পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • দেহ বিচাৰ গীতটো লিখিবলৈ মোক দেহে অৰ্থাৎ স্বামী কমল কলিতাই বহুত জোৰ কৰিছিল ৷কিয় নাজানো ৷কিন্তু সেয়া তেওৰ শেষ ইচ্ছা আছিল নিশ্চয়৷কিন্তু মই দূখতে unlisted কৰি থৈছিলো ৷ ৷আজি কল্পনা পাটোৱাৰীয়ে মোক বহুত গঠনমূলক পৰামৰ্শ আৰু উপদেশ দি কলে যে গীতটো তুমি unlisted কৰি নথবা public কৰি দিয়া ৷ তেওৰ উপদেশ, পৰামৰ্শক সন্মান কৰি মই গীতটো public কৰি দিলো
    গীতটোৰ স্টুডিঅ ত গাইড আৰু ডাবিং কৰিছে মোৰ কন্যা প্ৰিঞ্চি প্ৰিয়া কলিতাই ৷
    সকলোৱে দেহ বিচাৰ গীতটো শুনিব আৰু আনকো বিলাই দিব বুলি আশা কৰিলোঁ ৷ সকলোলৈকে গীতটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ৷আপোনালোকৰ অনুষ্ঠানৰ বাবে আমাৰ লগত যোগাযোগ কৰিব এই নম্বৰত ----- 7002440637
    সহযোগী শিল্পী -- পৰিস্মিতা গগৈ আৰু দীপিকা মেচ
    বাদ্য যন্ত্ৰী যন্ত্ৰী সকল----
    কমল চন্দ্ৰ কলিতা, প্ৰতীম গগৈ ,দিগন্ত শইকীয়া মৃনাংগক দূৱৰা আৰু বিতু পাটৰ ৷

    মিস্ক মাষ্টাৰিং ভাৰ্গব গগৈ ৷লিৰিকেল ভিডিঅ' ---+ প্ৰি়ঞ্চি প্ৰিয়া কলিতা
    Thumbnail partha junti
    Amiya Neog Kalita
    @amiyaneogkalitasdihanamworld
    Amiya Neog Kalita's Dihanam World
    Follow my Facebook page:
    www.facebook.c...
    অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷
    #AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
    তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
    এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
    How to contact Amiya Neog Kalita?
    How to contact Amiya Neog?
    Contact Number Amiya Neog Kalita
    Contact number of amiya neog kalita
    আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
    বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637
    #Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #Barpeta #Bardua #majuli #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab
    Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs

ความคิดเห็น • 651

  • @dipakborah9311
    @dipakborah9311 ปีที่แล้ว +12

    বাইদেউ আপুনি ইমান সুন্দৰ কৈ গাইছে। ভগৱানে আপোনাক মঙ্গল কৰক।

  • @jyotimonibora5464
    @jyotimonibora5464 2 ปีที่แล้ว +23

    বাইদেউ আপোনলোক দুয়ো মাতৃ- পুত্ৰীৰ সুৱদী সুৰীয়া কণ্ঠই সদায় অসমৰ ৰাইজক জীপাল কৰি ৰাখক, তাৰেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থণা🙏🙏🙏

  • @rekhasaikia7336
    @rekhasaikia7336 2 ปีที่แล้ว +22

    হৃদয় চুই গল বাইদেউ। আপোনাৰ লগত ফলিয়াই গল গীতটো ।বৰ দুখ লাগিল। 😭😭😭 কি কৰিব আগুৱাই যাওক, কুশলে থাকক এয়েই ভগৱানৰ ওচৰত পাৰ্থনা 🙏🏼🙏🏼🙏🏼

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 2 ปีที่แล้ว +13

    বৰ ভাল লাগিল বাইদেউ 🙏🙏🙏🙏 শুনি থাকিলেও কোনো দিনে আমনি নালাগে

  • @barnalitalukdar798
    @barnalitalukdar798 2 ปีที่แล้ว +12

    বহত ভাল আৰু দুখ লাগিল ।

  • @nondiniborah7874
    @nondiniborah7874 2 ปีที่แล้ว +3

    সচাকৈয়ে বাইদেউ বহুত সুন্দৰ হৈছে

  • @jahnabineog6012
    @jahnabineog6012 3 ปีที่แล้ว +7

    Bohut hundor hoisil ai geet to....kandigolu..

  • @rubiborah3436
    @rubiborah3436 4 หลายเดือนก่อน +4

    অতি সুন্দৰ। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ। 🙏🙏🙏

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 2 ปีที่แล้ว +9

    অতি সুন্দৰ গীত শুনি বৰ ভাল লাগিল বাইদেউ , ❤❤❤👍👍👍🌺🌺🌺

  • @dipuamritentertainment8132
    @dipuamritentertainment8132 ปีที่แล้ว +3

    খুব সুন্দৰ , হৃদয় চুই যোৱা। বাস্তৱ জীৱনৰ মৃত্যুৱে চিৰন্তন সত্য...সকলোৱে একে কোনোৱা এদিন আগত, কোনোৱা এদিন পিছত...
    ঈশ্বৰে আৰু শক্তি দিয়ক মঙ্গলময় কৰক আৰু আগৱাঢ়ি যাওঁক.. 🙏🙏🙏

  • @bornaliassam760
    @bornaliassam760 3 ปีที่แล้ว +4

    Oti sundor baideu. Vogowane agor dore atiyao agbohai niyok val dore jiwontu. Dadar arkhibad loi apunio agbahi jaokaok.

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 ปีที่แล้ว +14

    আপোনাৰ কন্ঠ যে কি মধুৰ । আমনি নলগা এই সুন্দৰ নাম । প্ৰতিটো শব্দ ই চুই যায় হৃদয়ত । আপুনি দিঘায়ু হওক কামনা কৰিছো । ঈশ্বৰে কৃপা বৰ্ধক 🙏🙏🙏

  • @jyotimadeka8454
    @jyotimadeka8454 2 ปีที่แล้ว +6

    বাইদেউ আপোনাক কি বুলি আশীৰ্বাদ দিম , বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো অমিয়া নেওগ বাইদেউ।🙏❤️👍

  • @bimansaikia4305
    @bimansaikia4305 3 ปีที่แล้ว +7

    প্ৰকৃত দিহা নাম এটা শুনিবলৈ পায় বহু ত ভাল লাগিল । বহুত বহুত ----------ধণ্যবাদ।

  • @auchyotborah2234
    @auchyotborah2234 3 ปีที่แล้ว +5

    🙏🙏🙏 baideo appunar Nam huni man pran bohut val lagesa ,apunak vagabane hu shaistra Kari rakhak 🙏🙏.

  • @bhupendas1971
    @bhupendas1971 3 ปีที่แล้ว +10

    সুন্দৰ !
    অতি সুন্দৰ | ভক্তি মাৰ্গৰ বিশেষ পৰামৰ্শ সম্বলিত এই দেহ বিচাৰ গীতটিয়ে আমাৰ অন্তৰ চুই গ'ল | আমি আহ্লাদিত হৈছোঁ | ভাল লাগিল আৰু অনাগত দিনবোৰত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথাৰ অমিয়া ৰসৰ প্ৰাপ্তিৰ প্ৰত্যাশা কৰিলোঁ | সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ | ধন্যবাদ | কৃষ্ণ...

  • @boluramdeori871
    @boluramdeori871 2 ปีที่แล้ว +9

    প্ৰভু ভগৱন্তই আপোনাক শক্তি দিয়ক

  • @SumGogoi-td5lz
    @SumGogoi-td5lz 29 วันที่ผ่านมา +1

    Bohut hundor hoise Krishna Krishna 🙏🙏🙏🙏🙏🌍

  • @nargishrahman1424
    @nargishrahman1424 3 ปีที่แล้ว +19

    সঁচাই হৃয়স্পৰ্শী।।।। একেৰাহে পাঁচ বাৰলৈ শুনিলো তথাপি আধৰুৱা যেন হৈ থাকিল🙏🏽🙏🏽🙏🏽 বাস্তৱ টোক ইমান সুন্দৰ কৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ বাইদেউ।।। আপোনাক আৰু শক্তিশালী আৰু সাহসী কৰি তোলক ভগৱানে।।।🙏🏽

  • @amarjyotibora2070
    @amarjyotibora2070 ปีที่แล้ว +5

    বহুত ধুনীয়া নাম শুনি ধুনীয়া লাগিলে

  • @monalishaborah401
    @monalishaborah401 3 ปีที่แล้ว +6

    বাইদেউ ভগৱানে আপোনাক শক্তি দিয়ক

  • @indiancomicwind1303
    @indiancomicwind1303 3 ปีที่แล้ว +13

    অন্তৰ চুই গৈছে বাইদেউ । ভগৱানে আপোনাক ভালে ৰাখক বাইদেউ ।

  • @ranjanaburagohain8044
    @ranjanaburagohain8044 3 ปีที่แล้ว +8

    অত্যন্ত শুৱলা হৈছে আইগৰাকী।আপোনাৰ হৰিনাম শুনিছো।পিছে এইভাগি তুলনাবিহীন।ভাল লাগিল শুনি।আগুৱাই যাওক।কৃষ্ণ।

  • @binukalita2298
    @binukalita2298 6 หลายเดือนก่อน +4

    Krishno aai hidoimon jur porigoise kusolr rakhok probhue 🙏🙏🙏

  • @krittikasaikia2969
    @krittikasaikia2969 3 ปีที่แล้ว +11

    দুখ লাগিল.... গীতটো সুন্দৰ হৈছে..... কৃষ্ণ

    • @jboruah9541
      @jboruah9541 2 ปีที่แล้ว

      Jgdjfjy yfh you get tdnu ufhdjsgd yrtjtdjrrjt yfh you get some rest and I hey I just wanted yfh you have to be a little bit late to national championship and I hey I was hey can you throw a,💓💓♥️♥️😓💙😍😭🤟🙂😂⭐

  • @JERENGA
    @JERENGA 3 ปีที่แล้ว +25

    গীতটোৰ প্ৰতিটো বাক্যই হৃদয় চুই গৈছে । ।।।।। ❣️❣️❣️❣️❣️❣️❣️❣️ ভাষা হীন হৈ পৰিলোঁ আপোনাৰ এইটো গীত উপভোগ কৰি।

  • @ritukalpagogoi...rk.....2225
    @ritukalpagogoi...rk.....2225 2 ปีที่แล้ว +8

    Bahut vall lagil honi. Aru ag bahi jabaloi mor perana thakil aponaloi baideo 😞😞

  • @rupombora9203
    @rupombora9203 2 ปีที่แล้ว +51

    অতি সুন্দৰ কণ্ঠ , আপোনাৰ প্ৰতিটো খোজতে যেন ভগৱান সদায় সাৰথি হৈ আপোনাক সাহস অনুপ্ৰেৰণা দি যাওক তাকে কামনা কৰিছো 🙏🙏

  • @Liillyy-x
    @Liillyy-x 16 วันที่ผ่านมา +2

    Moja lagel🎉🎉🎉🎉❤

    • @Liillyy-x
      @Liillyy-x 16 วันที่ผ่านมา

      🔥🔥🔥🗿😶‍🌫️

  • @promitasenapoti4346
    @promitasenapoti4346 3 ปีที่แล้ว +4

    Bohut val lagil baideo,nirakh nohoi aru uliai dibo buli akha korilu

  • @RipunKumar-tj5cw
    @RipunKumar-tj5cw 9 หลายเดือนก่อน +3

    বাইদেউ আপোনাৰ মজা নাম 🙏🙏👃

  • @dhurbajyotisonowal5892
    @dhurbajyotisonowal5892 2 ปีที่แล้ว +9

    বৰ ধুনীয়া আপুনাৰ কণ্ঠ

  • @swadhinsaikia6947
    @swadhinsaikia6947 3 ปีที่แล้ว +8

    ভাল লাগিল ৷কপালৰ লিখন নহয় খনন ৷আপোনাৰ ভগৱানৰ গুনানুকীৰ্তন আৰু সুৰ মাতবোৰ ভালেই লাগে ৷ধন্যবাদ ৷

  • @bitikalita3058
    @bitikalita3058 3 ปีที่แล้ว +2

    Krishan 🙏baideu.. Ai geet ti huni bahut dukh lagil baideu apuni aru aguwai jauk

  • @rekhasaikia7336
    @rekhasaikia7336 3 ปีที่แล้ว +7

    এনেধৰণৰ গীতৰ মাজত সদায়ে আপুনি সুন্দৰভাৱে জীয়াই থাকক 🙏🏼🙏🏼🙏🏼🙏🏼

  • @saratmedhi3923
    @saratmedhi3923 2 ปีที่แล้ว +3

    বৰ দুখ লাগিছে ।আপোনাক কেনেকৈ বুজাম, এইটো প্ৰকৃতি ৰ নিয়াম ।

  • @kirangogoi7118
    @kirangogoi7118 2 ปีที่แล้ว +6

    ভগৱান বিষ্ণুৱে আপোনাক শক্তি দিয়ক তাৰে কামনা কৰিলো

  • @gunagohain2998
    @gunagohain2998 3 ปีที่แล้ว +4

    আপোনাৰ হৰিনামৰ সুৰত হৃদয় চুই গল বাইদেউ ভগৱানে আপোনাৰ লগতে

  • @paniramyein3705
    @paniramyein3705 3 ปีที่แล้ว +25

    বাইদেউ মই আপোনাৰ নিয়মীয়া শ্ৰোতা । দিহা নাম টি শুনি আৱেগিক হৈ গলো । মৃত্যু টো এটা শিল্প । তথাপিও দাদাৰ মৃত্যুৰ খৱৰ পাই সচাকৈ আজিও মানি লব পৰা নাই ।ইমান শান্ত ,নিষ্ঠ,অমায়িক মানুহ আছিল তেখেত ।যিকি নহওক ,এয়া সকলো তেৰাইৰ ইচ্ছা । আমি নিমিত্ত মাত্ৰ ।

  • @MayuriMohan-fn7du
    @MayuriMohan-fn7du 3 หลายเดือนก่อน

    বহুত ভাল লাগিল আপোনাৰ হৰি নামতো সুনিলে সুনি থাকিবলৈকে মন যাই ❤❤❤❤all the best 👍👍💞💖💝💗🌹🌹

  • @mousumiborah9441
    @mousumiborah9441 3 ปีที่แล้ว +32

    আপোনাৰ সুমধুৰ নামে মন্ প্ৰাণ জুৰ পেলায়...বহুত ভাল লাগিল 👌👌👌❤️

  • @bhupendeka4396
    @bhupendeka4396 3 ปีที่แล้ว +1

    Bht vl lage baideo aaponar gaan.bt dukh lagil aaponar bastab 2r babe.aapuni aguai jaok.aru strange haok👌👌👌👍👍👍

  • @luknathdeka6717
    @luknathdeka6717 4 หลายเดือนก่อน +3

    Val lagil

  • @swapankalita7063
    @swapankalita7063 ปีที่แล้ว +2

    Bhut Val lagil

  • @bulengogoi4723
    @bulengogoi4723 ปีที่แล้ว

    সুন্দৰ কণ্ঠ বাইদেউ শুনি থাকিলেওঁ ভাগৰ নালাগে ৷ ধন্য আপুনি আৰু সংগীবৃন্দ 🙏🙏🙏

  • @ramenborah9991
    @ramenborah9991 5 หลายเดือนก่อน +1

    Huni thakile huni thakibo mon jai😊❤ ene huola kontho tukari geet❤

  • @MonikhaChetia-u3x
    @MonikhaChetia-u3x ปีที่แล้ว +3

    বাইদেউ বহুত ভাল লাগিল নাম তো শুনি 😊☺️❤️❤️

    • @nipendanah7984
      @nipendanah7984 2 หลายเดือนก่อน

      , 😂😂❤❤😮😮

  • @chitranath3913
    @chitranath3913 3 ปีที่แล้ว +20

    হৃদয় ভাঙি গল বাইদেউ।সুন্দৰ ।

  • @paruldas2375
    @paruldas2375 ปีที่แล้ว +2

    বহুত ভাল লাগিল।অন্তৰ চুই গৈছে।আপোনাৰ মঙ্গল কামনা কৰিলোঁ।

  • @khanikardurna2986
    @khanikardurna2986 3 ปีที่แล้ว +27

    হৃদয়ৰ কোনোবা এডোখৰত বৰ কৈ হৃদস্পন্দন হৈ গল। আমনী নলগা এটি আমোদজনক গীত।

  • @taragogoi5447
    @taragogoi5447 2 ปีที่แล้ว +5

    হৃদয় চুই গ'ল বাইদেউ। ঈশ্বৰে মঙ্গল কৰক

  • @pobonsaikia8303
    @pobonsaikia8303 3 ปีที่แล้ว +8

    বহুত ভাল লাগিল, ভগৱানে কৃপা কৰক।

  • @promodborah3768
    @promodborah3768 ปีที่แล้ว

    আপোনাৰ লোকৰ হৰি নাম ইমান ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দি থাকিৱ ধন্যবাদ

  • @romanborah34
    @romanborah34 3 ปีที่แล้ว +4

    সুন্দৰ, আপোনাৰ সুললীত কণ্ঠই মন্ত-মুগ্ধ কৰে নুতন প্ৰজন্মক আৰু সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰোঁ শিৱসাগৰীয়া হিচাপে।
    জয়-শ্ৰী-ৰামৰ শ্ৰীচৰণত আৰ্শীবাদ মাগিছোঁ কুশলে থাকক।
    ।। জয়-জয়-শ্ৰী-ৰাম ।।

  • @champabayan1125
    @champabayan1125 3 ปีที่แล้ว +1

    Universal truth Baideo.God bless you baideo.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @saraswatichaliha5773
    @saraswatichaliha5773 3 ปีที่แล้ว +9

    শুনিলে শুনিয়েই থাকিবৰ মন যায় আপোনাৰ মাতটো অতি সুন্দৰ করলে ভাষা নাই

  • @tarundutta4104
    @tarundutta4104 หลายเดือนก่อน +2

    ভাল লাগিলছে😢😢😢😢😢😢❤❤❤❤❤❤❤

  • @harakantatamuli1053
    @harakantatamuli1053 ปีที่แล้ว

    Heart touching feeling .Jibontu bhabi sale ekuei naai tothapi manuhe luv muh eribo nuare .🙏🙏🙏

  • @arupgogoi9873
    @arupgogoi9873 2 ปีที่แล้ว

    বাইদেউ অন্তৰ চুই গ'ল আপোনাৰ হৰিনাম
    ফাকি শুনি কৃষ্ণ।

  • @jayantisaikiaphukon8503
    @jayantisaikiaphukon8503 3 ปีที่แล้ว +3

    বহুত ভাল লাগিল বা আপোনালোকক ভগৱন্তই সদাই কুশলে ৰাখক 🙏🙏

  • @nayangogoi9989
    @nayangogoi9989 3 ปีที่แล้ว +6

    ধুনীয়া লাগিছে , আপোনাৰ কন্ঠৰ

    • @dilipsaikia9366
      @dilipsaikia9366 3 ปีที่แล้ว

      👍🏻👍🏻👍🏻👍🏻

  • @kandarpadeka4784
    @kandarpadeka4784 3 ปีที่แล้ว +1

    Bor dukh palu. Bhagabane kripa karok manuhjanar atmar satgoti kamana korilo. Aru aponak bhagabane ajasra shakti deok jate sakalo dharanar prahtyabanr logot jen jujiba pare God bless you🎉🎉🎉.

  • @Devajani_Dikshita
    @Devajani_Dikshita 3 ปีที่แล้ว +62

    বাইদেউ চকুপানী ওলাই গ’ল ৷ঈশ্বৰে আপোনাৰ পৰিয়ালৰ মঙ্গল কৰক

    • @mithunds796
      @mithunds796 ปีที่แล้ว +4

      Bo bar vl lagil ram ram kisna kisna

  • @khusikitchenvlog3824
    @khusikitchenvlog3824 2 ปีที่แล้ว +1

    Obaa tumar matu bohut 💯 hundor bohut bhal paw lg pab mon jai miss koru bohut hodai hukhu hua😍😍

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน

    সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ সেয়ে আপুনি গাই যাওক চোন ভৱিষ্যতে ও এনে ভক্তি মূলক দিহানাম শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক আৰু সংগ দি সুখেৰে ৰাখক এই মানসেৰে ই আৰু নো কি জনাম কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে থাক ক এই মানসেৰে ই,,,

  • @pujakalita9008
    @pujakalita9008 2 ปีที่แล้ว

    Bht VL lgl huni..apunar gan huni Mr skupani ulaise aji olp dinr agt mi Mr deutak herualu..hosai ai hongkhart akue nai

  • @jonalikarjee4254
    @jonalikarjee4254 3 ปีที่แล้ว +27

    বৰ দুখ লাগিল!!! আপোনাৰ জীৱনতে যেন ভগৱানে প্ৰমান কৰি দেখুৱালে।

  • @jurichaliha2050
    @jurichaliha2050 3 ปีที่แล้ว +3

    ইমান সুন্দৰ তথা মৰ্মস্পসী।বাইদেউ আপোনাৰ জীৱনত ঘটা ঘটনাটোৰ পাছত আৰু দুখ লাাগিল আপোনাৰ কণ্ঠত।ভগৱানে আপোনাাক সাহসী কৰি তোলক ।

  • @gakulchandranath3982
    @gakulchandranath3982 2 ปีที่แล้ว

    Huni huni amoni nalage baidew bhut hundor

  • @minakshigogoumgogoi1406
    @minakshigogoumgogoi1406 2 ปีที่แล้ว

    Hunile hunibor mon Jai,,god bless you,baideu,

  • @mollikadutta8855
    @mollikadutta8855 3 ปีที่แล้ว +5

    বা হৃদয়ৰ কোনোবা কোণত বিষাদে ভৰি পৰিল। সচাকৈ অতি গুৰুত্বপূৰ্ণ কথা খিনি । বহুত ভাল লাগিল শুনি ।

  • @TankeswarKonwar-p7l
    @TankeswarKonwar-p7l ปีที่แล้ว

    সুন্দৰ,অমিয়া সুৰ ।🎉

  • @binitadeka1734
    @binitadeka1734 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল বাইদেউ হৃদয় চুই যোৱাকৈ গাইছে আপুনি আপোনাক ভগৱানে সদায় এনেকৈয়ে ৰাখক। কৃষ্ণ।

  • @colourfulllifebidyaborah5753
    @colourfulllifebidyaborah5753 3 ปีที่แล้ว +5

    বৰ ধূনীয়া হৈছে । গায়ন বহু বিখ্যাত গায়কে নোৱাৰে ।

  • @jurikakoty871
    @jurikakoty871 3 ปีที่แล้ว +2

    Bor hundar apunar likhani ru hur kantha. Eman duniya ka gaisa. Apunar lgt mili goisa. Dhuk nakaribo baideu apuni gai thakibo. Moi hodai hunu apunar gan

  • @shortsgamer1072
    @shortsgamer1072 3 ปีที่แล้ว

    Ajiloike dubar hunilu...sakupani nije nije olai...heiye nikhunu....God bless u and your little cutypie

  • @SankarKakuti
    @SankarKakuti 3 หลายเดือนก่อน +1

    Krishna, bahut, val, lagil, ai🙏🙏🙏

  • @s.kaxomgaming4575
    @s.kaxomgaming4575 3 ปีที่แล้ว +1

    Krisno krisno ....

  • @phunubora6963
    @phunubora6963 2 ปีที่แล้ว +1

    বাইদেউ বহুত ভাল লাগিছে কৃষ্ণ🙏

  • @tulumonisarmah1775
    @tulumonisarmah1775 3 ปีที่แล้ว +4

    অতি সুন্দৰ সময় উপযোগী দিহা নাম ❤️❤️

  • @binodtalukdar9015
    @binodtalukdar9015 2 ปีที่แล้ว +4

    ভগৱানৰ আশীৰ্বাদ সদায় থাকক ।

  • @assamesefolklore1643
    @assamesefolklore1643 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আই বৰ ভাল লাগিল

  • @jayantaduttadutt7783
    @jayantaduttadutt7783 3 ปีที่แล้ว +8

    সুন্দৰ , শুনি বহুত ভাল লাগিল ❤❤❤

  • @BimoliDas-f7i
    @BimoliDas-f7i ปีที่แล้ว

    বৰ দুখ লগিল বাইদেউ

  • @junalibhuyan4346
    @junalibhuyan4346 3 ปีที่แล้ว +1

    baidew apunar nam hodai hunu ,,,jiman hunilaw amoni nalage baidew 🙏🙏🙏🙏🙏

  • @ashmitagogoi4242
    @ashmitagogoi4242 2 ปีที่แล้ว

    Eman hundor kontho apunar . Val lagil huni

  • @rekhasaikia8263
    @rekhasaikia8263 3 ปีที่แล้ว +51

    🕉🙏❤বহুত শুৱলা কণ্ঠ। জীৱনৰ লগত ইমান মিলি যাব বুলি ভাবিবই নোৱাৰি। আপুনি ভাগি নপৰিব। তেখেতৰ অস্তিত্ব জীয়াই ৰাখিবলৈ আপুনি মনোবল অটুট ৰাখি আগবাঢ়ি যাব লাগিব।মোৰ দৰে বহুতেই আপোনাৰ দু:খৰ সমভাগী হৈছে আৰু প্ৰেৰণাও দিছে কিন্তু নিজৰ লগত হোৱা ঘটনা নিজেহে বুজি পায়। আপোনাক কিছুদিন লাগিব বাইদেউ।সোণৰ মাজতে তেখেতক বিছাৰি পাব। ভগবানক প্ৰাৰ্থনা কৰিছো, তেখেতৰ আত্মাই স্বৰ্গপ্ৰাপ্তি হওক।

  • @diptiphukon1370
    @diptiphukon1370 11 หลายเดือนก่อน

    O baidew apunar konthot ki jadu ase huni thakileu amoni nalage. God bless🙏🙏 you

  • @porisaikia2563
    @porisaikia2563 3 ปีที่แล้ว +6

    প্ৰভূ ভগৱানে আৰু শক্তি দিয়ক আপোনাক।🙏🙏

  • @lalitborah3294
    @lalitborah3294 2 ปีที่แล้ว +2

    Bohut val lagile oo aguwai juwa 👍👍👍💓💞

  • @AshimSonowal-z3y
    @AshimSonowal-z3y หลายเดือนก่อน +1

    হাই❤🔥🔥🔥♥️

  • @pujahandiquehandique2895
    @pujahandiquehandique2895 3 ปีที่แล้ว +7

    বহুত সুন্দৰ,মোৰ আইতা ধোকালে আজি দহ দিন হৈছে,আইতাৰ যেন আত্মাতোৱে শান্তি পায় তাত🙏🙏 বহুত সুন্দৰ সংস্থাপন আগোৱাই যাওক 🙏🙏🙏

  • @jatingogoi6532
    @jatingogoi6532 3 ปีที่แล้ว +3

    কৃষ্ণ......বৰ সুন্দৰ হৰিনাম..... শুনিলে শুনি থাকিব মন যায়....

  • @nirusaikia7631
    @nirusaikia7631 3 ปีที่แล้ว +1

    ভাগি নপৰিব বাইদেউ , আগুৱাই যাওক ভগৱানে সহায় কৰিব। 👃👃 কৃষ্ণ

  • @dinohazarika8189
    @dinohazarika8189 3 ปีที่แล้ว +15

    কি কম !শুনিলে শুনি থাকিবৰ মন যায় ভক্তি-ৰসিক গীতবোৰ ।
    আপোনাৰ জৰিয়তে ভৱিষ্যতে দিহা নামৰ ৰস সাগৰত মধু পান কৰিবলৈ পোৱাৰ আশাৰে

  • @prasantahandique2974
    @prasantahandique2974 3 ปีที่แล้ว

    Pradanta. Handique
    Krishna... krishna
    Nice. .,.... Very good

  • @kangkandeka5558
    @kangkandeka5558 ปีที่แล้ว

    Sakolo boi ahil ba,emn dhunia upasthapan karise apuni

  • @namitasharma1225
    @namitasharma1225 2 ปีที่แล้ว +10

    সেৱা জনালো বাইদেউ 👏
    আপোনাৰ প্ৰতিটো হৰিনামেই মোৰ খুব প্রিয়। শুনি বৰ তৃপ্তি পাও। আপোনাৰ সুৰ, ছন্দ,তাল-মানৰ সন্ছাৰ অতিকৈ সুন্দৰ বাইদেউ। আপোনালৈ শতকোটি প্ৰণাম👏
    বাইদেউ আজিকালি বহু তে শ্ৰোতাই কোনো পুঠি-পাজিৰ আশ্রয় নোলোৱাকৈ মোবাইলত শুনি নাম পৰিবেশন কৰিবলৈ লোৱা হল। প্ৰকৃত নাম ভাগ বিকৃত ৰূপলৈ লৈ যায়। প্ৰদ্যুত বৰা দেৱৰ দেহ-বিচাৰৰ টোকাৰি গীত এফাকি (নাভাবিবি নৰ দেহা) শুনি বৰ ভাল পাও। ইয়াতে শেষৰ খৰ-চাপৰিৰ দিহা ভাগ আমাৰ ইয়াতে নামে নিৰন্জন বাপেক খন্জন বুলি পৰিবেশন কৰে।বাইদেউ কোনো নাম ঘোষা অথবা নামৰ পুঠিত বাপেক খন্জন বুলি পোৱা নাই। নাম গোৱাৰ পাত্র নহও যদিও নাম এভাগি শুনাৰ হেপাহত নামৰ শাৰীত বহোগৈ। মোৰ বোধেৰে নামে নিৰন্জন পাতেক ভন্জন-হে হব লাগে নিশ্চয়। তেখেতৰ সৈতে বহু তৰ্ক- বিতর্ক ত লিপ্ত হব লগীয়া হয়। অস্বস্তি বোধ কৰো। বাইদেউ আপোনালৈ বিনম্র অনুৰোধ-এই ঘোষাফাকি শুধৰাই দিলে আপোনাৰ ওচৰত এই মূঢ়মতিয়ে চিৰকৃতজ্ঞ হৈ ৰব। হয়তো মোৰো ভূল হব পাৰে। অপৰাধে নুচক।
    ওম শান্তি🙏

  • @bobbidutta8890
    @bobbidutta8890 2 ปีที่แล้ว

    Khukhole thakok baideu.. Vogoban apunar hohai houk... Krishna

  • @surabhirajbongshi5412
    @surabhirajbongshi5412 3 ปีที่แล้ว +5

    বহুত ভাল লাগিল। আপুনি মোৰ মাৰ নিচিনা। আপোনাৰ পৰিয়ালৰ মঙ্গল হ‌ওক।তাকে ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। কৃষ্ণ।🙏🙏