কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ শিকোঁ আহক। কীৰ্ত্তন পাঠ। পাঠ-১
    নমস্কাৰ, জয় জয়তে সকলোলৈকে পবিত্ৰ ভাদ মাহৰ সেৱা নিবেদিছো। শংকৰ মাধৱ গুৰু দুজনা বৈকুণ্ঠগামী হোৱা এই পবিত্ৰ ভাদ মাহতে অসমৰ সত্ৰ নামঘৰ আৰু প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে গুৰু দুজনৰ অৱদান কীৰ্ত্তন, ঘোষা, ভাগবত আদিৰ ব্যাপক চৰ্চা কৰা হয় । এইসমূহ পুথি পাঠ কৰোতে ইয়াৰ কিছুমান পৰম্পৰাগত সুৰত পাঠ কৰা হয়। সেই সুৰ সমূহ নৱপ্ৰজনমৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে যাতে অদূৰ ভৱিষ্যতলৈও এই সুৰ সমূহ সংৰক্ষিত হৈ থাকে। ধন্যবাদ।

ความคิดเห็น • 566

  • @TeamLohorGolaghat
    @TeamLohorGolaghat  ปีที่แล้ว +86

    সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।

    • @shyamborah7138
      @shyamborah7138 ปีที่แล้ว +4

      00😅😅

    • @manikadutta7126
      @manikadutta7126 ปีที่แล้ว +2

      🙏🏽

    • @anandiramdeka9406
      @anandiramdeka9406 5 หลายเดือนก่อน

      😊

    • @anandiramdeka9406
      @anandiramdeka9406 5 หลายเดือนก่อน

      😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊

    • @dhirendutta7989
      @dhirendutta7989 หลายเดือนก่อน

      জঙ্ঘ্ৰায় নে জঙ্ঘ্ৰায়

  • @KarabiHazarika-l6b
    @KarabiHazarika-l6b 2 วันที่ผ่านมา

    Oti hundor krishno krishnk bap🙏

  • @jajneswarborgohain7694
    @jajneswarborgohain7694 ปีที่แล้ว +3

    কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷

  • @tarungohain2643
    @tarungohain2643 2 วันที่ผ่านมา

    ৰাম কৃষ্ণ কৃষ্ণ বাপ শতকোতি নমস্কাৰ। আগলৈ আশা কৰিলোঁ।

  • @ronujbhuyan5217
    @ronujbhuyan5217 ปีที่แล้ว +12

    সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।

    • @BhubonChDas
      @BhubonChDas 4 หลายเดือนก่อน

      🙏🙏🙏Krishna Krishna Krishna

  • @assam9674
    @assam9674 ปีที่แล้ว +4

    মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ

  • @yahooij962
    @yahooij962 19 วันที่ผ่านมา

    বৰ শুৱলা কণ্ঠস্বৰ, শুনি ভাল লাগিল l 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @kanaksaikia7067
    @kanaksaikia7067 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ

  • @jadumonideka1786
    @jadumonideka1786 ปีที่แล้ว +9

    আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  ปีที่แล้ว

      আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।

  • @jatindas5035
    @jatindas5035 ปีที่แล้ว +7

    আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।

  • @jintuborah3292
    @jintuborah3292 ปีที่แล้ว +3

    কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)

  • @satyenborgohain5683
    @satyenborgohain5683 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।

  • @nizoraborah2237
    @nizoraborah2237 ปีที่แล้ว +19

    কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।

  • @shyammahanta7317
    @shyammahanta7317 ปีที่แล้ว +7

    আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  ปีที่แล้ว

      মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ

  • @bkgogoi8636
    @bkgogoi8636 ปีที่แล้ว +3

    আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @nabinburagohain5005
    @nabinburagohain5005 ปีที่แล้ว +1

    👏 Shree Krishnaya namaha. Krishna. Bap .

  • @dhrubadeka52
    @dhrubadeka52 2 หลายเดือนก่อน +3

    ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।

  • @sakuntaladevi2075
    @sakuntaladevi2075 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว +16

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Kimtaehyungbiased
    @Kimtaehyungbiased ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @probinbo9316
    @probinbo9316 ปีที่แล้ว +2

    কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।

  • @gobinsharma7346
    @gobinsharma7346 หลายเดือนก่อน

    অতি উত্তম ব্যবস্থা. ধন্যবাদ. (শুধৰণি )

  • @bikramhd369
    @bikramhd369 9 หลายเดือนก่อน +1

    🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏

  • @ArunkrGogoi-gh4xz
    @ArunkrGogoi-gh4xz ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏

  • @barnaligogoi8166
    @barnaligogoi8166 8 หลายเดือนก่อน +1

    Krisha Ram Ram Jai guru Sankar🙏🙏

  • @bipulhatiboruah7482
    @bipulhatiboruah7482 ปีที่แล้ว +1

    Best hundor lagise bapjan

  • @bogadhargogoi720
    @bogadhargogoi720 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏

  • @lilaramdas9065
    @lilaramdas9065 ปีที่แล้ว +4

    Shri krishaye bashudebaye nomu

  • @RumiBasumatary-y8x
    @RumiBasumatary-y8x หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো

  • @krishnakakaty2624
    @krishnakakaty2624 ปีที่แล้ว +1

    Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.

  • @mridusmitasaikia7123
    @mridusmitasaikia7123 ปีที่แล้ว +14

    হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 ।
    কৃষ্ণ কৃষ্ণ বাপ 🙏।
    শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏।
    আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  ปีที่แล้ว

      আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।

    • @priyakshiborah5527
      @priyakshiborah5527 ปีที่แล้ว

      Hoi provu,

  • @jagatsaikia7451
    @jagatsaikia7451 ปีที่แล้ว +1

    ঠিকেই কৈছে বাপ । কৃষ্ণ ।

  • @BhupenBora-o1t
    @BhupenBora-o1t หลายเดือนก่อน

    সুন্দৰ ভাল লাগিল।

  • @jayaborah2926
    @jayaborah2926 11 หลายเดือนก่อน

    হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏

  • @robinmohan9667
    @robinmohan9667 11 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিলে।শিকিব পৰাকৈ সমল যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @rinachutia3723
    @rinachutia3723 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।

  • @liligogoi9816
    @liligogoi9816 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ
    ভাল লাগিল

  • @debojyotihazarika81
    @debojyotihazarika81 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।

  • @DimbeswarGogoi-i3l
    @DimbeswarGogoi-i3l หลายเดือนก่อน +2

    কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ

  • @rubiborah3436
    @rubiborah3436 ปีที่แล้ว +7

    অ হৰি অ ৰাম, জয় শ্ৰী কৃষ্ণ।❤️🙏🙏🙏❤️

  • @PronobGogoi-e5c
    @PronobGogoi-e5c ปีที่แล้ว +1

    Krishna.krishna krishna

  • @tagarisaikia471
    @tagarisaikia471 หลายเดือนก่อน

    আপোনি গোৱা শুৰতো বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @prafullagogoi931
    @prafullagogoi931 2 หลายเดือนก่อน

    কৃষ্ণ প্ৰভূ অতি উত্তম ! পুৰণি লহৰ ৷ আপোনাৰ পৰা আৰু আশা কৰালো ৷

  • @hemogohain5329
    @hemogohain5329 2 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বহোত সুন্দৰ।

  • @BharatSaikia-r1r
    @BharatSaikia-r1r ปีที่แล้ว +3

    ধন্যবাদ ।আপোনাৰ কণ্ঠ আৰু সুৰ অতি সুন্দৰ ।শুনি থাকিবৰ মণ ।সকলো কথাত আমি একমত।পিছে সংস্কৃতত স আখৰৰ উচ্চাৰণ চ হয় ।বাকীবোৰ ঠিকেই আছে ।কৃষ্ণ কৃষ্ণ ।🎉😮

  • @missanjelika365
    @missanjelika365 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ
    কৃষ্ণ
    🙏🙏🙏🙏🙏🙏

  • @babysaikiababysaikia4911
    @babysaikiababysaikia4911 ปีที่แล้ว +4

    সুন্দৰ পদক্ষেপ 🙏🙏🙏

  • @miramazumder9815
    @miramazumder9815 ปีที่แล้ว +1

    সুন্দৰ হৈছে ।আমাৰ গাঁৱত ও‌ এনেকৈয়ে গায়। 🙏🙏🙏

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 หลายเดือนก่อน

    সেৱা জনাইছোঁ ।
    অশেষ ধন্যবাদ

  • @jagatnamrup3941
    @jagatnamrup3941 ปีที่แล้ว +3

    কৃষ্ণ🙏🙏🙏🙏🙏

  • @nandiramdeka6218
    @nandiramdeka6218 หลายเดือนก่อน

    ৰাম কৃষ্ণ

  • @utpalbora1676
    @utpalbora1676 ปีที่แล้ว +1

    কৃষ্ণ

  • @boluramtamuly5093
    @boluramtamuly5093 ปีที่แล้ว +2

    ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।

  • @phukan123
    @phukan123 ปีที่แล้ว +9

    প্ৰণাম প্ৰভু জনা , আপ্লুত হলো ❤❤ সম্পূৰ্ণ কীৰ্তন ভাগ পাঠ কৰি ব্যাখ্যা কৰিলে কৃতাৰ্থ সম।

  • @jintudutta278
    @jintudutta278 ปีที่แล้ว +1

    Krishna Krishna bapjana

  • @anjalidutta3807
    @anjalidutta3807 ปีที่แล้ว

    কৃষ্ণ বাপ 🙏🙏🙏সেৱা আগবঢ়ায় ছো,

  • @jitulmorang8449
    @jitulmorang8449 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ,বাপজনা, ভাল লাগিল। পৰৱৰ্তী Video ৰ বাবে বাট চাই ৰলো।

  • @Sevengamingaxom02
    @Sevengamingaxom02 11 หลายเดือนก่อน +1

    Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....

  • @kalpanaborah5499
    @kalpanaborah5499 14 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ

  • @hemakonwar7459
    @hemakonwar7459 ปีที่แล้ว +3

    আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক

  • @mridulmishra7095
    @mridulmishra7095 ปีที่แล้ว

    Bapoloi dhanyabad, aru assa korilu.

  • @rupjyotimahanta3650
    @rupjyotimahanta3650 5 หลายเดือนก่อน

    সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏

  • @jayantidevi1164
    @jayantidevi1164 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷

  • @SHazarika-j9l
    @SHazarika-j9l หลายเดือนก่อน

    অতি সুন্দৰ।

  • @jadavgogoi4008
    @jadavgogoi4008 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @swarnapachani4653
    @swarnapachani4653 หลายเดือนก่อน

    Krishna Krishna.

  • @kushalchetia2670
    @kushalchetia2670 ปีที่แล้ว +2

    সন্দৰ সুন্দৰ

  • @BaikunthaChetia-ub8wp
    @BaikunthaChetia-ub8wp หลายเดือนก่อน +1

    Krishna 🙏

  • @ashimraj2536
    @ashimraj2536 หลายเดือนก่อน

    সুন্দৰ৷ বহু কথাই জানিলো৷

  • @rinabharali454
    @rinabharali454 ปีที่แล้ว +1

    Krishna. Bohut val lagile

  • @BipinSaikia-ty7ju
    @BipinSaikia-ty7ju หลายเดือนก่อน

    যদুমনি যাদব নহৈ যাদৱ হ'ব লাগিছিল। কৃষ্ণ।।

  • @rimadekagogoi9000
    @rimadekagogoi9000 ปีที่แล้ว

    Krisna bap jona oti hundor hur

  • @ankitbordoloi9041
    @ankitbordoloi9041 ปีที่แล้ว +2

    Krishna krishna krishna

  • @joydeepbormon3887
    @joydeepbormon3887 หลายเดือนก่อน

    Lord. Krisna Thanks

  • @rameshbonia
    @rameshbonia ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ আমাৰ লগত আপোনাৰ কীত্তৰ্নৰ সুৰ একেই।🙏🙏🙏🙏

  • @DebuDutta-z4n
    @DebuDutta-z4n ปีที่แล้ว +3

    সুন্দৰ

  • @bijayanandaneog73
    @bijayanandaneog73 ปีที่แล้ว +2

    Krishna krishna

  • @gobinsharma7346
    @gobinsharma7346 หลายเดือนก่อน

    ?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।

  • @SurabalaBaruah
    @SurabalaBaruah หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ কিতনৰ সুৰ জানিব পাৰি কৃতাৰ্থ হৈছো সেৱা হে

  • @jitenkakoty6885
    @jitenkakoty6885 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম !

  • @NilotpalmotoHuzuri
    @NilotpalmotoHuzuri หลายเดือนก่อน

    Bohut vaal laagile ❤ krishna krishna

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 ปีที่แล้ว +2

    ... সুন্দৰ

  • @SmritiRekhaDas-ll7wc
    @SmritiRekhaDas-ll7wc หลายเดือนก่อน

    কৃষ্ণ 🙏🙏

  • @bubulsarmah1349
    @bubulsarmah1349 ปีที่แล้ว +2

    বহুত ভাল্ কৰ্ৰিছে আপুনি

  • @dhrubadutta
    @dhrubadutta ปีที่แล้ว +1

    বৰ সুন্দৰ,আপোনাৰ সুন্দৰ মন আৰু সুন্দৰ কামবোৰৰ শলাগ লৈছো,ঈশ্বৰে সদায় কুশলে ৰাখক

  • @pankajphukan6468
    @pankajphukan6468 ปีที่แล้ว

    বৰ সুন্দৰ হৈছে।ভাল লাগিল

  • @jitengogoi2672
    @jitengogoi2672 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @birajbaruah7681
    @birajbaruah7681 ปีที่แล้ว +1

    শ্লোক ভাগ যিহেতু সংস্কৃতত গোৱা হৈছে উচ্চাৰণ সু ঠাইত চু হব নেকি বাৰু ? কীৰ্তনৰ পাঠ ৰ পৰম্পৰাগত সুৰ ঠাই ভেদে বেলেগ হোৱা দেখা যায় l বাকী আপোনাৰ কণ্ঠ খুব সুন্দৰ। কৃষ্ণ।

  • @mamonidas1659
    @mamonidas1659 ปีที่แล้ว +19

    Krishna probhu 🙏🙏🙏🙏

  • @nityasashibsaikia3571
    @nityasashibsaikia3571 4 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভু ! আজি ভকত , বৈষ্ণৱ তথা নৱ প্ৰজন্ম ই অনুকৰণ কৰে যেন ।

  • @assamunlimited348
    @assamunlimited348 2 หลายเดือนก่อน

    ধন্যবাদ জনালোঁ।

  • @PanchamiDas-ig9sl
    @PanchamiDas-ig9sl วันที่ผ่านมา

    Krisna

  • @pradiphandique7872
    @pradiphandique7872 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mukutborah4081
    @mukutborah4081 ปีที่แล้ว +1

    কৃঞ, ভাল লাগিল।

  • @runjungogoi8777
    @runjungogoi8777 ปีที่แล้ว

    Krishna bapjanaloi dhanayabad janai su. Bapjanar hur mat eman dhunia hoise aakha karu aagloio bapar pra aru huni boloi paw aami.

  • @mukshedullah6863
    @mukshedullah6863 ปีที่แล้ว

    Eitu bikhoyot bohol sorsa huwa ussit. Khubei prayojaniyo bikhoy.dhannyabad.

  • @risheswardas7284
    @risheswardas7284 8 หลายเดือนก่อน

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ🙏🙏

  • @manikdax2858
    @manikdax2858 ปีที่แล้ว +1

    Krishan.... Bap pranam Janaisu.

  • @mridupabansarmah6020
    @mridupabansarmah6020 ปีที่แล้ว +2

    কৃষ্ণ বাপ সুন্দৰ কন্ঠ আপোনাৰ।

  • @DigantaBaruah-x7t
    @DigantaBaruah-x7t ปีที่แล้ว

    Krishno krishno bapjona probhu pora nojona kotha bohut hikibo palu