কিয় আমেৰিকা এৰি আহিল সত্য ৰঞ্জনে। সত্য ৰঞ্জন বৰাৰ প্ৰথম প্ৰেম!
ฝัง
- เผยแพร่เมื่อ 8 ต.ค. 2024
- কিয় আমেৰিকা এৰি আহিল সত্য ৰঞ্জনে। সত্য ৰঞ্জন বৰাৰ প্ৰথম প্ৰেম কি? #RoyalGlobalUniversity
নমস্কাৰ বন্ধুসকল,
আজিৰ ভিডিঅত ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়, গুৱাহাটী (Royal Global University, Guwahati) ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ক এটি চমু বক্তৃতা যোৱা ৯ ছেপ্তেম্বৰ ২০২৪ ৰ দিনা সত্য ৰঞ্জন বৰা।
#highlights
#subscribers
#satyaranjanbora
#RoyalGlobalUniversity
#Sankardev
সত্য ,বৰ ভাল লাগিছে তোমাৰ কথাবোৰ শুনি। তোমাৰ জ্ঞানৰ সাগৰ খন বহুত বিশাল। মোৰ আশীর্বাদ তোমালৈ।
বহুতো ভাল লাগিল বহুতো নজনা কথা জানিলো
বিষয়টো জানিব পাৰি অতি সন্তোষ পালো ।গুৰুদেৱ শঙ্কৰ দেৱৰ বিষয়ে দুটামান নজনাকথা তত্ত্বমূলক কথা বৰামহোদয়ৰ পৰা জানিব পাৰি বৰ ভাল লাগিল।
তেখেতৰ ভাষণ শুনি বহুত ভাল লাগিল। পৰৱৰ্তীকালত আকৌ শুনা হেপাহ থাকিব।
সুন্দৰ বক্তৃতা
সুন্দৰ বক্তব্য, ধন্যবাদ থাকিল।
My favourite person.. axomiyaa jetia bujibo gom pabo
Tq
ভাষা - সাহিত্য -সংস্কৃতি জাতি এটাৰ প্ৰাণ;
ইয়াৰ শুদ্ধ চৰ্চা আৰু আত্মিক অনুশীলনেহে জাতিক
প্ৰাণৱন্ত কৰি ৰাখে। ---- কৃষ্ণ সংস্কৃতিৰ স্ৰষ্টা আৰু হিন্দু দৰ্শনৰ সৰ্বোত্তম নিমজ -নিৰ্মান দাতা শংকৰদেৱ গুৰুজনায় তাকে
কৰি থৈ গ'ল যেন লাগে ! বৰা ডাঙৰীয়াৰ
কথা খিনি নৱপ্ৰজন্মই বেচিকৈ মনত ৰাখিব লাগে বুলি অনুভৱ কৰোঁ।
মহাপুৰুষ জনা অদ্বিতীয়, মহাপুৰু জনাৰ দ্বাৰা সৃষ্ট অসমীয়া সংস্কৃতিও অদ্বিতীয়।
সুন্দৰ ভাল লগিল
আপুনি ইমান মেধা সম্পন্ন ব্যক্তি কিয় বিতৰ্কত সোমায়। বিতৰ্ক নকৰিলে অসমৰ ৰাইজে আপোনাক আদৰি লৱ । অসমৰ ৰাইজে আপোনাৰ পৰা বহুত আশা কৰে।
🎉🎉🎉🎉🎉
বঢ়িয়া
বৰ ভাল লাগিল শুনি। আগলৈও আশা কৰিলো
very good video sir . There fot very very thanks.
From
Sivasagar.🎉🎉.
বৰ ভাল লাগিল।
বহুত ভাল লাগিল ! মনটো ভৰি পৰিল
My favourite person Satya Ranjan Borah
Well said proud of you as a son of soils
সুন্দৰ ।
সুন্দৰ
ককাইদেউ ধন্যবাদ
Apunak val lage sir. Kotha burr babe
পুৰুষেও বৈছিল দেই।
এইজন দেখুন সেইজন সত্যৰঞ্জন নহয়!!
Very good.
Satyrangan da is my fevarate person
Thik koise apuni
Very good
এনেধৰণৰ দেশীয় চেতনাৰ প্ৰয়োজন আছে।
Satya ranjan is my favourite person.Nice speech
কাম নজনা মানুহ আমেৰিকাত দৰকাৰ নাই।
Changed
Bohut mohan vakhon, manob jatir babe
Dangoria ..apuni eman bhal kotha koi,tar majote kiyo bitorkot humai,humai bhal pai.
Rjnni khli bi
Aji kali RGU nisina university Hindutva Agenda loi solay niki?
গৰুৰ আগত টোকাৰী বজাই লাভ নাই শিং জোকাৰি ঘা খাই ।।
Kio kiba beya kaam krile nki
Apunar agenda tuhe beleg .. Gurujonai hindu muslim kori bebhad sistri korisil neki?
Chup.