কৃত্ৰিম বানৰ যন্ত্ৰণাই বাৰুকৈ ভাৰাক্ৰান্ত কৰিছে মহানগৰবাসীক

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • কৃত্ৰিম বানৰ যন্ত্ৰণাই বাৰুকৈ ভাৰাক্ৰান্ত কৰিছে মহানগৰবাসীক। ৰাজপথ, ঘৰ ক’তোৱেই যেন শান্তিত থাকিব পৰা নাই গুৱাহাটীবাসীয়ে। জনতাৰ ক্ষোভ, দোষ একাকাৰ মহানগৰত। মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৃত্ৰিম বানত আক্ৰান্তৰ।
    #pratidintime #assam #floodupdate

ความคิดเห็น • 19

  • @palashpratim2809
    @palashpratim2809 หลายเดือนก่อน +5

    মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোধহয় চিন্তা কৰি আছে যে ম‌ই কেনেকৈ এতিয়া ৰাইজক মোৰ কৌশলগত idea ৰে আকৌ বুজাব কেনে ধৰণে পাৰিম তাৰ এটা সমিধান হে লাগে বৰ্তমানৰ সময়ত , নহয় নে ? 😊 😁😸

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr หลายเดือนก่อน +2

    ভোট প্ৰদান কৰা BJP

  • @chinmoydas4475
    @chinmoydas4475 หลายเดือนก่อน +1

    আপোন ভালে জগত ভাল।জনসাধাৰণ সজাগ হব লগিব।জাৱৰ-জোথৰ যতে -ততে পেলাব নালাগিব,নলা-নৰদমা বহলী কৰনত চৰকাৰক বাধা আৰোপ কৰিব নালাগিব।

  • @manojkumardutta8590
    @manojkumardutta8590 หลายเดือนก่อน

    এইয়া মহানগৰীত কৃত্ৰিম বান নহয় ওপৰৰপৰা পৰা বৰষুণ ৰ পানীহে

  • @pankajboruah7222
    @pankajboruah7222 หลายเดือนก่อน +3

    BJP k vote ako diya

  • @thedevogramstory7483
    @thedevogramstory7483 หลายเดือนก่อน +1

    Aru vote dia bijulik... Atia hula saga bijuli.. 😂😂😂

  • @manashkalita8546
    @manashkalita8546 หลายเดือนก่อน +2

    Kenai...bjp na...enjoy banpani.

  • @muddassarhussain8857
    @muddassarhussain8857 หลายเดือนก่อน

    Akol dhol bojabo kaamor Aiyai Amrit kaal soli ase

  • @thedevogramstory7483
    @thedevogramstory7483 หลายเดือนก่อน +1

    Himanta ahonkar ajak boroxuna vangi dila

  • @PBFilms-od2kj
    @PBFilms-od2kj หลายเดือนก่อน

    Ekku nii hoi jaai aru guwahati hee.....😛

  • @msaikia5890
    @msaikia5890 หลายเดือนก่อน

    Kam ase janu aeiburr

  • @SajidHussain-uw5hk
    @SajidHussain-uw5hk หลายเดือนก่อน +1

    🚣🚣🤐🤐

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q หลายเดือนก่อน

    Sarmah Sorkar r kotha 😅😅😅😅😅😅😅😅😅😅 Dalal Rajniti

  • @jintuassam2535
    @jintuassam2535 หลายเดือนก่อน

    এই হৈছে BJP চৰকাৰ আহি আছে 26 মামা

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 25 วันที่ผ่านมา

    BJP Sarkar very