনেকৈ লয় কাছৰ আঙুঠি কিহৰ পিন্ধিব লাগে ৰূপৰ নে তামৰ পিন্ধিব লাগে জনাব please please

  • @dipaborah398
    @dipaborah398 2 หลายเดือนก่อน

    আমাৰ গেট খন পুৱ দখিন দিশত বনোবা হল। কিবা অশুবিধা হব নেকি ছাৰ জনাব বুলি আশা কৰিলো।

  • @lilydas3917
    @lilydas3917 2 หลายเดือนก่อน

    ঘৰলৈ মাতিলে চাৰৰ ফিচ কিমান জানিব বিচাৰো ।অনুগ্ৰহ কৰি জনাব চোন ।.

  • @NayanmoniSonowal-n9z
    @NayanmoniSonowal-n9z 2 หลายเดือนก่อน

    Nisa aruya kiba ypai janabosun

  • @TAPONVAG
    @TAPONVAG 2 หลายเดือนก่อน

    দৰজাৰ ওপৰত ওম লগাব পাৰি নে জনাব please please

  • @AnuragSarmah-e5o
    @AnuragSarmah-e5o 2 หลายเดือนก่อน

    উত্তৰ পশ্চিম দিশত শুৱ পাৰি নে

  • @naminami4743
    @naminami4743 หลายเดือนก่อน

    Satar day kpur kinily kiba hayniki olp janbsun.

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 หลายเดือนก่อน +1

    Nice

  • @miraborthakur1482
    @miraborthakur1482 2 หลายเดือนก่อน +2

    Good morning

  • @Nijoradoleypegu
    @Nijoradoleypegu 2 หลายเดือนก่อน

    May dhemaji junaiir pora Gor akhon suwale kiman lobo please Ripley

  • @gopal30106
    @gopal30106 2 หลายเดือนก่อน

    নমস্কাৰ ছাৰ আৰু বাইদেউ
    মোৰ নাম দেৱেশ্বৰ বৰা
    মই আপোনালোকৰ এজন ভাল বন্ধু ,,,
    মোৰ প্ৰশ্ন তো হল,,,,,,,বাস্ত শাস্ত্ৰ লগত চুগাৰ কিবা সমস্যাৰ সমাধান উপায় আছে নেকি,,,
    মোৰ চুগাৰ হোৱা আজি ২বছৰ মানে হল,,,,,

  • @PallabiGMahanta
    @PallabiGMahanta 2 หลายเดือนก่อน

    Siror phone numbertu dibo neki