পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special -

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • নমস্কাৰ, জয়জয়তে লহৰ ইউটিউব পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠ - কণিষ্ঠ সদৌতিলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ জনালো । অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন হোৱা নিভাজ বিহুনাম সমুহ হুঁচৰি তথা বিহু মৰা প্ৰথাৰ মাজেৰে জীয়াই ৰাখিব লাগিব। ই প্ৰতি জন অসমীয়াৰ দায়িত্ব। আমিও এই মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত পুৰণি বিহুনাম সমুহ সাধ্যানুসৰী বিলাই দিয়াৰ চেষ্টা কৰিছো। অনাগত দিনত আমাৰ লগত থকা পুৰণি বিহুনামসমুহ ভিডিঅ'ৰ যোগেদি আগবঢ়ায় যাম। যদিওবা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত অসমীয়া কৃষি সজুলি সমূহৰ প্ৰয়োগ নোহোৱা হৈছে তথাপিও বিহুনামৰ মাজেৰে এই সমুহক আমি আমাৰ মাজত সজীৱ কৰি ৰাখিব লাগিব।
    #bihu2024
    #assam
    #husori
    Video Host : Ghanakanta Saikia
    Recorded & Uploaded by Rupak Das
    Our Contact : contactteamlohor@gmail.com
    Our WhatsApp Channel : whatsapp.com/c...

ความคิดเห็น • 154