TAI AHOM DARMA // আহোম ধৰ্ম কি ? ।। কোন ঠাইত মহিলাই সেন্দুৰ নলয় ? Dang deng deodhai bongkhawali
ฝัง
- เผยแพร่เมื่อ 27 ก.พ. 2022
- TAI AHOM DARMA // আহোম ধৰ্ম কি ? ।। কোন ঠাইত মহিলাই সেন্দুৰ নলয় ? Dang deng deodhai bongkhawali
: Pobitra Mohan Phukon
Bihu Hurakhya Samiti
#chengaxom
#tai_ahom
#subscribe
Tai Ahom language must be compulsory to all primary and secondary school.
We all Tai Ahoms must boycott Hinduism!
save tai ahom language
Jago Ahom Jago 🙏
সুন্দৰ ভাষণ শুনি আপ্লুত হলো।ভাল লাগিল।
Very nice reporting thanks
Jai siya Ram ♈❤
Nice speech
Informative video. Kintu sarbajanik AXOM r mohila e mekhela sador pindhe buli e janu. Moi u ahom. Mur aju aita bohut bosor jiyai asil. Aita ku dekhilu. Soboke mekhela sador pindhi e mrityu grohon kora dekhilu. Sanskriti rokhya korok, kintu monot rakhibo. Ahom e AXOM khon ek gut koriboloi nijor jati dhormo hokolu baad di axomor sanskriti r logot mili goisil. History napahoribo. Etia jodi ami e enekua koru. Tente AXOM khon dhonkho huat besi homoi nai. Kotha tu bhabi sabo. Kunu jatik ullekh kori kua nai. Joy Ai AXOM.
আহোম জাতি এক গোট হব লাগে।সিংহা কৰিব নালাগে আহোম জাতি নিজৰ মাজত।
ঠিক সচায় ভাল লাগিছে আপোনাৰ কথা বোৰ ১০০%
ধুনিয়া সুন্দৰ কথা
Hundar val lagil Phukan Sir.
Sagoli deodhai bonkhawali pati asu
টাই আহোম পে অং লে✊
Kothabur val lagil huni..
Manuhjonok log pabo mon goise
Dhonyobad , nissai log pabo . ঘৰ বকতা কৰঙা গাওঁ, শিৱসাগৰ । চাকৰি সূত্ৰে সাপেখাতিৰ ব্লকৰ কোৱাটাৰত থাকে ।
খ্ৰূপতাং 🙏
Akdom hosa kotha koise
Very good
moja thik kotha
Akou Amar Tai ahom community tu gothon koribo Lage
Nohole ekebare herai jabo 🙏
I learned many important fact from this video, thnq💯
Welcome ...
Mum
Hundor Val lagil huni
Val kotha kole
baki hokolor bhakhon khiniu dibo lagisil.. bhal lagil bahut
Khub kom dinor vitorte dim. channel tu subscribe koti bel icon tu tipi tipi thobo .
হয় । তাতৰ শাল , ঢেকীৰ শালক শাৰ পোৱাই ৰাখিলে আমাৰ থলুৱা সংস্কৃতি ও শাৰ পাই থাকিব । যিবোৰে আমাৰ জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি আহিছে ।
Really
Please revive our culture of ahom.......
nijor bhakha sankaskriti pahoribo nalage
নিজৰ পৰম্পৰা ৰক্ষা কৰিব লাগে। নহলে নিজৰ বুলিবলৈ একোৱেই নেথাকিব
We revive
আমাৰ ধৰ্ম আছে ,আহোম ধৰ্ম ,,
Axomr thalua mahilar blood ase sukapha porialot
একমত
প্ৰতিজন টাই আহোমে উপৰোক্ত কথাখিনি হৃদয়ঙ্গম কৰা উচিত। অন্যথা আমাৰ জাতীয় বৈশিষ্ট্য বুলিবলৈ কালিলৈ একো নাথাকিব ।
Sendur hindur Nissan bia hua naarir
We need unity of ahom
yes, we need...
সছা কথা,
টাই-আহোম ভাষাত হাঁচী পাতৰ পুথীবোৰ টাই-আহোম ধৰ্মৰ নহয় নে কি ?
অনুপ্ৰাণিত কৰিলে ককাইদেউৰ বক্তব্যই
টাই-আহোমৰ পৰম্পৰা, মে-ডাম-মে-ফিৰ জৰিয়তে পূৰ্ব পূৰুষক শ্ৰদ্ধা কৰা এই কৰ্মবোৰকে ধৰ্ম বুলিব পাৰি। যি সকলে টাই-আহোমৰ নিদিষ্ট ধৰ্ম নাই বুলি কৈ টাই-আহোম জাতিটোক ধৰ্মহীনি কৰি আন ধৰ্মক স্থান দিছে বা সহায় কৰিছে। প্ৰকৃততে টাই-আহোমৰ নিদিষ্ট ধৰ্ম আছে, নিদিষ্ট ভাষা নিদিষ্ট পিতৃ-মাতৃ নিদিষ্ট, পূৰ্ব-পূৰুষ আছে। জহৰা নহয়। টাই-আহোমৰ নিদিষ্ট ধৰ্ম নাই বুলি কোৱা সকলে নিশ্চয় বৌদ্ধ, হিন্দু আদি ধৰ্মক সহায় কৰিছেহে । শংকৰী বামুনীয়া বৌদ্ধিচ খৃষ্টান মুছলিম একো নহয়, আহোম টাই-আহোম হব- স্বধৰ্ম হে শ্ৰষ্ঠ । বাকী পৰধৰ্মৰ প্ৰমানপত্ৰত একো নাপায়। NRC ত নামো জাতিৰ নামত হে আছে- গতিকে জাতিৰ ধৰ্ম হে থাকিব- পৰধৰ্ম হল পতান উৰি যাব।
তাও ধৰ্ম
সচাকৈ ।
প্ৰকৃতিবাদ ধৰ্মৰো উদ্ধত
ধর্ম নহয় প্ৰকৃতি পিতৃ মাতৃক আৰু উপৰিপুৰুষৰ উপাসক ।
Prakiti k poja kore Tai community
Manuh jonor ki nam baru??
probitra mohan phukon
Hosakoi revive koribo hol.
Joy dol Shiva dol bor ki Hindu mote bohuto Roja nam ase
Apunar kotha bur vaal lagil kintu sendur kothatu objection ase Sarga deo Rudra singhai hindu dharma luar pasot sendur lua hoi, dharma asil bodhist
apunar Dharonatu Hudha huwa nai
Apunar dharona Tu hudha hua ni
Hindu birudhi kotha koi se hendur nologabole koi se, moi ek dom nopoha manuh kintu ami homaj khonok bopothe porisalona nokoru
Garu kha bulile garu kham neki
Lecture dia manuh jonok Ahom raja patok, tolatol ghr bonabole kouk
আহোমৰ ধৰ্ম' নাই বুলি কোৱা কথাটোত মই উদ্বেগ প্ৰকাশ কৰিছো। হয়তো বক্তাজনে পাহৰি গৈছে। মই কও- আহোমসকল কোনোবা যুগতেই চীনৰ ইউনান প্ৰদেশৰ পৰা অহা এটা অতি সু সভ্য জাতি।অধিক সময় পৃথিবীত ৰাজত্ব কৰা জাতি সমূহৰ ভিতৰত হয়তো দ্বিতীয় হব লাগে। জাপানৰ ৰাজ বংশ প্ৰথম;যি ৰাজ বংশই এতিয়াও ৰাজত্ব কৰি আছে।হয়তো২য় নহৈ ৩য় বা ৪ৰ্থ ও হব। এনে এটা সু সভ্য জাতিৰ ধৰ্ম নাছিল বুলি"কোৱাটো অতি দুখৰ বিষয় হব। যিমানে ইধনী বা দুখীয়া দেশ নহওক কিয় সকলো জাতিৰে ধৰ্ম আছেই আৰু থাকিবই। মই জনাত হয়তো আফ্ৰিকাৰ দুই এটা জাতিআৰু দঃ পূব এছিয়াৰ দুই এটা দ্বীপত থকা জাতিৰ বাহিৰে সকলো মানুহৰ কিবা এটা ধৰ্ম আছেই।ইয়াত সন্দেহ নাই।সভ্যজাতিৰহে ধৰ্মথাকে।ধৰ্ম নাছিল বুলি কৈ মই নিজক কাহানিও লঘূ কৰিব নিবিচাৰো। আহোমৰ ধৰ্মটোক কোৱা হয় আম-ছূ-ছিন।ই বৌদ্ধ ধৰ্মৰে এটা শাখা বুলি ধৰিব পাৰি।যেহেতু আমাৰ উপৰি পুৰুষ সকলক বা ফু-ৰা তা-ৰাক পূজা কৰাৰ বিধান আছে গতিকে ধৰ্মও আছে।সদাশয় লোকে ভুল হলে শুদ্বৰাই দিব। শদিয়া।
ধন্যবাদ আপোনাৰ মতামতৰ বাবে । আপোনাৰ লগত কথা আগবঢ়াব বিছাৰিছো । আপোনাৰ মতে বৌদ্ধ ধৰ্ম কিমান পুৰণি বা কোন সময়ৰ পৰা প্ৰচলিত ।
আহোম সকল বৌদ্ধধৰ্মৰ এটা শাখা কেতিয়াও হবই নোৱাৰে। কাৰণ ছুকাফা অসম আগমনৰ সময়ত মাওলূঙত বৌদ্ধধৰ্মৰ প্ৰচাৰ হোৱাই নাছিল। গতিকে এবাৰ চিন্তা কৰিলে ভাল।
হয়
আনৰ কথা নকওঁ চীনৰ কথাই কলো চীনৰ কোনো ধৰ্ম নাই চীনে কৈছে যি ধৰ্ম কৰে সি সদায় দুখীয়া হয় চীনৰ কথাষাৰ নুই কৰিব নোৱাৰি । টাই জাতিৰ আমাৰ কোনো ধৰ্ম নাই ই এই জাতিয়ে কেৱল প্ৰকৃতি , পিতৃ মাতৃ আৰু উপৰিপুৰুষক হে উপাসনা কৰে । ধৰ্ম বুলি কোৱা কথাষাৰ মোৰ মুঠেই পছন্দ নহয় ধৰ্ম বুলি পৃথিৱীত একোৱে নাই কৰ্মই ধৰ্ম কৰ্ম কৰিলে হে নিজৰ লগতে পৰিয়ালটোক পুহপাল দিব পাৰিব । ধৰ্ম ধৰ্ম বুলি আজি ৰাম নাম কৃষ্ণ নাম লৈ থাকিলে ৰাম কৃষ্ণই দিবনে নিজে দুই হাত দুই ভৰিৰে কৰ্ম নকৰিলে ? নিদিয়ে গতিকে ধৰ্ম কথাটো মুঠেই পছন্দ নকৰো , ।
ককাইদেউ মই video to download কৰিব পাৰিম নে
Oky kora
credit tu di diba CHENG AXOM
I urge all the Tai-Ahoms to read this Book called "Fragmented memories: struggling to be Tai-ahom" by "Yasmin Saikia". She claims that Tai Ahoms history is all made up, its more of a political identity than people belonging to a particular ethnic community, Siu-ka-pha is a mythical figure and many such claims fully analyzed by herself in details which raises a serious question about the existence and identity of Tai Ahoms.
As someone belonging to the tai community... I would say that the conclusion portrayed in that book is seriously revolting... Our king chao lung siu-ka-pha was certainly not an imaginary figure... If it was imaginary what about the literature and scripts ... The historical monuments like rang Ghar, kareng Ghar, charai deo, etc... Are they all lies... No doubt it's just a book narrating a different perspective about the existence of ahoms... But falsifying the existence of our kings and our culture is just preposterous and ridiculous...
Please don't urge everyone to read such a ridiculous book
You have not read the book in detail it seems. She clearly mentions that the Buranjis were written at a much later date, especially those written in Assamese. And the Tai ones are still left to be translated properly. If you can get your hands on Phongswadon Tai Ahom, a Thai translation of the Ahom Buranji written in Tai you will notice the mistakes that GC Barua has made in his translated work. Tai was a tonal language, and the script used by Ahom did not have any tonal markers like Chinese. So the same word if pronounced differently can have different meaning. She never said Su-Ka Pha is a Myth, but what she said is that the oversimplified narrative that revolves around Su Ka Pha is a myth. For example, there is no doubt that a group of Tai warriors led by a prince came and settled and later on subjugated other tribes and established the Ahom “State”. But the romantic narrative of one heavenly prince descending from Gods and establishing a kingdom in just few seasons through matrimonial alliances with neighbouring tribes does not sound like history. What she concludes that Ahom was a state not an ethnic group, which was composed of different ethnicities. What she also says that everyone who claims to be Ahom may or may not be the direct descendants of the Tai Ahoms who came from Mung Mao but today they just identify as such despite not following the customs and religion of the community. She discusses how Ahom Identity has evolved over time explaining the fluidity of ethnic identity across time and space. Her book has contributed a lot to modern historiography and sheds light to how history is used in identity formation. Just because a book does not suit your political aspiration makes it a bad book.
I'm totally against the utilisation of the narrative about the ahom identity for political justifications... Being an Ahom is a sentiment and not political propaganda
@@Nirupamify Alright, what about you? Do you consider yourself as Tai Ahom?
তে ওলাই যা লেউৰা অসমৰ পৰা,অসম হিন্দুৰ ভূমি Chinese r nohoi
এইবোৰ ফাল্টু কথা ন'কবা। তেওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি ধৰি ৰাখিব খুজিছে, ৰাখিবলৈ দিয়া। তুমি কোনো নহয় এইবোৰ কথা ক'বলৈ। নিজৰ ফাল্টু মানসিকতাৰ পৰিচয় নিদিবা। আৰু যাক তুমি chinese বুলি কৈছে, এইসকল নোহোৱা হ'লে অসম মোগলৰ হাতলৈ গ'লহেতেঁন। তেতিয়া না আমাৰ পৰিচয় থাকিল হেতেন না আন কিবা। আমাৰ শংকৰী সংস্কৃতিও নাথাকিল হেতেন। বুজি পালা নে, মুৰত সোমাইছে নে কিবা?
@@mrigankashekharkashyap2525 এইবোৰ কীৰ্তি সংস্কৃতি ধৰি ৰখা টো বেয়া কথা নহৈ কিন্তু ইয়াৰ লগতে separatist mentality গঢ় লৈ উঠে জান নাই, আজি বড়ো সকলোকে চা separate State bisari ase কালিলৈ আহোম ও বিচাৰিব,সেই কাৰণে চাই চিটি কথা কবি aku নজনাকৈ যা টা কৈ নাথাকিবি
সুন্দৰ বক্তব্য। তেখেতৰ নাম আৰু ফোন নৱেম্বৰ বা ঠিকনা পাম নেকি ?
nissai . apuni Facebook page t mgs koroksun. cheng axom নামৰ
শংকৰদেৱে প্ৰচাৰ কৰা 'এক শৰণ নাম ধৰ্ম'!আজি ৫০০/৬০০বছৰ আগতেই প্ৰচাৰ কৰি "ত্তাঈ ধৰ্মৰ" আহোম সকলক প্ৰাণী হিংসা অৰ্থাৎ বলি বিধান বিৰোধিতা কৰি বৈষ্ণৱ ধৰ্মত দিক্ষিত কৰালে।ঈশ্বৰ বা ভগৱান আগতেই নিজৰ জন্ম দাতা পিতৃ-মাতৃয়েই প্ৰধান।গতিকে নিজৰ পিতৃ-মাতৃয়ে যি ধৰ্ম পালন কৰিছিলে,সেই ধৰ্মক নসাৎ কৰি আহোম হলেও মদৰ সকাম বা হাহ,কুকুৰা আগবঢ়াব নোৱাৰো।আহোম আহোমেই হৈ থাকিম,কিন্তুু ধৰ্ম সলনি কৰাৰ সম্ভৱ নহব।যিমানেই বুজালেও অথবা যুক্টি দৰ্শালেও পিতৃ-মাতৃৰ ধৰ্মক ত্যাগ কৰিব নোৱাৰিম মহাশয়।এতিয়া এইবোৰ ভাষণৰ কোনো অৰ্থ নাই।খ্ৰুপতাং🙏🙏🙏
যদি নিয়ম নীতি পৰম্পৰা কৰিব নোৱাৰা তেন্তে নিজকে কিয় আহোম বুলি কৈছা , লাজ লাগিব লাগিছিল হে তোমাৰ আহোম বুলি কবলৈ , হিন্দু বা বৈষ্ণৱ বুলি কোৱা তেতিয়া মানি লম , ৰজা জয়ধ্বজ সিংহই নিজে হিন্দু ধৰ্ম কৰা দিনৰে পৰা আন আন হিন্দু ধৰ্ম গ্ৰহণ নকৰা আহোম সকলৰ ওপৰত বহুত শাৰীৰিক নিৰ্যাতন মানসিক অত্যাচাৰ চলালে সেই সময়ত আহোমৰ ১২ ফৈদৰ ভিতৰত ৯ ফৈদে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে বাকী থাকিল মহুঙ, চঙবোন , মপলং , অৰ্থাৎ ( মহন , দেউধাই , বাইলুং ) এই তিনি ফৈদে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে , এই তিনি ফৈদৰ ওপৰত যে কিমান অত্যাচাৰ হ'ল তাৰ কোনো ভাষা নাই কবলৈ , বহু ঘাট প্ৰতিঘাটৰ মাজতো কিন্তু আজি তাৰিখৰলৈকে ভাষা সংস্কৃতি পৰম্পৰা ধৰি ৰাখিলে এইবোৰ মই কোৱা কথা নহয় বুৰঞ্জীয়ে কয় । তোমাৰ পূৰ্ব পুৰুষে সেই সময়ত কিছুমান কৰি থকা ৰীতি নীতি নতুন সমাজ এখনত খাপ খাব লগীয়া হোৱাৰ বাবে হয়তো আগৰ ৰীতি নীতি পৰম্পৰা এৰাই চলিব লগীয়া হৈছিল চাগে , যদি তোমাৰ দদৌ আইতা যদি জীয়াই আছে সুধিবা আহোমৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ে তোমাৰ দদৌ দিনত বা দদৌ দেউতাকৰ দিনত মানুহ মৰিলে খৰি দিছিল নে মৈডাম দিছিল যদি মৈডাম দিছিল জানিবা তুমি সঁচাই আহোম পূৰ্বপুৰুষৰ ৰীতি নীতি কি আছিল আৰু বৰ্তমান তুমি কি কৰি আছা , যদি পূৰ্বপুৰুষত যদি মানুহ মৰিলে জুই দিছিল বুলি কয় জানিবা তোমালোক হিন্দু আহোম আছিলা , টাই নিজস্ব ভাষা আছে , সাজপাৰ আছে , সংস্কৃতি আছে , খাদ্য আছে , পৰম্পৰা আছে এইবিলাক আন জাতিতকৈ সম্পূৰ্ণ পৃথক 🙏
Hei karone moi Ahom hoi u ai Faltu lecture bur huni vaal puwa ni
You are right
@@TimePass-qo7chgorur agot tukari bojai lav nai buli axomiyat kotha akhar ase😂
Kormoi dhormo buli koy ahomur ki kormo nai tumi ki pagol neky.😂😂😂😂😂😂.
4:32
হ"ল আৰু ছশ বছৰ পিচুৱাই গলেহে হব া
Ahom beleg buli june bhabi ase ami sob asomiyai. Ahom kunu beleg nohoi baa asomiya beleg nohoi. Please enekoi nokobo. Ahom maanei asomiya. Asomiya bulibole belegke nai. Ami sob ahom ami sob asomiya. Notun saame janibo lage.
Ahom hodai Ahom.tumi Ahom hoi naki?
@@GamePlay-ib2cj nohoi.. kintu moi assamiya. Heimaane aeitu nohoi moi ahom nohoi. Moiu ahom're legacy pora ahaa. Karon history ultimately heituye hoi. Jodi ahom beleg hol hoi tenehole assamiya kobo nuwarile hoi.
@@DhimanDasOfficialtumi dasor pora Brahman bonibo pariba nai?Tumi dasor pora kolita bonibo pariba nai?Tumi dasor pora kochari bonibo pariba nai?Tumi dasor pora moran bonibo pariba nai?
টাই-আহোম নিদিষ্ট কোনো ধৰ্ম নাই বুলা কথাষাৰ ঐতিহাসিক ভাৱে ভূল ব্যাখ্যা, লগতে টাই-আহোম সকলৰ নামটো, আৰু স্বধৰ্মৰ নাম সলনি কৰি থকা কামাবোৰ জাতিটোৰ বাবে ক্ষতিকাৰক কাম। যি সকলে এই কামত কৰি আছে তেওঁলোকৰ ব্যক্তিগত নামবোৰ সলনি কৰি চাওক কিমান ক্ষতি হয় গম পাব। কিছুমানে ৰংঘৰ তলাতল ঘৰটো বনাব লাগে বুলি কব কিন্তু অবাস্তৱ-
আহোমৰ কোনো ধৰ্ম নাই
আহোমে কোনো ভগৱান ঈশ্বৰ নামানে
আহোম সকলে নিজৰ উপৰিপুৰুষ পালন কৰে তাৰ বাহিৰে বেলেগ কাকৌ বিশ্বাস নকৰে আৰু কোনো ধৰ্ম বিশ্বাস নকৰে
হয় । টাই আহোম সকল প্ৰকৃতিবাদি । উপৰিপুৰুষ আৰু প্ৰকৃতিৰ শক্তিক বিশ্বাস কৰে ।
I support you❤ jai shri ram🙏
Kun heinon Ketiaba pohu kheda khabo,
Borbaad hindu hoi....hosakoi.....dorbol hindu hokol.......okol kheda khai.......food habita change hoi sob beya hol.....atia broiler vs beef.....kun jikibo ....
Akdom thik koise 😂😂😂
Ahom kole mari pelam kun balor Manuh tu hee