আপোনালোকৰ কেইবাটাও প্ৰশ্নৰ সমিধান লৈ চাওক ঘৰে ঘৰে বাস্তশাস্ত্ৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ส.ค. 2023
  • আপোনালোকৰ কেইবাটাও প্ৰশ্নৰ সমিধান লৈ চাওক ঘৰে ঘৰে বাস্তশাস্ত্ৰ

ความคิดเห็น • 22

  • @user-ol8mt1tb3s

    দজাখন উত্তৰ লৈ মুখ কৰি লেটিন বাথৰুম বনালো ঘৰৰ লগতে দক্ষিণ ফালে। ভাল বেয়া জনাই উপাই দিৱছোন

  • @bornalibordoloi2288

    Val lagil dada

  • @MousumiPhukan-tu4mb

    ধন্যবাদ অপন দা আজি আমাৰ প্রশ্নতো উত্তৰ পালোঁ ।

  • @kashmiripegu3307

    Hodai apunar anusthan sau

  • @rinkumili2957

    আমাৰ গেছটো দক্ষিণ দিশত আছে আৰু পশ্চিম দক্ষিণ কোণত লেট্টীনটো অৱস্থিত।

  • @user-rn8pu9cy9z

    sir moi guwahatit aolop mati kinilu tate ata bahor khar bonai aasilu tetiyaloike valei aasil lorai job korisil deutakor sakori asil guwahatit ata pakakhar bonisilu tar pasor lorai dukhankoi gari kinile ,lahe lahe je lorai sakori arile akhan diyar karone gaoloi jabo bisarile amiu pothalu tar pasote biya patile tarpasot gaot khar bonalu tarporai je beyadin aromv hol gaor khartu bonaithakute guwahati khartu bikihol tarpasot lorar bolero khan heral bolet baeik khan bikibo loga hol tarpasot eskuti khan fainense tani nile ,aru iman dhart focilu mokti napalu botoman bohut dukat asu mur kot ki bhul hol aku dharib nuyarilu ,sir jonabson.nomoskar

  • @user-uk7rt8th6f

    Dada apuni mur ghortu sabo ahisil..apuni diamote drawingtu mote ghor tu armva korilu but..cepty tenktu..pub aru dokhinor majote dile...problem hobo neki k8ndly jonabosun

  • @kalpanadutta2269

    Dada Mur ghoror south west cornerot kiba problem hobo niki

  • @biswajitnath2598

    ছাৰ আমাৰ পাক ঘৰৰ গেছৰ চুলাটু পূৱ ফালে আৰু বেছিংটু দক্ষিণ পূব কুনত ঘৰত সৰু সুৰা বেমাৰ একেবাৰে নকমে জনাবচোন ছাৰ কি কৰিলে ভাল হ'ব

  • @MarykakotiMarykakoti

    আমাৰ ঘৰৰ দক্ষিণ দিশত শৌচগাৰৰ টেংকী আছে কিবা অসুবিধা হ'ব নেকি বাৰু জনাবচোন

  • @anjaliborah4614

    আমাৰ দক্ষিণ পূৱৰ দিশত লেটিন বাথৰূম আছে কাষতে টিউৱল আছে কি কৰিম

  • @dulumonipait7348

    পৰ্দাৰ ৰঙ

  • @jumonbora3842

    Koun phale bath room hoba lage

  • @simikalita5344

    Sir south west t toilet bathroom thakile kiba prblm hbo nki

  • @nilutpalxaikia4566

    কোন মাহত নতুন ঘৰ ললে ভাল হয়।

  • @digantagogoi2583

    উওৰত ২লাখ ৩০ হাজাৰ দি পানী টেংকি বনালো।এই টেংকি বনোৱাৰ পিছত আমাৰ আমাৰ ঠিকা কাম মাটি লৈছিলো সকলো বিভিন্ন অজুহাতত বন্ধ হৈ গল।আমি লাখ টকা চুই আছিলো।১০ টকা কামৰ বাবেও ভাবিব লগা হৈছিল।

  • @kapilroy4904

    ' আমাৰ শাহুমা ঘৰত থাকিবলৈ ভাল নাপায় আৰু মদ খাই থাকে ।

  • @user-rv4jl8mx2n

    Pub phal ra room dakhen phalaora rong halidha ke korem

  • @dipanjolihazarika6101

    নমস্কাৰ ছাৰ আপোনাক আমাৰ ঘৰখন চাই যাবলৈ কবলৈ কি কৰিব লাগিব খৰঢপাতি কিমান পৰিব কব নেকি