বিতৰ্ক হ’লেই গা এৰা দিয়ে হিমন্ত বিশ্ব শৰ্মাই
ฝัง
- เผยแพร่เมื่อ 11 ก.ค. 2024
- #graphiccontent
অসমৰ মুখ্যমন্ত্ৰীয়ে একোৱেই গম নোপোৱা হৈছে কিয়? বিতৰ্ক হ’লেই গা এৰা দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বুলড’জাৰেৰে চোঁচৰাই নিয়া হ’ল জাতিৰ পিতাক। ‘২৪x৭ মুখ্যমন্ত্ৰী’ৰ পাভলুটিত হতবাক অসমবাসী।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
মূখ্যমন্ত্ৰী মহোদয় আপুনি পদত্যাগ কৰিব লাগে।
২০২৬চত গম নোপোৱাকৈ বিজেপি হাৰিব।
একেবাৰে সত্য।
বিজেপি সদায় মহা ত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ বিৰোধী
অসমৰ মুখ্যমন্ত্ৰী এজন নিলা শিয়াল
ঔষধৰ দাম বৃদ্ধিত গমেই পোৱা নাছিল বোলে।
উৰি ফুৰিলে 🚁🚁🚁 কেনেকৈ গম পাব ক'ত কি হৈছে ⁉️⁉️⁉️💯💯💯
বেচিভাগ সময়েই বহি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত।
সুকুনি মামা হয় বুলি কলেও ভুল নহই, গতিকে অসমৰ ক্ষতিহে হৈছে আৰু হব বুলি ভাবো ।
এওঁ মামিৰ বাবে মাটি বিচাৰি ফুৰুতেই গৈছে গৈ চাগে 😅😅😅
কাৰণ নৰেন্দ্ৰ মোদী মণিপুৰ কত আছে নাজানে, এতেকে হিমন্ত বিশ্ব শৰ্মা ত ঘৰ শত্ৰু ন?
Misaliai kio gom napab belegor soki lobo jane
হা হা হা এই অৱস্থা হৈছে
Assam cm is a khalnayak. He dislike Mahatma Gandhi, like Nathuram godse
how innocent শিয়াল
Aru kije nohob
Aru nkou aru
Dhurta hiyal
দুটা বছৰ কিবাকৈ থাক তাৰ পিছত লাট
অতি চালাক গলত ৰচী।
Jaane ka bhi kaise mastermind vahi hai
Vale hoise
হায় হায় জাতিৰ পিতা কলৈ গল
😢
😢😢😢😢
😮
Hello Mantri/MLA aponalok redi thakok marile aponalokar Ane abstha khatan
ৰাইজ কত আছে এতিয়া
Axomr CM Sire Bohut Misolya
Rupesh Gualai sposti koron diok
Sob jne but ulta pulta kotha
সন্মান নথকা অযোগ্য জনৰ ওপৰত অসমবাসীয়ে পাইছে নেকি অসমে ? মহাত্মা গান্ধী ভাৰতৰ পিতাস্বৰুপ - যিজনে বৃটিছক খেদিছিল ৷
Himanta nisina kukhyat kono nai ejn lovi hoi
No1Dhurandar badmass CM
Gourab gogoi cm lage
CM is lying
সি গাতত থাকে
নাকত কিতেল নাকত দি শুই আছিল
Bodmash r hekh e eta
অসমৰ জনগণে বাতৰিতো চাওক আৰু বুজি পাওক
Salu kintu Buji napalu
Manti manuhe hay. Heykarne aku nakay
ভোচোঙ শিয়ালৰ
চৰিতৰ হিমন্তৰ
Mogojor bikrti gotise....
হিমন্ত র একো কাম নাই।
মৰাণ ত গান্ধীৰ ফালে টিকা কৰি হাগিবলৈ ৰাজহুৱা পায়সানা নিম্নান কৰা আজি ৭ বছৰ ধৰি কাৰো চকুত পৰা নাই।
Meeting ne kam kore 24 ghonta?
Falibi Tohota fuljarilal hot