Amazing TAI AHOM Tradition | আহোমৰ এক ব্যতিক্ৰমী সকাম ৷Vlog Assamese
ฝัง
- เผยแพร่เมื่อ 13 พ.ย. 2022
- Assamese New Vlog
New Assamese Vlog
Assamese Vlog
Prince Bharali's Vlog
#Prince_Bharali
#Dodo
Vlog Assamese
Tai Ahom Tradition
Tai ahom culture
Tai ahom
ahom
Traditional Tai Ahom song
প্ৰকৃত জনজাতিৰ পৰম্পৰা ।👌👌👌👍🙏🙏🙏🙏। আহোম সকলক জনজাতিৰ মৰ্যদা দিবই লাগিব।
We want st No St no Rest ✊ pe ong le tai ahom 🙏
বাদ দিয়া হে, নেপাঅ , মিছা কলে কি ডাল হব।
অতি সুন্দৰ।
Niomtu val lagile ❤
বহুত বহুত ভাল লাগিল,
বহুত ভাল লাগিল দেই ভিডিও চাই দাদা
Vl lagil
Val lagise
খুব ভাল লগিছে তেওঁ লোকৰ পৰম্পৰা।
very nice
আজি প্রথম দেখিলোঁ ।ভাল লাগিল ।অভিনন্দন থাকিল ।
Nice
আহোম সকলৰ পৰম্পৰা। আপোনাক অশেষ ধন্যবাদ ।
Moja dada
ভাল লাগিল।
ভাল লাগিল
Hosai দেই আহোম আজি হে ভালকৈ জনি চো
আহোম সকলৰ পৰম্পৰাক ধন্যবাদ
Beauty of Ahom ❤️😍
Very good
জাতিৰ পৰম্পৰা জিয়াই আছে জিয়াই থাকিব
Very Nice
বহুত ভাল লাগিল। সকলো আহোমে এনেবোৰ নিয়ম পালন কৰিলে বৰ সুন্দৰ হব।
Bahut val lagil 🙏
মৃতকলৈ শ্ৰদ্ধাঞ্জলি যাচিলো 🙏
তথ্য সমৃদ্ধ ভিডিঅ'টো ৰ পৰা কিছু কথা জানিব পাৰিলো
Tribe has own religion.
Real ahom pormpora riti niti ajihe gom palu. Amar logot niom bur prai ekei. Prokettote ahom. Hokol jonotjati hoiyei.
End of tai ahom language 😢😢😢
কণমানিলৈ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
Ahom hokol hompurna rupae jonojati . Poromporai takae koy.
কৃষ্ণ কিছু হলেও খিকিলো তাৰ বাবে আপোনাক ধন্যবাদ।আগলৈ এনেধৰনৰ ভিদিঅ পাম বুলি আশা কৰিলোঁ।
আহোম সকলৰ পৰম্পৰা অতুট থাকিবলৈ প্ৰাৰ্থনা জনালো।
Apuni bpr dhuniaka video karisa. Akhan dhunia ahom hokam dhuniak record krisa. Apuni dhunia manuh,dhunia voice,dhunia pronunciation and it means I thing you are good TH-camr. Thanking to you.
Good evening sir
❤️❤️❤️
বহুত কথা জানিলো
The customs of the Ahom furalong are very similar to the tribes of the plains.
Aami bure goi bonaisilu
Ami u ane k matu moi u ahum suwali a hoi
দাদা : ইউটিউব কেনেকৈ আৰম্ভ কৰিব ? কি কি কৰিব লাগে ? 1000 কিমান পইচা দিয়ে video bonai kobasun 😍😍😍😍😍😍😍😍🤔🤔🤔🤔🤔🤔
Kolpat khn u ane k di a
Khup,tang
Bartomanu anekuwa niyam soli aasene?
soliye ase
আহোম সকলৰ কি সংস্কৃতি নাই।
তথাপি কিয় বাৰু
ST নাপায়?
Haka like khrup tang jasi su .
মই এজন অসমৰ টাই আইতন জন গোষ্ঠীয় সন্তান। তথাকথিত এই নিজকে আহোম বুলি পৰিচয় দিয়া এই লোক সকল সদায় আমাৰ অসমত বসবাস কৰা অন্য টাই গোষ্ঠীয় লোকক হীন চকুৰে চায়।
Ahom এক উচচ ৰাজবংশ আছিল , chao lung siukaafai সকলো জাতিৰ লগত মিলিজুলি আছিল। আহোম সকল বহুত জ্ঞানী লোক হয়। দুই এজন আহোমৰ কাৰণে সকলো আহোমকে লেতিয়াই কথা কোৱাটো ভাল নহয়। মইয়ো এজন আহোম, Tai জাতিৰ প্ৰতি জনৰে বহুত মৰম ভালপোৱা আছে।
ᴋʜᴏᴏʙ ʙʜᴀʟ ᴩᴀʟᴜ.....
Dada video sai vl lagise🔥🔥🔥🔥 aru video hodai upload koribo ami support korim 😊😊hodai aru moi apnr channel to subsribe korilu aha korilu apni u koribo😳😳🙏🙏🙏 aru next video r krne wait korim so jldi upload koribo aru aaguwai jak 👍