কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song LIVE || Evergreen Hits
ฝัง
- เผยแพร่เมื่อ 5 มิ.ย. 2023
- Top Evergreen Hit song of Assam
Songs::
♪ Tomar Marame Mor
♪ Manuhe Manuhar
♪ Shile Shile Theka Khale
♪ Sham Kanu Duraihai Najaba
♪ Ma O Ma
♪ Mor Mon
♪ Agali Batahe Kanpale
♪ More Minoti
♪ Aah Aah Olai Aah
♪ Katiaba Bajarate
#timesguwahati #music #oldassamesesong
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
assamese song,assamese old hit song,zubeen garg assamese song,old assamese song,assamese new song,nk production assamese song,assamese evergreen song,assamese old song,assamese love song,assamese songs,assamese song zubeen,latest assamese song,assamese bihu song,assamese modern song,old assamese song new version,old assamese song dipen baruah,old assamese song dr bezbaruah,rdc assamese,assamese bihu,old assamese song bipin chawdangBest old Assamese song LIVE
পুৰণি সুমধুৰ গীতে মনত আনন্দ দিয়ে❤
পুৰণিগীতে পুৰণি স্মৃতিক মনত পেলাই। আপোনাক অশেষ ধন্যবাদ জনালো।
কল্পতৰু এটি অপূৰ্ব, অনন্য আৰু অতুলনীয় গীতৰ অনুষ্ঠান।৪৫ বছৰৰ আগৰ যি জনপ্ৰিয়তা আৰু আজিও সেইয়া যেন অম্লান অটুট।মন উভতি যায় তাহানিৰ সেই সপোন হৈ পৰা দিন বিলাকলৈ। সকলোয়ে অধীৰ আগ্ৰহেৰে বাট চায় অনুষ্ঠানটি আৰম্ভ হ'বলৈ।সুৱদি শুৱলা গীতৰ মধুৰ গুঞ্জনত সকলো কাহ পৰি জিন যোৱা অৱস্থা হয়।
কল্পতৰু অনুষ্ঠাতো মোৰ বৰ প্ৰিয় ❤❤❤
Very😅2 nice. Bahut bhal lagil. Purani katha manat paril. God bless all of u....
একমাত্ৰ অসমীয়া সংগীতে মোৰ আমনি নলগাই যিমানে নুশুনো কিয় ।❤
Khub valo laglo.
আগতে কল্পতৰু শুনিয়ে ই ডাঙৰ হলো। পুৰনি সময় বোৰ সুন্দৰ আছিল। ৰেডিঅ ৰ সেই সোনালী যুগ, নষ্টালজিক হৈ পৰিলো। ❤
ৰেডিঅৰ এই অনুষ্ঠান টি মোৰ বৰ প্ৰিয় আছিল। তাহানিৰ শৈশৱৰ দিনবোৰ মধুৰ কৰি ৰাখিছিল এই অনুষ্ঠান বোৰে।বৰ ভাল লাগিল।
❤❤❤❤❤❤❤mojja.
খুব ভাল লাগিল শুনি
এই পুৰণি গীতৰ সমাহাৰৰ সুমধু সোৱাদ যাতে আমালৈ উপহাৰ দি থাকে তাৰ বাবে আশাৰে বাট চাই ৰলো ।
কল্পতৰু অনুষ্ঠান তো বৰ ভাল লাগিল। শৈশৱ কালত কল্পতৰু সদাই শুনিছিলো।আকৌ যেন শৈশৱ ঘূৰাই পালো।শুভেচ্ছা থাকিল
পুৰণি কালৰ গীতবোৰ শুনিলে দেহা শীতল পৰা যায় সেই দিনবোৰে শীতল আছিল। মধোময় অনুষ্ঠাত বহুত ভাল লাগিছে।
Sailen Deka
কল্পতৰু অতি সুন্দৰ অনুষ্ঠান
17:31 bohut bohut val lagile jowa din boraloi monat porise
পুৰণি এই গীতবোৰৰ কথা-সুৰ-সংগীতৰ -কণ্ঠৰ যি সমাহাৰ সেয়া ক'ত পাম ।আৰু এই সময়ত আপোনাসবে শুনোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ।
সুন্দৰ অনুষ্ঠান , পুৰণি দিনবোৰলৈ উভতি গলো । অশেষ ধন্যবাদ জনালো ।
Beautiful songs of our times
Very good collection 👌 👍
Bohut bohut val lagil ❤❤❤
Waiting ✋️
সচাকৈ আগৰ এই গানবোৰ শুনিলে পুৰণি দিনলৈ মনবোৰ উৰি যায় ।
Thank you..... Homoybur ghurai puwa Jen lagise punor...
ইমান ভাল লাগিছে শুনি,,, কিবা এটা আচহুৱা অনুভৱ হৈছে বৰ ভাল লাগিছে। পাৰিলে 'তুমি আহিবা বুলি, সোনৰ খাৰু নালাগে মোক, মা আমি শদিয়ালৈ যামেই, এনেকুৱা গানবোৰো শুনাব দেই যদি পাৰে,,,
Khub val lagil ,punor Radio loi Monot poril🎉
Bohut dhunia puroni geet Shunisu ye onustanot.Thar babe anthorik dhonnobad.
Bohut bhal lagil dei
❤❤❤❤ আওপুৰনী গীত বোৰ শুনোৱৰ বাবে বহুত বহুত ধন্যবাদ লগতে গীত বোৰৰ লগতে মনতো অতীতলৈ ধাপলি মেলে ❤❤❤❤
সুন্দৰ অনুষ্ঠান, পুৰণি গীতবোৰ শুনি বহুত ভাল লাগে ।
পুৰণি গীতবোৰ সদায় মধুৰ❤
বহুত ভাল লাগিল
*Thank You so much for your valuable comment*
Verygood songs and music ❤❤❤❤
বহুত ভাল লাগিল আজি
Hundor dada
80-90's r manuh y buji pai kolpotoru.. Childhood memories o loi gol😢😢apuni
Hosakey bohut bhal lagil. Tahanir hai dinoloi ubhoty goisilu. Hokolu loi antorikotarey dirghayiu kamona korar logotey hubha kamona jonalu.❤🙏
Beautiful ❤
Old is gold . Bahoot val lagil
Ati sundar anusthan xuni bahut lagil ❤
New civilizations are growth based on the excellent quality of past .
বৰ সুন্দৰ..... ❤
সুন্দৰ বৰ ভাল লাগিল
Veri veri nice
Khub bhal lagil
বহুত ভাল লাগিল।
কল্পতৰু হৈছে সৰুতে ৰেডিঅ'ত শুনা এটি অতি মৰমৰ অনুষ্ঠান। পুনৰ এই অনুষ্ঠানটো নতুনকৈ শুনিবলৈ পোৱাৰ বাবে বহুত ভাল লাগিছে।কাৰণ কল্পতৰুৱে বৰ্তমানো নিজৰ স্বকীয়তা ৰক্ষা কৰিছ। আগলৈও এনেকৈয়ে পুৰণি প্ৰিয় গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।❤
কেকুৰী।বদন।চুতীয়া ই।কপালতে।জন।হাতজোৱা।বোলাই।এইগানতি।পোনৰ।আখাৰলৈ।বাতচা।ৰলো।ধন্যবাদ
অতি সুন্দৰ লাগিছে l ধন্যবাদ জনাইছোঁ l পুৰণা গান বোৰ শুনিলে শুনি থাকিবৰ মন যায় l আজি কালি গানবোৰ শ্চুনিব লাজ হে লাগে l ধন্য বাদ দিলোঁ l
বৰ ভাল লাগিল ❤️❤️
Old is gold.
Atit ati hu madhur mon porikha geet
Khub xundir lagil dhanaybad ...agolu anykoi puroni git bur jan xunai jaiii....😊😊😊
সুন্দৰ গীতৰ শৰাই🤗✨পুৰণি গতে দেহ মন জুৰ পৰি যায়। মনপৰসা পুৰণি গীতৰ সমাহাৰ কল্পতৰু অনুস্থানটিৰ ৰ্দীঘায়ু কামনা কৰিলোঁ।🙏😊
Khub val lagil ,punor Radio loi Monot poril
শৈশৱ লৈ মনত পৰি গল 😢
Bohut bhal lagil purani dinloi ubhati golo
চিৰসেউজ গীতবোৰে হৃদয় জুৰায়, সংস্কৃতিৰ অনবদ্য অৱদান এই সোণসেৰীয়া গীতবোৰ সদায় জীপাল হৈ থাকক আমাৰ প্ৰাণৰ কোঁহে কোঁহে।
মনটো বহুত দিনৰ আগতে এৰি অহা দিনবিলাকলৈ উৰা মাৰিলে। কিমান ভাল লাগিছে লিখিবলৈ ভাষা বিচাৰি পোৱা নাই। বিমান চন্দ্ৰ বৰা," যোৰহাট বাহনা ভূঞাচুক।
Old is Good 🥇
এই চিৰসেউজ গানবোৰে সঁচাকৈয়ে বৰ আপ্লুত কৰিছে । কল্পতৰু কৰ্মকৰ্তা সকলক ধন্যবাদ জনালোঁ।
Bohut Bhal Lagil pouroni Git Bor Shuni
বৰ ধুনীয়া।
Old is gold ever long it willing be serving this like songs Thanks
ভাল লাগিল
Bohut dhunia old song xuni bohut bhal laga.
মন আপ্লুত কৰা গীতবোৰ আজিৰ প্ৰজন্ময়ে শুনিব পৰা কৰি দিয়াৰ বাবে বহুত ধন্যবাদ কল্পতৰুলৈ। ❤
Bahut bhal lagil xuni purani ganbor
Val lagil❤
বৰ ভাল লাগে পুৰণি গীতবোৰ ...
Kalpataru is the great program
Khob xundar 🙏🙏🙏❤❤❤🌹🌹🌹
সুন্দৰ অনুভৱ
Mur jiwanor priyo hongi asil kolapatoru.atiya log pai bahut bhal lagise.dhanyabhat
👌👌👌
Val lagil
This is my favourite program
My wish all team may bless
My good wishes always with kalpaturu.
পুৰণি গীতবোৰে মনতো পুলকিত কৰে।
Thank you kalpatoru k jiyai rakha karone ru aasha thakil xodai eneke aamar puroni Sampada bur dhari rakha karone❤❤❤❤❤
সুন্দৰ
Ai gitbor sunile suniai thakibor mon jai.gitor kotha, sur, vab,uposthapon sadai sundar hoi thakok.🙏🙏🙏🙏🙏
Bhut bhal lagil
অশেষ ধন্যবাদ, আপোনাকে সেই হে'ৰাই যোৱা পুৰনি দিনবোৰ আমাক ঘূৰাই দিছে।
Bohut val lagise. Ajir kolpotoru anushasanor sob gaan mor jibonor best gaan asil. Mor age atia 57 year. Mor kolpotoru gaan suna Phillips Ràdio atiao ase. Best of luck kolpotoru anushasan.
বহুত বহুত ভাল লাগিছে পুৰনা কথাবোৰ মনত পৰিছে❤❤❤❤
Oid gitbor suni very happy lagil
❤💐🥳
Bohut bohut vl Lage suni .. school din burole mont pore
সোণালী যুগৰ সোণৰ গীত মনত পৰিলে
মনটো কেনেবা কেনেবা লাগে ৷সচাঁকৈ সেইদিন আৰু ঘূৰি নাহে ৷
সেই দিন আজি নাই কিন্তু সেই কালজয়ী গীত বোৰ ৰৈ গল বহুত দিনৰ পিছত গান শুনি নমানে ভাল লাগিছে মনবোৰ সেই দিনলৈ টাইমচৃ বহুত বহুত ধন্যবাদ
Bohut bohut dhuniya lagise purana gaan 👌👌👌👌
Bahh kalpataru Dhanyavad.
ATI sundar anusthan asil ata gan sunabane. Anima Bhattacharya baidew aji bahag ahile buli man kia🎉 uthe phuli
Lorali kaloloi uvati juwa Jen lagil..khasakoiye evergreen song
Very nice song
Bor vhal lagil gan bor
Eman khundar
সঁচাকৈ বহুতে ভাল লাগিল। ❤
সচাকৈ মন-প্ৰাণ ভৰি গল
❤❤❤
খুব সুন্দৰ গীতৰ শৰাই। 🙏🙏🙏❤❤❤
agoloi aru hunibo pam buli axa thakil
বহুত ভাল লাগিল ৰেদিয় সুনাম মেন লাগিল