THE YOUNGEST FAN OF DIPAK SARMA. HIS SPEECH WILL BLOW YOUR MIND.

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ก.พ. 2022
  • THIS VIDEO IS ABOUT THE YOUNGEST FAN OF DIPAK SARMA.HIS SPEECH WILL BLOW YOUR MIND.
    MY INSTA dipak_sarma_143...

ความคิดเห็น • 635

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +51

    ভাইটিৰ কথা শুনি বৰ ভাল লাগিল। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @priyankasaikia5302
    @priyankasaikia5302 2 ปีที่แล้ว +91

    "একো নাই হৈ যায়",,,,, এই সাধাৰন বাক্য শাৰীয়েই কেতিয়াবা জীৱন টো সলাই পেলাই,,,,,,❤️❤️

  • @travelsphere6154
    @travelsphere6154 2 ปีที่แล้ว +15

    "একো নাই হৈ যায়..." ..সি আপোনাৰ বৃহৎ সফলতা....ভাল লাগিল বহুতো

  • @jaanjaan8503
    @jaanjaan8503 2 ปีที่แล้ว +12

    কন মানি বাবু জনৰ কথাই বুকুখন কপাই তুলিলে । বহুত সুন্দৰ আৰু সাহসী ল'ৰা উজ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏

  • @mr.baruah9271
    @mr.baruah9271 2 ปีที่แล้ว +36

    একো নাই হৈ যাই __ এই বাক্য শাৰী এ মোক ইমান simple কৰিছে যে মোৰ কেতিয়বা নিজকে বহুত ভাল লাগে ___! Thenq dipok sir _! বহুত বহুত ভাল লাগে

  • @rashmirekhaphukon9701
    @rashmirekhaphukon9701 2 ปีที่แล้ว +11

    পোৱালীটো হাঁহিটো আৰু কথাবোৰে বৰ ভাল লাগিল|কেইবা বাৰু চাই আমনি নালাগিল| ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু বহুতদূৰ আগবাঢ়ি যাওক|

  • @debajitzgVlog
    @debajitzgVlog 2 ปีที่แล้ว +67

    খুউব সুন্দৰ.....কণমানি টিকলা ভাইটি... দেশৰ ভবিষ্যত হয় তোমালোক.... ঈশ্বৰে ভালে কুশলে ৰাখক তাৰেই কামনা কৰিছোঁ....লগতে দীপক ছাৰকো মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জনাইছোঁ...❤️

  • @jitulkalita4864
    @jitulkalita4864 2 ปีที่แล้ว +10

    ধুনীয়া লাগিছে আজিৰ ভিডিঅ'টো চাই ,

  • @chitrajitpegu9885
    @chitrajitpegu9885 2 ปีที่แล้ว +24

    "একো নাই হৈ যায়" এটি বাণীলৈ ৰূপান্তৰিত হৈছে, বহুত বহুত ধন্যবাদ থাকিল দিপক দা❤️❤️

  • @priyakshiborah2023
    @priyakshiborah2023 2 ปีที่แล้ว +67

    সচাঁকৈয়ে, এক বুজাব নোৱাৰা অনুভৱ... 🥰
    আপোনাৰ কথাই জীৱনত আগুৱাই যাবলৈ বহুত সাহস দিয়ে। শুনিলে শুনি থাকিবলৈ মন যায় আপোনাৰ বক্তব্য....।
    আপোনাক ভগৱানে কুশলে ৰাখক.... 🙏🙏
    মোৰ পৰা আপোনালৈ অজস্ৰ সেৱা জনালোঁ 🙏🙏

  • @ankurentertainment2791
    @ankurentertainment2791 2 ปีที่แล้ว +5

    সচাকৈ বহুত ভাল লগিল তেওঁৰ দৰে মৈয়ো আপুনাক লগ পাব বিচাৰো ছাৰ

  • @devikagogoi2898
    @devikagogoi2898 2 ปีที่แล้ว +15

    আশীৰ্বাদ সদায়েই থাকিব আগুৱাই যোৱা বেটা । দীপক ছাৰ আপোনাৰ ভিডিঅ পাবৰ বাবে ৰৈ থাকো ।

  • @DamarSBGurung
    @DamarSBGurung 2 ปีที่แล้ว +109

    Salute both of you

  • @user-tf7yo9jc4v
    @user-tf7yo9jc4v 2 ปีที่แล้ว +13

    সছাকৈ ছাৰ আপোনাৰ কথাবোৰ গোতেই দিনতো শুনি থাকিলেও হেপাহ নপলাই ।
    বহুত প্ৰেৰনা পাইছো আপোনাৰ পৰা জীবনত

  • @shamishbhuyan52
    @shamishbhuyan52 2 ปีที่แล้ว +47

    বৰ ধুনীয়া।❤️ আপোনাৰ আৰু ভাইটিটোৰ কুশল কামনা কৰিছোঁ।

    • @lalitabora912
      @lalitabora912 ปีที่แล้ว

      bohut puroni kahini jodiyu xoity promanito bos solay sical 7 days and night ba dhumuha bos nenamei aru moiyu xarpayu kenekoi janu solay ase cycal dadajone bos ratipuai thik 6 a.m ba zayu diyu notun aru coru phulor aru xoru gamusa jodiyu kusot yuthi loihe ba bohut coru suwali aijoni kusor ai sakori kore flood contular bohut morom aru sneherei ami dangor hoi ahisu jodiyu bos xobha pate bohut manuh jodiyu 4000 or 5000 punor diyu notun gamusa aru orihona bohut hisap kori xex koriboi nuwarilei bos nomoskar sir jodiyu krisno krisno krisno krisno krisno krisno krisno krisno krisno oporadho bina xono jani name pocilu corone ano goti nahike morone oporadho khoma kori muko roikha koriyu sorone bos punor nomoskar

  • @rantuhazarika4508
    @rantuhazarika4508 2 ปีที่แล้ว +6

    Sir bohut bohut dhoinyabad apuner video sai aji Moi eta examt select Holu sir dukhiya ghrr lra hoi Moi bht theka pabo loga hoisil jibont kin2 apuner video a bhut hahokh dile mok 🙏

  • @mantuhaloi4159
    @mantuhaloi4159 2 ปีที่แล้ว +14

    বাবু তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিছো

  • @raseedahmed7391
    @raseedahmed7391 2 ปีที่แล้ว +8

    ভাল লাগিল লৰা জনৰ speech huni 😊

  • @joyshreedas4304
    @joyshreedas4304 2 ปีที่แล้ว +8

    ভাল লাগে ছাৰ আপোনাৰ প্ৰতিটো video আৰু প্ৰতিটো video ৰ পৰা এক নতুনত্ব শিকোঁ সাহস ,প্ৰেৰণা পাওঁ যেনেকৈ আপুনি কথাবোৰ কয় ময়ো কৰিব চেষ্টা কৰোঁ 😘😍কুশলে থাকক সদায় ৷

  • @jogenmiliofficial2712
    @jogenmiliofficial2712 2 ปีที่แล้ว +12

    সঁচাকৈ আপোনাৰ কথা বুৰ শুনি বহুত ভাল লাগে

  • @ankurjyoti533
    @ankurjyoti533 2 ปีที่แล้ว +4

    ছাৰ বহুত বহুত ভাল লাগিল... টিকলা তোমাক ভগৱানে ভালে ৰাখক 💐🙏

  • @rakeshdas-jm7ok
    @rakeshdas-jm7ok 2 ปีที่แล้ว +7

    বহুত ধুনীয়া লাগিল😊

  • @manalishabonia3669
    @manalishabonia3669 2 ปีที่แล้ว +10

    পুৱাই আপুনাৰ ভিডিঅ এটা চাই দিনটো আৰম্ভ কৰোঁ | মনত থকা বহুত বুজা আতৰ হোৱা দৰে অনুভৱ হয় আজি আৰু বেছি ভাল লাগিল কণমানিটোৰ কথা শুনি |

  • @sangivlog635
    @sangivlog635 2 ปีที่แล้ว +2

    Tikla tu ktha bur khosai bor morom loga pai...hahi hahi speech di dise sai bohut val lgise .. God bless you beta💕.. BNC power 🌹🙏

  • @pratimchutia7002
    @pratimchutia7002 2 ปีที่แล้ว +5

    আপোনাৰ video 2 চাই বহুত ভাল লাগিল

  • @ruminakhatun575
    @ruminakhatun575 2 ปีที่แล้ว +11

    You are great teacher in my life 💪

  • @ZERO_motivation
    @ZERO_motivation 2 ปีที่แล้ว +6

    ভাল লাগিল দীপক দা ❤️❤️

  • @pinkumoniborah5914
    @pinkumoniborah5914 ปีที่แล้ว +1

    সচাকৈ খুব সুন্দৰ। কথাকেইষাৰ শুনি আপ্লুত হলো। ভাল লাগিল। দাদা আপুনি সচাকৈ এজন সফল ব্যক্তি।কিয়নো আপোনাৰ কথাখিনিয়ে এজন কনমাণিক উৎসাহিত কৰিব পাৰিছে। ভালে থাকক।

  •  2 ปีที่แล้ว +20

    Thank you sir

  • @bornaliborah1237
    @bornaliborah1237 2 ปีที่แล้ว +10

    আপুনি আমাৰ বাবে ভগৱানৰ এটা উপহাৰ 😊🥰
    ভালে থাকক আপুনি 💞

    • @lkramulhoque7652
      @lkramulhoque7652 2 ปีที่แล้ว

      মানুহক ভগৱান কব নাপাই বুজিলা

    • @bornaliborah1237
      @bornaliborah1237 2 ปีที่แล้ว

      @@lkramulhoque7652 kio

    • @lkramulhoque7652
      @lkramulhoque7652 2 ปีที่แล้ว

      @@bornaliborah1237 মানুহে পিথিবী খন সৃষ্টি কৰা নাই নহয় বা এনে এনে হোৱা ইয়াৰ আৰত কোনোবা আল্লা ঈশ্বৰেই আছে।

    • @bornaliborah1237
      @bornaliborah1237 2 ปีที่แล้ว +2

      @@lkramulhoque7652 Oooo gm paw

    • @lkramulhoque7652
      @lkramulhoque7652 2 ปีที่แล้ว +1

      @@bornaliborah1237 আৰু নকব বাইদেউ🙏🙏

  • @bhadrabrahma5460
    @bhadrabrahma5460 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল, ল'ৰাতোৰ confidence and maturity দেখি।❤️❤️

  • @nabanitadas4366
    @nabanitadas4366 2 ปีที่แล้ว +6

    সচাঁকৈ বহুত বহুত ভাল লাগিলে ।

  • @minakshirajsaharia427
    @minakshirajsaharia427 2 ปีที่แล้ว +12

    সাহস দিয়ে আপোনাৰ কথাই😊তাৰেই উদাহৰণ এই শিশুটি🥰

  • @dhrubajyotikashyapphotogra9231
    @dhrubajyotikashyapphotogra9231 2 ปีที่แล้ว +2

    ই‌ বেটা মাল মাগুৰ হৱ
    আশা কৰো সপোন ফলিয়াক ❤️

  • @user-xo7zs9vl8x
    @user-xo7zs9vl8x 2 ปีที่แล้ว +9

    আপোনাৰ দৰে পথ দেখাওতা থাকিলে জীৱন বাটত কোনেও উজুটি নাখায় |

  • @dutta22
    @dutta22 2 ปีที่แล้ว +4

    🤗wow ভাইতিটোৰ কথা কেইটা বহুত তক তকীয়া🔥উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ🙏

  • @purabikalita5096
    @purabikalita5096 2 ปีที่แล้ว +9

    very nice

  • @gitarthasarma9575
    @gitarthasarma9575 2 ปีที่แล้ว +15

    I saw that he has such a speciality and that is self confidence. AT the age of 6/7, this is a very big opportunity to him. Love from ghy. May God bless you. ❤️❤️

    • @tikusarmah1910
      @tikusarmah1910 ปีที่แล้ว

      😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @faizurrahman8473
    @faizurrahman8473 2 ปีที่แล้ว +3

    OMG কি যে সুন্দৰ বৰ ভাল লাগিল দাদা।

  • @harshamotivation3308
    @harshamotivation3308 2 ปีที่แล้ว +6

    Best of luck 🤞♥️ love from heart

  • @amiaxomiya2423
    @amiaxomiya2423 2 ปีที่แล้ว +1

    ভাইটিতোৱে শেষত গোৱা মহা মৃত্যুঞ্জয় মন্ত্ৰটোৰ বাবে আৰু বেছি ভাল লাগিল।সভ্যতা সংস্কৃতিৰ প্ৰতিও যে আমাৰ প্ৰজন্মটো দায়িত্বশীল সেইয়া প্ৰতিপন্ন হ'ল।
    ভিদিঅটো হাস্যৰসকৰ বাবে নলৈ অভিভাৱক সকলে নিজৰ সন্তানকো মঞ্চত উঠিবলৈ বা উঠি ভাষণ,নৃত্য,গীত কৰিব দি সাহস দিয়ক।
    এই সাহসবোৰ গাৱৰ ভোগালীৰ অনুষ্ঠান বা উৎসৱ পাৰ্ৱনত প্ৰতিযোগীতা পাতি নিজৰ সন্তানক আগবঢ়াই দিয়ক লগতে স্কুলৰ অধিৱেশনবোৰত…
    মবাইলৰ ভিদিঅ গেম আৰু ৰিলছ্ বনোৱাৰ নামত একাংশ ধ্বংস হৈছে আৰু একাংশ গঢ় লৈ উঠিচে সুস্থ মগজুৰ নাগৰিক হৈ… সকলোৰে মঙ্গল হওঁক।

  • @akandaa8446
    @akandaa8446 2 ปีที่แล้ว +8

    Verry confedance child. God bless you bro 🙏🙏🙏🙏😘😘

  • @nazzrull
    @nazzrull 2 ปีที่แล้ว +6

    Ako Nai hoi jai❤❤❤

  • @2.0940
    @2.0940 2 ปีที่แล้ว +12

    Nice speech🥰love from majuli 🌟🌟⭐🌟⭐🌟⭐🌟⭐🌟👍🔥🖤

  • @bvlogs1750
    @bvlogs1750 2 ปีที่แล้ว +8

    Lovely 😍 love from biswanath college ❤️

  • @karabisarmah7542
    @karabisarmah7542 ปีที่แล้ว +2

    Thank you so much Dipak dada and God bless you 😘 Raja( Ajaan Abhishek)

  • @deepkumarnath1994
    @deepkumarnath1994 2 ปีที่แล้ว +3

    অ' বহুত সুন্দৰ,☺️

  • @opteam07entertainment27
    @opteam07entertainment27 2 ปีที่แล้ว +23

    Thank you sir 😘☺️😊

  • @Forcrazy905
    @Forcrazy905 2 ปีที่แล้ว +8

    Nice

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 ปีที่แล้ว +5

    So Sweet ❤ & God bless you beta ❤

  • @jesminabegum3345
    @jesminabegum3345 2 ปีที่แล้ว +6

    Well-done beta👌👌👌👌♥️♥️♥️

  • @dipaklama6711
    @dipaklama6711 2 ปีที่แล้ว +1

    Video tu sai Bohut val lagil....

  • @unseenwarrior9680
    @unseenwarrior9680 2 ปีที่แล้ว +13

    Sir u r doing unique and great job in Assam..hats off 🙏

  • @PompiAssamesemotivational
    @PompiAssamesemotivational 2 ปีที่แล้ว +4

    ছাৰ আপোনি মোৰ আইদল ❤️❤️❤️👍

  • @rmmoinachannel237
    @rmmoinachannel237 2 ปีที่แล้ว +6

    ধুনীয়া🌹💓

  • @hemantakonch412
    @hemantakonch412 2 ปีที่แล้ว +1

    সচাকৈ সুন্দৰ কেৰিয়াৰ

  • @jubinkumarsarma3851
    @jubinkumarsarma3851 2 ปีที่แล้ว +3

    সৰু লৰা জনৰ কথা খিনি শুনি ভাল লাগিল❣️

  • @Karabidas12
    @Karabidas12 2 ปีที่แล้ว +5

    একো নাই হৈ যায় uff❤️

  • @poemandsongassam8959
    @poemandsongassam8959 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল দাদা

  • @lambithazarika0129
    @lambithazarika0129 2 ปีที่แล้ว +2

    He is very talented..
    আগবাঢ়ি যাওক টিকলাটো।।

  • @soldierswing
    @soldierswing 2 ปีที่แล้ว +16

    Class 1 to 10 loi sobe koi doctor/engeneering/pilot/ ........etc..after 12th we know reality of the world ❣️
    Keep it up babu ,never give up ❣️💪

    • @alizaart22
      @alizaart22 2 ปีที่แล้ว +1

      Yes bro

    • @tikusarmah1910
      @tikusarmah1910 ปีที่แล้ว

      @@alizaart22 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @debajitsaharia6667
    @debajitsaharia6667 ปีที่แล้ว

    Bahut vl lagil 🥰😘🥰😘bahut dor agowe jowa

  • @chandramikaboiragi5604
    @chandramikaboiragi5604 2 ปีที่แล้ว +1

    Bohut val lagil video tu sai

  • @pabanborahmusicalpb683
    @pabanborahmusicalpb683 ปีที่แล้ว +1

    ছাৰ , আপোনাৰ video বিলাক চাই বহুত ভাল পাওঁ , একো নাই হৈ যায় , বহুত ভাল লাগে শুনি , আপোনাৰ সকলো video ভাল লাগে , আপোনাৰ video চালে মই এটা নতুন কথা শিকোঁ , বহুত সকাহ পাওঁ , মোক মাই কৈ থাকে তুমি depok sir ৰ vodeo চা কিবা এটা সিকিবি , আৰু মই আৰু মোৰ মাই আপোনাৰ spees বিলাক শুনি থাকো , বহুত ভাল পাওঁ ❤❤❤।

  • @hiyasmitakalita2925
    @hiyasmitakalita2925 2 ปีที่แล้ว +7

    You are awesome sir..& God bless tikla✨

  • @maramimandal5699
    @maramimandal5699 2 ปีที่แล้ว +1

    Sir aponar videobor sai moi bahutval pao.. Ataiasaje. Adinhaleojen. Aponak. Lagpao

  • @kamaldas417
    @kamaldas417 2 ปีที่แล้ว +12

    One day he will become a scientist, he is very very telented boy, God bless you Babu

    • @gamer4225
      @gamer4225 2 ปีที่แล้ว

      Talented holei scientist hoi nki bro🤣🤣🤣

    • @tikusarmah1910
      @tikusarmah1910 ปีที่แล้ว

      @@gamer4225 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @assamesekuldeepblog4995
    @assamesekuldeepblog4995 2 ปีที่แล้ว +6

    সঁচাকৈ আপোনাৰ ভিডিও চাই কিবা এটা যেন পাও । ।। ।।। ।।।। ।।। Please jodi apuni comments tu sai business or uporot alop vdo bonabo

  • @d.p.experiment549
    @d.p.experiment549 2 ปีที่แล้ว +6

    Thank you sir. Big friend sir🥰

  • @mamoni4014
    @mamoni4014 2 ปีที่แล้ว +3

    Thank you sir. 🥰🥰🥰

  • @nayandas5473
    @nayandas5473 2 ปีที่แล้ว +11

    One day he will become a scientist...he is very talented boy....n gd bless u babu...keep it up

  • @masterrajjak762
    @masterrajjak762 2 ปีที่แล้ว +1

    Mjjja lagise👌❤🌼love from Mangaldai💝

  • @madhusmitadas1933
    @madhusmitadas1933 2 ปีที่แล้ว +1

    Kanekua dhunia onuvab xosak...ai Babu tu a ata kotha xikale j..ajon motivator ro dialogue thake...ami o xumu moi xunu specially proitek tu video a..kintu apunr o dialogue mnt rakhibo pari xosak dei..xunu blg r agt kintu heitu feel kra nasilu ajiloi...so thankyou mr.borthakur...lots of love to you..

  • @pradipbora7180
    @pradipbora7180 2 ปีที่แล้ว +1

    Very nice video. Mr. Deepak.

  • @chandanadeka7642
    @chandanadeka7642 ปีที่แล้ว

    Bapre ❤️❤️❤️tikla tu 👍👍"একো নাই হৈ যায় "বহুত ভাল লাগে 🙏🙏sir aponok lg pbo mn ase abar muro...

  • @MohammadAli-mt3ro
    @MohammadAli-mt3ro 2 ปีที่แล้ว +1

    Dipak sir,aponi khosai bht vl manuh,aponar ktha bor khoni Mr bht vl lage aro bht njana ktha khikibo pariso,🙏🙏🙏

  • @prakashpatar2456
    @prakashpatar2456 ปีที่แล้ว +1

    Val lagil dil khush

  • @sailenvlog3488
    @sailenvlog3488 2 ปีที่แล้ว +1

    Bht bht dhuniya pwo apunak vidio konu din miss nakaru.. but bht vl koishe powali jane... Good bels you beta...

  • @Harshitapriyam285
    @Harshitapriyam285 2 ปีที่แล้ว +1

    Bahut vl lagil morom laga beta

  • @dishadas9172
    @dishadas9172 2 ปีที่แล้ว +1

    Apunar video bilak bht vl lage sir
    1st time jetiya amar clgt dekhisilu bht vl lagisel (dhamdhama High secondaryt)kin2 vlkoi sine pua nassilu tetiya kintu bht besi vl lage apunak aru babu loi bht bht mrm😘😘❤️

  • @raktimchiring
    @raktimchiring 2 ปีที่แล้ว +18

    ❤️❤️❤️

  • @ranjanborah6352
    @ranjanborah6352 2 ปีที่แล้ว +1

    Val lagil...ajir lora suwali bure kiba ata buji paisegoi...good

  • @nabajitpatgiri9630
    @nabajitpatgiri9630 2 ปีที่แล้ว +1

    Bohut val lagel videotu sai sir

  • @Manash.das96
    @Manash.das96 3 หลายเดือนก่อน +1

    Xube val lagil ♥️💥

  • @puhormorantinsukia2885
    @puhormorantinsukia2885 2 ปีที่แล้ว +1

    Val lagil video 2 sai...lora2 bohut hahokhi

  • @najiraparbin3175
    @najiraparbin3175 2 ปีที่แล้ว +1

    Bhut vl lagise video to sai 👌👌👌👌

  • @devapratimvlogs4138
    @devapratimvlogs4138 2 ปีที่แล้ว +5

    Val lagel sir ❤💛💚

  • @Diserasatiyapriyanir
    @Diserasatiyapriyanir 2 ปีที่แล้ว +1

    Aguwai juwae vaiti tmr utjol vobisote
    Kamona korisu 😌 🥰🤗

  • @shaifulmkb9890
    @shaifulmkb9890 2 ปีที่แล้ว +6

    Nice speech

  • @dailyroutine2687
    @dailyroutine2687 2 ปีที่แล้ว

    So,,,sweet Beta ❤️Lots of love from Lakhimpur 😘😘😘

  • @hpbvlogs9208
    @hpbvlogs9208 2 ปีที่แล้ว +3

    ইমান মৰমলগা ভাইতি ❤️🤗🤗🤗

  • @abdur05
    @abdur05 2 ปีที่แล้ว +5

    মোৰ সৰু ভাতিজা টোৰ কথা বৰকৈ মনত পৰিল ) ( তাইৰ কথা শুনি) " একো নাই হৈ যায়"

  • @assamn8850
    @assamn8850 2 ปีที่แล้ว +4

    Thank you sir😘

  • @sikhasrimedhi1708
    @sikhasrimedhi1708 ปีที่แล้ว +1

    ভবিষ্যতৰ প্ৰজন্মৰ পথ প্ৰদৰ্শক হোৱা ,সৎ পথ ল'বলৈ জীৱনক সৰল কৰি ৰখাৰ মানসিকতাৰ সৃষ্টি কৰি যোৱা।

  • @dalideka9996
    @dalideka9996 2 ปีที่แล้ว +1

    Khsakoi apunar ktha bor khunii bhut vl lage sir muro....

  • @barnalidas9589
    @barnalidas9589 2 ปีที่แล้ว +1

    Bohut bhal lagil

  • @phunuborah5111
    @phunuborah5111 2 ปีที่แล้ว +1

    Waw lovely cute little motivator.moi regular sao I inspired u

  • @tpmultimedia
    @tpmultimedia 2 ปีที่แล้ว +2

    God bless you tikla ❤️❤️🥰🥰

  • @parimonineog4877
    @parimonineog4877 2 ปีที่แล้ว +1

    Apunar kotha bur huni bohut hahokh pau. Aru bohut bohut val lagy kotha bilag

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    ❤🎉 very very nice performance. Unique and ultimate video. God bless him. All the best wishes to Ajanu kaushik. Go ahead way to your journey. Always be positive and happiness. Heart touching videos. Unique and ultimate boy. We're proud you.❤🎉.