ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

📌ৰাণাৰ উভতিবলৈ মন, অনুমতি নিদিলে গৌৰৱে

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ค. 2024
  • 📌ৰাণাৰ উভতিবলৈ মন, অনুমতি নিদিলে গৌৰৱে
    #bartane #bartaneplus #socialmedia #followers #hightlights #guwahatinews #newsportal #assam #assamtop #assamtopnews #ranagoswami #gauravgogoi #manasbora #congress #bjp #politicalnews

ความคิดเห็น • 408

  • @BAHARULISLAM-ue2ev
    @BAHARULISLAM-ue2ev หลายเดือนก่อน +349

    কংগ্ৰেছৰ বেয়া দিনত গুচি যোৱা সকলক চিৰদিনলৈ কংগ্ৰেছৰ দোৱাৰ বন্ধ কৰাটো সঠিক সিদ্ধান্ত হ'ব। গৌৰৱ গগৈৰ সিদ্ধান্তক আদৰণি জনাইছোঁ।

    • @gunajitsarma5579
      @gunajitsarma5579 หลายเดือนก่อน

      😂😂 Congress tumalokar dol hoi .sinta nokariba nejai

    • @realhero5657
      @realhero5657 หลายเดือนก่อน +1

      Right

    • @TheBharatConvenor
      @TheBharatConvenor หลายเดือนก่อน

      ​@@gunajitsarma5579Aaru BJ party Bihari,Bengali,Marwari bilakor party. Muthote Khilongiya bahire xokolure party..!

    • @RanjiteSaha
      @RanjiteSaha 24 วันที่ผ่านมา

      😊​@@gunajitsarma5579

  • @JIRI138
    @JIRI138 หลายเดือนก่อน +167

    সুন্দৰ পদক্ষেপ লৈছে ... এই ফফলাকান্ত কেইজন সুবিধাবাদী হে ইহঁতৰ ৰাজনৈতিক জীৱনে শেষ কৰি দিব লাগে

  • @binoddutta4714
    @binoddutta4714 หลายเดือนก่อน +170

    ওলাই যোৱা সকলক পুনৰ দলত ললে ৰাইজৰ ৰোষত পৰিব খাটাং।

  • @AnilkumarGogoi
    @AnilkumarGogoi หลายเดือนก่อน +90

    গৌৰৱ ৰ সিদ্ধান্ত ভাল হৈছে

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 หลายเดือนก่อน +72

    Very good decision Gourav Gogoi zindabad Congress party zindabad

  • @user-os4fk9my8n
    @user-os4fk9my8n หลายเดือนก่อน +39

    আমাক শেষ মূহুৰ্তত এৰি যোৱা সকলো কংগ্ৰেছ নেতাক দলত লব নালাগে ।গৌৰৱ গগৈ জিন্দাবাদ

  • @bhaskorgogoi7013
    @bhaskorgogoi7013 หลายเดือนก่อน +69

    সঠিক সিদ্ধান্ত। দুমুখীয়া সাপ বোৰক আকৌ দলত সোমাব দিব নালাগে। এই সকল সুবিধাবাদী। গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ লগত আছো। লগতে এই সকলে সুবিধাবাদী নামেৰে এটা ৰাজনৈতিক দল গঠন কৰি লোৱাই ভাল হ'ব।

    • @murjatra9713
      @murjatra9713 หลายเดือนก่อน +6

      Good coment ❤❤❤

    • @muninsaikia1130
      @muninsaikia1130 หลายเดือนก่อน

      সুন্দৰ মন্তব্য দিছে।

  • @RosardRoird
    @RosardRoird หลายเดือนก่อน +34

    গৌৰৱৰ গৌৰৱময় পদক্ষেপ এয়া❤❤❤চুৱাপাত চেলেকা সকলৰ গেলা নৰ্দমাই উচিত স্থান।

  • @bidyutgogoi8987
    @bidyutgogoi8987 หลายเดือนก่อน +62

    ইহঁতি নহলে কংগ্ৰেছ আৰু হে আগবাঢ়ি যাব পাৰিব ।

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p หลายเดือนก่อน +86

    সাপটো বিশ্বাস কৰিলে ভূল হ'ব তেওঁলোকক ৰাইজে আদৰি নলয় ।

    • @dibyajyotigogoi4801
      @dibyajyotigogoi4801 หลายเดือนก่อน +4

      ৰিপুণ বৰাক আনিলে কংগ্ৰেছ শেষ হব।

  • @ritishachangmai6708
    @ritishachangmai6708 หลายเดือนก่อน +32

    সুন্দৰ আৰু বলিষ্ঠ সিদ্ধান্ত। স্বাগতম জনালো

  • @PulakgogoiPulakgogoi
    @PulakgogoiPulakgogoi หลายเดือนก่อน +14

    প্ৰাক্তন বিধায়ক, নেতা, আৰু পালি নেতাক কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা সকলক স্থান দিব‌ নালাগে কাৰণ এই সকল সুবিধাবাদী ৰাজনীতি নেতা ।গৌৰৱ গগৈ দেৱে ভাল সিধান্ত লৈছে।

  • @dadugogoi5548
    @dadugogoi5548 หลายเดือนก่อน +18

    গৌৰৱ দা, সুন্দৰ পদক্ষেপ লৈছে। 👍👍🙏

  • @ranjitadeori6018
    @ranjitadeori6018 หลายเดือนก่อน +28

    বৰ সুন্দৰ নিদৰ্শন দেখুৱাইছে ধন্যবাদ

  • @aakashgogoi3870
    @aakashgogoi3870 หลายเดือนก่อน +55

    বিপদৰ সময়ত লগ এৰা মানুহক দলত কিয় সোমাবলে দিব।

  • @user-es4gg5ct1k
    @user-es4gg5ct1k หลายเดือนก่อน +12

    বৰ ভাল কাম কৰিছে গৌৱাব দা এবাৰ সাপে খুটিলে কেচুলয়ো ভয়

  • @user-zj2wy6ik5l
    @user-zj2wy6ik5l หลายเดือนก่อน +76

    ভাল কৰিছে দেই।ইহঁতক সোমাব দিব নালাগে

  • @biswagogoi7677
    @biswagogoi7677 หลายเดือนก่อน +31

    Right dicison

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน +45

    ৰানা , মানষ আদি বিভিন্ন বগৰাই বহুত বুদ্ধি লগায় আকৌ বাগৰি পৰিব পাৰে, সাবধান এই বোৰ বগৰা আমাৰ চিৰ শত্ৰু সুবিধা পালেই তালুত খোট মাৰিব পাৰে ।মিছলিয়া বি জে পিৰ শৰণীয়া বিপদ ।

  • @realhero5657
    @realhero5657 หลายเดือนก่อน +11

    মজা সঠিক সিদ্ধান্ত গৌৰৱ ছাৰৰ👍 গাদ্দাৰৰ ক'তো স্থান নাই

  • @himusgamingvlogs2082
    @himusgamingvlogs2082 หลายเดือนก่อน +28

    গৌৰৱ গগৈ ৰ সিদ্ধান্ত ক আদৰণি জনাইছো । সেই আবৰ্জনা বিলাক পুনৰ কংগ্ৰেছ দল লৈ আনিব নালাগে ।

  • @lakhikalita8394
    @lakhikalita8394 หลายเดือนก่อน +25

    গৌৰৱ দাদা মজা কৰি ছে

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 หลายเดือนก่อน +33

    Get out, right 👍👍

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 หลายเดือนก่อน +13

    এবাৰ দল এৰি যোৱা সকলক আকৌ ওভতাই নোলোৱা সিদ্ধান্ত একবাৰে সঠিক । তেনে কৰিলেহে ভবিষ্যতে দল বাগৰা বন্ধ হব। এতিয়া দল বাগৰা হঁতে য'তে মন যায় নতুন ইনিংচ খেলি থাকক। লগতে কংগ্ৰেছৰো ইমেজ ভাল হব।

  • @mukibulhussain2622
    @mukibulhussain2622 หลายเดือนก่อน +10

    গগৈ দা বহুত সুন্দৰ পদক্ষেপ

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r หลายเดือนก่อน +10

    অতি সুন্দৰ দল বাগৰাৰ পূৰ্বৰ দলত কোনো স্থান দিব নালাগে।

  • @masrafali927
    @masrafali927 หลายเดือนก่อน +7

    ওলাই যোৱা সকলক পুনৰ যাতে কংগ্ৰেছত আহিব নোৱাৰে তাৰ বাবে
    অনুৰোধ জনালোঁ।

  • @dipakbaruah8987
    @dipakbaruah8987 หลายเดือนก่อน +50

    এওঁলোকে এটা নতুন ৰাজনৈতিক দল খুলি লোৱাৰ খুবেই প্ৰয়োজন, দলৰ নাম অসমৰ ৰাইজে দিব ।

    • @assam2006
      @assam2006 หลายเดือนก่อน +18

      সদৌ অসম দল বাগৰা পৰিষদ

    • @keshabhazarika1815
      @keshabhazarika1815 หลายเดือนก่อน +4

      এতিয়া জিলাই জিলাই একোটা দল খুলিব লাগে ।

    • @dipakbaruah8987
      @dipakbaruah8987 หลายเดือนก่อน +1

      @@assam2006 🙊👌

    • @bhabanandakalita7615
      @bhabanandakalita7615 หลายเดือนก่อน

      চোৱা চেলেকা

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 หลายเดือนก่อน +4

      Gourav Gogoi is taking good decision.Wel come decision of Gaurav Gogoi. Zindabad Gourav Gogoi.

  • @jadavnath4360
    @jadavnath4360 หลายเดือนก่อน +8

    বৰ দুখ লাগিল। পৰিয়ালৰ ওচৰত কম লাজ পাইছে নে বাৰু?

  • @mdmoinuddinahmed.7741
    @mdmoinuddinahmed.7741 หลายเดือนก่อน +23

    গৌৰৱে ভাল কৰিছে |

  • @prasantabora365
    @prasantabora365 หลายเดือนก่อน +24

    সুন্দৰ 👍🙏নালাগে

  • @user-ro1nu9tg1w
    @user-ro1nu9tg1w หลายเดือนก่อน +14

    Good decision

  • @Aditygogoi123
    @Aditygogoi123 หลายเดือนก่อน +10

    কেতিয়াও সেই বিশ্বাসঘাটক কেইটাক আহিবলৈ নিদিব ,,,, গৌৰব চাৰে অন্তত সেই কাম নকৰিব,,,,ৰাইজ আছে আপোনাৰ লগত,,, কুকুৰ খেদা দি বাহিৰ কৰি দিব সেই ভণ্ড কেইটাক

  • @JunmoniDutta-cq2zg
    @JunmoniDutta-cq2zg หลายเดือนก่อน +10

    কংগেছে জাবৰবোৰ গোটাই ললে বিপদ নিজৰেই হব।

  • @ranadutta5483
    @ranadutta5483 หลายเดือนก่อน +3

    যি সকলে কংগ্ৰেছৰ বেয়া দিনত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি লৈ নিজৰ ইচ্ছা মতে গুচি গৈছিল, সেই সকলক আৰু পুনৰ যেন কংগ্ৰেছত যোগদান কৰিবলৈ যে নিদিয়ে তাৰ বাবে কংগ্ৰেছ সতৰ্ক হৈ থকাটো ভাল,,কাৰণ এইবোৰ দুই মনৰ মানুহে যতে গমন কৰিব তাতে সিহঁতে সকলো বোৰ অপবিত্ৰ আৰু লেতেৰা কৰিব,কাৰণ সিহঁত‌ হৈছে সুবিধাবাদী,টকাৰ লুভি।।টকাৰ বাহিৰে একো চিনি নেপাই আৰু টকাৰ বাবেই সব লেতেৰাই কৰিব,,, সেয়ে গেট আউট।।।
    সুন্দৰ পদক্ষেপ গৌৰৱ গগৈ ডাঙৰীয়া 🙏🙏🙏

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c หลายเดือนก่อน +6

    জাবৰবোৰ দলিয়াই পেলোৱাই মঙ্গল হ'ব ।

  • @hamantagogoi8904
    @hamantagogoi8904 หลายเดือนก่อน +20

    Life time...Full Boycott 💪💪

    • @BGogoi-ps7cj
      @BGogoi-ps7cj หลายเดือนก่อน

      Life time gogoi party boycott.himanta biswa sarma jindabad BJP jindabad.

  • @anantabhuyan6643
    @anantabhuyan6643 หลายเดือนก่อน +5

    বিপদৰ বন্ধুয়ে সচা বন্ধু কিন্তো এইসকল সুবিধাবাদী

  • @karabibaruah2135
    @karabibaruah2135 หลายเดือนก่อน +9

    Good job gaurav gogoi ❤❤

  • @phanidharrabha8057
    @phanidharrabha8057 หลายเดือนก่อน +4

    বিশ্বাসঘাতক আৰু সুবিধাবাদী সকলক কোনো দিনে পুণৰ দলত সোমাব দিব নালাগে

  • @jitudeka8959
    @jitudeka8959 หลายเดือนก่อน +3

    গৌৰৱ গগৈ এয়া আপুনি সঠিক সিদ্ধান্ত লৈছে । কিমান যে আপোনাক অপমান কৰিলে। আপোনাক সেই বিপদৰ সময়ত কিমান যে তুছ্য তাছ্যিল্য কৰিলে এই ৰাণা হ'তে । আমিও কান্দিছিলো আপুনি যেতিয়া অকলশৰে যুজ দি আছিলে । আৰু সেই সকল সুবিধা বাদী যদি আকৌ আহিলে আপুনি আদৰি লয় তেতিয়া তো আপুনি আমাৰ আবেগত কুঠাৰ ঘাট কৰাৰ দৰে হ'ব । সিহতক আকৌ আকোৱালি ন'লব ।

    • @dipakgogoi5084
      @dipakgogoi5084 หลายเดือนก่อน

      ভাল কথা কৈছে আপুনি।

  • @sunilgogoi3003
    @sunilgogoi3003 หลายเดือนก่อน +1

    Ai burok hatau,, nohole cong borbat,, gourav,, 👍👍👍,, good accton,,,

  • @rationale-point3023
    @rationale-point3023 หลายเดือนก่อน +10

    সুবিধা বিচাৰি ফুৰা বিলাকক ডলাত ঘুৰিবলৈ দিয়ক।

  • @purabibaruah3201
    @purabibaruah3201 หลายเดือนก่อน +9

    Gd job gg

  • @proaddproadd4275
    @proaddproadd4275 หลายเดือนก่อน +2

    Gautam Gambhir and gaurav gogoi both are legend (agressive)❤❤

  • @bhabensaikia5028
    @bhabensaikia5028 หลายเดือนก่อน +2

    কংগ্ৰেছৰ পৰা ওলাই যোৱা গেলা ডলাৰ বগৰী কেইটাক পুনৰ কংগ্ৰেছত ঠাই দিব নালাগে ৷ ঠাই দিলে এই কেইটাই কংগ্ৰেছক গেলাব ৷ এই কেইটাক ৰাজনীতিৰ পৰা চিৰ বিদায় দিব লাগে ৷

  • @bhupenswargari9194
    @bhupenswargari9194 หลายเดือนก่อน +1

    Very very good steps by Mr Gourav Gogoi.

  • @himsikhargaming6201
    @himsikhargaming6201 หลายเดือนก่อน +8

    Bahut atsa

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u หลายเดือนก่อน +2

    কংগ্রেছৰ বেয়া দিনত আতৰি যোৱা সকলক দলত আকৌ আহিব দিলে ৰাইজে কংগ্রেছ দলক বেয়া পাব। গতিকে কংগ্রেছ দলটোক আগবাঢ়ি যোৱা ত বাধা আহি পৰিব সেইটো খাটাং।

  • @rituparnasaikia1701
    @rituparnasaikia1701 หลายเดือนก่อน +5

    ভাদ মাহৰ কুকুৰৰ দৰে সংগ বিচৰাক সেই সংগীৰ লগতে থাকিবলৈ দিয়ক।

  • @jayantakumarsut5924
    @jayantakumarsut5924 หลายเดือนก่อน +3

    ঠিক কৰিছে।এইবোৰক লব নালাগে।

  • @RubulBora-t7o
    @RubulBora-t7o หลายเดือนก่อน +1

    Honorable Gowrob Gogo sir, if Congress prty allow Rana game's antry, it will be very dangerous to all jorhat people.

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 หลายเดือนก่อน +1

    Zindabad Gaurav Gogoi.Wel come your decision.Do not allow those opportunist to come back to Congress.Let them stay with Mama.

  • @user-tm2rf2ii9d
    @user-tm2rf2ii9d หลายเดือนก่อน +2

    গৌৰৱ সিংহ গগৈ🔥💪🏻

  • @binoykalita7597
    @binoykalita7597 หลายเดือนก่อน +2

    দল বাগৰি দলক বিপদত পেলোৱা কেইটাক দললৈ আহিবলৈ অনুমতি দিলেই কংগ্ৰেছ দলৰ হানিবিঘিনি ঘতাটো খাতাং ।

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j หลายเดือนก่อน +2

    কংগ্ৰেছৰ পৰা ওলাই যোৱা সুবিধাবাদি জহৰা কেইটাক কেতিয়াও স্থান দিব নালাগে ৷

  • @hibjurrahman6107
    @hibjurrahman6107 หลายเดือนก่อน +3

    কৰ্মী সকলে ও নিবিচাৰে

  • @diliphazarika8581
    @diliphazarika8581 หลายเดือนก่อน +3

    সুন্দৰ পদক্ষেপ

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p หลายเดือนก่อน +1

    Very good decision of Gaurav Gogoi Dangoria.

  • @nilutpaldas8659
    @nilutpaldas8659 หลายเดือนก่อน +1

    Good Decision

  • @princehussain3538
    @princehussain3538 หลายเดือนก่อน +1

    Right decision

  • @SanjibBora-st2uo
    @SanjibBora-st2uo หลายเดือนก่อน +1

    Yes Ur Right

  • @TaslimAliBabul
    @TaslimAliBabul หลายเดือนก่อน +3

    সুযোগ সন্ধানীক চল নিদিব ?

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go หลายเดือนก่อน +1

    কিনো ঈশ্বৰৰ লীলা, বৈকুণ্ঠক নিম বুলি ৰাম ঠগন দিলা, ২৬ পালেহি ২৪অতে মাৰো লৰ, কিজানি দিছপুৰৰ বৰঘৰত সোমাব বৰ মন এৰা, হৰি নাম গোৱা দিছপুৰৰ আশা বাদ দিয়া

  • @nikhilsworld7044
    @nikhilsworld7044 หลายเดือนก่อน +1

    Nice step

  • @rekibulali6228
    @rekibulali6228 หลายเดือนก่อน +2

    Very good

  • @jeetajitdas8202
    @jeetajitdas8202 หลายเดือนก่อน +1

    I LOVE I.N.D.I.A
    #MyliderGurovgogi

  • @SonmoinaGogoi-gj7xi
    @SonmoinaGogoi-gj7xi หลายเดือนก่อน +3

    পাগল বোৰক আকৌ আমাৰ দলত আহিব নিদিব গৌৰব ছাৰ

  • @ranjanagogoi4569
    @ranjanagogoi4569 หลายเดือนก่อน +1

    Good.decision

  • @muningogoi8815
    @muningogoi8815 28 วันที่ผ่านมา

    Weldon Mr.Gaurav Gogoi.
    Salute to you..

  • @Chandan-cd
    @Chandan-cd หลายเดือนก่อน +2

    Good step

  • @jvsaikia2398
    @jvsaikia2398 หลายเดือนก่อน +1

    Good decision by Gaurav da

  • @pranbphukan8315
    @pranbphukan8315 หลายเดือนก่อน

    Right decision..G.Gogoi.. further.

  • @user-eq5zy9nk5w
    @user-eq5zy9nk5w หลายเดือนก่อน

    এই জাবৰবিলাকক কোনো কাৰনত যাতে কংগ্ৰেছত আকোৱালি নলয় তাৰ বাবে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো। ধন্যবাদ ।

  • @pulendrapatar3117
    @pulendrapatar3117 หลายเดือนก่อน

    GOOD STEP OUR SIR GOURAV GOGAI ..

  • @bharatbaruah5702
    @bharatbaruah5702 หลายเดือนก่อน +1

    ভাল সিদ্ধান্ত ইহঁতক সেন্দেলৰ মালা দি বিদায় দিব লাগেকংগ্ৰেছৰ ।mla হব পৰা বহুতো মানুহ অসমত আছে গৌৰৱ গগৈ vai নকৰিব

  • @ruhinigogoi827
    @ruhinigogoi827 หลายเดือนก่อน +1

    correct decision

  • @InnocentBilliards-kv1jl
    @InnocentBilliards-kv1jl หลายเดือนก่อน +1

    very good doesnt accept them ....Gourav gogoi zindabad

  • @arunsaloi209
    @arunsaloi209 หลายเดือนก่อน

    ভাল পদক্ষেপ মন গ'লে যাব মন গলে আহিব তেনে নেতাক এনে বৱস্থাই উছিত বিচাৰ।

  • @achyutsaikia8296
    @achyutsaikia8296 หลายเดือนก่อน +1

    Vlei Korise Dadai

  • @SavagemodeON973
    @SavagemodeON973 หลายเดือนก่อน +1

    সাপক গাখীৰ খুৱালেও পুহিব নোৱাৰি এনেধৰনৰ so called নেতা বোৰক বিগত নিৰ্বাচনত ৰাইজে দেখিলে । টকা আৰু ৰাজনৈতিক শক্তিৰ বলীয়ানত নিপাত যাবলৈ কি কি কৰিলে অসমৰ ৰাইজে দেখিলে । ভুল ক্ৰ্মেও এনে ব্যক্তি বোৰক ৰঙা দলিচা পাৰি নিদিব । যিহেতু বিজেপিত এতিয়া সকলো গেলা বোৰ একগোট হয় আছে , ৰাইজে নিশ্চয় চাই আছে । ভাল দিনবাৰ এটা চাই নিশ্চয় বিদায় দিব ।

  • @nabindas7409
    @nabindas7409 หลายเดือนก่อน +1

    Thik karise gogoi....

  • @utpalboro7427
    @utpalboro7427 หลายเดือนก่อน +1

    100% right step.

  • @ArunDhan-jj9gs
    @ArunDhan-jj9gs หลายเดือนก่อน

    Goraub Gogoi sar zindabad

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs หลายเดือนก่อน +1

    Good decision, gourob Da strick houk

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx หลายเดือนก่อน

    Good, কংগ্ৰেছে ভাল সিদ্ধান্ত লৈছে । ৰানা গোস্বামীতকৈ ভাল নেতা অসমত বহুত আছে । আৰু অসমত এনেকুৱা ভাল নেতা কংগ্ৰেছ দলত যোগদান কৰিছে আৰু কৰি থাকিব ।

  • @walltexer3547
    @walltexer3547 หลายเดือนก่อน +2

    শুব সুন্দৰ পদক্ষেপ

  • @bububorah
    @bububorah หลายเดือนก่อน

    গৌৰৱ গগৈ এতিয়া আপোনাৰ লগত অসমৰ ৰাইজ আছে, এই দুই মুখীয়া সাপবোৰক আকৌ চপাই নলব!!!

  • @rphukon3331
    @rphukon3331 หลายเดือนก่อน

    সুন্দৰ সিদ্ধন্ত।

  • @JunmoniDutta-cq2zg
    @JunmoniDutta-cq2zg หลายเดือนก่อน +1

    কেইদিন মান আগতে ৰাণা গোস্বামীক বিজেপিৰ এজন নিস্থাবান ৰ্কমীয়ে সামাজিক মাধ্যমত ভালকৈ শিক্ষা দিলে এতিয়া লাজ পাই!!!!!!!!!!

  • @sanjubaidya3418
    @sanjubaidya3418 หลายเดือนก่อน

    Voice of north east gourav gogoi

  • @parthakonwar4256
    @parthakonwar4256 หลายเดือนก่อน

    ধন্যবাদ গৌৰব দা ।আঠপোনাৰ সিদ্ধান্তৰ বাবে।এই সকল লোভী মানুহৰ পৰা পাটিটোো পুনৰ বেয়া হৈ যাব।

  • @DipuSahariah-nz6sc
    @DipuSahariah-nz6sc หลายเดือนก่อน +1

    Bhal kam korise Goirav Sir... 👌

  • @debajitkumarsarma2825
    @debajitkumarsarma2825 หลายเดือนก่อน +1

    Right decision .

  • @BirenSaikia-ei3tz
    @BirenSaikia-ei3tz หลายเดือนก่อน

    সঠিক সিদ্ধান্ত ।

  • @atulhandipue5081
    @atulhandipue5081 หลายเดือนก่อน +2

    Good

  • @user-vx7gg4bz5v
    @user-vx7gg4bz5v หลายเดือนก่อน +1

    Congress আৰ. পৰা খেদা খোৱা দল সলোৱা কেইটাই ডলাৰ বগৰী দল বুলি অসমত এটা নতুনকৈ দল গঠণ কৰিববুলি আশা কৰিলো।নতুন দলত বধৰ চাহাবক President হিচাপে ৰাখিবলৈ নাপাহৰিব।😮

  • @debenhandique9958
    @debenhandique9958 หลายเดือนก่อน

    সুন্দৰ পদক্ষেপ।

  • @rantugondhia7457
    @rantugondhia7457 หลายเดือนก่อน +1

    ভাল কাম কৰিছে চাৰ

  • @debajitkumarsarma2825
    @debajitkumarsarma2825 หลายเดือนก่อน +1

    RIGHT DECISION.Gaurav Gogoi JINDABAD.