Tai Ahom Religion, Culture & Tradition. Part -2

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ม.ค. 2025

ความคิดเห็น • 7

  • @biswarajChutia
    @biswarajChutia 2 หลายเดือนก่อน +1

    ভাল লাগিল গগৈদা

  • @Adnant732
    @Adnant732 25 วันที่ผ่านมา

    Hosa koise

  • @rajatgogoi6441
    @rajatgogoi6441 2 ปีที่แล้ว +3

    খুপ্তাং টো সকলোতে নমস্কাৰ নুবুজাই নেকি । আচলতে বয়কম টো হে নমস্কাৰ বুজাই নেকি । ৰং বয় বয় ধন্যবাদ হয় জানো। মোৰ মতে । খাপ চাও খা ধন্যবাদ। জনাব চূন আপুনি মই কোৱা টো ভুল নে শুদ্ধ।

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว +1

    হিন্দু প্ৰথা মতে তোলনী বিয়া তোলে যদিও কিন্তু কোনো হিন্দু ধৰ্ম গ্ৰন্থত নাই।কোনে কেনেকৈ কোন সময়ত নিয়ম লগালেজানিব পৰা নাই।বেদৰ যি সংস্কাৰ বিধি পাইছো তাত নাই।যদি কোনোবাই কৰবাত পাইছে অনুগ্ৰহ কৰি জনাব।অসমৰ জনজাতি ভাই সকলে এই তোলনী নোতোলে বাআনে গম নেপায়।প্ৰাচীন ধৰ্ম গ্ৰন্থ বেদতো নাই।তেতিয়া হলে মাজতে কোনে এই প্ৰথাটো লগাই দিলে?গতিকে বুকু ফিন্দাইবৰ বৰ কথা কলেই নামানো। সেয়ে ময়ো জনজাতি বি আহোম সকলৰ সৈতে এক মত।

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว

    pk

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 ปีที่แล้ว

    pk