দিহানাম

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ธ.ค. 2021
  • দিহানাম ভাগ প্ৰতিযোগী সকলৰ বাবে বহুত সুবিধা হব ৷সকলোৱে নামভাগ শুনিব আৰু আনৰ উপকাৰ হোৱাকৈ লিংকটো শ্বেয়াৰ কৰি দিব ৷
    আমাৰ বিনা অনুমতিত নামবোৰ কোনো চছিয়েল মেডিয়া অথবা চেনেলত আপলোড নকৰিব ৷
    Nilakantha
    • Assamese Devotional So...
    O Hari Pranor katore
    • Dihanam for Competitio...
    Borduwa Alipukhurite
    • New Dihanam || Borduwa...
    Gunamala Path
    • Gunamala Path by Amiya...
    Narasingha Rup
    • Dihanam // Narasingha ...
    অ হৰি অ কংসৰ কাৰাগাৰে
    • Dihanam // জন্মাষ্টমী ...
    Abhimanyu
    • Dihanam || Abhimanyu |...
    Amiya Neog Kalita
    @amiyaneogkalitasdihanamworld
    Amiya Neog Kalita's Dihanam World
    Follow my Facebook page:
    profile.php?...
    অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷
    #AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
    তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
    এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
    How to contact Amiya Neog Kalita?
    How to contact Amiya Neog?
    Contact Number Amiya Neog Kalita
    Contact number of amiya neog kalita
    আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
    বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637
    #Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #Barpeta #Bardua #majuli #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab
    Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs

ความคิดเห็น • 885

  • @madhabgogoi1056
    @madhabgogoi1056 2 ปีที่แล้ว +243

    নামটো তোমাৰ প্ৰিঞ্চিপ্ৰিয়া ,
    মায়ে মাতে সোণ বুলি।
    দিহা নাম গোৱা দিহা লগাই,
    দিহাৰ মাজতে ৰগৰ তুলি।।
    আগবাঢ়ি যাবা ভবামতেই,
    আশীৰ্বাদ থাকিল আমাৰ।
    ভগৱন্ত সদায় নিজৰ মাজতে,
    আয়ুস বঢ়াব তোমাৰ।।
    পঞ্চপাণ্ডৱ আছিল পাঁচজন,
    ঈশ্বৰে কৰিলে সহায়।
    তোমালোকো আছা পাঁচগৰাকী,
    আগবাঢ়ি যোৱা ঈশ্বৰ আছে সদায়।
    দুয়োফালে আছে দুজনকৈ সখা,
    বাদ্যত পিছে অতি নিপুন,
    দুয়োজন যেন বিপদত তোমালোকৰ কৃষ্ণ আৰু অৰ্জুন।
    শুভেচ্ছা যাচিলোঁ দেৰিকৈ হলেও জন্মদিনৰ তোমাৰ,
    দিহানামবোৰ গায়যাবা সদায় আশীৰ্বাদ থাকিল আমাৰ।

    • @amiyaneogkalitasdihanamwor4408
      @amiyaneogkalitasdihanamwor4408  2 ปีที่แล้ว +23

      বৰ ভাল লাগিল মোক এনেদৰে উৎসাহ সেৱা সেৱা জনালোঁ ৷যোগোৱাৰ বাবে ৷ মা পাপাৰ মৰম, আৰ্শীবাদৰ উপৰিও আপোনালোকৰ মৰম ,আৰ্শীবাদ পোৱাৰ বাবে ৷ সদায় যেন পাও আৰু মই চেষ্টা কৰি যাম ৷ কৃষ্ণ ৷

    • @princhipriyakalitahun
      @princhipriyakalitahun 2 ปีที่แล้ว +12

      Bahut Dhonyobad 🙏🥺💞❤️

    • @madhabgogoi1056
      @madhabgogoi1056 2 ปีที่แล้ว +7

      কৃষ্ণ।

    • @papusharma4471
      @papusharma4471 2 ปีที่แล้ว +7

      অতি সুন্দৰ আকৰ্ষণীয় পৰিৱেশন উজ্জল ভবিষ্যত কামনাৰে পভূৰ চৰন শেবিভলৈ শক্তি দিয়ক আগুৱাই যাবলৈ নতুন পৰজনমৰ মাজলৈ সোমাই গৈ থাকিব লৈ

    • @sumitavlogs6183
      @sumitavlogs6183 2 ปีที่แล้ว +10

      god bless

  • @sumitradeka3599
    @sumitradeka3599 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
    মাজনী তুমি মাতৃক অনুসৰণ কৰি শৈশৱ কালৰ পৰা দিহানাম পৰিৱেশন কৰি ভকতিৰ ক্ষেত্ৰখনত যি আদৰ্শ ও অৱদানৰ পদক্ষেপ লৈছা সেয়া অতিকৈ আদৰণীয় আৰু প্ৰশংসনীয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    প্ৰভু ভগৱন্তই কৃপা কৰক 🙏🙏🙏🙏

  • @ranjanborah8190
    @ranjanborah8190 7 หลายเดือนก่อน +7

    কৃষ্ণ আই গৰাকী অতি সুন্দৰ নাম... ভগবানে কৃপা কৰক আপোনালোকৰ

  • @rajendutta2594
    @rajendutta2594 ปีที่แล้ว +10

    সুন্দৰ কণ্ঠ প্ৰিন্সীপ্ৰিয়া।ভগমানে তোমাক আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক।

  • @nirmolandnibirdas1500
    @nirmolandnibirdas1500 ปีที่แล้ว +8

    দিহানাম ষাৰ শুনি বহুত ভাল লাগিছে অতি সুন্দৰ হৈছে

  • @TulaGogoi-ee5yl
    @TulaGogoi-ee5yl 2 หลายเดือนก่อน +4

    Kije huwola 2mar kontha ❤..bujabo nuwari.... 2mar aru 2mar mar dihanaam ratipua hunile mon jur pori jai.... Hodai gai jaba ari nidiba aiya amar honskriti...... Vobishyot projonmoi jate aibur ari nidiye tate vogobanor usrt parthona ..... Aguai jua amar akhirbad 2mar uporot hodai thakibo....♥️🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 9 หลายเดือนก่อน +6

    শ্ৰুদ্ধাৰ অমিয়া নেওগ কলিতা আই -গৰাকীৰ তুমি সুযোগ্যা কন্যা ।সুন্দৰ দিহানাম প্ৰচাৰ আৰু প্ৰসাৰ কৰি প্ৰভু-কৃষ্ণৰ কৃপাধন্য হৈ আগবাঢ়ি যোৱা ।তাকে কামনা কৰি ভগৱানৰ ওচৰত প্লাৰ্থনা জনালো মাইনা ।কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @user-tl4db7oq3m
    @user-tl4db7oq3m 2 หลายเดือนก่อน +4

    বৰ ভাল লাগিল দেই। ঈশ্বৰ প্ৰদত্ত কণ্ঠ তোমাৰ।ধন্যবাদ জ্ঞাপন কৰিছো।ঈশ্বৰে মংগল কৰক।

  • @pallabimahanta2741
    @pallabimahanta2741 2 ปีที่แล้ว +48

    ইমান সুন্দৰ কণ্ঠ, ভগৱানে মংগল কৰক সকলোকে।

    • @barshita.nikhilbhuyan3846
      @barshita.nikhilbhuyan3846 2 ปีที่แล้ว +1

      In

    • @rinkumanidas8050
      @rinkumanidas8050 ปีที่แล้ว

      প্ৰিন্সি তোমাৰ কণ্ঠ মাতকৈয়ো আৰু এগুন চৰা সচাকৈ নামভাগ শুনিলে এৰি দিবৰে মন নাযায়।দিনটোত কিমান বাৰ যে শুনো তাৰ হিচাপ দিব নোৱাৰিম আৰু আগুৱাই যোৱা প্ৰিন্সি দেহাজনী।হিয়া উজাৰি দিছোঁ তোমাক আশীৰ্বাদ।কুশলে থাকা।

  • @nripendeka9800
    @nripendeka9800 ปีที่แล้ว +7

    অতি সুন্দৰ হৈছে; ভক্ত প্ৰহ্লাদৰ দিহা নাম
    ভাগি পৰিপাতি আৰু - - - ক্ৃষ্ণ
    বাইদেউ আপোনাৰ ছোৱালী আগুৱাই যাওক ॥

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 ปีที่แล้ว +16

    সুন্দৰ হৈছে, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম,ভগৱান কৃষ্ণ প্ৰতি ক্ষন তোমাৰ লগত আছে

  • @abhispakashyap2281
    @abhispakashyap2281 2 ปีที่แล้ว +8

    সুন্দৰ পৰিবেশন. নাম গুন গাৱলৈ প্ৰভুই তোমাক শক্তি দিয়ক ভক্তি দিয়ক....মইনা তুমি কুশলে থকা...

  • @sumitradeka3599
    @sumitradeka3599 7 หลายเดือนก่อน +4

    KRISHNA🙏🙏🙏🙏🙏🙏
    GURU SANKAR 🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 หลายเดือนก่อน +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @sumitradeka3599
    @sumitradeka3599 9 หลายเดือนก่อน +6

    অতি সুন্দৰ কণ্ঠ। ভগবানে মঙ্গল ও কৃপা কৰক। 🙏🙏🙏🙏🙏

  • @riniborah3339
    @riniborah3339 2 ปีที่แล้ว +32

    জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালো 🎂 বহুত ধুনীয়া হৈছে,, ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা,,,,,,,,,,,

    • @pancard-qj7fg
      @pancard-qj7fg 7 หลายเดือนก่อน

      🙏🙏🙏🙏🙏

  • @kanchankalita8512
    @kanchankalita8512 2 ปีที่แล้ว +12

    ভগৱানে কুশলে ৰাখক ।অতি সুন্দৰ ।ৰাতিপুৱাই মনতো ভৰি গল!

    • @nizjagialraha4338
      @nizjagialraha4338 ปีที่แล้ว

      অচিনাকী ভণটি লৈ আশিবাদ থাকিল লগতে মৰম।জাচিলো

  • @user-fq6tl4em3i
    @user-fq6tl4em3i 2 ปีที่แล้ว +18

    সুন্দৰ হৈছে। আমাৰ আশীৰ্বাদ সদায় আছে তোমালোকৰ ওচৰত। সুস্থ হৈ থাকা আগুৱাই যোৱা জীৱনৰ সু পথত।ভগৱানে সহায় কৰিব।

  • @user-cw8rj5hc9e
    @user-cw8rj5hc9e 11 หลายเดือนก่อน +6

    প্ৰিঞ্চিপ্ৰিয়া তুমি ৰুপে গুণে
    মনোমোহা । তুমাৰ সুললিত কুকিল যাদুকৰী কণ্ঠই মোৰ মন সাগৰত ভাৱনাৰ ঢৌৱে চুনামি বোৱালে । এনেকৈয়ে তুমি জীৱনৰ লক্ষত উপনীত হোৱা । সঙ্গীবৃন্দলৈও সঁচা মৰম যাচিলো ।

    • @user-gw2zh6ow1r
      @user-gw2zh6ow1r 3 หลายเดือนก่อน

      Krishna 🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 2 ปีที่แล้ว +14

    সুন্দৰ ,,,, ঈশ্বৰে কুশলে ৰাখক । ওপজা দিনৰ বহুত বহুত ধন্যবাদ ,,, 🎂😘❤

  • @bijumonidutta2472
    @bijumonidutta2472 2 ปีที่แล้ว +10

    অতি সুন্দৰ, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো, প্ৰভূৱে কৄপা কৰক 🌹❤️❤️❤️🌹

  • @khirodagogoi625
    @khirodagogoi625 2 ปีที่แล้ว +16

    প্ৰিস্নী আইজনী তোমাৰ জম্ম
    দিনৰ বাবে শুভেচ্ছা ও আশীৰ্বাদ থাকিল । ইমান সুন্দৰ
    কৈ গাইছা । আগুৱাই গৈ থাকা । লগতে পঢ়া শুনা ভালকৈ কৰি
    যাবা দেই । আমাৰ আশীৰ্বাদ
    সদায় আছে তোমালোকলৈ ।
    তোমাৰ মাৰ নাম শ্ৰৱণ কৰা
    আমি নিয়মীয়া শ্ৰোতা ।
    কৃষ্ণ কৃষ্ণ ।

  • @Rekhadass960
    @Rekhadass960 3 หลายเดือนก่อน +4

    ধুনীয়া লাগিছে তোমাক কৃষ্ণ 🎉🎉🎉

  • @miragogoi2073
    @miragogoi2073 ปีที่แล้ว +3

    Jonmr dina bhut bhut huvaisha thakil agrloika anekoi ag bahi jua maa n tumi 🙏🙏🙏🙏🙏🙏🙏🙏

  • @hemontadutta8307
    @hemontadutta8307 2 ปีที่แล้ว +27

    অতি সুন্দৰ কন্ঠ , ভগৱানৰ ওচৰত প্ৰাথনা জনায়ছো তোমালোক আগুৱাই যোৱা। কৃষ্ণ কৃষ্ণ 🙏

    • @rubihazarika7033
      @rubihazarika7033 2 ปีที่แล้ว +1

      বহুত সুন্দৰকৈ গাইছা মাজনি,আগুৱাই যোৱাৰ, ।

  • @madhusmitabora1279
    @madhusmitabora1279 2 ปีที่แล้ว +5

    Very nice👌 happy birthday 🎂 God bless you 🙏 🙏 😘 😘 🎂 🎂 🍰 🍰 🍫 🍫 🍕 🍕 🎁 🎁

  • @aparajitadas4592
    @aparajitadas4592 2 ปีที่แล้ว +19

    কৃষ্ণ 🙏🙏🙏 বহুত ভাল লাগিল ❤️❤️❤️

  • @jayashridevi8169
    @jayashridevi8169 2 ปีที่แล้ว +13

    অতি সুন্দৰ কণ্ঠদান সোন।
    আগুৱাই যোৱা তোমাৰ জীৱন বাটত।
    আমাৰ আশীৰ্বাদ সদায় আছে।

  • @protikhyadutta.6398
    @protikhyadutta.6398 2 ปีที่แล้ว +19

    Happy birthday Prinshi . তোমাৰ কণ্ঠটো সঁচাই অতি মনোমোহা ।লগৰ আটাইকেইগৰাকীৰে উজ্বল ভৱিতষ্যত কামনা কৰিলো ।

  • @Dipankarmedhi877
    @Dipankarmedhi877 ปีที่แล้ว +6

    আপোনাৰ ধুনীয়া সুৰেৰে আমাৰ গাঁওৰ আয়তী সকোলৰ মন জয় কৰিছে। আগলৈ আগুৱাই জোৱা তাৰে কামনা থাকিল।
    কৃষ্ণ নাম কৃষ্ণ ললো
    হৰি নাম হৰি পালো।

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว +4

    তোমাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল

  • @chitraranjangogoi8899
    @chitraranjangogoi8899 2 ปีที่แล้ว +8

    আগুৱাই যোৱা তোমালোক সদায়ে থাকিব শুভাষা

  • @bitupanbarua9222
    @bitupanbarua9222 2 ปีที่แล้ว +13

    সুন্দৰ কন্ঠস্বৰ ভাল লাগিল ঈশ্বৰে কৃপা কৰক🙏

  • @saktysassamese....2207
    @saktysassamese....2207 2 ปีที่แล้ว +12

    সুন্দৰ কণ্ঠ 💕💕💕💕 ।। ভগৱানে কুশলতা প্ৰদান কৰক । আগুৱাই যোৱাৰ কামনাৰে বহুত মৰম ।।।

    • @jatinhaloi7412
      @jatinhaloi7412 2 ปีที่แล้ว

      Happ birthday .God bless you Ma. Go on with your high er study

  • @putulkalita3115
    @putulkalita3115 2 ปีที่แล้ว +6

    সচাকৈ সুন্দৰ কণ্ঠ । অসমৰ এগৰাকী সুকন্যা এওঁ ।ভগৱানৰ আশীস থাকিৱই ।

  • @rajibsaikia5725
    @rajibsaikia5725 2 ปีที่แล้ว +7

    বৰ ভাল লাগে তোমাৰ কণ্ঠত নাম শুনি,মাতৃতকৈ কোনোগুণে কম নহয়।আগুৱাই যোৱা 🙏🙏

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +3

    কৃষ্ণ! যুগে যুগে অৱতাৰ!

  • @sangitaborahrangpur9425
    @sangitaborahrangpur9425 2 ปีที่แล้ว +7

    অতি সুন্দৰ। ভগৱন্তই তোমাক মঙ্গল কৰক।

  • @user-mj2mt7ph7t
    @user-mj2mt7ph7t 7 หลายเดือนก่อน +2

    ভক্তি, শ্ৰদ্ধা, ধৈৰ্য্য আৰু সাহসী কতা লয় আগুৱাই যোবা। ভক্ত বৃন্দ লৈ অসেক ধন্যবাদ থাকিল। তোমাক সহায়তায় কৰক। সকলোকে ঈশ্বৰে মংগল কৰক। আয়ু্ৰ্ষ দীর্ঘদিন কৰক

  • @pranjitborah2651
    @pranjitborah2651 2 ปีที่แล้ว +6

    বহত ভাল হৈছে। তোমাক আৰু তোমাৰ সহযোগী সকললৈ অলেখ অলেখ শুভ কামনা জনালোঁ 🙏🎆🌅❤️👍

  • @ruliborah4594
    @ruliborah4594 ปีที่แล้ว +3

    অতি সুন্দৰ হৈছে , ভাগিন প্ৰিঞ্চীপ্ৰিয়া ( সোণ ) | মাজনী , তোমাক গুৰু দুজনাই কৃপা কৰক |

  • @himangisaikia5357
    @himangisaikia5357 2 ปีที่แล้ว +12

    পিষ্ণিলৈ আশীৰ্বাদ জনালোঁ আগুৱাই যোৱা লগতে সঙ্গী সকলকো শুভেচ্ছা জনাইছো সুন্দৰ হৈছে ।

  • @tulumoniboruah8220
    @tulumoniboruah8220 2 ปีที่แล้ว +19

    বহুত ধুনিয়া হৈছে👌👌👌ভণ্টীজনী আৰু আগবাঢ়ি যাওঁক, শুভ কামনা থাকিল।

  • @mili-juli9688
    @mili-juli9688 11 หลายเดือนก่อน +2

    বহুত সুন্দর ।দলটি আরো আগবাহি যাওক।ভগবানে সহায় করক।তাকেই প্রাথনা জনালো।

  • @MintuKalita-eu2du
    @MintuKalita-eu2du 2 หลายเดือนก่อน +2

    আশীৰ্বাদ কৰিছো নেদেখা জনৰ ওচৰত আৰু আগোৱাই যোৱা।

  • @putalikonchkonch7141
    @putalikonchkonch7141 2 ปีที่แล้ว +10

    সুন্দৰ 💖 জন্ম দিনৰ অলেখ অযুত শুভ কামনা তোমালৈ 🎂 সুখী হোৱা মনৰ জোখাৰে আৰু 😍 আগুৱাই যোৱা ভনী 🤗

  • @ProdipHandique-mg7qt
    @ProdipHandique-mg7qt 9 หลายเดือนก่อน +1

    প্ৰিঞ্জিপ্ৰিয়া মাৰ নিচিনা তোমাৰ কন্ঠতু যাদু আছে। তুমি আগবাঢ়ি যোৱা। আমি আশীৰ্বাদ কৰিছো।

  • @alikonwar9536
    @alikonwar9536 2 ปีที่แล้ว +5

    আগবাঢ়ি যোৱা, বহুত ভাল হৈছে । তোমালৈ আন্তৰিক আৰ্শীবাদ থাকিল ।

  • @ruma_s
    @ruma_s 2 ปีที่แล้ว +17

    জন্ম দিনৰ শুভেচ্ছা জনালোঁ আৰু আশীৰ্বাদ কৰিছোঁ তোমাৰ উজ্বল ভৱিষ্যতৰ কাৰণে 🎂🍰🍧🍮🍦🧁🥧🍨

  • @ranjunath4460
    @ranjunath4460 9 หลายเดือนก่อน +3

    খুউব সুন্দৰ কণ্ঠ ।চাই আছোঁ বাৰে বাৰে।❤

  • @animaboruah9464
    @animaboruah9464 2 ปีที่แล้ว +6

    ইমান মিঠা ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা তুমি তোমাৰ লক্ষত শুভকামনা যাচিছো ।

  • @promodborah3768
    @promodborah3768 11 หลายเดือนก่อน +2

    হৰিনাম‌ ইমান ভাল লাগিল ধন্যবাদ থাকিল

  • @bhadrakantadas6101
    @bhadrakantadas6101 ปีที่แล้ว +6

    Clean voice of princhipria.go ahead.god bless you all.

  • @monujkumargogoi2013
    @monujkumargogoi2013 2 ปีที่แล้ว +3

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ তোমালোক আটাইকে ঈশ্বৰে কুশলে ৰাখক লগতে প্ৰণাম জনাইছো

  • @monishakhanikar5962
    @monishakhanikar5962 2 ปีที่แล้ว +5

    সুন্দৰ হৈছে ।ভগৱানে তোমাৰ মংগল কৰক 🙏🙏🙏

    • @hazarikachukmajuli7170
      @hazarikachukmajuli7170 ปีที่แล้ว

      ব হু ত ভাল লাগে তোমাৰ কণ্ঠত ।তুমি থিঘায়ু হোৱা

  • @ikklive5333
    @ikklive5333 2 ปีที่แล้ว +3

    শুভজন্মদিন ,,,সুন্দৰ লাগিল দেই আৰু আগুৱাই যোৱা জয় গোবিন্দ

  • @anitabhuyananitabhuyan629
    @anitabhuyananitabhuyan629 2 ปีที่แล้ว +13

    কৃষ্ণ,, অতি সুন্দৰ কণ্ঠ,,,,❤️❤️❤️❤️

  • @jitulgogoidugogoi7053
    @jitulgogoidugogoi7053 ปีที่แล้ว +2

    অতি। সুন্দৰ ভগৱান উছৰত প্ৰাৰ্থনাৰ জনাইছু

  • @runuphukan9954
    @runuphukan9954 2 ปีที่แล้ว +12

    জন্ম দিনৰ শুভ কামনা জাছিলো নাম ষাৰ সুন্দৰ হৈছে

  • @pranjitgogoi3248
    @pranjitgogoi3248 2 ปีที่แล้ว +2

    Happy birth day prinshi priya 🎂🍫🥰 agbarhi jua tumi 🥰 hodai hukhi hua tumi 🥰 ❤️🥰❤️🥰 aji aei huvo din2 tumar Hukh hantire vori porok 😍🥰❤️👌👌

  • @gameropbhai1111
    @gameropbhai1111 2 ปีที่แล้ว +4

    বহুত বহুত ধন্যবাদ মাইনা ভগবানে তোমালোকক ভালে ৰাখক

  • @meetalisenapati1015
    @meetalisenapati1015 2 ปีที่แล้ว +4

    Happy birthday my dear Princy God bless you. Bohut dhuniya gaisa bhogobane tumak aru aguwai loi jak

  • @sikharanidasmazumdar5017
    @sikharanidasmazumdar5017 2 ปีที่แล้ว +19

    ভাল হৈছে প্ৰিন্সিপ্ৰিয়া ... তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি জন্মদিনৰ অলেখ শুভকামনা জনালো

  • @tailendrabaishya228
    @tailendrabaishya228 2 ปีที่แล้ว +6

    অতি সুন্দৰ কণ্ঠ । শব্দ উচ্চাৰণ প্ৰস্ত । বঢ়িয়া গাইছে । উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ । তেৰাই কুশলে ৰাখক ।

  • @labanyagogoi5728
    @labanyagogoi5728 2 ปีที่แล้ว +4

    সুন্দৰ হৈছে মাহঁত ।বহুদূৰ আগুৱাই যোৱা ।আন্তৰিক শুভাশিস থাকিল ।

  • @lipikapathak9093
    @lipikapathak9093 2 ปีที่แล้ว +3

    সুন্দৰ কন্ঠ , ভগৱানে সদায় কুশলে মঙ্গলে ৰাখক ।

  • @abhipriyasentertainment2025
    @abhipriyasentertainment2025 2 ปีที่แล้ว +41

    বৰ ধুনীয়া গাইছা, জন্মদিনৰ বহুত বহুত মৰম আৰু শুভকামনা যাচিলোঁ ।

  • @rekhagogoi322
    @rekhagogoi322 2 ปีที่แล้ว +13

    প্ৰিন্সী ইমান সুন্দৰ কণ্ঠ তোমাৰ নামটো বহুত ভাল লাগিল বিশেষ কাম থকাত এতিয়াহে শুনিলো ।তোমাৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো লগতে পুনৰ জন্মদিনৰ শুভ কামনা জনালো ।

  • @guptasarmah8949
    @guptasarmah8949 2 ปีที่แล้ว +7

    প্ৰিন্সিপ্ৰিয়া তোমাৰ জন্মদিনত তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীর্বাদ জ্ঞাপন কৰিছো যাতে তোমাৰ অনাগত প্ৰতিটো দিনেই সুন্দৰ তথা মধুময় হওঁক।
    দিহানাম ভাগ অতি সুন্দৰ হৈছে। এইদৰে পিছলৈ নোছোৱাকৈ আগুৱাই গৈ থাকা যাতে সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰিব পাৰা। God bless you.

  • @warning3915
    @warning3915 2 ปีที่แล้ว +12

    বা সোনৰ কণ্ঠ বৰ ধুনীয়া।নামভাগ শুনি বহুত ভাল‌ লাগিল।

  • @sumitradeka3599
    @sumitradeka3599 9 หลายเดือนก่อน +1

    6:58
    Very Sweet voice all of you. Go ahead God blless all of you. 🙏🙏🙏🙏🙏🙏🙏

  • @chandaboruahchandaboruah4551
    @chandaboruahchandaboruah4551 2 ปีที่แล้ว +13

    সোন ধুনীয়া হৈছে।জন্ম দিনৰ শুভেচ্ছা জনালোঁ ।

  • @subhashdas3471
    @subhashdas3471 ปีที่แล้ว +3

    সুন্দৰ দিহানাম

  • @dhrubakonwar9124
    @dhrubakonwar9124 ปีที่แล้ว +2

    হৰি অনন্ত হৰি কথাও অনন্ত । ধৰ্ম মনুষ্যৰ শ্ৰেষ্ট্ৰ কৰ্ম।

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 2 ปีที่แล้ว +25

    কৃষ্ণ কৃষ্ণ।।তোমাৰ এই সুমধুৰ দিহানাম আজি পুৱাই শুনিলো মন প্ৰাণ ভৰি আহিছে।তুমি যাতে তোমাৰ মা লগতে আগুৱাই যাব পাৰা শুভেচ্ছা যাঁচিলো।।

    • @HULK77767
      @HULK77767 ปีที่แล้ว +1

      অতইসউনদৰকনঠৰভকতইয়আনআম ময়সদআয় চআওআৰউশউনউ।

  • @MintuKalita-eu2du
    @MintuKalita-eu2du 2 หลายเดือนก่อน +1

    অতি সুন্দৰ হৈছে। আগলৈ আগবাঢ়ি যোৱাত কমেন্ট কৰি সহায় কৰিম।

  • @bobynath4148
    @bobynath4148 2 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ। সুন্দৰ।

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 3 หลายเดือนก่อน

    সুন্দৰ আগবাঢ়ি যোৱা। ভগৱানে মঙ্গল কৰক। কৃষ্ণ কৃষ্ণ।।

  • @jyotiprasadchetai3032
    @jyotiprasadchetai3032 ปีที่แล้ว +4

    সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তুমি আশিবাদ কৰিছো ।

  • @sumitradeka3599
    @sumitradeka3599 7 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভুয়ে তোমালোক আটাইকেইগৰাকী শিল্পী আৰু বাদ্যযন্ত্ৰীকে কৃপা কৰক ।
    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    শঙ্কৰ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pinkybaishya6652
    @pinkybaishya6652 2 ปีที่แล้ว +5

    Happy birthday princy.. 🎂❤❤. God bless you...

  • @susilkalita8039
    @susilkalita8039 2 ปีที่แล้ว +2

    ৰাম ‌ৰাম‌‌ হৰি ‌হৰি‌‌‌ আপোনালোকৰ মনোমোহা গীত পৰিৱেশন শুনি বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ ‌আপোনালোকৰ‌বাহীৰ‌সূৰ‌ বাদ্য ৱাজানা সছাকৈ ৱৰ ভাল‌লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে সকলো নামটি সকল ‌আৰু আগলৈকে আগ বাঢ়ি ‌যাওক‌

  • @superhithindisongs3563
    @superhithindisongs3563 ปีที่แล้ว +5

    I have listen a lot of dihanam of you
    It's truly awesome, amazing, I am surprised , you have really a sweet voice.
    I am big fan of your dihanam 🤗😍💚💙

  • @rumikhanikar4189
    @rumikhanikar4189 2 ปีที่แล้ว +8

    শুনি বহুত ভাল লাগিল, তোমালোক আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো

  • @NilutpalSaikia-Axom02
    @NilutpalSaikia-Axom02 2 ปีที่แล้ว +2

    সুন্দৰ পৰিবেশন👍🏼🤗
    আগুৱাই যোৱা👍🥰
    কৃষ্ণ🙏✨

  • @nivaborah7303
    @nivaborah7303 2 ปีที่แล้ว +1

    Ati hundar vogowantoi aguai jaboloi aru hokti diok🙏🙏🙏

  • @jpr1086
    @jpr1086 2 ปีที่แล้ว +5

    🙏🙏🙏 অতি সুন্দৰ।

  • @user-le4tl2dy2j
    @user-le4tl2dy2j 2 ปีที่แล้ว +6

    ভাল হৈছে আৰু ভাল হব , কৃষ্ণ 🙏

  • @sumitradeka3599
    @sumitradeka3599 5 หลายเดือนก่อน

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏
    সুন্দৰ কণ্ঠ তোমাৰ লগতে সঙ্গীবৃন্দৰো ❤️
    প্ৰভু কৃষ্ণই কৃপা কৰক ভবিষ্যতে আগোৱাই যোৱাত সমষ্ট শিল্পীবৃন্দক 🙏🙏🙏

  • @pallabibaruah9180
    @pallabibaruah9180 2 ปีที่แล้ว +13

    জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ প্ৰি‌ঞ্চি।বহুত সুন্দৰ দিহানাম ভাগ আগবঢ়ালা।মা আৰু তোমালৈ বহুত বহুত ধন্যবাদ ।

  • @surajitneog6951
    @surajitneog6951 2 ปีที่แล้ว +2

    জয় কৃষ্ণ গুৰু

  • @chandanchoudhury7746
    @chandanchoudhury7746 2 ปีที่แล้ว +33

    ইমান সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ তুমালোকৰ সু স্বাস্থ্য কামনা কৰিলো। ভগৱানে যাতে আৰু আগুৱাই লৈ যায়।

  • @banajitmedhi2272
    @banajitmedhi2272 2 ปีที่แล้ว +1

    Bohut val hoise . krishna krishna 🙏

  • @animabora6547
    @animabora6547 ปีที่แล้ว +1

    অতি সুন্দৰ প্ৰদৰ্শন কৰা কৃষ্ণ 🙏🙏

  • @digantahazarika3438
    @digantahazarika3438 2 ปีที่แล้ว +5

    শুভেচ্ছা জনালো৷ধুনীয়া হৈছে৷

  • @rumisaikia7839
    @rumisaikia7839 2 ปีที่แล้ว +3

    Happy birthday princypriya🎂❤️

  • @kabitaborah5007
    @kabitaborah5007 2 ปีที่แล้ว +1

    Mojaaa vonti aru aguai jua

  • @AomiaLoraDhurba
    @AomiaLoraDhurba 2 ปีที่แล้ว +8

    সুন্দৰ কণ্ঠ ।

  • @tutumoni8050
    @tutumoni8050 2 ปีที่แล้ว +6

    তোমাৰ কন্ঠ বৰ ধুনীয়া। তোমাৰ মাৰ ভক্তি মুলক গীত বিলাক শুনি খুউব ভাল লাগে। ৰাতি শুৱৰ সময়ত সদায় মধুময় হৰিনাম দিলা গুৰু শঙ্কৰহে এই গীতটো শুনিলে হে মোৰ টোপনি আহে মনটো খুউব শান্তি লাগে ' জয় কৃষ্ণ গুৰু'

  • @mouchumisaikia9256
    @mouchumisaikia9256 11 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ,,আগ বাঢ়ি যোৱা ভন্টি ❤️🙏🙏🙏