Mur Bukur Pitai | Mayurpankhi Chetia | Manjyotsna Mahanta | Hopun Saikia | Assamese song 2022

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 1.6K

  • @hopunsaikia
    @hopunsaikia 2 ปีที่แล้ว +275

    Thank you so much everyone for showing so much love to the song .. keep listening #murbukurpitai

    • @OptionBuyerAbhi
      @OptionBuyerAbhi 2 ปีที่แล้ว +20

      Hopun, appreciate your hardwork. Keep going bro.

    • @mridusmitabaruah607
      @mridusmitabaruah607 9 หลายเดือนก่อน +6

      ​@@OptionBuyerAbhimo

    • @mridusmitahazarikabhuyan1975
      @mridusmitahazarikabhuyan1975 9 หลายเดือนก่อน

      ​@@OptionBuyerAbhi😊

    • @RimaDas-fk7fw
      @RimaDas-fk7fw 8 หลายเดือนก่อน +1

      😢🎉😮😮😮🎉😢😮🎉🎉😢🎉😮🎉😢🎉😢😮🎉😢😮😢🎉😮🎉😢😮🎉😢🎉🎉😮😢😢😮🎉😢😮😢😢🎉😮🎉🎉😢🎉🎉🎉😮🎉😮😮😢😢😮🎉🎉😮🎉🎉

    • @nilotpaldeka9347
      @nilotpaldeka9347 7 หลายเดือนก่อน

      Bht dhuniya song..lora hoi o buku kopi goixe mr❤

  • @devadiganta9632
    @devadiganta9632 4 หลายเดือนก่อน +10

    এই গীতত অসমীয়া সমাজ জীৱনৰ আবেগ অনুভুতি আৰু সৰলতা পবিত্ৰতা সুন্দৰ ভাবে প্ৰতিফলিত হোৱাৰ লগতে সুন্দৰ কণ্ঠই হৃদয় স্পৰ্শ কৰিলে।

  • @debajitrock
    @debajitrock 10 หลายเดือนก่อน +17

    সুন্দৰ,,,💔যদিও মই লৰা,, তথাপিও বুকু বিষাই যায় ,এনেকুৱা গান শুনিলে,,,💔গানেৰে ছোৱালীৰ জীৱন এটা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে, আপোনাক ধন্যবাদ💔💔💔

    • @priyankabarman5096
      @priyankabarman5096 10 หลายเดือนก่อน

      ছোৱালীৰ মণ বুজা লৰা ও আছে মানে

  • @indranisarmah7563
    @indranisarmah7563 10 หลายเดือนก่อน +9

    "মোৰ বুকুৰ পিতাই অ'
    তই হেনো ওলাইছ মোক বিয়া দিবলৈ"
    Ufff....যিমান বাৰ শুনিছো শাৰী দুটা প্ৰতি বাৰে বুকু খন বিষায়।ভাবিলেই ভয় লাগে চোন সেই দিনতোৰ কথা

  • @SaratRajkhowa-l6r
    @SaratRajkhowa-l6r 6 หลายเดือนก่อน +8

    ময়ূৰ, তোমাৰ কণ্ঠৰ পৰা নিগৰি ওলোৱা গীতটিয়ে বহুতকে কন্দোৱাইছে আৰু কন্দোৱাব ।তাৰে প্ৰমাণ আমাৰ ইয়াত বিয়া এখনত দেখা পালো । গাওঁ সমাজলৈ উপহাৰ দিলা ।বহুত ধন্যবাদ ও আৰ্শীবাদ নিবেদিলো ।

  • @PahiPhukan-zl9zs
    @PahiPhukan-zl9zs 3 หลายเดือนก่อน +5

    কি যে মধুৰ কন্ঠৰ তাতে আকৌ ইমান ধুনীয়া সংগীত,❤ প্ৰতি জনী ছোৱালীৰ জীৱনৰ লগত তুলনা কৰিবৰ পৰা এটি অতি হেঁপাহ ৰ আৰু মৰমৰ দেউতাৰ লগত কটোৱা মধুৰ মূহুতৰ বোৰৰ কথা প্ৰকাশ পাইছে ❤❤❤

  • @dollybarman3687
    @dollybarman3687 10 หลายเดือนก่อน +547

    Vabilei buku khn bikhai jai... Atia jenekoi mon tnke a thku ji mon take koru ji khai beya pau heiya ghrt nobonai a khai vl pua bostu h maa bonai diye. Hbo pare ketiaba hoitu bisora bostu tu nai pua kintu ketiaba nibisara keu deutai ani diye.. kintu adin akhn blk ghrt juar kotha vbilei buku khn jen hesa mari dhore 😑😑😑

    • @obcgirl335
      @obcgirl335 10 หลายเดือนก่อน +15

      Hosakoi vbile buku bikhai...gaan tut reels sle sku nije hemeli uthe😢

    • @chimpikonwar1394
      @chimpikonwar1394 10 หลายเดือนก่อน +16

      Comment tu pohi moi Kandi pelaisu

    • @manalishadas7041
      @manalishadas7041 10 หลายเดือนก่อน +8

      Vabilei buku khon bikhai..😭😭

    • @sayanikaassamesevlogs9657
      @sayanikaassamesevlogs9657 10 หลายเดือนก่อน +5

      😢😢😢

    • @lutfurrahman7030
      @lutfurrahman7030 10 หลายเดือนก่อน +3

      😊😊😅

  • @DayWithParismita
    @DayWithParismita 10 หลายเดือนก่อน +10

    এইবোৰ হে‌ গান❤❤❤😢
    আজি কালি গান বোৰত কি কি যে শব্দ

  • @DkVlogswithDipankar
    @DkVlogswithDipankar 5 หลายเดือนก่อน +6

    ইমান সুন্দৰ কণ্ঠৰে সৈতে গানটো বহুত ধুনীয়া কৈ উপস্থাপন কৰিছে বহুত বহুত ধুনীয়া লাগিল বাইদেউ।

  • @panktineog1141
    @panktineog1141 10 หลายเดือนก่อน +9

    দেতা 😧😧 মোৰ গোটেই আয়ুস লাগি যাওক তোমাৰ। মোৰ জীৱনৰ সকলোতকৈ বেছি প্রিয় মানুহজন তুমি

  • @depankargogoi-u5c
    @depankargogoi-u5c 4 หลายเดือนก่อน +10

    Ufff. ki gaan❤❤. Mur 5 bosoriya swali ajoni ase taiu buji pai. Gan tu logale tai bor dukh kore😊

  • @GitanjaliKalita-m1k
    @GitanjaliKalita-m1k 5 หลายเดือนก่อน +4

    বৰ সুন্দৰ হৈছে গীতটো , বুকু ভৰি গ'ল ❤️❤️😘😘 বহুত বাৰ শুনিলোঁ একেৰাহে...

  • @khanjanaduwarah6759
    @khanjanaduwarah6759 7 หลายเดือนก่อน +16

    ছবিখনৰ চিত্ৰকাৰ আমাৰ ভাইতি.....শদিয়াৰ জান্টু

  • @kamaljyotidas2448
    @kamaljyotidas2448 10 หลายเดือนก่อน +9

    Ki je kom eman dhuniya lagise gaan Tu deutar kotha koboloi bhaxa nai teu Tu mur kolijar tukura❤❤

  • @Gaming.sortss
    @Gaming.sortss 7 หลายเดือนก่อน +3

    গান টো শুনি শৈশৱ লৈ মনত পৰি গ'ল। সৰু তে আমাক দেউতাই বিহুত পিন্ধিবলৈ ফ্ৰক আনি দিছিল।দেউতাই যি ক্ৰিম আনি দিয়ে সেইটোৱেই মুখত সানিছিলো। বহুত ভাল পাওঁ দেউতাক।

  • @ruplekhagohain4469
    @ruplekhagohain4469 10 หลายเดือนก่อน +4

    বৰ ধুনীয়া গীত। চকুপানী ওলাই গ'ল। চহা সমাজৰ শব্দ উচ্চাৰণে আৰু সুন্দৰ কৰিছে। আদৌ , জেলেপতে,মেলেটেৰী,খেজেনা ....বৰ ভাল লাগিল।

  • @Susmitabora432
    @Susmitabora432 6 หลายเดือนก่อน +5

    Aiii gan tu xuna r pist prottek jni suwali r sakupani ulbo🥺❤
    Xosai Bhut dhunia gan tu ❤

  • @kamaldas963
    @kamaldas963 8 หลายเดือนก่อน +9

    Baki bad bhte Mojja lgise ❤❤❤❤ gan to vl lga bure like kra sun

  • @Abongohain
    @Abongohain 10 หลายเดือนก่อน +6

    সহজ-সৰল গাঁৱলীয়া ছবি প্ৰকাশিত গীত ,যি গীতে অসমীয়া ছোৱালীক সুন্দৰকৈ উপস্থাপন কৰিছে ....সঁচাই ভাল গীত❤

    • @MayurpankhiChetia
      @MayurpankhiChetia  8 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️

  • @drkalyanirajkumari1513
    @drkalyanirajkumari1513 2 ปีที่แล้ว +4

    ময়ূৰপংখী!!! ভাষা নাই, ধন্যবাদ দিবলৈ। Insta, reel ৰ কৃত্ৰিমতাভৰা একঘেয়ামী পেনেপেননিবোৰৰ ধামখুমীয়াৰ মাজত কি যে এটা অকৃত্ৰিম পুৰণি পুৰণি গোন্ধ থকা গান! তোমাক লৈ আকৌ এবাৰ গৌৰৱ কৰিছো, সদায়ৰ দৰেই! সকলো অসমীয়া Women musician ৰ মাজত এনেকৈয়েই একক আৰু ব্যতিক্ৰম হৈ ৰোৱা। 🌿💚💚💚

    • @MayurpankhiChetia
      @MayurpankhiChetia  2 ปีที่แล้ว +1

      কি বুলি ধন্যবাদ দিওঁ তোমাক কল্যাণী বা। ❤🙏
      চেষ্টা কৰিম সদায় ভাল ভাল গীত উপহাৰ দিবলৈ।
      বহুত মৰম পঠিয়াইছোঁ তোমালৈ 🥺❤

  • @deepjyotiborah6374
    @deepjyotiborah6374 10 หลายเดือนก่อน +7

    বুকুত লাগি গৈছে,তিনিজনি বাইদেউক বিয়া দিছো ,বহুত কষ্টকৰ দিনকেইটা ।

  • @axomiyasuwalijusmi9137
    @axomiyasuwalijusmi9137 2 ปีที่แล้ว +5

    মন্তৰ চুই গৈছে🥺 প্ৰত্যেক গৰাকী ছোৱালীয়ে ভাল পাব শুনি ❣️

    • @MayurpankhiChetia
      @MayurpankhiChetia  8 หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️

  • @jitudas1622
    @jitudas1622 3 หลายเดือนก่อน +4

    এটি সুন্দৰ গীত আৰু কন্ঠ মনতো ভাল লাগিছে ❤

  • @abhijitsaikia4827
    @abhijitsaikia4827 9 หลายเดือนก่อน +4

    গীতটো শুনি বৰ ভাল লাগিল। দেউতাকৰ যি নিভাজ মৰমৰ গীতটো ফুটি উঠিছে।অন্তৰ চুই গৈছে।ভাষা নাই ❤❤❤

    • @MayurpankhiChetia
      @MayurpankhiChetia  8 หลายเดือนก่อน

      অশেষ ধন্যবাদ❤️🙏

  • @bikashsarmabarua4563
    @bikashsarmabarua4563 10 หลายเดือนก่อน +3

    অতি সুন্দৰ ।
    কণ্বমুনিয়ে শকুন্তলাক পতিগৃহলৈ বিদায় দিছে --- আজি শকুন্তলা যাবগৈ । শোকত অন্তৰ উৎকন্ঠাৰে ভৰি পৰিছে । কন্ঠৰ স্বৰ ৰুদ্ধ হৈ পৰিছে , চিন্তাজ্বৰ উৎপন্ন হৈছে । তেওঁ‌ৰ দৰে এজন বনবাসী সন্ন্যাসীৰেই স্নেহবসতঃ এনে পীড়াদায়ক অৱস্থা । কন্যাবিদায়ৰ দুঃখে গৃহস্থীজনক কিমান পীড়িত কৰিব পাৰে !!!
    কৰুণা , মমতা , বিচ্ছেদ ।
    এই মুহূৰ্তটো বৰ কৰুণ ।

  • @mrinmaykalita9403
    @mrinmaykalita9403 10 หลายเดือนก่อน +6

    কমেন্ত পঢ়ি এনে লাগিছে মই বিয়া নাপাটো নেকি।। নহৈ মানে সঁচা কে বহুত মন টো বেয়া ।। ছিংগাৰ তোৰ মাত ইমান মিঠা ❤❤

  • @sanjusvlogs
    @sanjusvlogs 9 หลายเดือนก่อน +2

    সহজ সৰল দেউতাক আৰু তেওঁৰ মৰমৰ ছোৱালীজনীৰ এখন সুন্দৰ ছবি গীতটিত প্ৰকাশ পাইছে। সুন্দৰ

  • @KaustovSarma
    @KaustovSarma 8 หลายเดือนก่อน +8

    মৰমৰ ছোৱালী জনীক বিয়া দিবলৈ ওলোৱা সময় খিনি এজনৰ পিতৃৰ বাবে বৰ কষ্টকৰ অ ।
    প্ৰতিজন বুকুৰ পিতাই ভালে কুশলে থাকক ❤️🙏🥺

  • @trishnadeka1509
    @trishnadeka1509 6 หลายเดือนก่อน +9

    বেলেগৰ কি নাজানো। কিন্তু প্ৰত্যেকগৰাকী নাৰীৰে এই গীতটি শুনিলে ভাবিলে বুকুখন কিবা বিষাই যায় ❤

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 3 หลายเดือนก่อน +3

    বৰ ভাল লাগিল দেই । এনেকৈ, ইমান প্ৰাণস্পৰ্শী ৰূপত গীত গোৱা মানুহবোৰ নথকা হ'লে কি যে হ'লহেঁতেন আমাৰ !!

  • @assamvromonaxom
    @assamvromonaxom 5 หลายเดือนก่อน +5

    ইমান সুন্দৰ হৈছে ,কবলৈ ভাষা নাই

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 5 หลายเดือนก่อน +5

    দেউতা❤❤❤❤❤❤ভগৱানে চিৰদিন ভালে ৰাখক ❤❤

  • @অসমীয়ালৰামই-ছ৪ছ
    @অসমীয়ালৰামই-ছ৪ছ หลายเดือนก่อน +4

    আদৈ বুলি মতা মোক ইমান চেনেহত...উফ্ কলিজাত লাগিছে❤❤❤

  • @mahib024
    @mahib024 7 หลายเดือนก่อน +3

    Aji prothom hunilu gaan tu. Akeloge 10 bar man hunilu. Nijor suali jonir kotha vabile bukukhan siring koi mare...😢😢
    Gaan r kotha, hur, aru voice really amazing...❣🙌

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ 10 หลายเดือนก่อน +7

    গানটো শুনি সদায়ে এসোঁতা কান্দোঁ যেন মোৰ বিয়াহে ...বিয়া বুলি ক’লে কান্দিব লগাকৈ সৰু হৈ থকা নাই বাৰু ৷ আনৰ হিচাপত বিয়াৰ বয়স উকলিবৰে হ’ল ৷ তথাপিও কিয় জানো বিয়াৰ কথা ওলালে বা বিয়ানাম শুনিলেই কান্দোন ওলাই ভয়তে নে দুখতে নাজানো ৷

  • @skillindiaimplicationgrowt5152
    @skillindiaimplicationgrowt5152 5 หลายเดือนก่อน +4

    ব্যস্ততাৰ মাজতো বৰ সুন্দৰ গীত এটা শুনিবলৈ পালো ❤❤

  • @anupkalita5527
    @anupkalita5527 13 วันที่ผ่านมา +2

    আপোনাৰ কন্ঠত গীতটি শুনি বহুত বহুত ভাল লাগিছে। আমাৰ পিতেলৈ (পিতাই) বহুত মনত পৰি গ'ল।পিতাইৰ বাস্তৱ ছবি অঁকা হৈছে গীতটিত।

  • @hemkantaborah2503
    @hemkantaborah2503 10 หลายเดือนก่อน +43

    Nijor maa deutar homan kuneu morom dibo nuware😢

    • @Screenprintingmekhelasador4252
      @Screenprintingmekhelasador4252 10 หลายเดือนก่อน

      Nuware

    • @rumimahanta6153
      @rumimahanta6153 6 หลายเดือนก่อน +2

      Xosa kotha 😢

    • @BishnuPandit-t4b
      @BishnuPandit-t4b 5 หลายเดือนก่อน +1

      Right

    • @Barsha._55
      @Barsha._55 5 หลายเดือนก่อน

      Xosa😢

    • @RashmiDevi-sx5fx
      @RashmiDevi-sx5fx 4 หลายเดือนก่อน

      Maa deuta dare kunu hba nware....maa deuta hate alp km krile kast ple aru nkribi kune kriba disil kay but biya past jimn par kar bhut kast pleo ki krisa dintu aikita karute taik sa kay...

  • @sowravchangmai7657
    @sowravchangmai7657 5 หลายเดือนก่อน +10

    Moi lora hoiu gaan2 huni bahut sokupani ulai jai.bahut mon kumol kori diye gaantue..hosa dai ghr ari juwa suwalibur ghrkhonor dukh

  • @amu9376
    @amu9376 11 วันที่ผ่านมา +3

    I'm not Assamese bt could feel this song...loads loads of love from Odisha...

  • @bidulmatak850
    @bidulmatak850 7 หลายเดือนก่อน +3

    বহুত ভাল লাগিল গীত তো শুনি, বাস্তৱ এটা কাহিনী , ঘৰৰ পৰা ভন্টি বাইদেউ বিয়া হৈ গলে পিছত বহুত অকলশৰীয়া অনুভৱ হয়,

  • @simpihandique9768
    @simpihandique9768 ปีที่แล้ว +4

    গান টোৱে মন‌ চুই গ'ল। বহুত বহুত মৰম আৰু ভালপোৱা🥰🥰

  • @anamikaneog2564
    @anamikaneog2564 8 หลายเดือนก่อน +8

    বুকুৰ কোনোবাখিনিত খুন্দিয়াই থৈ যায় গানটোৰ প্ৰতিটো শব্দই 🥺হয়তো মোৰ লগতে প্ৰতিজনী বিবাহিত নাৰীৰে দুফালে দুধাৰি চকুলো নিগৰিছে গানটো শুনি😢

    • @rimjimdas8333
      @rimjimdas8333 8 หลายเดือนก่อน

      Hoi dea muru😢

  • @mausumidutta4669
    @mausumidutta4669 10 หลายเดือนก่อน +5

    কন্ঠ,সুৰ,কথা ...হৃদয় চুই যোৱা❤

  • @mousumikalita2973
    @mousumikalita2973 9 หลายเดือนก่อน +5

    গানটো যেতিয়াই শুনো বুকুখন বিষাই যায়, দেতালে মনত পৰি , বিয়া হোৱাৰ 3 বছৰ হল আৰু দেতা 7 মাহৰ আগত ধুকাল😢😢

  • @jyotimix9912
    @jyotimix9912 5 หลายเดือนก่อน +9

    মই বাপেক, ছোৱালী জনীও সৰু অকনমানি, তাই শুই থাকোঁতে চাই চাই গানটো হেডফোন ত মনে মনে শুনি থাকো, কি কি যে ভাৱ আহে😓😓😓😓

    • @Rumigogoi7890
      @Rumigogoi7890 4 หลายเดือนก่อน

      মোৰো একেই😥😥😥

  • @tajulwahid5326
    @tajulwahid5326 9 หลายเดือนก่อน +4

    বৰ ধুনীয়া গান দেই। লৰা হৈও ছোৱালী ছোৱালী feel আনি দিলা।

  • @brijeshshandilya2182
    @brijeshshandilya2182 7 หลายเดือนก่อน +3

    One of the most emotional song. A perfect song dedicated to our DEUTAS'.
    My tears fall down when I listen to this song.

  • @nanditabarman6334
    @nanditabarman6334 9 หลายเดือนก่อน +5

    বুকুখনত এটা অবুজ বিষ উঠে গানটো শুনিলে 😢 দেউতা-মাৰ মুখখন চকু আগত ভাহি আহে, চকু গম নোপোৱাকৈ সেমেকি উঠে 🙂 চাকৰিসূত্ৰে এতিয়াও ঘৰৰ পৰা আঁতৰত কিন্তু বিয়া হৈ আন এখন ঘৰত যোৱা কথাচোন ভাবিবই নোৱাৰোঁ 😢

  • @DasKumud-gm4qj
    @DasKumud-gm4qj 5 หลายเดือนก่อน +3

    Khosa koi deuta loi mont pri gol miss u deuta... Gan to bor dhunia lgise😍😍😍

  • @bishalbordoloi4074
    @bishalbordoloi4074 8 หลายเดือนก่อน +2

    ইমান সুন্দৰ গীত। এজনী ছোৱালীৰ জীৱনৰ কাহিনী ❤

  • @mmonishagogoi9698
    @mmonishagogoi9698 2 ปีที่แล้ว +3

    One of my favorite ❤️❤️aji loike kimn br xunisu hisap ni bohut bse vl lge xuni ❤️ line Keita a ontor sui jai💕..

  • @naneegogoi3780
    @naneegogoi3780 ปีที่แล้ว +1

    ইমান সুন্দৰ শব্দৰমালা...!
    ময়ুৰপংখীলৈ অলেশ শুভকামনা, তোমাৰ সংগীতৰ যাত্ৰা সুদূৰপ্ৰসাৰী হওঁক...❤️

  • @amikhakaptak6885
    @amikhakaptak6885 10 หลายเดือนก่อน +3

    ❤really bahut miss krisu papak 😢 aji hamar majt nai papa holeu miss kru😢 tq so much❤ mayur baa song🥰 bhut vl lagile aru ane lagese j papa ase j lght tq so much🙏😂❤

  • @satyajitbarman2138
    @satyajitbarman2138 5 หลายเดือนก่อน +2

    গানটো অতি সুন্দৰ ভাৱে পৰিবেশন কৰিছে গায়িকা জনিয়ে ,বহুত মিঠা মাত দেই

  • @deepshikhasaikiagogoi3571
    @deepshikhasaikiagogoi3571 9 หลายเดือนก่อน +5

    চকু পানী ধৰি ৰাখিব নোৱাৰিলো দেউতালৈ মনত পৰি গ'ল, 😢❤

  • @AhinkhaRabha
    @AhinkhaRabha หลายเดือนก่อน +4

    Hosai kui buhut mont porise deuta lui ❤❤❤

  • @RukminiDas-gq7fv
    @RukminiDas-gq7fv 10 หลายเดือนก่อน +3

    Bohut dhuniya gan❤ khuniye thakib mon goi ase😊

  • @ripunjayripunjay1433
    @ripunjayripunjay1433 8 หลายเดือนก่อน +4

    Moi agi hunisu ..eman dhunia gan bhut val lgel .. beast of the best

  • @Jaya-1990
    @Jaya-1990 4 หลายเดือนก่อน +4

    খুবেই সুন্দৰ গান ।বুকু বিষাই গৈছে

  • @labapegu4635
    @labapegu4635 4 หลายเดือนก่อน +2

    খুৱ সূন্দৰ গান আজিহে ভালদৰে শুনিছো very nice singer

  • @chainichoudhury3135
    @chainichoudhury3135 26 วันที่ผ่านมา +5

    Nijor maa deutar dore aru kono hbo nuare❤❤

  • @ritukonwar9587
    @ritukonwar9587 5 หลายเดือนก่อน +3

    বুকুৰ পিততে তুমি অমৰ হোৱা ❤😢 বহুত ভাল লাগিল শুনি।।।

  • @subhasbora
    @subhasbora 2 ปีที่แล้ว +5

    SUPERB Mayurpankhi ! God bless you dear Sister ! Deutar Upoja dinot best gift ! our best wishes to all of you ! regards to Manjyotshna Ba

  • @biswajyotibora6477
    @biswajyotibora6477 7 หลายเดือนก่อน +2

    Bhonti biya t bidai diya homoi t pai thoisu,kiman kostokor ,sukupani rokhabo nuwari...😢😢 Hundar gan❤

  • @pitaiborgohain3203
    @pitaiborgohain3203 5 หลายเดือนก่อน +3

    বহু...........ত.... ধুনীয়া ধুনীয়া হৈছে

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 7 หลายเดือนก่อน +2

    বৰ ধুনীয়াকৈ গাইছে আপুনি গানটো! কথা-সুৰো অতি সুন্দৰ হৈছে❤❤❤

  • @UtpalHazarka
    @UtpalHazarka 5 หลายเดือนก่อน +18

    2024ত কোনে কোনে খুনিচা লাইক কৰা😊

  • @priyakhibaruah667
    @priyakhibaruah667 7 หลายเดือนก่อน +2

    গীতটি আগতে শুনা শুনা লাগিছে যদিও এই সংস্কৰণটো হৃদয়ত চুই গৈছে। খুব সুন্দৰ 👏❤️

  • @rascalbgmi3677
    @rascalbgmi3677 4 หลายเดือนก่อน +3

    ল’ৰা হৈও emotional হৈ golu😊

  • @dipankarchetia8485
    @dipankarchetia8485 7 หลายเดือนก่อน +3

    আদৌ আৰু মেলেটেৰী শব্দ দুটাই সৰু কাল টো মনত পেলাই দিলে।তেতিয়া ককা আইতাৰ মুখত শুনা শব্দ বোৰলৈ মনত পেলাই দিলে।
    মোৰ বোধেৰে কণ্ঠ শিল্পী হিচাবে এইয়া তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি।
    20 বছৰ আগৰ এটি গীত,এগৰাকী বিশিষ্ট কণ্ঠ শিল্পী তথা সুৰকাৰৰ সুৰ ।অজস্ৰ জনৰ মাজৰ পৰা গৈ এনেকুৱা এটি গীতত কণ্ঠ দিবলৈ পোৱাৰ সৌভাগ্য সকলোৰে নাই।।
    পিতাই কুশলে থাকক।।।

  • @paponssong1535
    @paponssong1535 8 หลายเดือนก่อน +3

    সঁচাকৈ মন ছুই গৈছে।চকুত পানী আহি গল।মইও এজন দেউতা।নাজানো কি হব😢😢

  • @kingmotor6424
    @kingmotor6424 5 หลายเดือนก่อน +3

    Eman dhuniya huni bor val lagil😊😊😊

  • @urmilagayan9478
    @urmilagayan9478 4 หลายเดือนก่อน +4

    মন চুই যোৱা গান ❤

  • @BumanPhukan
    @BumanPhukan 8 หลายเดือนก่อน +6

    দেউতা নাই যে যিমানেই শুনো সিমানেই চকুলো নিগৰে😢😢😢😢😢😢😢

  • @boikunthabori1519
    @boikunthabori1519 2 หลายเดือนก่อน +5

    ছোৱালী জীৱনটো ন বহুত এটা কঠিন ত্যাগ

  • @hemantakonwarhk8120
    @hemantakonwarhk8120 7 หลายเดือนก่อน +4

    গান টো শুনি বুকু খন বিষাই গল,,,,,,,, বাইদেউ লৈ মনত পৰি গল 🥹🥹🥹

  • @Dikshita929.
    @Dikshita929. 8 หลายเดือนก่อน +3

    Ai gaanto moi prai a hunu emn vl lage 1000 bar hunileu amoni nlge❤❤❤❤ deutaloi borkoi monot pore oo🥺🥺

  • @statusguru2146
    @statusguru2146 5 หลายเดือนก่อน +2

    সুন্দৰ এক অৰ্থপূৰ্ণ দুখ লগা গান💐🥹👍

  • @Manashidazz
    @Manashidazz 10 หลายเดือนก่อน +6

    কান্দি পেলালো অ' কি যে আবেগ 😢😭

  • @manabendradasmusical2631
    @manabendradasmusical2631 8 หลายเดือนก่อน +2

    অন্তৰ চুই গৈছে❤❤আবেগিক হৈ গৈছো😊সচাকৈয়ে

  • @anjumanisarma4793
    @anjumanisarma4793 4 หลายเดือนก่อน +6

    মন চুই গৈছে সচাকে বুকু বিষাই যায়

  • @JunaliThakuria-g1e
    @JunaliThakuria-g1e 6 หลายเดือนก่อน +4

    Emn xondor get❤ val lgil xoni😢

  • @himashreegoswami707
    @himashreegoswami707 10 หลายเดือนก่อน +3

    Masterpiece ❤️. Emotion of a girl is well explained ❤️

  • @ritusmitadeka757
    @ritusmitadeka757 11 หลายเดือนก่อน +3

    নিজৰ বিয়াৰ দিনটোলৈ মনত পেলাই দিলা।❤❤❤ গানটোৰ প্ৰথম লাইন কেইটা উফ। চকুপানী 😢😢😢।

  • @SD.9883
    @SD.9883 9 หลายเดือนก่อน +7

    Sob suwalie gantu feel koribo parise... 🥺

  • @priyabratasamrat1344
    @priyabratasamrat1344 2 ปีที่แล้ว +1

    ইমান ধুনীয়া গান এটি উপহাৰ দিয়াৰ বাবে 💚💚💚💚

  • @pranjitzubeenian1780
    @pranjitzubeenian1780 3 หลายเดือนก่อน +4

    ভন্টীলে মনত পৰি গৈছে বহুত জোৰকৈ😢

  • @parishmitasharma2790
    @parishmitasharma2790 ปีที่แล้ว +1

    সঁচাকৈ দেই, ইমান ধুনীয়া শব্দ,সুৰ , মানুহৰ ভাষা শেৰাই যাই যে, এনেকুৱা গান বোৰত, কিন্তু আজিৰ সমাজত , ধুনীয়া গান বোৰৰ চৰ্চা কৰিবলৈ কে পাহৰিলে

  • @kartikdas4926
    @kartikdas4926 3 หลายเดือนก่อน +3

    ভাল লাগিল গান টো 😊❤🎉🎉🎉

  • @ankursinghakp9068
    @ankursinghakp9068 2 ปีที่แล้ว +1

    ভাল লাগিল বাইদেউ ❣️ আগলৈ আৰু সুন্দৰ সুন্দৰ গীত দিব বুলি আশীর্বাদ থাকিল 💕।

  • @villain07vlogs22
    @villain07vlogs22 8 หลายเดือนก่อน +5

    One year pisot viral hoi ulaise ❤🎉 murr bhonti biya hoi gol but tai caller tune dii thoise aa gaan tu 😊😊😊 so moi uu bisari ahi palu

  • @OVMIXER
    @OVMIXER 10 หลายเดือนก่อน +5

    Xokolu suwalie gaan tu xuni xuni abr holeyu kandisa ne nai baru 😁 khekhrr ktha tu kintu vl koisa 👌👌👌

  • @lakhimidas22
    @lakhimidas22 7 หลายเดือนก่อน +3

    গানটো শুনিলেই গাৰ নোম শিহৰি যায়🥺❤️

  • @nabajeethazarika6558
    @nabajeethazarika6558 10 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া বাবে ৷

  • @jayshreevlogs4501
    @jayshreevlogs4501 10 หลายเดือนก่อน +8

    এই গান টোৰ কথা খিনি এজনি ছোৱালীযে ভালকৈ অনুভৱ কৰিব পাৰে । গানটোৱে কন্দুৱাই দিলে

  • @lakhyajyotiphukan5018
    @lakhyajyotiphukan5018 11 หลายเดือนก่อน +1

    সঁচাকৈ দেউতা মা সকলোৰে প্ৰিয় । আপোনাৰ কণ্ঠত গীত তি বহুত বহুত ভাল লাগিছে শুনি । মই লৰা যদিও বহু বাৰ হুনিলো😊 ভাল লাগিল শুনি ।

  • @ParichitaDevi
    @ParichitaDevi 2 หลายเดือนก่อน +3

    Ajihe hunisu gaan tu
    Eman bhal lagise
    Bia hua 8 yrs hol.. still can feel the song ❤❤

  • @KhagenBaishya-o4p
    @KhagenBaishya-o4p 3 หลายเดือนก่อน +2

    Gan2 bhut vl lagil aru manat ata voio lagil eman maram t daongr kra deautak ari kenekoi jm buli

  • @tribenisandilya9010
    @tribenisandilya9010 9 หลายเดือนก่อน +3

    Bor dukh lg ai gantu hunile😢😢monot pore papa le...mon gole u ghopok k jbo nuaru ghrle aitu feeling okl ajne swli r bahire kune u buje npi🥺🥺🥺