DON'T WAIT FOR PERFECT JOB. START YOUR OWN.
ฝัง
- เผยแพร่เมื่อ 30 ม.ค. 2021
- DIPAK SARMA, A LAWYER BY PROFESSION AND JOURNALIST BY PASSION. A WELL KNOWN MOTIVATIONAL SPEAKER IN ASSSAM.IN THIS VIDEO HE TALKS ABOUT A YOUNG ENTREPRENEUR . SPEECH DELIVERED AT TING-KHANG COLLEGE ON 29/1/2021
He is my best friend.. We are very proud of him.
আপোনাৰ দৰে মানুহ হেজাৰ জন্ম হক দাদা। 🥰🥰🥰🥰
হৈ
Yes
বিদ্যু্ৎ দা আমাৰ বাবে সদায় আদৰ্শ।মই বিদ্যুৎ দা'ৰ এজন ভায়েক।
আৰু দীপক দা আপোনাকো অশেষ ধন্যবাদ জনালোঁ।এনে আৰু বহুজন বিদ্যুৎ আছে আমি চিনাকী কৰাই দিব লাগিব।
Mur dada oo nijar tumar ghar kt
Namaskar, mor chhowali jani bar ahaongkari tai kako namate. Bayakh 28 bashar civil enginiyariong. Bartaman g. P karrato. Bar khangal. Nijor mate shole ata upay diyak
সচাকৈ আপোনাৰ পৰা শিকিবলগীয়া আছে অসমীয়া সমাজ খনে।
Sabo ebar comments kori jonabo
Right
kuch to log kohenge logoko kam hi rohe 😊this line thnq sir
Sir.. আপোনাৰ সকলো কথা কলিজাত সোমাই যাই।। আপুনি সদায় এনেকৈ আগুৱাই যাওক 🙏
th-cam.com/channels/L00kAGqmKJ9IIrBhHGKAEQ.html
Dada apunar ghor kot
❤❤❤❤আপোনাৰ কথা শুনি মোৰ জীৱনটো সলনি কৰি পেলাইছো ছাৰ। মই ১বছৰ আগতে মানসিক ভাবে ভোগি আছিলো। আজি কালি আপোনাৰ কথা নুশুনিলে ভাল নলগা হল।
Go to a psychiatrist
Hy nki
@@aainablogs.5720 hy
আপোনাৰ ভিডিও বোৰ চাই মোৰ জীৱনটু সলনি হয় গল দাদা😚।
মই আগতে বহুত মন বেয়া কৰি আছিলোঁ ।
আপোনাৰ ভিডিও চোৱাৰ পৰা মই হাঁহিবলৈ শিকিছোঁ।
বহুত ভাল পাওঁ দাদা আপোনাক।💗
আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল।
দীপক চাৰ আপুনি মোৰ মনৰ কথা কৈছে । মই এম এ কৰা নাই বি এ সম্পূৰ্ণ কৰিছোঁ মই ও চাকৰি পৰিবৰ্তে দেউতাৰ সৰু পান দোকান খন চলাই আছোঁ আৰু এই কাম টো কৰি বহুত সুখী
।
Kori thoka dada apuni .xoru Kam kori mnuh hobo lge .
Ki kori thoka mane buja ni vonti moi
Apuni jito Kam kri ase dokan diya.
Oh anekoi val lage freedom ase kamot
Dada val khotha moiu aipunar nisina
আপোনাৰ কথাখিনিয়ে প্ৰেৰণা যোগাই । অশেষ ধন্যবাদ থাকিল দাদা।
দাদা আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিবৰে মন যায়।এনেকৈয়ে আপুনি আমাক সদায় উৎসাহ উদ্দীপনা দি থাকিব বুলি আশা কৰিলো।🙏🙏🙏🙏🙏🙏
Dada Tmmmmm mojja lage Apunr program bilak.. love u so much
আমাৰ দীপক দাৰ কথা কোৱাৰ যিটো শৈলী সেইটো সদায় ভাল লাগে ৷দীপক দা ৱাৰ্ণিং টপিকৰ মুখ্য মানুহজন হয় ৷খুউব ভাল পাওঁ দেই দীপক দা আপোনাক ৷
অতি সুন্দৰ চাৰ, শুনি ভাল লাগিল।
দীপক শমাৰ্ৰ লৈ মই আন্তৰিক অভিন্দন জনাইছোঁ৷
ছাৰ আপোনাৰ পৰা বহুত শিকিবলৈ আছে। আপোনাৰ দৰে শ শ কোটি মানুহ জন্ম হওক।
My name is also Bidyut...struggle kri asu...I want to do myself unique and for my society..
Eta kaam Kora chaahor dukan diyagoi
Let's do together
বহুত সাহস পালো ঐ দীপক দা,আপোনাৰ কথাবোৰে আমাৰ দৰে উঠি অহা এচাম যুৱ প্ৰজন্মক আগুৱাই যোৱাত বহুত সহায় কৰিছে❤️❤️❤️
দাদা আপোনি আমাৰ দুখিয়াৰ বাবে। জুবিন দা আমাৰ দুখিয়াৰ বাবে। 🥰🥰🥰🥰
দাদা ভাল লাগে আপোনাৰ প্ৰতিটো অনুষ্ঠান চাও আৰু জীৱনৰ বহুত শিক্ষা আৰু প্ৰেৰণা যোগাই।।
বহুত বহুত প্ৰেৰণাদায়ক কাহিনী। কাহিনীটো শুনি বহুত ভাল লাগিল দাদা। আপুনি সদায় ধন্যবাদৰ পাত্ৰ।
দীপক দা আপোনাৰ মাতখাৰ কিবা এটা মোৰ মৰম লগা 💗মোৰ এটাই আশা আছে আপোনাক কেতিয়াবা সন্মুখৰ পৰা লগ পোৱা যদি কেতিয়াবা লগ পাও সঁচাই মোৰ এটা ডাঙৰ সপোন পূৰ হব💗
দাদা আপোনাৰ কথাত মন জয় পৰি জায় ইমান সুন্দৰ কে বুজাই দিয়ে আপোনি মহান ❤❤🙏🙏
Thank you sir for your inspirational words and that line 'kuch toh log kahenge logo ka kam hai kahna' are very meaningful and precious to me.
দাদা আপোনাৰ কথা বোৰে অন্তৰ স্পৰ্শ কৰি যায়। আপোনাৰ দৰে ব্যক্তিৰ খুবেই প্ৰয়োজন অসমৰ উন্নয়নৰ স্বাৰ্থত।
Nomoskar 🙏Dada... Apunar kotha bure bohut utshah diye muk... Dhanyawad dada# may god bless you with good health 🙏🥰
আপোনাৰ কথাই অন্তৰ চুই যায় ❤️
ভাল লাগিল আপোনাৰ কথাবোৰ শুনি.... love from Tingkhong❣️❣️❣️❣️
Nice dada bhut val hoise 😎🔥🔥❤️❤️❤️❤️❤️
Love from Ting khong
Bhut dhuniya lagil video tu sai ❤️❤️❤️❤️ very great super hit voice and example 🔥🔥🔥🔥🔥
বিদূৎ জ্যোতি কলিতা দেৱক মোৰ মনৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।সদায় জীৱনৰ বাটত সুখী হৈ আগবাঢ়ি যাওক🙏
Nice dada
আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় দাদা💌এনেকৈয়ে উৎসাহ সাহস দি থাকক দাদা
💯% right concept for encouraged our upgrowing people.....🙏🙏🙏🙏
Bohut hundor kotha koise. .......Thanks
Love from Rangia....( Puthimari )....
Lot of motivation from dipak Sharma sir 🥰🥰 manuh r kotha huni luv nai, vhal manuh nai aji Kali...
Bhut val lagil.aponi protyek thailoi ahok
ছাৰ আপোনাৰ কথা শুনি এনেকোৱা লাগিছে যে জীৱনত বেছি সা-সম্পত্তিৰ আধিকাৰী হৱ নোৱাৰিলেও কিৱা এটা কৰি হলেও জীৱনটো সুখেৰে পাৰ কৰিৱ পাৰিম
Bht vl lgil Dada anekwa motivational video xdai di Jai jen❤️❤️❤️
Thank you sir...Amar tingkhong colleget ahi amak inspire Kora babe. Moi apunar speech saboloi 3 ta classt pathdan Kori suti loi goisilu. Apunak suwar durbar hepah asil aru puron korilu.
Oh.. Bohut vl lagil, bohut inspired holo aponar kotha huni
Inspirational speech. Very nice Sir👍🏻
মোৰ অৱস্থা ও বিদ্যুৎৰ দৰে, সকলোৱে অকল চাকৰি চাকৰি মই নিজে কৰিছোঁ কিন্তু ঘৰ বা সমাজৰ ঋণাত্মক কথা, আপোনাৰ দৰে মানুহ সমাজত লাগে।
Waaaaw so inspiring
দাদা , আপোনাৰ কথাখিনিয়ে হৃদয় চুই গ'ল । ২০১৮ চনত ডিগ্ৰী সম্পূৰ্ণ কৰি মোৰ সৰুৰে নিচা নাৰ্চাৰী, গছ - গছনি ভাল পোৱা ক পেচালৈ ৰূপান্তৰ কৰোঁ । মঙলদৈ চহৰৰ পদ -পথৰ দাঁতিত আৰম্ভ কৰোঁ নাৰ্চাৰী ব্যৱসায় । আজি মোৰ এটা পৰিচয় আছে ।
Jaam ketiyaba brother. Sah khuwabo lagibo ...stay blessed..
আপোনাৰ কথাই মোক সাহস দিয়ে, ধন্যবাদ চাৰ
Truly inspirational ❤️😊.
Need more Videos 🙂
Tq sir for coming our Tingkhong college, bohut val lagil sir.
সুন্দৰ দাদা👏👏👏
Thank youuuuuuu sir ...... Bor utsahhh diye aapunar ktha bilake . 🙏
100%Right, thank you so much for this post ❤❤
❤❤
ছাৰ আপোনার ভাষনত বহুত জ্ঞান লাভ করিব পাৰি ৷ ধন্যবাদ ছার
Your valuable speech help me to change my life...thankyou
দাদা আপোনাক ধন্যবাদ জনাইছো আমাক এনেদৰে সদাই জ্ঞানৰ পোহৰ দি যাব
সামাজিক চিন্তাধাৰাৰ পৰিবৰ্তন অতি আৱশ্যক, ধন্যবাদ।
Nice video sir.
It is a helpful motivational speech.
Dada apunar pora bohut hikibo logiya aseeeeeee❤❤❤monottttt borrrrrr hahokhhh paisuuuuu kothabur huniiiiiii...
বহুত ভাল লাগিল আপোনাৰ ক্থাখিনি
Aapunaar kothaa huni bohuut vl lge..God bless you..
🖤Dipak Da apuni ........mohan🖤
Hukhi holu amar amontron rokhya kori amar majoloi ohar babe..apunar ktha bure amak bohu porimane uthkahito korile😊😍🤗🤗
I really appreciate your presentation style sir ❤️❤️🙏
Love you brother
Aapuni ki koi hei2 psr ktha..aapuni jiai nkuk.hklu kthai mur aantr sui jai..aapuni hdai aaguwai jauk.
আপোনাৰ কথাই মোৰ জীৱনত আগবাঢ়ি যোৱাত বহুত উৎসাহ দিছে। আপোনাৰ ভিডিঅ সমূহ চাই খুব ভাল লাগে আৰু বহু কথা শিকিব পাৰো।।তাৰ বাবে
বহুত ধন্যবাদ।
সুন্দৰ দিপক দা, খুব সুন্দৰ কবলৈ ভাষা নাই
Sir aapuni amar prerona😍
আপোনাৰ দৰে এজন 1000 জন জন্ম হওক। ।love you
Wawww dada.mjaaaaaa❤️
Xosai bhut vl lagil apunar kotha xini 🙏
সুন্দৰ দাদা 🙂❤
Mojjjja
হয় ছাৰ খুব ধুনীয়া কথা কৈছে বহুত সাহস পাইছো আপোনাৰ কথাবোৰৰ পৰা ।
Great sir! i have find a huge confidance from your video
Love u Baihata chariali ...laag paaba laagisil sir
আমাৰ মাজত বহুতো প্ৰতিভাধৰ যুৱক আছে কিন্ত্ত দুঃখৰ বিষয় এই প্ৰতিভাধৰ সকলক আমাৰ সমাজৰ এচাম তথা কথিত গুৰি ধোৰোতা মূধাফতা ব্যক্তিৰ কূ দৃস্টিত এই প্ৰতিভাধৰ সকল পাহৰণীৰ গৰ্ভত মৃত্যু যন্ত্ৰণাত চতফতাই থকা দেখিবলৈ পোৱা যায় 😭
very very interesting for new geñeration
Moi ajan tinkhong colleger student
TH-camt amer colleger eaii vdeo pai vll lagil
Thanks thanks
ছাৰ আপোনাৰ উপদেশ মোৰ জীৱন লগত মিল আছে
টিংখং কলেজৰ কোনে কোনে চাই আছা লাইক এটা কৰি দিয়া 👍❤️
Moi nhoi dei moi duilajan hoi
Ebar sabo bhuruka r uport likha ata blog
Kam nai tingkang college ajiloike rank nai
Val lagil
আপোনাৰ কথাখিনি য়ে হৃদয় চুই গল।দাদা
ভাল লাগিল বহুতো...
From tingkhong❤️ আপোনাৰ কথা বোৰে বহু প্ৰেৰণা দিয়া👍
Khub hundor apunar kotha.hidina goi pua deri hoisl aji hunisu vl lagil.
Sir aji apunar babaii jibonot aguaii jaboloi xikisu....❤️❤️❤️
Dada apunar kothakhinie bohut bohut perona jogale mok ... val lagil dhonnyabad apunak 🙏🙏🙏🙏🙏
Dada apunar video bilak sai bohut bohut bohut val lage.apur video bilak sai kiba ata bisari pao.
Thank you sir for inspiring us..
আপোনাৰ কথাবোৰ শুনি মনত বহুত শান্তনা পোৱা যায় ধন্যবাদ ছাৰ
th-cam.com/video/udblmKCFr4E/w-d-xo.html
Good bless you sir. You will long live among us
Very.... good
Bohut vl lagil dipak da
Bht bl lagil dada
আপোনাৰ কথাবিলাক শুনি ভাল লাগিল ।
love from sivsagar
U r doing a great job as a v.good motivator!