ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
গীতটিত এটি ব্যাথা ভৰা কাহিনী লুকাই আছে। Mesmerizing
পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনত…..এই জনমৰ কুসুম মালাযতনে তুমি গাঁঠি ৰাখিলা,এই জনমৰ কুসুম মালাযতনে তুমি গাঁঠি ৰাখিলা,কাহানিও তুমি নিপিন্ধালাকাহানিও তুমি নিপিন্ধালা….শূণ্য মোৰ বুকু হ’ল যে উকা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনত…..এই জীৱনৰ আঁউসী ৰাতিচকুলো টুকি যায় যে কাতি,এই জীৱনৰ আঁউসী ৰাতিচকুলো টুকি যায় যে কাতি,কাহানিও সুখৰ ৰূপহী জোনাকহৃদয়তে জিলিকনি নিবিলায়,এই জনমৰ গোপন কথা,গুপুতে থাকি দিয়েযে বেথাএই জনমৰ গোপন কথা,গুপুতে থাকি দিয়েযে বেথাকাহানিও তুমি নেদেখিলাকাহানিও তুমি নেদেখিলা,শোকৰে ছবিটি হিয়াতে অঁকা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখা,পূৰাবানে প্ৰিয়ে এই জনমতমোৰ হিয়াৰ অপূৰ্ণ আশা,পৰজনমৰ শুভ লগনত…..
Thanks
Lyrics always goosebumps 😮
Kom
Very sweet voice 💞❤❤
❤❤
বৰ সুন্দৰ গীত। অতি সুন্দৰকৈ গাইছা। অশেষ ধন্যবাদ জনালোঁ।
Ki dhunia gaan likhi goisile amar vishnu prasad rabha deve, ❤ omg
কলা গুৰু
Hosai...sinta bhabona bur balag...
p@@info10
Hoi oooo ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ ❤❤❤, আৰু আগুৱাই নিয়ক ভগৱানে সদায়ে আৰু অ-সী-ম-লৈ----👌👌👌
অশেষ ধন্যবাদ দাদা 😊💌
Dhuniya . Apunar kontho no comment now at presant . ❤️❤️❤️
Ki xundor kantha❤❤...vakha ny oo ...Aagbarhi juwa xongitar khetrat🙏🙏🙏aaxirdaad korisu tumaak
শুনি শুনি এলাহ লগাই নাই অ 🥺❤️❤️🌼🌼🌻👍👍 ধুনীয়া কণ্ঠ ____
🤗❤️
Dhuniya dhuniya gaan gai aagbahi jua.. Mat tu bhut priyo tumr❤
গীতৰ প্ৰতিটো শব্দত বৰ সুন্দৰকৈ ভাব প্ৰকাশ কৰিছে।সুন্দৰ গাইছে।
ভগৱানে আপোনাক কণ্ঠ দিছে আগুৱাই যোৱা ❤️💚💙 From Kolkata . অনেক সুন্দব়
গানটো সদায় শুনো...আজি লিখিলো...সচাঁই সুন্দৰ👍👍👍
Ki hundor geet hosakoi bujabo nuaru aei jonomot ❤❤
Ki kom aru....Naimisha the Superstar ✨✨✨
Thank you Parvis 🤗
বৰ ধুনীয়া গাইছা অ’ মনটো ভাল লাগি গৈছে একদম গানটো শুনি.. ❤
অতি সুন্দৰ প্ৰয়াস,,, তোমাৰ সুন্দৰ কণ্ঠত এই কালজয়ী গীতবোৰ আৰু শুনা পাম বুলি আশা কৰিলো,, আশীৰ্বাদ থাকিল।
নিশ্চয়! 🙏🏻
Mind blowing song....your voice is so sweet unexpected voice
Hehe
বহু বাৰ শুনিলো উফ্ । সকলো বহুত ধুনীয়া।।Sending lots of love❤❤❤❤❤
অতি সুন্দৰ, শুভেচ্ছা জনালোঁ
❤️""সুমধুৰ কন্ঠ""❤️ ❤"""""অনুপম""""'❤️ ❤"""অতুলনীয"""❤️ ❤️"""""""""""""""""""❤️
সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
সুনদৰ গাইছা।আগবাঢ়া🙏🙏🙏🙏❤️
চিৰ সেউজীয়া গীত সদায় প্ৰায়, সঁচা ই সুন্দৰ হৈছে।
Khub val lagil😊 Rabha divas or age age xunilu!❤❤
উফঃ নৈমিষা বা কি সুন্দৰ কণ্ঠ তোমাৰ❤
Iman Sundar mat ! Bahut sonkale Amar major pora herai gol.
Bohut bhal lagil.
মাতটো বৰ ধুনিয়া তোমাৰ। 😊
বৰ ধুনীয়া 👌
Bohut bhal lagil ....Mur priyo ati geet
Tumar aji ai bikhekh dintur tumaloi bohut bohut huvaisa thakil aguwai juwa ❤❤❤
Eman dhuniya gaisa ki je kom.hejar bar sunileu mon novore .tumi guwa tiniu ta ganei sunisu.next aru sunibo pam buli roi asu.....❤❤❤❤❤❤
বুকু জুৰাই পেলোৱা গীত❤
বহুত ভাল লাগিল ! আৰু আগুৱাই যোৱা ❤
My heart touching
Bohubar hunisu.. hoitu hotadhik bar.. Val logaa kesaa hur❤. Vaal houk apunar
Buhut khundor baa apunar kontho tu bht vll lgise aru ankai nutn ntun geet xunibo pam boli akha thkil. ❤❤️🩹
সুন্দৰ কন্ঠ বাইদেউ ❤
শুনি শুনি শুনি শুনি............ Thank you জীয়াই ৰখা বাবে
ইমান ধুনীয়া কন্ঠ। আশীৱাদ কৰিছো আৰু আগবাঢ়ি যোৱা।
ধন্যবাদ 🙏🏻
Bohut dhuniya voice, keep it up dear ❤
বহুত ভাল লাগিচে বা❤
সুন্দৰ কন্ঠ❤
ধুনীয়া হৈছে, তুমি বহুত আগলৈ যাবা
Such a beautiful song❤❤
বৰ ভাল লাগিল শুনি
Bai iman dhunia lagise❤❤❤
Wow ki dhunia kontho 😊
Baidew bohut vl hyse gaan ti good voice day...
সুন্দৰ কন্ঠ, ভাল লাগিল
🎉সুন্দৰ কন্থ
Dhunia hoise dei 💕💓💓💓💓
ভাল লাগিল ❤
Mur val loga gaan so sweet voice love you baa♥️💯
Bor dhuniya hoise gantu ❤
Bhal lagil. Gantu mur bor prio
বৰ ধুনীয়া❤
Khub vhal hoiseh
সুন্দৰ🎉
Emn xundor koi gaisa tumi baa🥺❤️🩹 love you so muchh❤
My favourite rabha dev ❤❤
Bohut bhal lagil ,😂
Ati sundar kantha❤❤❤
Bohut dhuniya assmiyar gourav amar
মন চুই যোৱা গীত
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️
অসাধারন একটি গান মুগ্ধ হলাম ম্যাম 🙏🏿🙏🏿
Your voice is very fantastic ❤Omgggggg😊
Bohut val hoixe😍
ভাল লাগিল ৷ সুন্দৰ গাইছে❤
Good attempt.beautifull🌹🌹🌹 original track by artist Kamal Narayan Choudhury.
Amezing ❤❤
Amazing song,excellent song.
বহুত বহুত ভাল লাগিল।
How beautiful ❤🎉❤🎉
Bhut dhunia gaisa❤
Waw❤ Naimisha Saikia agt u hunisu but aji fast time apunar tu huni rokhi golu 10 bar hunisu ❤voice❤
Bhal lagil dei
ধুনীয়া লাগিছে
Huni Bohut vhal lagil ba ❤
❤love this song minimum 25k time lisning. Good blessed you
ধুনীয়া গাইছে
Thank you so much❤
বহুত ভাল লাগিল
Melodious voice.....Haaaaye❤❤🤗
Kub sondor hoyeche ❤
Bor dhuniya gaisa Naimisha❤❤
Thank you Baa❤️
Bahut dhunia hoise🎉🎉
Ati sundar.
Eman val gaisa❤❤❤ nice
Hosakoi bhut bhut dhuniya hoise moi Hadai hunu gantu❤
বহুত বহুত ভাল লাগিল
Eman dhuniya lagise❤
ভাল লাগিল আগবাঢ়ি যোৱা❤
Thank you so much ❤️❤️
Your voice is so melodious ❤❤❤
Ontor khon sui jai. ❤❤
Mesmerizing as always! 👌
খূৱ ভাল লাগিল দেখি
Bohutt dhuniaa.. Bor mitha ke gaisa gantu tumi ❤
Thanks💕
So beautifully sung, and I really appreciate the effort to revive our old pieces of brilliance. I do have a request as well. Please do অ' সখী আজি... please
Means a lot. Thank you so much! For sure I'll try to sing অ’ সখী আজি 🥰
চিৰ সেউজ গীত,💚💚💚
গীতটিত এটি ব্যাথা ভৰা কাহিনী লুকাই আছে। Mesmerizing
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
কাহানিও তুমি নিপিন্ধালা
কাহানিও তুমি নিপিন্ধালা….
শূণ্য মোৰ বুকু হ’ল যে উকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
কাহানিও সুখৰ ৰূপহী জোনাক
হৃদয়তে জিলিকনি নিবিলায়,
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
কাহানিও তুমি নেদেখিলা
কাহানিও তুমি নেদেখিলা,
শোকৰে ছবিটি হিয়াতে অঁকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
Thanks
Lyrics always goosebumps 😮
Kom
Very sweet voice 💞❤❤
❤❤
বৰ সুন্দৰ গীত। অতি সুন্দৰকৈ গাইছা। অশেষ ধন্যবাদ জনালোঁ।
Ki dhunia gaan likhi goisile amar vishnu prasad rabha deve, ❤ omg
কলা গুৰু
Hosai...sinta bhabona bur balag...
p@@info10
Hoi oooo ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ ❤❤❤, আৰু আগুৱাই নিয়ক ভগৱানে সদায়ে আৰু অ-সী-ম-লৈ----👌👌👌
অশেষ ধন্যবাদ দাদা 😊💌
Dhuniya . Apunar kontho no comment now at presant . ❤️❤️❤️
Ki xundor kantha❤❤...vakha ny oo ...Aagbarhi juwa xongitar khetrat🙏🙏🙏aaxirdaad korisu tumaak
শুনি শুনি এলাহ লগাই নাই অ 🥺❤️❤️🌼🌼🌻👍👍 ধুনীয়া কণ্ঠ ____
🤗❤️
Dhuniya dhuniya gaan gai aagbahi jua.. Mat tu bhut priyo tumr❤
গীতৰ প্ৰতিটো শব্দত বৰ সুন্দৰকৈ ভাব প্ৰকাশ কৰিছে।সুন্দৰ গাইছে।
ভগৱানে আপোনাক কণ্ঠ দিছে আগুৱাই যোৱা ❤️💚💙 From Kolkata . অনেক সুন্দব়
গানটো সদায় শুনো...আজি লিখিলো...সচাঁই সুন্দৰ👍👍👍
Ki hundor geet hosakoi bujabo nuaru aei jonomot ❤❤
Ki kom aru....
Naimisha the Superstar ✨✨✨
Thank you Parvis 🤗
বৰ ধুনীয়া গাইছা অ’ মনটো ভাল লাগি গৈছে একদম গানটো শুনি.. ❤
অতি সুন্দৰ প্ৰয়াস,,, তোমাৰ সুন্দৰ কণ্ঠত এই কালজয়ী গীতবোৰ আৰু শুনা পাম বুলি আশা কৰিলো,, আশীৰ্বাদ থাকিল।
নিশ্চয়! 🙏🏻
Mind blowing song....your voice is so sweet unexpected voice
Hehe
বহু বাৰ শুনিলো উফ্ । সকলো বহুত ধুনীয়া।।Sending lots of love❤❤❤❤❤
অতি সুন্দৰ, শুভেচ্ছা জনালোঁ
❤️""সুমধুৰ কন্ঠ""❤️
❤"""""অনুপম""""'❤️
❤"""অতুলনীয"""❤️
❤️"""""""""""""""""""❤️
সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
সুনদৰ গাইছা।আগবাঢ়া🙏🙏🙏🙏❤️
চিৰ সেউজীয়া গীত সদায় প্ৰায়, সঁচা ই সুন্দৰ হৈছে।
Khub val lagil😊 Rabha divas or age age xunilu!❤❤
উফঃ নৈমিষা বা কি সুন্দৰ কণ্ঠ তোমাৰ❤
Iman Sundar mat ! Bahut sonkale Amar major pora herai gol.
Bohut bhal lagil.
মাতটো বৰ ধুনিয়া তোমাৰ। 😊
বৰ ধুনীয়া 👌
Bohut bhal lagil ....Mur priyo ati geet
Tumar aji ai bikhekh dintur tumaloi bohut bohut huvaisa thakil aguwai juwa ❤❤❤
Eman dhuniya gaisa ki je kom.hejar bar sunileu mon novore .tumi guwa tiniu ta ganei sunisu.next aru sunibo pam buli roi asu.....❤❤❤❤❤❤
বুকু জুৰাই পেলোৱা গীত❤
বহুত ভাল লাগিল ! আৰু আগুৱাই যোৱা ❤
My heart touching
Bohubar hunisu.. hoitu hotadhik bar.. Val logaa kesaa hur❤.
Vaal houk apunar
Buhut khundor baa apunar kontho tu bht vll lgise aru ankai nutn ntun geet xunibo pam boli akha thkil. ❤❤️🩹
সুন্দৰ কন্ঠ বাইদেউ ❤
শুনি শুনি শুনি শুনি............ Thank you জীয়াই ৰখা বাবে
ইমান ধুনীয়া কন্ঠ। আশীৱাদ কৰিছো আৰু আগবাঢ়ি যোৱা।
ধন্যবাদ 🙏🏻
Bohut dhuniya voice, keep it up dear ❤
বহুত ভাল লাগিচে বা❤
সুন্দৰ কন্ঠ❤
ধুনীয়া হৈছে, তুমি বহুত আগলৈ যাবা
Such a beautiful song❤❤
বৰ ভাল লাগিল শুনি
Bai iman dhunia lagise❤❤❤
Wow ki dhunia kontho 😊
Baidew bohut vl hyse gaan ti good voice day...
সুন্দৰ কন্ঠ, ভাল লাগিল
🎉সুন্দৰ কন্থ
Dhunia hoise dei 💕💓💓💓💓
ভাল লাগিল ❤
Mur val loga gaan so sweet voice love you baa♥️💯
Bor dhuniya hoise gantu ❤
Bhal lagil. Gantu mur bor prio
বৰ ধুনীয়া❤
Khub vhal hoiseh
সুন্দৰ🎉
Emn xundor koi gaisa tumi baa🥺❤️🩹 love you so muchh❤
My favourite rabha dev ❤❤
Bohut bhal lagil ,😂
Ati sundar kantha❤❤❤
Bohut dhuniya assmiyar gourav amar
মন চুই যোৱা গীত
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️
অসাধারন একটি গান মুগ্ধ হলাম ম্যাম 🙏🏿🙏🏿
Your voice is very fantastic ❤
Omgggggg😊
Bohut val hoixe😍
ভাল লাগিল ৷ সুন্দৰ গাইছে❤
Good attempt.beautifull🌹🌹🌹 original track by artist Kamal Narayan Choudhury.
Amezing ❤❤
Amazing song,excellent song.
বহুত বহুত ভাল লাগিল।
How beautiful ❤🎉❤🎉
Bhut dhunia gaisa❤
Waw❤ Naimisha Saikia agt u hunisu but aji fast time apunar tu huni rokhi golu 10 bar hunisu ❤voice❤
Bhal lagil dei
ধুনীয়া লাগিছে
Huni Bohut vhal lagil ba ❤
❤love this song minimum 25k time lisning. Good blessed you
ধুনীয়া গাইছে
Thank you so much❤
বহুত ভাল লাগিল
Melodious voice.....Haaaaye❤❤🤗
Kub sondor hoyeche ❤
Bor dhuniya gaisa Naimisha❤❤
Thank you Baa❤️
Bahut dhunia hoise🎉🎉
Ati sundar.
Eman val gaisa❤❤❤ nice
Hosakoi bhut bhut dhuniya hoise moi Hadai hunu gantu❤
বহুত বহুত ভাল লাগিল
Eman dhuniya lagise❤
ভাল লাগিল আগবাঢ়ি যোৱা❤
Thank you so much ❤️❤️
Your voice is so melodious ❤❤❤
Ontor khon sui jai. ❤❤
Mesmerizing as always! 👌
খূৱ ভাল লাগিল দেখি
Bohutt dhuniaa.. Bor mitha ke gaisa gantu tumi ❤
Thanks💕
So beautifully sung, and I really appreciate the effort to revive our old pieces of brilliance.
I do have a request as well. Please do অ' সখী আজি... please
Means a lot. Thank you so much! For sure I'll try to sing অ’ সখী আজি 🥰
চিৰ সেউজ গীত,💚💚💚