নিযুত মইনা আঁচনিৰ অধীনত কোনে প্ৰতিমাহে লাভ কৰিব টকা? কিমান শতাংশ নম্বৰ লাভ কৰা ছাত্ৰীয়ে পাব স্কুটী?

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 มิ.ย. 2024
  • 🔴 নিযুত মইনা আঁচনিৰ অধীনত কোনে কোনে প্ৰতিমাহে লাভ কৰিব টকা?
    🔴 কিমান শতাংশ নম্বৰ লাভ কৰা ছাত্ৰীয়ে পাব স্কুটী?
    🔴 ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 497

  • @netflix6877
    @netflix6877 หลายเดือนก่อน +128

    আপুনি কি আঁচনি দি থাকেহে, ইমান এ দিব মন আছে যদি চিকিৎসা আৰু শিক্ষা ফ্ৰী কৰক এইবিলাক পইছাৰ এই মাইনা হতে মোবাইল ৰিচাৰ্ছ কৰি ৰীলছ হে বনাব বুজিলে চাহাব।।। আৰু চাব ২৬ চনত আপোনাৰ এই আঁচনিৰ দোষত চৰকাৰ হেৰুৱাব লগীয়া হব,কেৱল আঁচনি।। অসমত ইমানে আঁচনি ৰ অভাৱ নে আজি কি অৰুনোদই , নিযুত মাইনা, কৃষি, স্কুতি, লাখ পতি বাইদেউ, লাখপতি দাদা, নাচনী প্ৰতিযোগিতা, সমবায় চাউল,।।।। ধেই আপুনি এ কওঁক son ২০০০ টকাৰে কি খেতি উৎপাদন কৰিব পাৰে এই j তিন কিষ্টিত দিয়ে।।। বছৰত ৬০০০ টকাৰে কিবা খেতি হই,কুনসন দুনিয়াত আছে হে এনেকুৱা খেতি,আৰু এই j মাহত ১২০০ টকা অৰুণোদয় দিয়ে তাৰ দেষণ চিলিণ্ডাৰ কিনোতে ১০৫০ টো যায়, বাকি ১৫০ টৰ কি কিনিব, আপোনালোকে এই সোণৰ অসম খন এতিয়া আঁচনি ৰ অসম বনাই পেলালে 🙏🙏🙏 ধন্যবাদ

    • @Bastabbhuyan3118
      @Bastabbhuyan3118 หลายเดือนก่อน +1

      Khikha e tu free krse sualir krne aru

    • @pksportsassam
      @pksportsassam หลายเดือนก่อน

      Aitu bru thik ktha koisa moi o suwali kintu ankua moina asoni aiblk diyatkoi admition fess kiba fess aibr he naikiya krbo lge poisa dile anu kunu phra nmt khoros nkre

    • @sizuka94
      @sizuka94 หลายเดือนก่อน +1

      Moi HSLC t pua anandaram bota r joriyote pua poisai de 11th r fees disu... Apunar problem hoise jodi apuni sorkari asoni nolobo ami students bur upokrito hoisu.. Kintu

    • @Agressive324
      @Agressive324 หลายเดือนก่อน

      ​@@sizuka94😑syyyt . We not talking to you and Girls we addressing the government . If they talk about gender equality then they should provide these facilities to us boys as well . Side lag 🔪

    • @pksportsassam
      @pksportsassam หลายเดือนก่อน

      @@sizuka94 aibr logaisa me aibr hs disila

  • @Bborah801
    @Bborah801 หลายเดือนก่อน +148

    আপুনি যেতিয়া লৈকে মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়া লৈকে আমাৰ ছাত্ৰ সকলৰ জীৱনলৈ কেতিয়াও পোহৰ নাহে কেৱল অন্ধকাৰ হে আহিব।
    লৰা আৰু ছোৱালীক সমান চকুৰে চাবলৈ শিকক।
    আপুনি পদত্যাগ কৰিলেহে আমাৰ শান্তি হব ।🙏

    • @axomiyayoutube8017
      @axomiyayoutube8017 หลายเดือนก่อน +5

      Right 🙏

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +8

      ছোৱালীবোৰে 2026 ত BJP ক ভোট দিব---ছোৱালীবোৰক সাহায্য দিছে ---ল'ৰাবোৰক মদ খাবলে কৈছে । 🤗

    • @masumalha4528
      @masumalha4528 หลายเดือนก่อน +2

      Ami kio napao ami ki vul kriloo😢😢 hi hote koi thake j gender equal. Aji aito cm a prof kori dile j gender equal keti ao nhoi

    • @Hodananda_Sutradhar
      @Hodananda_Sutradhar หลายเดือนก่อน +1

      Hoi dei 😂

    • @axomiyayoutube8017
      @axomiyayoutube8017 หลายเดือนก่อน

      @@Hodananda_Sutradhar wow tio sutradhar dukhun bro kor hoi

  • @mrityunjaybarua1169
    @mrityunjaybarua1169 หลายเดือนก่อน +11

    ছোৱালীবোৰে ঘৰৰ আৰ্থিক অসুবিধাৰ বাবে নপঢ়ি ঘৰতে বহি থাকে আৰু সেই ছোৱালী জনি ঘৰৰ বোজা হৈ পৰে আৰু ছোৱালী জনীক বিয়া দিয়ে আৰু ছোৱালী জনীৰ সপোন বোৰ আধৰুৱা হৈ যায়।thank you mama❤

  • @rinkigogoi7455
    @rinkigogoi7455 หลายเดือนก่อน +33

    ছাৰ,বাকী আঁচনি বোৰত কৈ বৃদ্ধ পেঞ্চন আঁচনিৰ মাননি ২৫০টকাৰ সলনি ৫০০কৰিব নোৱাৰে নে?২৫০টকাত কি পাই আপুনি ভাবক।এই বৃদ্ধ সকলৰ বাবে ভাবিব।২৫০টকাত এটা হৰলিক্স নাপাই।বাকী দৰৱ পাতি কথা বাৰু নকওঁ। আশা কৰোঁ এই বৃদ্ধ সকলৰ প্ৰতি আপোনাৰ অলপ চিন্তা আহে।

  • @the_nowhalia
    @the_nowhalia หลายเดือนก่อน +58

    আমাক, ল'ৰা বোৰৰ কাৰণে যদি একো আঁচনি নানে! তেন্তে আমি আপোনাক আমাৰ বহুমূলীয়া ভোট প্ৰদান নকৰিম! Direct কথা। 😂😂 আপোনাৰ নিজৰ পইচাৰে হে ছোৱালী বোৰক পইচা দিব, আমাৰ মা-দেউতাৰ টেক্সৰ টকাৰে নিদিয়ে চাগে!😢

    • @latuhandique5749
      @latuhandique5749 หลายเดือนก่อน +2

      You are absolutely right 👍🏻

    • @abbiswas8331
      @abbiswas8331 หลายเดือนก่อน +1

      Yes😢

  • @kalita3196
    @kalita3196 หลายเดือนก่อน +127

    লৰাবোৰৰ লগত আপোনাৰ কি শত্রুতা আছে??

    • @juggiiij
      @juggiiij หลายเดือนก่อน +1

      অকল😢 ল'ৰাৰ লগতেই‌ নহয় পুৰুষ সকলৰ লগতো‌ এনেকুৱা মহিলা মহিলা কৰি ভোট লয় ল'ৰা সকলোক যি কয় সেইটো‌ মানে বিপৰীত হ'লে প্ৰতিবাদ কাক‌ কয় ছোৱালীয়ে দেখাই‌ দিলে‌হেতেন ল'ৰাৰ দৰে বোকা ছোৱালী নহয় 😢😢😢

    • @kankansarma9738
      @kankansarma9738 หลายเดือนก่อน +2

      aibarr pora vote nidile hol sidha kotha equality kot gol

    • @latuhandique5749
      @latuhandique5749 หลายเดือนก่อน

      Lora bure gutor meeting nemaru je, heibabe maamai amak nedekhe😏

  • @RAJDEEPGAMINGZONE
    @RAJDEEPGAMINGZONE หลายเดือนก่อน +47

    Mama sob suwali k di thakok amak lora burok ako dibo nalage 😢😢

  • @HiranyaSaikia-bq4vr
    @HiranyaSaikia-bq4vr หลายเดือนก่อน +47

    মামা আপোনাৰ মতে কি ছোৱালীবোৰেহে দুখীয়া ঘৰত জন্ম লাভ কৰে নেকি ল'ৰাবোৰে নকৰে ? আপোনি চাগে ভাবিছে ল'ৰাবোৰেটো লোকৰ ঘৰত হাজিৰা কৰিও পঢ়িব পাৰিব কিন্তু ছোৱালীবোৰেটো নোৱাৰে ন' । আপুনি এটা কথা মনত ৰাখিব ডাঙৰীয়া, আপুনি এয়া কোনো ভাল কাম কৰা নাই ,মাথো আগন্তুক বিধানসভা নিৰ্বাচনত পৰাজয়ৰ বাবে বাট মুকলি কৰিছে ।

  • @jishnutalukdar1938
    @jishnutalukdar1938 หลายเดือนก่อน +36

    Lora buror karone o anibo lage "nijut baba" asoni..... 😂😂😂

    • @Axom1999
      @Axom1999 หลายเดือนก่อน +2

      😂

    • @rupjyotiray1889
      @rupjyotiray1889 หลายเดือนก่อน

      La.....da achani anibo 😂

    • @user-zh9hz1oh1n
      @user-zh9hz1oh1n หลายเดือนก่อน +1

      Dhet terika🤣

  • @AkashDas-ix5zt
    @AkashDas-ix5zt หลายเดือนก่อน +2

    যিবোৰ দুখীয়া ঘৰৰ ল'ৰা আছে যাৰ দেউতাক নাই সেই লৰা বোৰে পঢ়িব কেনেকে এজন ভাল চিন্তাশিল ব্যক্তি যদি লৰা কাৰণেও ভাৱক 🙏🙏

  • @Neelpawansarma
    @Neelpawansarma หลายเดือนก่อน +12

    অলপৰ কাৰণে বিজ্ঞান শাখাত ৭৫ % নম্বৰ নাপালো আমাৰ বাবেও কিবা এটা আঁচনি দিব লাগে 😢🙏 আমিওটো দুখীয়া ঘৰৰ লৰা
    আপোনাৰ বিচাৰ - বিবেচনা বিলাক একেবাৰে ভাল পোৱা নাই 😤😤 ধিক্কাৰ আহিছে 😡😖

  • @dhrubajyotidutta782
    @dhrubajyotidutta782 หลายเดือนก่อน +30

    News টো চাই এনেকোৱা লাগিল যেন ল’ৰা হৈ জন্ম হোৱাতোৱে ভোল হ’ল৷ অকমান ল’ৰাৰ কথাও চিন্তা কৰিব লাগে ৷ হয় ছোৱালি সকলক ঘৰৰ পৰা উচ্চ শিক্ষা দিবগৈ নিবিচাৰে, আচনি সমোহ দিছে ভাল কৰিছে৷ সকলো সমানে আগবাঢ়িব লাগে৷ কিন্তু এই দেউতাক সকলে দিন হাজিৰা কৰি পঢ়াই থকা ল’ৰা গিতাৰ অবস্হা কি হয় অলপ গম ল’ব, দেউতাৰ দিন হাজিৰাৰ 400 টকাৰে ঘৰেই চলিব নে ল’ৰা জনক পঢ়াবই ৷ আৰু সেইবোৰ ভাবি/ দেখি প্ৰায় ল’ৰাই পঢ়া এৰিব লগা হয় ৷ ছোৱলিক দিয়া সুবিধাৰ বেছি নালাগে 30% আমাক ল’ৰা বোৰকো দিব চোন ৷ অন্ততঃ দেউতা সকলৰ অলপ কষ্ট কমিব.... যদিহে কিবা ভোল কৈছো মাফ কৰিব৷৷

    • @Prakashh_8180
      @Prakashh_8180 หลายเดือนก่อน

      Thik koisa👍🏻

    • @AmirHussain-et8rx
      @AmirHussain-et8rx หลายเดือนก่อน +1

      একদম সঁচা কথা কৈছোঁ ভাই। আমাৰ কাৰণে কিবা এটা কৰিব লাগে।

  • @user-kc3fc2pq3w
    @user-kc3fc2pq3w หลายเดือนก่อน +8

    স্কুটী পোৱা দুখীয়া ছোৱালীবিলাকে স্কুটী বিক্ৰী কৰি কিতাপ আৰু অহাযোৱাৰ হাতখৰচ ওলাব নেকি ?দুখীয়া ছোৱালী স্কুটী পালেই সকলো সমস্যা সমাধান হৈ যাব নেকি?

  • @ronitrojok7877
    @ronitrojok7877 หลายเดือนก่อน +9

    প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত ICT সংলগ্ন কোঠাৰ ব্যৱস্থা কৰক, অত্যাধিক প্ৰয়োজনীয় দৰৱৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত যত্ন লওক ।
    বৰ্তমানৰ শিক্ষাৰ্থীসকলে এনেধৰণৰ আচঁনিত ভূল নাযায়।

  • @swapnaliboruah888
    @swapnaliboruah888 หลายเดือนก่อน +13

    ছাৰ ৰেচন কাড সুবিধা টো এইবাৰ পাম নে ঘৰত চৰকাৰী চাকৰি বুলি বলৈ কোনো নাইয়

  • @KiranSaikia-tn3dc
    @KiranSaikia-tn3dc หลายเดือนก่อน +10

    তেওঁ নিজ পুত্ৰক কোটিপতি বনাই ললে নহয়। বৰ্তমান প্ৰজন্ম ইমান মূৰ্খ নহয় মামা।

    • @bornali995
      @bornali995 หลายเดือนก่อน +1

      17companir malik ghoiniyekor tu properties pahar

  • @navakantaboruah2664
    @navakantaboruah2664 หลายเดือนก่อน +6

    ইয়াৰ পৰা বুজি পালো ল'ৰা সকলৰ কোনো কাম নাই। এই আচঁনিখন ল'ৰা সকলে ভাল বুলি ভাবানে ।😢

  • @amritabordoloi7917
    @amritabordoloi7917 หลายเดือนก่อน +6

    মামা আচনিয়েই উলিয়াই থাকিব নে কৃষি বিপনন সমিতিত কৰ্মৰত ব্যক্তি কেইজনৰ 14 মাহৰ দৰমহা কেইটাও মুকলাই দিব । আমিটো হাৱা খাই জীয়াই থাকিব নোৱাৰোঁ

  • @dtechnology6037
    @dtechnology6037 หลายเดือนก่อน +5

    One of the most suwali lover of Assam is our Mama 😂

  • @abhirajofficial1333
    @abhirajofficial1333 หลายเดือนก่อน +13

    ১/ল'ৰা সকলো কি আমদানি পুত্ৰ নেকি মামা ল'ৰা সকলে কি আপোনাৰ পানী খোৱা পুখুৰীত বিহ দিছিল নেকি?
    ২/ আপোনাৰ ল'ৰা সকলৰ লগত কি শক্ৰতা আছে ডাঙৰীয়া?

  • @morommoromlagise936
    @morommoromlagise936 หลายเดือนก่อน +7

    LP UP Assistant Teacher ৰ বিজ্ঞাপন ডিচেম্বৰ ২০২৩ তে প্ৰকাশ কৰি আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ আগবঢ়োৱা নাই। এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ সংবাদ মাধ্যমসমূহক অনুৰোধ জনালোঁ।

    • @dhrubajoel8024
      @dhrubajoel8024 หลายเดือนก่อน

      এইবিলাক বাদ দি এতিয়া কেৱল আচনিত লাগিছে।

  • @user-mf4od9lg1t
    @user-mf4od9lg1t หลายเดือนก่อน +13

    58.9%😢olp bbe nplu Bohut beya lgise ajir news pai mur soku pani ulai goise 😢😢😢😢😢

    • @Radhika-y3t
      @Radhika-y3t หลายเดือนก่อน +2

      একো নাই দিয়া।
      তোমাৰ হয় টো ভ
      ভাগ্যত নাই। জোৰ দি ভাগ্য পৰিবৰ্তন কৰিব নোৱাৰি।

    • @RunumaYasmin
      @RunumaYasmin หลายเดือนก่อน

      Apply Koriba tumi pai o jabo para 😌

    • @user-eo8dr3my4g
      @user-eo8dr3my4g หลายเดือนก่อน

      Result vl kra burk dm koise nhy 2 tmk u dibo lage tmi fail kra nai nhy ps krisa nhy..

  • @Dutta00007
    @Dutta00007 หลายเดือนก่อน +1

    থিক আছে এই বাৰৰ পৰা আপোনাক ছোৱালী সকলে ভোট দি জিকাব চব টো ছোৱালীকে দিএ 🥲🙂

  • @faminahaq45
    @faminahaq45 หลายเดือนก่อน +8

    2023 t Graduation admission luwa swali bure napai no? 🥲

  • @nayan.j
    @nayan.j หลายเดือนก่อน +1

    সকলোকে এটা বাটি দি ভিক্ষা খোজাৰ ট্ৰেইনিংটোও দি দিব৷ এটা আটা বস্তাৰ পৰা কাঢ়াকাঢ়ি কৰি কিদৰে সৰ্বাধিক আটা সংগ্ৰহ কৰিব পাৰি, সেইটোও শিকাই দিব৷
    ধাৰত পোত গৈ মদৰ দোকানত প্ৰেচাৰ দিব ধৰিছে, তথাপি মুখ কমা নাই

  • @dasdas449
    @dasdas449 หลายเดือนก่อน +19

    ADMISSION FREE ARU MEDICAL FREE KOROK ARU JI TI ASONI DI AKO LAV NAI. ASONI BONABO LAGE KINTU VAL KAMR BABE. TOKA KIO DIBO LAGE

    • @dibyagaming7962
      @dibyagaming7962 หลายเดือนก่อน

      To get vote

    • @hironmoigogoi4140
      @hironmoigogoi4140 หลายเดือนก่อน

      Good

    • @pksportsassam
      @pksportsassam หลายเดือนก่อน

      Right anu Anu ai asonir poisa phrat khoros nkre

    • @pksportsassam
      @pksportsassam หลายเดือนก่อน

      Gotike addmission free aru medical free krle vl

    • @Bborah801
      @Bborah801 หลายเดือนก่อน

      Mama nhoi mami

  • @user-sb1gu2wq3o
    @user-sb1gu2wq3o หลายเดือนก่อน +10

    Scooty r karone bht dhanyabad mama ❤

  • @mr.sankardas971
    @mr.sankardas971 หลายเดือนก่อน

    ভাল লাগিল দাদা❤

  • @manashpratimborah1366
    @manashpratimborah1366 หลายเดือนก่อน +21

    মামা আপোনি বেছি দিন জীয়াই নাথাকে এইয়া ছাত্ৰ সমাজৰ অভিশাপ🙏🙏

  • @MotivateYourself_MY_YT
    @MotivateYourself_MY_YT หลายเดือนก่อน +1

    Vote for Conduct Exam Soon ❤
    আমাক চাকৰি লাগে। সোনকালে admit Card দিয়াৰ ব্যৱস্থা কৰক। #conductexamsoon #assampolice #adreexam

  • @AnkitaDas-es4mv
    @AnkitaDas-es4mv หลายเดือนก่อน +2

    Thank you so much ma'am ji

  • @mintusatgup7655
    @mintusatgup7655 หลายเดือนก่อน +2

    আমি ল'ৰাবোৰে নো কি ভুল কৰিলো প্ৰভু 🙏। আমি নো কিয় সকলো আঁচনিৰ পৰাই বঞ্চিত। আমাৰ মা দেউতাও দিন হাজিৰা কৰিয়েই আমাক পঢ়াই আছে।
    আমাৰ লৰাবোৰৰ প্ৰতিও অলপ চকু দিয়ে যেন।

  • @santoshrabha5108
    @santoshrabha5108 หลายเดือนก่อน +3

    সকলো ল'ৰাই ধনী নহয়। দুখীয়া ল'ৰা সকলো বহোতে পুইচা আনৰ পৰা ধাৰ বা ৰিন লৈ নাম লগাই ।মিহতৰ বাবে একো নাই। Vote😢 nidim😂

  • @jituldeka3974
    @jituldeka3974 หลายเดือนก่อน +5

    ছোবালী ৬০ শতাংশ কৰি লৰাক ৭৫ শতাংশ কৰাটো মই সমৰ্থন নকৰো | কাৰণ ছোৱালী এজনীতকৈ লৰা এটা পঢ়াৰ ক্ষেত্রত বেছি কষ্ট কৰিব লগীয়া হয় | দুখীয়া ঘৰৰ লৰা এটাৰ পঢ়াৰ সংগ্রামৰ কথা আপোনালোকে কেনেকৈ বুজিব | আমি পঢ়াটো বাদ দিব লাগিব | ছোৱালীক বেছিকৈ আগবঢ়াই লৰাক পঢ়িবলৈ বাদ দিয়ক | লৰাকো ৬০% কৰিব লাগে | আমি কষ্ট কৰি পঢ়াৰ কোনো অর্থ নাই 😢

    • @Miranpait
      @Miranpait หลายเดือนก่อน

      আপোনাৰ কথাত মই একমত

    • @assamripunshort9643
      @assamripunshort9643 หลายเดือนก่อน

      Right 👍 Protibad korela vl asil

  • @barnalibaruah11
    @barnalibaruah11 หลายเดือนก่อน +1

    দ্বাদশৰ ছাত্ৰ-ছাত্ৰী সকলকো দিব 🙏

  • @ghanashyamdeka2013
    @ghanashyamdeka2013 หลายเดือนก่อน +6

    Gender bias.discrimination লৰাই পঢ়ি থাকোতেই চাকৰি দৰমহা পাই নেকি adre2.0 govt job 2 years hol tentative date month nai

  • @bishaldas2491
    @bishaldas2491 หลายเดือนก่อน +11

    মামা অ' BAপাছ কৰা ল'ৰাৰ বাবে কিবা এটা দিয়ক

    • @user-xg7zm2re7b
      @user-xg7zm2re7b หลายเดือนก่อน

      Thik

    • @rupjyotiray1889
      @rupjyotiray1889 หลายเดือนก่อน

      Mama loara karone kom hoy poisa vaginak aru ki dibo 😂😂😢

  • @tusharsz2620
    @tusharsz2620 หลายเดือนก่อน

    Wow Excellent idia ❤❤❤Mama ❤ thank you

  • @MohidulIslam-cx6um
    @MohidulIslam-cx6um หลายเดือนก่อน +1

    সুন্দৰ কাম
    😊❤😊

  • @Pujadx
    @Pujadx หลายเดือนก่อน +3

    Ami BA 2nd semester khini ki mukh meli Sai thakim neki mama ... Amaku diok 😢

  • @reetadas5619
    @reetadas5619 หลายเดือนก่อน

    Thnk u so much ❤❤

  • @manashrisarma1111
    @manashrisarma1111 หลายเดือนก่อน +11

    Mama bohut bohut dhonyobad ❤ Mur 74% asile scooty npm buli bohut dukh lagi asil...Bohut bohut dhonyobad ❤️🙏

  • @H.Barman731
    @H.Barman731 หลายเดือนก่อน

    Bohut vl lagi kotha khini suni ........mama

  • @TayburLaskar-zi2nu
    @TayburLaskar-zi2nu หลายเดือนก่อน

    Tnq mama

  • @pratikhyabordoloi
    @pratikhyabordoloi หลายเดือนก่อน

    মামা ডিগ্ৰীত নতুন কৈ নামভৰ্তি কৰোৱা সকলেহে কীয় পাই আগতে পঢ়ি থকা সকলে কিয় নাপাই 😢

  • @user-qs2oe6xi6l
    @user-qs2oe6xi6l หลายเดือนก่อน

    Thank you sir

  • @AmirHussain-et8rx
    @AmirHussain-et8rx หลายเดือนก่อน +1

    লৰা বোৰোৰ কাৰণে কিবা এটা ভাবিব লাগে😔। অকল ছোৱালী বোৰক হে আঁচনী বিলাক দি আছে।

  • @thelintonchannel4889
    @thelintonchannel4889 หลายเดือนก่อน

    Tq mama

  • @munu6893
    @munu6893 หลายเดือนก่อน

    Thank you mama

  • @hakihussein6916
    @hakihussein6916 26 วันที่ผ่านมา

    Thank you sir😊

  • @papiyasaha7866
    @papiyasaha7866 หลายเดือนก่อน

    Thank you sir❤

  • @avinashtossa3507
    @avinashtossa3507 หลายเดือนก่อน +1

    ল'ৰা বোৰৰ একো আঁচনি নাই নেকি মামা ল'ৰা বোৰো দুখীয়া ঘৰৰ থাকে মামা

  • @sunaaditya7693
    @sunaaditya7693 หลายเดือนก่อน

    Bht bht dhoinobad thakil anekoii amr homajok aguaii niar bbe dukhia mnuh bure pohar hubidha paisee

  • @Rahulsvlogsnextlevel
    @Rahulsvlogsnextlevel หลายเดือนก่อน +5

    60% t lorak o lagi ❤ noholi 100% moi bjp k vote nedu 😢

  • @nurulhoque8433
    @nurulhoque8433 หลายเดือนก่อน +1

    মামাই ছাগে ভাবিছে অসমৰ ল'ৰাবোৰ মুকেশ আম্বানীৰ লৰাতকৈ ধনী, সেইকাৰণে ল'ৰাই এই আচনিৰ সুবিধা নাপায়।😢😢😢(ল'ৰা বিলাক ওপৰৰ মাল হয় ছাগে)

  • @raniib6503
    @raniib6503 หลายเดือนก่อน +2

    BA pass kora bilakor karoneu kiba ata khubidha diok amiu dukhiya ghoror suwali😢BA pohi thoka khomoyot ami akuye napalu,amiu govt clgote pohisilu😭

  • @RidipMiliOfficial501
    @RidipMiliOfficial501 หลายเดือนก่อน

    Mama lora hokolok nidiyeneki❤❤❤❤❤❤

  • @barnitadeka1171
    @barnitadeka1171 หลายเดือนก่อน

    Thank you mama❤

  • @sumayaaftarabegum
    @sumayaaftarabegum หลายเดือนก่อน

    thank you mama

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 24 วันที่ผ่านมา

    অঙ্গনৱাডী , আশা কৰ্মী আৰু mid-day meal ৰ cooker সকলৰ ব্যৱস্থা কি কৰা হ'ব ?????

  • @AjityaKurmi
    @AjityaKurmi หลายเดือนก่อน

    Great step

  • @mamanichoudhury9158
    @mamanichoudhury9158 หลายเดือนก่อน +4

    Sir lorar karoneu Kiba scheme anok🙏

    • @HirakjyotiBora-uw1lu
      @HirakjyotiBora-uw1lu หลายเดือนก่อน

      ল'ৰা বিলাক ধনী হৈয়ে জন্ম লয় বুলি ভাৱিছে।।।

    • @mamanichoudhury9158
      @mamanichoudhury9158 หลายเดือนก่อน

      Ami government engineering college t seat paio financial problem r krone poribo nurilu. Tokar krone cuet nidilu. Aibur news xuni bohut upset hou

  • @dhirajtumung850
    @dhirajtumung850 หลายเดือนก่อน +1

    All Eyes on Govt.

  • @raktimphukan5348
    @raktimphukan5348 หลายเดือนก่อน +4

    Sir lora burok akabara nethoruwa kore dsa dakhun😭🙏

  • @Khadija-wy1nq
    @Khadija-wy1nq หลายเดือนก่อน

    Thank you so much mama 60% parsent ot scooty diar karone ❤

  • @LovelyBegum-uq3ep
    @LovelyBegum-uq3ep หลายเดือนก่อน

    Mama thank u so much

  • @pijushbarman286
    @pijushbarman286 หลายเดือนก่อน

    Good ❤

  • @AkashYT100
    @AkashYT100 หลายเดือนก่อน

    Mam maj❤

  • @bidubhushanbarman3483
    @bidubhushanbarman3483 หลายเดือนก่อน +1

    Adre ketiya hbo !! Chepter close nki...

  • @monimachangmai6420
    @monimachangmai6420 หลายเดือนก่อน +4

    Thank you sir 🎉❤

  • @reetadas5619
    @reetadas5619 หลายเดือนก่อน

    Expectations t ke olp bea result hua krne bhut kndisu Mur kndn saii mnuhe koisil moi fail kora buli xeikrne Kandi asu atyaa scooty loii xihotor agt flex marimm❤❤ thank you so much mama😊

  • @Mr.Abhivlogs78
    @Mr.Abhivlogs78 หลายเดือนก่อน +1

    Sir contractual employees boror bikhoi ata news bonak

  • @Assam_Commando822
    @Assam_Commando822 หลายเดือนก่อน

    Thanks for 600 subscribers TH-cam family ❤❤❤❤

  • @manashdip
    @manashdip หลายเดือนก่อน

    আমৰ ল'ৰা বোৰক কিবা এটা কৰক 😢😢😢
    আমিটো আপোনাকে ভোট দিছোঁ 😩😩

  • @lakhichetry2463
    @lakhichetry2463 หลายเดือนก่อน +5

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ প্ৰায় সকলো চৰকাৰী বিভাগত যি সকল অস্থায়ী কৰ্মচাৰী আছে তেওঁ লোকৰ কাৰণে কেবিনেটত কিবা চিন্তা কৰিলে নে আজিলৈকে? কাৰন তেওঁলোকে মাহিলী যিটো দৰমহা পায় হেই টকাৰে এখন ঘৰ চলাবলৈ বহুত কষ্ট হয়। আৰু বাকী খিনিৰ কথা নকওঁৱেই বাৰু। আপোনালোকে যেনেকৈ আঁচনি দি আছে কেবিনেটত আলোচনা কৰি ঠিক তেনেকৈ এই অস্থায়ী কৰ্মচাৰী সকলৰ কাৰণেও চিন্তা কৰিবচোন চাৰ 🙏

    • @KitchenSewali
      @KitchenSewali หลายเดือนก่อน +2

      নাভাবে, কাৰণ ইয়াত vote bankৰ কথা আছে।

    • @lakhichetry2463
      @lakhichetry2463 หลายเดือนก่อน +1

      @@KitchenSewali BJP ক ভোত দিবই নালাগে আৰু ।

  • @Real12976
    @Real12976 หลายเดือนก่อน +1

    Jiei nidiyok kintu ata kotha hmpurno sabo je juigo jone he pai jen....nhole diye kunubai nam loi blge🙏🙏🙏🙏

  • @LotifaLaskar-kp1hc
    @LotifaLaskar-kp1hc 18 วันที่ผ่านมา

    Nice❤❤❤❤❤❤❤❤

  • @rajendersinghdhillon5413
    @rajendersinghdhillon5413 หลายเดือนก่อน +1

    Thanks to you sir ❤❤❤

  • @dhrubajoel8024
    @dhrubajoel8024 หลายเดือนก่อน

    আঁচনি ৰ ঠাইত vacant post বিলাক fill up কৰক. এই Freebies culture কাৰণে মানুহবিলাক এলেহুৱা হৈ গৈছে। লৰা ছোৱালীক চাকৰি দিয়ক। বহুত বেয়া অৱস্থা হৈ গৈছে

  • @online9947
    @online9947 หลายเดือนก่อน +1

    অলপ ল'ৰাবোৰৰ কাৰণেও চিন্তা কৰক মামা

  • @user-yq8xm7mb3i
    @user-yq8xm7mb3i หลายเดือนก่อน

    মামা আমি পেটৰ কাৰনে অসম এৰি বাহিৰত আহিব লগা হ‌ইচে ,,ভুত দিয়া সময়ত আমি অসমলৈ গৈ আপোনাক ভুত দিও,,,আমি বহুত দুখিয়া ঘৰৰ লৰা হয় ,,,,আমাৰ বাবেও কিবা এটা আচনি দিয়ক ,,,কৰুনা সময় যেতিয়া আমি অসমৰ বাহিৰত আছিলে , তেতিয়া আপুনি এক মাহত ২ হেজাৰ টকাকৈ দিছিল ,,তেতিয়া আমাৰ বহুত সুবিধা হ‌ইছিল ,,,মামা অসমৰ বাহিৰত থকা ,,,অসমত থকা লৰা সকলৰ কাৰনে কিবা এটা আচনি দিয়ক, জাতে লৰা সকলৰ কিবা এটা সুবিধা হয় ,,,কাৰন ভুত লৰা ছোৱালী সমানে দিয়া হয়

  • @buburaj243
    @buburaj243 หลายเดือนก่อน

  • @banasreekalita786
    @banasreekalita786 หลายเดือนก่อน +1

    General bsc noporhile pam ne??
    Like bsc agri,nursing, paramedical, veterinary

  • @dibyajyotinewton4785
    @dibyajyotinewton4785 หลายเดือนก่อน +2

    Mama. Axomot. Lorau ase. Vote amiu disilu.

  • @bandanamahanta7422
    @bandanamahanta7422 หลายเดือนก่อน +1

    ছাৰ
    মোৰ ছোৱালী হেমলিন মহন্ত বিশেষ ভাৱে সক্ষম গতিকে দুয়োটা সুবিধা পাব নে তাই এই বাৰ H.$পাছ কৰিছে ষ্টাৰ মাক পাইছে

  • @priyangsu_sarmah_
    @priyangsu_sarmah_ หลายเดือนก่อน +1

    Mama ami ki krilu apunak hoi....😢...

  • @lakhinarayandas9437
    @lakhinarayandas9437 หลายเดือนก่อน

    লৰাৰ বাবে ও আচনি উলিয়াক তাৰ পাছত চাব লৰাৰ ১st ডিভিশন ৰ% কিমান বাহিব

  • @dhirajtumung850
    @dhirajtumung850 หลายเดือนก่อน +1

    Amar undergraduate student burok u Sauk mama, economically weak kostore college regular attend kori asu kintu CM sir or kunu khobor ni, lora burok 12th ot 75% pua burok ji scooty dile aru xekh.... Tata Bye Bye

  • @pramilaboro3754
    @pramilaboro3754 หลายเดือนก่อน

    যিমান আঁচনী বনালেও post graduate হলোঁ আজিলৈকে একো টকা নাপালোঁ 🤧🤧🤧

  • @user-tr5es9fi6c
    @user-tr5es9fi6c หลายเดือนก่อน

    অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলেজত পঢ়ি থকা সকলো ছাত্ৰ,ছাত্ৰী কাৰণে মাহত ৩,০০০( তিনি হাজাৰ ) টকা দিয়াৰ ব্যৱস্থা কৰিলে অসমৰ দুখিয়া ৰাইজে আপোনাক সন্মান জনাব,আৰু দুখিয়া ৰাইজেও বহুত উপকৃত হব ।অহা ২০২৬ চনত বিজেপি চৰকাৰ আৰু শক্তিশালী হ'ব বুলি মই ভাবো নমস্কাৰ।

  • @jituldeka3974
    @jituldeka3974 หลายเดือนก่อน +1

    ছোৱালীক আকোৱালি লৈ ল'ৰাক দলিয়াই দিছে | কি ভাল কাম কৰিছে

  • @taslimanasrin454
    @taslimanasrin454 หลายเดือนก่อน +1

    How to form fill it

  • @Kanha_222_
    @Kanha_222_ หลายเดือนก่อน +1

    Zender equality bula kiba ata asile😢...hbo next bar t mi u vote dim👍

  • @KiranSaikia-tn3dc
    @KiranSaikia-tn3dc หลายเดือนก่อน +2

    ইয়াক আমি সমৰ্থন নকৰো।

  • @monmajuli1508
    @monmajuli1508 หลายเดือนก่อน +2

    লৰাবোৰে সদায় মই মই হয় 😂😂

  • @Learnwithme-kw5rr
    @Learnwithme-kw5rr หลายเดือนก่อน +1

    Open University r pora, M.A. korile ai asoni lobo parim ne??

  • @SheemarooUmang
    @SheemarooUmang หลายเดือนก่อน +1

    what about boys and mens?????

  • @ParthajitKhataniar-pv6qn
    @ParthajitKhataniar-pv6qn หลายเดือนก่อน

    মামাই ল'ৰা সকলক মাহীয়া চকুৰে চাইছে। এইবাৰ ল'ৰাক 70%তেই scoty দিব লাগিব নহলে চুইচাইট কৰিম। এইবাৰ অন্তত 5% নম্বৰ হলেও কমাই দিয়ক। আৰু আমাক কিন্তু মানসিকভাৱে বহুত কষ্ট দিছে।

  • @porideka6066
    @porideka6066 หลายเดือนก่อน +4

    আপুনি নিজে এজন পুৰুষ হৈ লৰা বোৰৰ বাবে একো নকৰিলে ...তথাপিটো আপুনি দিয়া এই আঁচনি 90% ছোৱালীয়ে এই পইচা মিছ use কৰিব. তাতকৈ ভাল আপুনি শিক্ষা ব্যৱস্থা বা চিকিৎসাৰ উন্নতি কৰিলে অলপ কামত আহিল হৈ ...আৰু শিক্ষা ব্যৱস্থা উন্নতি কৰিছে টো বা একেবাৰে SEBA r নিয়ম সলনি কৰিছে ... কি যে হব হঠাৎ এটা নিয়ম উলিয়াই দিব আৰু আমি Pressure লব লাগিব ......যিহেতু আমাৰ পইছাৰে এইবোৰ কৰিব অলপ নিবনুৱা বা আন যেনে বানপানী আদিৰ দৰে সমাজৰ কাম কৰিলে অলপ কামত দিলে হয়...মই নিজে এজন ছোৱালী কিন্তু মই মোৰ ভাবখিনিহে প্ৰকাশ কৰিলোঁ

  • @asmcybertron9222
    @asmcybertron9222 หลายเดือนก่อน

    মামা আগতে আমাৰ nsp ৰ পইচা টো টাইম অত দিওক তাৰ পিছত আঁচনি ওলাই থাকিব 😢