'ৰেন মৌ'ত আইচেংফাৰ স'তে সংগীত শিল্পী যুতিমালা বুঢ়াগোহাঁই আৰু শান্তনু গগৈ| EP22
ฝัง
- เผยแพร่เมื่อ 20 ก.ย. 2024
- ** EP 22 features Jutimala Buragohain & Shantanu Gogoi from renowned band Jutimala and the Taai Folks. Enjoy! **
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi Nawaz
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan, Preet Gohain, Ravi Shankar
Make-Up - Binita Das
All Rights Reserved © Jaatra.2024
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
মোৰ নিজৰ ভন্টি ৰ প্ৰথমটো interview মই শেষ লৈকে চাইছো। আৰু আইছেংফা বাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান টো ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে। সকলো খিনি কথা ইমান ধুনীয়া কৈ ৰাইজৰ মাজত দাঙি ধৰা বাবে ধন্যবাদ। ❤️
জুতিমালাৰ শাৰীৰিক গঠন আৰু পোছাক তথা চিন্তা-চেতনাত আহোমৰ সকলো অধ্যায়ৰ কথা বুজা যায় । যুতিমালা পূৰ্ব জনমত নিশ্চয় আহোমৰ ৰাজ কুৱঁৰী আছিল !!!!!।
Aaichengfa baa alaboi যুদ্ধক লৈ jyotimala বা গীত টি গোৱা বাবে বহুত ভাল লাগিল । আলাবৈ পাহাৰৰ দাতিতে মোৰ ঘৰ। কেতিয়াবা এবাৰ আহিব সময় পালে আলাবৈ পাহাৰত। মোগলৰ হাতত শ্বহীদ হোৱা দহ হাজাৰ আহোম সৈনিকৰ স্মৃতিত এটি সুন্দৰ প্ৰকল্পৰ কাম চৰকাৰে হাতত লৈছিল এতিয়া সমাপ্তিৰ দিশে।
মে-ডাম-মে-ফী ৰ বিশেষ সংখ্যাৰ নাং আইচেংফা , যুতিমালা , শান্তনুৰ কথা বাৰ্তা চাই বৰ ভাল লাগিল।
AHOM the pride of Assam 🐉✊🏼❤️
every Assamese who love Assam and thinks first about the Assamese people are our pride❤.
@@Pankajsaikiaindia yes and AHOM made the BOR AXOM...with the tribes who lived at that time ❤️✨
True
মোৰ আটাইতকৈ প্ৰিয় শিল্পী মান নাং যুতিমালা পি
বৰ ভাল লাগিল৷যুতিমালা বা আৰু শান্তনু দাক ভাল লাগিল৷ইতিহাস চৰ্চা কৰি থকা নবীন বুঢ়াগোহাঁই ককাইদেউক মাতিবচোন৷
Ahomor jiori hisape hodai gorbo koru🥰🥰🥰
তিনিও জনলৈ খ্ৰুপতাং যাচিছো ।আগবাঢ়ি যাবলৈ ফ্ৰা-ত্ৰা -য়ে জনমিং দিয়ক এইয়ে মোৰ কামনা । ৰং ৱই ৱই ।
যুতিমালা বাৰ মুখত আই ছিং লাও শুনিলে এক বেলেগ আধ্যাত্মিক ভাৱ জাগি উঠে।❤
আহোম ❤❤
Sen lung aisengphaa pii, jutimala pii and Santanu pii-kai🤗💗🐉
যাত্ৰাৰ সহযাত্ৰী হিচাপে গৰ্বিত ৷খুব ভাল লাগিল অনুষ্ঠান টো ! অনুৰোধ এটা আছে বা , আপোনালোকৰ জেঠায়ে লিখা গানটো কৰবাত শুনিব পৰা ব্যৱস্থা এটা কৰিবচোন
মোক চুই গৈছে গানটোৱে ৷
You ancestors are very proud of you both..
Goodluck 👍🏾
TH-camr নবীন বুঢ়াগোহাঁই ককাইদেওক নিমন্ত্ৰণ কৰিবচোন এদিন । তেওঁৰো interview এটা চাব মন আছে ।
Proud be a Tai... (Mohung)
ভাল লাগিল ভিদিও টো চাই
এনে ভিদিও পাই থাকিব বিচাৰোঁ বাইদেউ
দুগৰাকী আহোম জীয়ৰীৰ প্ৰগ্ৰেমটো শুনি ভাল লাগিল ৷
আজি এই শুভ মেডাম মেফি দিনটোত আমাৰ অতি প্ৰিয় যুতিমালা আৰু সতীৰ্থ জনক মাতি অনাৰ বাবে বহু বহু ধন্যবাদ।
❤❤❤❤❤❤❤
মৌচম গগৈক লাগে বা ❤❤❤❤📌🥰
Jyotimala'r maat tu iman powerful, aru aguai jauk. Bor val lagil ai vlog tu
ৰেন মৌ,, অনুষ্ঠান টিয়ে আমাক অনুপ্ৰাণিত কৰিছে আৰু মনোমুগ্ধকৰ হৈছে,,,,, চৰাই দেউ,,,,লুখুৰাখনৰ পৰা,,,,
❤❤❤❤ I love Ahom tradition ❤❤❤❤
কিমান যে ধুনীয়া লাগিল বুজাব নোৱাৰো
Ki episode baa vL laagi gL 🥹💝
proud to b Tai.. Proud of u Juti.. JTF❤
ভাষা নায় কি কম বা।সকলোকে সুভকামনা❤
VeryniceJtfKeepitup❤❤❤
খুব সুন্দৰ
Proud to see you all together from Ahom community.Well done Aichengfa.
Beautiful, beautiful....
I m ahom but I don't know ahom language i want to know the language ❤❤❤❤
Imaan dedicated eta voice mon pran bhori goise dhonyabad Aichengfa n proud of Jutimala aru Santanu you people r Assam''s pride God bless you three..
Rastat jiyei nathakok kio taak neusi jaatra agbohai jaok 💚☺️
আইছেংফা বা ইমান ধুনীয়া সুৰ ❤
চাই ভাল লাগি ❤❤❤❤
Jyotimala voice really amazing 👏 ❤
যাত্ৰাৰ আয়োজন সদায় ধুনীয়া সঁচাই মইও আইচেংফা কথন শৈলীত মুগ্ধ হৈ যাত্ৰাৰ সহযাত্ৰী হলো।
যাত্রাৰ সহযাত্রী হৈ বহু বহু আপ্লুত হলো, ইমান সুন্দৰ কথা শৈলী, সুন্দৰ অনুষ্ঠান ❤
তিনিও গৰাকীকে মোৰ ফালৰ পৰা মে ডাম মেফি ৰ অলেখ শুভেচ্ছা যাচিলোঁ ।
বৰ ভাল লাগিল অনুষ্ঠান টো চাই।
বহুত ধুনীয়া যুতিমালা পি। মইও টাই গীত গাই আগুৱাই যাব বিচাৰো
ৰেন মৌ সমূহ পৰিয়াল বৰ্গৰ লগতে সমূহ অসম বাসীৰ ৰাইজ লৈ মে-ডাম-মেফি ৰ অলেখ শুভেচ্ছা যাচিলোঁ love from borhat
Our ahom melody Queen 👑 ❤❤❤
Tai Ahom 600 year ruled in Assam, not any country ruled in any place king in the whole world. It's a record
Noyon Nilim da Lage.. Ren Mou t❤
বহুত বহুত ভাল লাগিল....আজি এই পবিত্ৰ দিন টোত এই Video টো আগবঢ়াই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
Ami Bailung hoi ❤
I ❤ you jutimala baaa
❤❤❤Bohut val lagil LOVE FROM LAKHIMAPUR❤
Bohut vall lage jyotimala gan huni
মোৰো এনাই ঘৰ শিৱসাগৰৰ নিতাইত ময়ো ৰংঘৰৰ ফালে এপাক নোচোৱাকৈ পাৰ হ'লে আধৰুৱা যেন লাগে
Next episode Achurjya borpatra daa r lgt lge
Love you ❤jutimala
Love ❤ from Bengaluru
Great 👍
ইমান ভাল লাগিল চাই.. ❤❤
Koboloi aji....hobdo naikiya hoise...kim ru bohut bohut dhynobad....🥺🙏🏼
Bohut bohut hanti anuvob korisu apunalukor aie anusthan 2 sai, aagoloi anedorei aagbahi goi thakok
Love you guys
Happy me_dam-me-phi to all
From silapathar
❤❤❤
Ahom legacy is the unique culture that anyone ever established. Salute 😊😊
We revive we survive ❤ peeonglee
ইমান যে ভাল লাগিল । প্ৰবিত্ৰ দিনটো যেন আৰু বেছি বিশেষ হৈ উঠিল । সকলোলৈকে মে-ডাম-মেফিৰ অন্তৰভৰা শুভকামনা। Proud as a ahom girl❤
আপোনালোকলৈ মে-ডাম- মে-ফী শুভেচ্ছাঁ জনালোঁ। তিনিগৰাকী লৈ আমাৰ গৌৰৱ, 🙏🏻💐👑যুতিমালা বুঢ়াগোহাঁই 💎🎖️ বাইদেউ ........
Many congratulations to JutiMala and Santanu you guys are doing really well. Have watched you guys perform from very close. Santanu is Don Bosco Silapathar's Alumni and making Silapathar proud. We are happy and proud of you both❤. Keep doing well guys prayers with you.
Love every episode of Jaatra. You host so well.
Kamal luson interview ata lobo sun baa. Mnhu jonok bohut val lge
I'm from charaideo Borhat ♥️
Mojaa ❤❤❤❤
Bohut bhal lagil
Jai jai Ahom.
Proud to be Ahom🎉🎉
সুন্দৰ অতি সুন্দৰ অনুষ্ঠান, ভাল লাগিল।
ইমান সুন্দৰ অনুষ্ঠান। উজ্বল ভৱিষ্যতৰ শুভকামনাৰে ❤❤❤❤🔥🔥🔥🔥🔥🙏👌👍
Khruptang.tai ahom PE Ong le.love from sibsagar❤
❤❤❤🎉
🙏🙏🙏
Love from charaideo ❤
Hundor❤
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
O my god voice 2 eman moja tair chenel 2r name 2 ki jonale bhal pam 🙏
Jutimala Buragohain
@@zerothvlogs873 copy here link in here please
বৰ ভাল লাগিল।
We feel very proud of Jutimala for her promoting tai folk culture !
Ahom lovers like button
👇👇
Best of luck all of your
❤❤❤❤🎉🎉🎉
vote for nabinborgohin❤
Morigaon pora hiya vora khuvesa thakil ba. Apunar video sai bohut besieeee val lage ba
বহুত ভাল লাগিল, আগুৱাই যোৱা
Nice voice
Khruptang, love from namrup
মনিপুৰী সকলো টাইগোষ্ঠিৰ লোক হয় ৷
অতি সুন্দৰ অনুষ্ঠান ❤
জয় আই অসম
Love From Borsola 💜❤️🩹
❤❤❤😊😊😊 Joy aai axom axomia
Val lagil Ba❤
Love from sarupother ❤️🥰
Super Super Super