ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Khub hundor....apunalukor chanel2loi okhekh dhonnyabad.aru vl vl bhauna di jabo
ধন্যবাদ...কৃষ্ণ
Vauna my life❤️❤️❤️❤️❤️❤️❤️❤️
ধন্যবাদ দাদা ❤ বৰ আগ্ৰহেৰে লৈ আছিলোঁ।
Mja lgil❤️🙏🙏
Hundor.akhni.natak.amale.diyababe.apunaloi.dhynabad.thkil.da......❤🙏🏼
Val lagil sai 🙏
Hundor abhinoy
Vauna Naamghorot sabo pari nohoi...... Utubt interview e val lage
সকলো ঠাইৰে ভাওনা নামঘৰলৈ গৈ যানো আপুনি চাই? অসম্ভৱ... গতিকে যি সকলে চাব বিচাৰে তেওঁলোকৰ বাবে কষ্ট কৰি ৰেকৰ্ডিং কৰোঁ, আপলোড দিওঁ... TH-cam ত চাবই লাগিব বুলিটো কথা নাই... যাৰ ইচ্ছা তেওঁলোকে চাই... মন্তব্যৰ বাবে ধন্যবাদ🙏
Apunar chenelor interview moi sau aru kiba eta janibo paru jen onuvab hoi.... Moi apunak positive ke he koisu....
Moi buji paisu...😊 Thank you
Moiu eii Chanel tu te vaunar vidio eta di thuwa ase sabo.. Aru kene pale jonabo
দ্বাপৰ যুগত শাপগ্ৰস্ত নাৰদ শকুনি ৰূপে জন্ম লৈছিল মই জনা মতে 🙄 কৃষ্ণ আছিল অৰ্জুনৰ সমবয়সৰ মানে মিত্ৰ বুলি কয় বহুতে 🙄 আনহাতে শকুনি আছিল দুৰ্যোধনৰ মমায়েক (গান্ধাৰীৰ ভায়েক) সেইফালৰ পৰা চাব গলে কৃষ্ণতকৈ শকুনি বহুত ডাঙৰ হব লাগে 🙄 ইয়াত দেখোন নাৰদে একেলগে কথা পাতিছে কৃষ্ণ লগত 🙄 নে তেতিয়া নাৰদে শকুনি জনম লোৱাই নাই ? মোৰ খেলিমেলি লাগি গল কথা খিনি 😭 মোৰ মন্তব্য টো কোনোবাই যদি পঢ়িছে কৃপা কৰি যদি জানে কব চুন 🙏🙏
Eikhn নাট bulie nohoi ৰুক্মিণী হৰণ নাট bhagit u নাৰদ ulai ❤
হয় হয়
Khub hundor....apunalukor chanel2loi okhekh dhonnyabad.aru vl vl bhauna di jabo
ধন্যবাদ...কৃষ্ণ
Vauna my life❤️❤️❤️❤️❤️❤️❤️❤️
ধন্যবাদ দাদা ❤ বৰ আগ্ৰহেৰে লৈ আছিলোঁ।
Mja lgil❤️🙏🙏
Hundor.akhni.natak.amale.diyababe.apunaloi.dhynabad.thkil.da......❤🙏🏼
Val lagil sai 🙏
Hundor abhinoy
Vauna Naamghorot sabo pari nohoi...... Utubt interview e val lage
সকলো ঠাইৰে ভাওনা নামঘৰলৈ গৈ যানো আপুনি চাই? অসম্ভৱ... গতিকে যি সকলে চাব বিচাৰে তেওঁলোকৰ বাবে কষ্ট কৰি ৰেকৰ্ডিং কৰোঁ, আপলোড দিওঁ... TH-cam ত চাবই লাগিব বুলিটো কথা নাই... যাৰ ইচ্ছা তেওঁলোকে চাই... মন্তব্যৰ বাবে ধন্যবাদ🙏
Apunar chenelor interview moi sau aru kiba eta janibo paru jen onuvab hoi.... Moi apunak positive ke he koisu....
Moi buji paisu...😊 Thank you
Moiu eii Chanel tu te vaunar vidio eta di thuwa ase sabo.. Aru kene pale jonabo
দ্বাপৰ যুগত শাপগ্ৰস্ত নাৰদ শকুনি ৰূপে জন্ম লৈছিল মই জনা মতে 🙄 কৃষ্ণ আছিল অৰ্জুনৰ সমবয়সৰ মানে মিত্ৰ বুলি কয় বহুতে 🙄 আনহাতে শকুনি আছিল দুৰ্যোধনৰ মমায়েক (গান্ধাৰীৰ ভায়েক)
সেইফালৰ পৰা চাব গলে কৃষ্ণতকৈ শকুনি বহুত ডাঙৰ হব লাগে 🙄 ইয়াত দেখোন নাৰদে একেলগে কথা পাতিছে কৃষ্ণ লগত 🙄 নে তেতিয়া নাৰদে শকুনি জনম লোৱাই নাই ? মোৰ খেলিমেলি লাগি গল কথা খিনি 😭 মোৰ মন্তব্য টো কোনোবাই যদি পঢ়িছে কৃপা কৰি যদি জানে কব চুন 🙏🙏
Eikhn নাট bulie nohoi ৰুক্মিণী হৰণ নাট bhagit u নাৰদ ulai ❤
হয় হয়