Guwahati Floods News: ভৰলুৰ জলাশয়ৰ ওপৰত কোন মন্ত্ৰীৰ পুত্ৰই সাজিলে ২৫ মহলীয়া সুউচ্চ অট্টালিকা?

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 366

  • @debajanibaruah3105
    @debajanibaruah3105 2 หลายเดือนก่อน +94

    অশোকক বিদায় দিলে সকলো ঠিক হব ।উচ্ছেদিত মন্ত্ৰী অশোক ।এতিয়া আভূৱা কথা ।

    • @kuldeepbarman4487
      @kuldeepbarman4487 2 หลายเดือนก่อน

      Onna Assomiya montriye ki bujibo Assomiya r Kotha xihote Bahir r pora ahi eyat Poisa looti ase

    • @P1997Dutta
      @P1997Dutta 2 หลายเดือนก่อน +2

      Bhulote Ashok Sharma k bidai dile BJP

  • @debajanibaruah3105
    @debajanibaruah3105 2 หลายเดือนก่อน +103

    অশোকে লোকৰ ঘৰ ভাঙি নিজৰ ঘৰ বনাব লৈছে খেদিব লাগে অসমীয়া দুখ নুবুজা মানুহক ।

    • @mriduldas7259
      @mriduldas7259 2 หลายเดือนก่อน +23

      Adin ahibo.. Sheikh Hasina r dore ..

    • @punakondeka1785
      @punakondeka1785 2 หลายเดือนก่อน

      Jai sree ram kela😂😂😂😂

  • @SavagemodeON973
    @SavagemodeON973 2 หลายเดือนก่อน +47

    হিমন্তই মুখেৰেহে চৰকাৰ চলাই । মানুহৰ বাবে একোৱে নকৰে । অত্যধিক মূল্যবৃদ্ধিয়ে মানুহক জোলোঙা টেটু চেপি ধৰিছে । হিমন্তৰ সপোন সাৰ্থক হল ৰাইজ , মুখ্যমন্ত্ৰী হল, পত্নীক ৰিনিকী আম্বানী হল , বেপাৰ চলাইছে চৰকাৰৰ নামত । কিমান দিন ফিতাহী মাৰি গাদীত বহিব । ২০২৬ ত কান্দি কান্দি ভোট খুজিব লাগিব ।

  • @dilipmahanta8479
    @dilipmahanta8479 2 หลายเดือนก่อน +51

    লাহে লাহে চৰকাৰখনৰ মুখাৰ আৰৰ মুখ সম্ভৱ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। চৰকাৰে নিজৰে সমস্যা সমাধান কৰিব পৰা নাই নাগৰিকৰ কথা ভাৱিবলৈ অলপ সময় দিয়ক। তেওঁলোকৰ দলটো মেৰামতি কৰি লোৱাৰ পাছত নাগৰিকৰ সমস্যাবোৰ কথাৰেই ফু মাৰি নোহোৱা কৰি দিব।

  • @birendrahazarika7327
    @birendrahazarika7327 2 หลายเดือนก่อน +60

    অশোক সিংঘাল সম্পূৰ্ণ এজন বনিয়া ।

    • @SantanuKonwar-c9i
      @SantanuKonwar-c9i 2 หลายเดือนก่อน +5

      Hosakoi he kenekoi ticket pai logote montri

    • @SantanuKonwar-c9i
      @SantanuKonwar-c9i 2 หลายเดือนก่อน

      Tene ajon bahiror montri thakile akhomot jimn jatio hongothon thakilew aku koribo nuware

    • @pranjal1393
      @pranjal1393 2 หลายเดือนก่อน

      ​@@SantanuKonwar-c9i donation

    • @punakondeka1785
      @punakondeka1785 2 หลายเดือนก่อน

      ​@@SantanuKonwar-c9ijai sree ram 😂😂😂

  • @dharmaphukon3166
    @dharmaphukon3166 2 หลายเดือนก่อน +47

    গুৱাহাটী বাসীৰ সৎসাহসৰ অভাৱ, বহিৰাগতক ভয়তে গৃহ নির্মাণ কৰিবলৈ এৰি দিয়ে। তাৰ ফল ভুগিছে।

  • @RashmiMazumder-yq7tq
    @RashmiMazumder-yq7tq 2 หลายเดือนก่อน +26

    নিৰ্বাচনত তেওঁলোকক জয়ী নকৰিলেই হয়😢

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 2 หลายเดือนก่อน +16

    Smart city.. Smart development..... Flyover development... ℅

  • @dipkamaldeka9696
    @dipkamaldeka9696 2 หลายเดือนก่อน +47

    গুৱাহাটী বাসি স্ব ধাৰ ৰাইজ আপোনালোকে প্ৰতিবাদ ঠিকেই কৰে কিন্তু সত্যক ধাকি ৰাখি ভোটতো বি জে পি কে দি আছে। দলতকৈ সত্যক উপলব্ধি কৰা জনকহে চিনিব লাগে।

    • @rajibdeb3657
      @rajibdeb3657 2 หลายเดือนก่อน +3

      100% right

    • @kailashbora9234
      @kailashbora9234 2 หลายเดือนก่อน

      Thik kotha koisa.pane hola monot pora homoisha.vote ahela pahora homoishar kotha

    • @aikhunlungshangbunboruah1a269
      @aikhunlungshangbunboruah1a269 2 หลายเดือนก่อน +1

      এতিয়া সময় ওকলি গল কামতো আপোনালোকে ৭মেত কৰি দিলে যে

  • @basantaborgohain5372
    @basantaborgohain5372 2 หลายเดือนก่อน +26

    খৰালি দিনত গুৱাহাটী ৰাইজে এইবোৰ পাহৰি যাব,নে কি?

    • @Anuxondhan
      @Anuxondhan 2 หลายเดือนก่อน

      Oh😂

  • @utpalgoswami1990
    @utpalgoswami1990 2 หลายเดือนก่อน +66

    অশোক সিংঘালক নিৰ্বাচনত জিকাইছিল আপোনালোকৰ মানুহৰ ভোটেৰে ।এনেয়ে কিয় চিয়ৰিছে । মূখ্য মন্ত্ৰীৰ দৰে নিজকে পগলা কুকুৰ বুলি কোৱা ভাল নহ'বনে নে কি কয়?

    • @jayantadutta1024
      @jayantadutta1024 2 หลายเดือนก่อน +3

      জিকোৱাৰ সময়ত টো কোনেও ভবা নাছিল তেওলোকে এইদৰে ৰূপ সলাব বুলি

    • @realhero5657
      @realhero5657 2 หลายเดือนก่อน +2

      Right

    • @realhero5657
      @realhero5657 2 หลายเดือนก่อน +2

      ​@@jayantadutta1024টিঙৰ উপৰলৈ পানী উঠিলেও নানামে 😅😅

    • @ronitpegu1486
      @ronitpegu1486 2 หลายเดือนก่อน

      Asok Singhal dhekiajuli constituency r MLA hoi... guwahati r nohoi

    • @rajibkumar5163
      @rajibkumar5163 2 หลายเดือนก่อน

      Toiu bjp sua Sela atiya bahana di aso​@@jayantadutta1024

  • @pranjalgogoi1138
    @pranjalgogoi1138 2 หลายเดือนก่อน +23

    গুৱাহাটীৰ বেছিভাগ ডাঙৰ অট্টালিকাৰ মালিক অশোক শৃংঘাল ।

    • @sdworld6326
      @sdworld6326 2 หลายเดือนก่อน

      Iman toka kot pai...
      ED CBI abar furi ahibo pare dekhon

  • @achutananadabasumatary34
    @achutananadabasumatary34 2 หลายเดือนก่อน +3

    গাও ত বহুত সুখত আছো, নেলাগে চহৰৰ জাক জমকতা!

  • @TulikaboraKkp
    @TulikaboraKkp 2 หลายเดือนก่อน +6

    দুখীয়া ভূমিহীন লোকক উচ্চেদ কৰি চৰকাৰে বীৰত্ব দেখুৱাই কিন্তু বহিৰা গত বেপাৰী সোপাক ২৫ মহলীয়া বিল্ডিং সাজিবলৈ কোনে অনুমতি দিলে ??

  • @rajibramphookan9034
    @rajibramphookan9034 2 หลายเดือนก่อน +17

    অকৰ্মণ্য মন্ত্ৰীয়ে পদত্যাগ কৰক ৷

  • @prakashborah5396
    @prakashborah5396 2 หลายเดือนก่อน +7

    Moja .

  • @rabha2233
    @rabha2233 2 หลายเดือนก่อน +45

    চৰকাৰৰটো ভুল আছে ১00 শতাংশ ।কিন্তু জনসাধাৰণৰ ও ভুল আছে যথেষ্ট ।বহুতে নলাত জাৱৰ পেলোৱা দেখা পাওঁ ।

    • @jeshminamullick173
      @jeshminamullick173 2 หลายเดือนก่อน +3

      Exactly,even sometimes they throw garbage in other compartment 😢

    • @ansumangogoi216
      @ansumangogoi216 2 หลายเดือนก่อน +1

      আজিকালি নেপেলাই।বেলেগৰ পৰা অহা মানুহবোৰে আজিকালি পেলাই।অকল গুৱাহাটী মানুহে নেপেলাই

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 หลายเดือนก่อน +13

    তেওঁৰ ঘৰটো ভাঙি পেলাব লাগে। আপোনালোকে নেৰিব । আৰু ইমান টকা ক'ত পালে ইমান ডাঙৰ ২০ টলিয়া ঘৰ বনাবলৈ।

    • @DragonRider9
      @DragonRider9 2 หลายเดือนก่อน +1

      dhet kyo teneke koise..মৰাৰ পিছত সব property বোলে politicians বোৰে লগত চিলাই কৰি লৈ যায় (নৰকলৈ?)

  • @kimjennie5870
    @kimjennie5870 2 หลายเดือนก่อน +10

    বহিৰাগত সিংহলক চৰকাৰ পৰা বাদেই অসমৰ পৰা বাহিৰ কৰক

  • @AdvAbhijitNath
    @AdvAbhijitNath 2 หลายเดือนก่อน +5

    Just focus only on flyover, not on road and no proper drainage at all.

  • @jrbanamali
    @jrbanamali 2 หลายเดือนก่อน +4

    গাওঁতে ভাল কেলা নাহিবি তহঁতি townt থাকিব যায় পাইছ বহুত ভাল পাইছো ।

    • @Chao_Dip
      @Chao_Dip 2 หลายเดือนก่อน

      আপুনি কেতিয়াবা বেমাৰৰ চিকিৎসা কৰিবলৈ, বা উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ গৈছে নে?
      অসমৰ কৰবাত বানপানী হৈছে, ৰাইজে অসুবিধাত পৰিছে, তাত ভাল পাবলৈ কি আছে? কিহৰ ইমান হিংসা? কোনোবাই কষ্ট পালে ভাল লগাটো আপোনাৰ স্বভাৱ নেকি?

  • @RantuDas-o1d
    @RantuDas-o1d 2 หลายเดือนก่อน +10

    বহুত দেৰি হ'ল সাৰ পোৱা

  • @realhero5657
    @realhero5657 2 หลายเดือนก่อน +3

    খুৱ ভাল হৈছে অন্ধ ভক্তৰ গুৱাহাটী সমষ্টি আৰু ভোট দি 😅😅 পাইছা এতিয়া মজা ।

    • @kingdd9640
      @kingdd9640 2 หลายเดือนก่อน

      Ako vhot dibo nilaj kaitay aibur pahori

  • @vandyavlogs
    @vandyavlogs 2 หลายเดือนก่อน +3

    2026 ত এহেকা দিবলৈ সংকল্প লব লাগিব অসমৰ জনতাই।

  • @bhrigukakati6106
    @bhrigukakati6106 2 หลายเดือนก่อน +10

    Flyover logai dibo , ekdom sinta nokoribo .. flyover cm 😂😂😂😂😂 aru flyover ministers .. commission khua bania sob

  • @debenhandique9958
    @debenhandique9958 2 หลายเดือนก่อน +3

    ধন্যবাদ দাদা।

  • @gaurangahazarika2750
    @gaurangahazarika2750 2 หลายเดือนก่อน +4

    Guwahati Smart City 👍👍👍

  • @musicallibrary4149
    @musicallibrary4149 2 หลายเดือนก่อน +8

    কলা পানী নে ৰঙা পানী 🤔 কলা যদি হয় অশোক চিংঘালৰ হব

    • @DragonRider9
      @DragonRider9 2 หลายเดือนก่อน

      melina hoise নি ?

  • @Abdlah98
    @Abdlah98 2 หลายเดือนก่อน +4

    পৰিকল্পনা নকৰাকৈ থকা নাই । পৰিকল্পনা হ'ল - গুৱাহাটী ত বানপানীৰ উপদ্ৰৱ হলে , টকা ঘটিব পাৰিব, সেইয়াই পৰিকল্পনা।

  • @jehirulhuda3147
    @jehirulhuda3147 2 หลายเดือนก่อน +5

    অসমৰ বাদে আন কোন কোন ৰাজ্যত
    অসমীয়া মন্ত্ৰী আছে?

  • @pravachutia931
    @pravachutia931 2 หลายเดือนก่อน +15

    পলিথিন বন্ধ কৰিব লাগিব , লগতে ৰাইজ সজাগ হব লাগিব ।

    • @pranjal1393
      @pranjal1393 2 หลายเดือนก่อน +2

      বুকুলৈকে পানী পলিথিনৰ কাৰণে হৈছে বুলি ভাবে নে আপুনি? ৰাইজে সজাগ কি হব? জাবৰ জোথৰবোৰ খাই থলেহে হব।

    • @UdayPratapKakoty
      @UdayPratapKakoty 2 หลายเดือนก่อน

      পৌৰ নিগমে ঘৰে ঘৰে ডাষ্টবিনৰ ব্যৱস্থা কৰি সেয়া সময়মতে উঠাই নিয়াৰ ব্যৱস্থা কৰিছে নেকি?

  • @Rongmon-zl3wm
    @Rongmon-zl3wm 2 หลายเดือนก่อน +6

    দি লৈ ভোট, এতিয়া গিল বিস্কুটৰ গোট।

  • @rinjukalita6873
    @rinjukalita6873 2 หลายเดือนก่อน +3

    সকলো সাধাৰন মানুহ একেলগ হ'ব লাগিব,চমক খুউৱা মন্ত্ৰী ক দিঙীত চেপী ধৰিব লাগিব,

  • @rajibbasumatary2408
    @rajibbasumatary2408 2 หลายเดือนก่อน +7

    Akou abar....sarkar

  • @basantaborah7325
    @basantaborah7325 2 หลายเดือนก่อน +9

    B j p k vot diyak aru

  • @bhaskarmonjai
    @bhaskarmonjai 2 หลายเดือนก่อน +10

    Mira Borthakur was best candidate for Guwahati LS

    • @boonsaikia8526
      @boonsaikia8526 2 หลายเดือนก่อน +1

      Guwahatir raij teliya hoi, himontok bhoy kore bjpk vote diye laj loga naine apunalukor.

  • @louisbenzamin8955
    @louisbenzamin8955 2 หลายเดือนก่อน +15

    সোন ৰ গাওঁ বোৰ এৰি চহৰমুখি হোৱাৰ পৰিনাম

    • @rajibdeb3657
      @rajibdeb3657 2 หลายเดือนก่อน +1

      Right

    • @bikbik549
      @bikbik549 2 หลายเดือนก่อน +2

      Sonar gaon t job thakilehe. Gaon t thoka sopai kintu akou city t ata bhai kokai thakile tar oparate toka khuji khuji khabo bisare.

    • @bikbik549
      @bikbik549 2 หลายเดือนก่อน +3

      TET r sakori keitar bahire sakori e nai gaon t. Tate akou gaon r maiki sopar jihe niyom, aitu napai seitu nokoribi, akou gaon t asomiya manuhe ajikali khetio nije nokore, beleg manuh mati ane.

    • @ManjuBorah-p8i
      @ManjuBorah-p8i 2 หลายเดือนก่อน

      Si si toilet r paikhana r pani o humaise nohoi baru bhitor t..

  • @fanofzg
    @fanofzg 2 หลายเดือนก่อน +6

    আৰু বিবেক বিক্ৰী কৰি বৰ পীৰা পাৰি দিলে হল। ভুল আমাৰ মানুহবোৰৰ।

  • @BiswajitChutia-h8v
    @BiswajitChutia-h8v 2 หลายเดือนก่อน +1

    Smart City

  • @jageswarrabha9522
    @jageswarrabha9522 2 หลายเดือนก่อน +6

    ৰাইজে অশোক সিংহালৰ ঘৰটো আগতে উচ্ছৈদ কৰিব লাগিব ।

  • @mridulkumarborah4181
    @mridulkumarborah4181 2 หลายเดือนก่อน +3

    Bahatia Golami jibanar jatana Nishita. Thanks.

  • @apurbakalita7899
    @apurbakalita7899 2 หลายเดือนก่อน

    Same condition dharapur dipor bill khkht earth filding kori protec building

  • @arunsaloi209
    @arunsaloi209 2 หลายเดือนก่อน +5

    আপোনা লোকে নিৰ্বাচনৰ সময়ত পাহৰি যায়।কাৰণ আচনিৰ ১২৫০ টকা পাইছে।গতিকে পগলা কুকুৰক ভোট দিব।

  • @sanibdoley525
    @sanibdoley525 2 หลายเดือนก่อน +4

    অসম চৰকাৰে কৈ থকা উন্নয়নৰ গংগা গুৱাহাটী আহি পালেহি !

  • @statisticsinsights2018
    @statisticsinsights2018 2 หลายเดือนก่อน

    The residents of Guwahati should really come out. The beautiful guwahati is slowly becoming a very difficult city to live in.

  • @bandanagayan1929
    @bandanagayan1929 2 หลายเดือนก่อน +7

    বি জে পি চৰকাৰক ভোট দি এতিয়া কি অৱস্থাত থাকিব লগীয়া হৈছে বিজুলীক মাতি আনি পানীত মেলি দিব লাগে

  • @malaxmihazarika2228
    @malaxmihazarika2228 2 หลายเดือนก่อน

    Very good 👍👍 excellent 👌

  • @TaraliMedhi-f3l
    @TaraliMedhi-f3l 2 หลายเดือนก่อน

    Nolar uport rasta Hyderabad ot dekhisu bht hundor hbo

  • @Hrishikeshbaruah14
    @Hrishikeshbaruah14 2 หลายเดือนก่อน

    🔥🔥🔥🔥

  • @abinashsaikia654
    @abinashsaikia654 2 หลายเดือนก่อน

    Right

  • @Assamesestorytales
    @Assamesestorytales 2 หลายเดือนก่อน +1

    সঁচা কথা কৈছে

  • @rajbaba2432
    @rajbaba2432 2 หลายเดือนก่อน

    omg ki cholise eibur

  • @rantusharma2759
    @rantusharma2759 2 หลายเดือนก่อน

    Good

  • @rohitbharadwaz7960
    @rohitbharadwaz7960 2 หลายเดือนก่อน

    Jagat etya hei dhorise👍

  • @nitultalukdar2504
    @nitultalukdar2504 2 หลายเดือนก่อน +4

    আঁচনি লোৱা বন্ধ কৰক, সকলো ok hoi যাব

  • @kalpanadutta2269
    @kalpanadutta2269 2 หลายเดือนก่อน +6

    Mira baidew jika hole bhal ashil

    • @boonsaikia8526
      @boonsaikia8526 2 หลายเดือนก่อน +3

      Mira baidewk vote nidiya manuh bilakor laj loga naine etia.

  • @nripenboruah32
    @nripenboruah32 2 หลายเดือนก่อน +2

    গুৱাহাটীবাসী হাৰ পাইছে বানপানীৰ ফলত।সদায় সজাগ হৈ থাকিব লাগে।

  • @jugalbaruah6541
    @jugalbaruah6541 2 หลายเดือนก่อน +2

    It has become a common problem for every big cities in our country. So please have patience and give good suggestion to the Authorities in a constructive way.

  • @lavataid1442
    @lavataid1442 2 หลายเดือนก่อน

    Mama asey ta kyar sinta

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 2 หลายเดือนก่อน +2

    ভাল হৈছে বিজেপি দলৰ মানুহক ভোট দিয়াৰ ফল পাইছে

  • @gunjalkalita7187
    @gunjalkalita7187 2 หลายเดือนก่อน

    Akou abar .. .

  • @BidyutBoruah-i4n
    @BidyutBoruah-i4n 2 หลายเดือนก่อน +1

    Fly over dise thakiboloi. Kihar sinta

  • @parhanabegum9534
    @parhanabegum9534 2 หลายเดือนก่อน +1

    Kot toka pale anuxondhan koribo lage

    • @boonsaikia8526
      @boonsaikia8526 2 หลายเดือนก่อน +1

      Ed cbi kot ase etia.

  • @ronyandrews1592
    @ronyandrews1592 2 หลายเดือนก่อน

    GMDA should immediately bring in experts from IIT and ASSAM STATE APPLICATIONS CENTER to do a total recalculation of the entire DRAINAGE SYSTEMS IN GUWAHATI CITY and take needful action.

  • @kapil4586
    @kapil4586 2 หลายเดือนก่อน

    Apunalok kun duniat ase, xei building tur occupancy certificate hoi joa buli xunisu. Atia eku karibo nuare.

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 2 หลายเดือนก่อน +2

    এতিয়া সকলোৱে সমস্বৰে চিঞৰক আকৌ এবাৰ...

  • @automobilelovertravel7566
    @automobilelovertravel7566 2 หลายเดือนก่อน +3

    2026 চনত
    BJP ক ভোট নিদিব...

  • @debabratgoswami7632
    @debabratgoswami7632 2 หลายเดือนก่อน

    Bohut dinor murot nobin Nagar news t ahil

  • @rupamsaikia9198
    @rupamsaikia9198 2 หลายเดือนก่อน

    Ako jdi korai ny bijuli kolita jikil kenekoi mja paisu

  • @id6808
    @id6808 2 หลายเดือนก่อน

    Swamp areas became luxurious appartments, what we got is newton's 3rd law.

  • @RamenDas-g5t
    @RamenDas-g5t 2 หลายเดือนก่อน

    Flyoveror namot bahut corruption hoi ase

  • @manabkalita3629
    @manabkalita3629 2 หลายเดือนก่อน

    আচলতে আমাৰ মানুহ বোৰৰ অ ভূল আছে, বছৰৰ ছয় মাহ আমি অকল লেতেৰা এ কৰোঁ গুৱাহাটী খন চফা কৰি ৰখাৰ ডিউটি কি অকল চৰকাৰ? ৰথ যাত্ৰা, চত পূজা, ভলবোম, দুৰ্গাপূজা, দিৱালি আমি অকল নিজৰ ফুৰ্তিৰ কাৰণে, নিজৰ লাভৰ কাৰণে, লেতেৰা কৰোঁ কত ছফা হৈ থাকিব ,ফুড ষ্টল বোৰ টো আছে এ কিমান প্লাষ্টিক ওলাই daily, কোনোবাই জানো নিজৰ ঘৰ খনক বাহিৰে ৰাস্তা চাফা কৰে? ঘৰৰ ওচৰত থকা নলাটো চাফা কৰে? বাহিৰৰ দেশ বোৰৰ পৰা আমি অকল বেয়া খিনি শিকোঁ।।।

  • @realhero5657
    @realhero5657 2 หลายเดือนก่อน +1

    অন্ধ ভক্তসকল জিন্দাবাদ 😅😅

  • @bobitabhuyan3260
    @bobitabhuyan3260 2 หลายเดือนก่อน

    Pani xukale sb pahori jabo..eytu notun kotha nhy..

  • @drvideos1551
    @drvideos1551 2 หลายเดือนก่อน

    Pani ulai jabo nuara ke ghor bonale , jabor bur rasta ghate pelale anekuai hobo

  • @rahulsheikhbabu6086
    @rahulsheikhbabu6086 2 หลายเดือนก่อน

    Vhal kotha koise dada❤

  • @rajibpegu5313
    @rajibpegu5313 2 หลายเดือนก่อน +3

    অসমৰ অসমীয়াই বনীয়াৰ গুলামী

  • @dipankarboro1109
    @dipankarboro1109 2 หลายเดือนก่อน +1

    Smart City nhoi Hemant City.

  • @dipankar7336
    @dipankar7336 2 หลายเดือนก่อน

    Ekdom hosa kotha koise aapuni aamar asomot ki asomia minister ni

  • @NaliniDeka-mq1rf
    @NaliniDeka-mq1rf 2 หลายเดือนก่อน +2

    পানী সকলোতে উঠিছে তাৰ মানে আপোনালোকে বুজি পোৱা নাই সব কৰা সাথ সব কৰা বিকাশ

  • @halfblood3544
    @halfblood3544 2 หลายเดือนก่อน

    2 din mnor psot.. Sb pahoribo raizee.. No tension

  • @Rokcybhai-v7i
    @Rokcybhai-v7i 2 หลายเดือนก่อน

    Axomot Axiyay banale kunu kotha nasil.jihetu eibur boniya.gotike Axomiyay eibur bangi pelabo lage.eyat Axomor jatiyo Hongothonoru Dayitya Aase.

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 2 หลายเดือนก่อน +3

    Arrest Ashok Singhal behari.

  • @malaxmihazarika2228
    @malaxmihazarika2228 2 หลายเดือนก่อน

    গোৰৱ নাইকিয়া হৈ গ'ল আমি গুৱাহাটী বাসিন্দা কবলৈ

  • @nitulboruah7781
    @nitulboruah7781 2 หลายเดือนก่อน

    Dada hokol nolat pani hoi

  • @Dark_Hunter127
    @Dark_Hunter127 2 หลายเดือนก่อน +1

    aru bhot de pa moja

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน

    ৰাইজৰ মতামত চৰকাৰৰ সমালোচনা। এটা Drone camera লাগিব যে গুৱাহাটী মেঘালয়ৰ পাহাৰৰ পাদদেশত বহু তলত অৱস্থিত।কালি হোৱা বৰষুণ ১০বছৰৰ ভিতৰতে নাই। গতিকে অলপ ভাবি চিন্তি কেমেৰাৰ আগত ক'লে ভাল লাগে। বহু কেমেৰাৰৰ এনে ধৰণৰ দৃশ্য লোৱা হয় বা আইনেও মানি লয় তাৰ সতয়তা। এজন মন্ত্ৰীৰ নাগৰিকত্ব লৈ মন্তব্য ভাল হোৱা নাই। আমি কম কেমেৰাৰে বক্তব্য ৰাখিলে মাৰ্জিত হোৱা দৰকাৰ।যি পৰতেলে প্ৰচাৰ কৰি ঘৰ প্ৰদৰ্শন কৰিছে ই অনয় এক আচহুৱা কান্দ।

    • @ayangentertainer9975
      @ayangentertainer9975 2 หลายเดือนก่อน

      dubi moribi tothapi chamsa giri eri nidibi gadho

    • @gunakantabaruah6243
      @gunakantabaruah6243 2 หลายเดือนก่อน

      @@ayangentertainer9975 প্ৰথমতে অসমীয়া ভাষাত লিখি উওৰ দিব।চামচা অসমীয়া শব্দ যদি নহয় কি হ'লে ভাল হয় জনাব। গুৱাহাটীৰ মানুহৰ চৰকাৰক সমালোচনা দেখি দেখি ভাঙৰ হৈছোঁ। ভাল কথাৰে পৰস্পৰ আলোচনাৰে সমস্যা সমাধান দেখা যায়। হঠাৎ অতিপাত বৰষুণ হ'লে বিশেষ ভাৱে পাহাৰত সেই পানীয়ে ভয়ানক ভাবে নামি আহি তানদব কৰে। যোৱাকালিও সেয়ে হৈছে। Drone কেমেৰাৰৰে সামৰি দেখুৱাই ৰাইজক পতিয়ন নিয়াবলৈ ভাল আছিল। আমি দুবি নমৰো কাৰণ আমি উখ ঠাইৰ ঘৰত থাকো। সেইবুলি নিজৰ চহৰখন কেনেকৈ কৃত্ৰিম পানী মুক্ত কৰিব পাৰি চিন্তা কৰোঁ। চৰকাৰে নকৰিলে কোনে কৰি দিব? সহযোগ নকৰি কেৱল আক্ৰমণ কৰি লাভ হ'বনে? একোটা ৰাছটাকে পকি নৰ্দমাৰ হিচাপে বনাই পানী নিষ্কাষণ নকৰিলে যাতায়তো চলিব কৃত্ৰিম পানীও উলাই নদীত পৰিব।ইতয়াদি কথা পৰস্পৰ আলোচনা কৰিলেহে উপায় ওলাব। যিবিলাকে তমতমাই কথা কৈছে তেওঁলোকৰ দিনত কিবা এই পানী নাছিল নে? গতিকে অসমীয়া হৈ অসমীয়াই বিচৰা উপায় চিন্তা কৰক। নহ'লে আমি দুব নাযাও যাব এই কাজিয়া কৰি থকা সকল।

  • @labakumarnath7965
    @labakumarnath7965 2 หลายเดือนก่อน

    5:31 ai2 vl katha kaisae

  • @rohitmili2661
    @rohitmili2661 2 หลายเดือนก่อน +1

    Waste management jetia loi thik nhoi tetia loi thik nhoi banpani homosya

  • @northeastindiasaddamromeo8838
    @northeastindiasaddamromeo8838 2 หลายเดือนก่อน

    গুৱাহাটী আৰু ইয়াৰ ৰাইজ এতিয়াও বুজি নাপাই ,,,ইয়াত ৰহস্য আছে

  • @pritom21
    @pritom21 2 หลายเดือนก่อน +2

    Apunaluke tetiahole bijuli baido k kio jikale? Tetia aibur monot nahil niki?

  • @samirranjandas2400
    @samirranjandas2400 2 หลายเดือนก่อน +1

    Aru vote diya

  • @gaurangaburagohain7451
    @gaurangaburagohain7451 2 หลายเดือนก่อน

    Akhomiyat manuhe paboi lage.....horu horu sarthar karone bikri juwa akhomiya manuh

  • @bipulborah2193
    @bipulborah2193 2 หลายเดือนก่อน +2

    বিজুলী কলিতা আইতাই একো উপদেশ নিদিয়ে নেকি গুৱাহাটী বাসিক।

  • @durnadeepbaruah6330
    @durnadeepbaruah6330 2 หลายเดือนก่อน

    সকলো ফালৰ পৰা উন্নয়ন, উন্নয়ন আৰু উন্নয়ন কথাষাৰ চাগে ৰাইজৰ মনত আছে।

  • @kutulu7.
    @kutulu7. 2 หลายเดือนก่อน

    Hehe...kintu ami vote dim .. .. haha

  • @assa516
    @assa516 2 หลายเดือนก่อน

    গুৱাহাটীবাসী আকৌ এবাৰ

  • @biswajyotipayun8218
    @biswajyotipayun8218 2 หลายเดือนก่อน

    Ghor jattra korute kot aasili

  • @gopalnarah8064
    @gopalnarah8064 2 หลายเดือนก่อน +1

    Paise mojjaaaa

  • @monjunee1959
    @monjunee1959 2 หลายเดือนก่อน

    Bijulir chamak kot. Aru bipul bhutat joijukto korok.