It's a wrong decision of congress that if they not allow their allies to leave some seats in the Bielection then Congress will not win in all seats. I think Congress will think about about the matter and will take the right decision.
Congress is going to lose in all of 5 seats if no alliance is made with AAP, CPM, CPI, AJP, RAIJOR DAL etc. Over-confidence shall damage da public support earned by Rahul's continuous endeavour. It is sure.
If Congress will come to power, how many rate will be fixed for a Government Service/job and how many percentage will be fixed for a Government Contract ?
O saikia 😂 tmr ghor bari nai buli belekoru ghor bari nai bhaba nki o 😂 Pura gutei kitate pabo.. Aitu bass bjp'r krone ata chaal he.. Sai thka United hoi khelibo agot bjp'r mon tu sabole he olop hype borhaise Cngress a .. 😂
মনে মিলা আন আন দলক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাল হয় যেন অনুভৱ হয়।
অকলে খেলিলে নিৰ্বাচন জিকিবলৈ টান হব | গতিকে AJP = ৰাইজৰ দল = চিপিআই আদি দল বিলাক একত্রিত হৈ খেলিলে কংগ্রেছ দল জিকিব নহলে হৰাৰ সম্ভাৱনা আছে | ভাবি চিন্তি কাম বিলাক কৰিব |
I support your commitment 💯
উপ নিৰ্বাচন অকলে খেল গলে ভাল নহব ,2026 ত অকলে খেলিব ।আৰু এটা কথা আজিকালি ৰাজনীতিত টকাৰ কথা আছে ।
Right
কংগ্ৰেছ এতিয়া ৰাইজৰ অন্তৰত কংগ্ৰেছ জিন্দা বাদ ।
শূন্য হব
অকলে খেলাৰ মৰসাহ নকৰিব। ৰাইজে বিৰোধী ঐক্যকহে সমৰ্থন দিছে।
Right
কংগ্ৰেছ জিন্দাবাদ
বি ৰোধী ঐক্য বজাই নাৰাখিলে ভাল ফলাফল আশা কৰিব নোৱাৰি!
বৰ্তমান সময়ত মিত্ৰতা অবিহনে জয়লাভৰ আশা ক্ষীণ যেন লাগে !
অকলে খেলিলে হাৰিব
অধিক উৎসাহিত নহ'ব। অহংকাৰেই পতনৰ কাৰন হ'ব পাৰে? গতিকে বৰ্তমান যি যোটবন্ধন সেইমতেই অৱৰ্ত্তীন হঁওক। লুৰিনজ্যোতি,অখিল গগৈক একাষৰিয়াকৈ থৈ নিৰ্ব্বাচনত অৱৰ্ত্তীন নহ'য় যেন। আমি শুভাঙ্খাখী হিচাবে মতামত দাঙি ধৰিছো।
উপ-নিৰ্বাচনৰ । বিৰোধী ঐক্যমঞ্চক 2026-ৰ বিধান সভাৰ নিৰ্বাচনত একাষৰীয়া কৰাটো উচিত নহ'ব । উপ-নিৰ্বাচনত কংগ্ৰেছে নিজকে পৰীক্ষা কৰি চাওক বাৰু । অসমীয়া তেজাল জাতীয়ত্বক ভৰিৰে মোহাৰাৰ ধৃষ্টতা নকৰিলে কংগ্ৰেছৰ বাবেই ভাল যাতে বিজেপিযে চিপৰাঙ মাৰিবলৈ সুবিধা নাপায় ।।
👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
Akhil dak lagiboi..❤
কংগ্ৰেছ অকলে নিৰ্বাচন খেলিলে,100% হাৰিব।
গৰু সাৰন দিব কংগ্ৰেছ দুই গগৈ আঁতৰিলেই কংগ্ৰেছ শূন্য
অকলে খেলাতো ভাল নহব নেকি
Akhil Gogoik lagot narakhile hara 100% sure..... Moio ejon congressi
Absolutely Right ❤
অকলে খেলা উচিত নহ'ব ।
প্ৰদেশ কংগ্ৰেৰ ৰাজ্যিক সভাপতি আপোনালৈ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাম যে আপুনি নিজকে কংগ্ৰেচৰ হিৰো বুলি নেভাবি মিট্ৰজোট লগত আলোচনা কৰি উপ নিৰ্বাচনৰ বাবে আগ বাঢ়িলে ভাল হ'ব নহলে নাওঁ মাজতে ডুবিব।আৰু এই বিষয়ে হাই কামান্দৰ লগতো আলোচনা কৰক।
অকলে মইবৰ ভাৱ লোৱাটো ঠিক নহ'ব বুলি ভাৱো ।
United hoi khela vall
এইটো ভুল ধাৰণা।অকলে খেলিলে হাৰাতো খাতাঙ।
অকলে খেলিলে এখনো নাপাব ।
Must think on the matter.
বেছি সোনকাল হৈছে যেন লাগিছে, অৱশ্যে এইয়া ছেমিফাইনেল হে !!!! আৰু এবাৰ ভালকৈ গুণা গঠা কৰিলে ভাল হব যেন বোধ হয়
অকলে খেলিলে হাৰিব কিন্তু।
Good... Congress zindabad.....
Congress ❤✊
😮harib
উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলেও বিৰোধী ঐক্যক যাতে বিশ্বাসত লয় আৰু তেওঁলোকৰ সৈতে আলোচনাৰ জৰিয়তে সন্মানজনক বুজা-পৰাত উপনীত হয়!
নৱ তালুকদাৰ, জিতেন্দ্ৰ সিং এই দুজন বৰ বিশ্বাসী নহয় যেন পাওঁ।
Congres zindabad...🎉🎉🎉
কংগ্ৰছৰ ভুল ধাৰণা অকলে উপ নিৰ্বাচন খেলৰ সিদ্ধান্ত একে বাৰে ঠিক হোৱা নাই। যিহেতু মিত্ৰ যোটৰ অখিল গগৈ,লুৰিন জ্যোতি, মনোৰঞ্জন তালুকদাৰ আদি কৰি এইবিলাক দলক বাদদি উপ নিৰ্বাচন খেলৰ সিদ্ধান্ত একে বাৰে ভাল নহল।
Lurinjyoti gogoi kunu homosty r pora MLA bonai bidanxobaloi loi jawk , ru ek a loge mili election khelok .. cng a okole nekhelibo ...
Okoley khelile beyak haribo Congress, Mitrajutk logot loi khelibo lage
অকলে খেলি মহা ভুল কৰিবলৈ গৈ আছে। জনসাধাৰণ অকল কংগ্ৰেছৰ নহয়। অকলে খেলি গল দিয়াটো ইমান সম্ভৱ নহয়। বাকী দলেও যদি নিজা candidate প্ৰক্ষেপ কৰে তেতিয়া কাক দায়ী কৰিব।মিত্রতাক বিশ্বাস ঘাটক কৰা মানেই বিপদ অনিবাৰ্য। গতিকে মোৰ অনুৰোধ জানি বুজি বেয়া চিন্তা নকৰিব।
সম্পূর্ণ সত্য কথা 👌👌👌👌👌👌👌👌👌
It's a wrong decision of congress that if they not allow their allies to leave some seats in the Bielection then Congress will not win in all seats. I think Congress will think about about the matter and will take the right decision.
সকলো দল লগ লাগি খেলিলে জিকিব পাৰিব ভূপেন বৰা ই মন দিয়ক নহলে হাৰিব
সকলোৱে একগোট হৈ খেলক ।
Akil gogoik logt luwa val hob
সকলো বিৰোধী একে লগ হৈ নিৰ্বাচন ত যুঁজ কৰক। নহ'লে কংগ্ৰেছ দলে গৰু হাৰণে হাবিব, খাটাং।
Congrats 4manu hoi moka mila koi khelk zindabad Assam India
অকলে কেলাবো লাগে
Good step luyatu vall
দলত মুখ চাই নহয়, ক্ষেত্ৰ ভিত্তিক গ্ৰহনযোগ্যতা মূল বিচাৰ্য বিষয় হ'ব লাগে ।
What sort of principle less unnecessary politician , why not respond public opinio
Congress zindabad 🎉🎉🎉
❤ Saddam
দেশৰ উন্নতিত জ্বলন হোৱা কংগ্ৰেছ দলক কোনেও ভোট নিদিয়ে
ফুকন বাইদেউ এই বিহালীত কিন্তু বহুতে নজনা কৈ ৰাজনীতি কৰিলে ।যিটো ভবা নাছিল বহুতে ।নিজে টিকট নোপোৱা বাবে ।
কংগ্ৰেছ এখনতো জিকিব নোৱাৰিব 00000 , ৫ টা সমস্টিৰ ৫ টাই BJP ক দিয়াৰ যোযা চলি আছে
2026 Bhupen Bora gam pabo.
ক্ঙগ্ৰেছ দল অকলেই খেলা ভাল হ'ব
ৰাইজৰ দল আৰু অজাপৰ লগত বুজাবুজি হ'ব পাৰে । চি পি আই ?
Congশেষ।।হব।। ভূপেন বৰাইশেষ।।কৰিব।।😂
Lorin jyoti gogoi ata debo laga
At this moment no other politicians spesified othe r than gaurav gogoi
Cong 0000
অতি মাএা ভুল সিধান্তু লৈছে।
Ahankare patan hobo
Congressa iman bishahi hobo nalage.Iman easy nohoy bjpk horuatu
F
B
Raijor Dolla kee kori aasa
R
Congress. Zindabad,
Jutbonfgonr joriyote hole val hob
Odhik ohongkari nohobo. Okole khelile gu haron dibo.
Congress is going to lose in all of 5 seats if no alliance is made with AAP, CPM, CPI, AJP, RAIJOR DAL etc. Over-confidence shall damage da public support earned by Rahul's continuous endeavour. It is sure.
উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতা-কৰ্মীসকলক বেচ উত্সাহিত দেখা গৈছে । ।
Aru akale neki .... Self confidence aru over confidence r maja r rekhadal bar patal
Assamor pora congress aiudf hatao desh bachao
Are you born only for vuluk valak election,
Bjp pas korani
কংগ্ৰেছ ক্ষমতালৈ আহিলে
চাকৰি বোৰ বিক্ৰীৰ বাবে
এজেণ্ট গোটালে নে?
ভাল খবৰ পালোঁ
If Congress will come to power, how many rate will be fixed for a Government Service/job and how many percentage will be fixed for a Government Contract ?
Sob seatot congress ahibo
ৰাষ্ট্ৰীয় দল দুয়োটা একেই।ৰাইজে পাহৰা উচিত নহ'ব।
Nai napahoru diyok.. BJP'r ji he xasti di ase pahoribo nuaru kunu dine😂😅
Bangladeshato mp habo paribo gaurav gogoi
Toi beail budhi hoi.
Samaguri khan pabo Tatkoi akhonu besi Napai.
O saikia 😂 tmr ghor bari nai buli belekoru ghor bari nai bhaba nki o 😂 Pura gutei kitate pabo.. Aitu bass bjp'r krone ata chaal he.. Sai thka United hoi khelibo agot bjp'r mon tu sabole he olop hype borhaise Cngress a .. 😂
মনে মিলা আন আন দলক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাল হয় যেন অনুভৱ হয়।