পুত্ৰই মুছলমান ছোৱালী বিয়া পতাৰ বাবেই এঘৰীয়া কৰিলে ১৩টা পৰিয়ালক

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ส.ค. 2022
  • ▶️ কেতিয়া সলনি হ'ব মানসিকতা? কাষৰ ঘৰৰ বিয়ালৈ কোনো যাব নোৱাৰে, কণ কণ ল'ৰা-ছোৱালীক বান্ধি ৰাখিব লগা হৈছে। কোনো নাহেও, নাচায়...দেউতাৰ শ্ৰাদ্ধৰ নিজে প্ৰসাদ গোটাই নিজে খাব লগা হৈছে। এইখন অসমৰ এখন অচিনাকী ছবি। পুত্ৰই মুছলমান ছোৱালী বিয়া পতাৰ বাবেই এঘৰীয়া কৰিলে মৰিগাঁৱৰ বৰচলাৰ কাঢ়িবাৰীৰ ১৩টা পৰিয়ালক।

ความคิดเห็น • 713

  • @sangrambangthai2938
    @sangrambangthai2938 ปีที่แล้ว +84

    কিমান মুছলমানে হিন্দু ছোৱালী নি আছে,আমাৰ হিন্দু লৰাই মুছলমানৰ ছোৱালী আনিলে কি ক্ষতি হয়,উদ্ধাৰ কৰা নিয়ম আছেই দেখোন আমাৰ সমাজত.....কষ্ট দিব নাপায় কিন্তু এনেদৰে এটা পৰিয়ালক......

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว

      Absolutely

    • @pallabrvlogs9422
      @pallabrvlogs9422 ปีที่แล้ว +1

      pap lagibo xhomaj khonor napai dei

    • @alyasrf8390
      @alyasrf8390 ปีที่แล้ว

      Ki bhul korile poriyaltue buja nai nijor niyomot kori lowk suali jonik kinu dagor kotha

  • @sabitakalita7096
    @sabitakalita7096 ปีที่แล้ว +97

    দাদা জনৰ কাৰনে বহুত দুখ লাগিছে দাদা জনৰ চকুত চকু পানী দেখি মোৰে চকুৰ পানী ওলাই গৈছে।দাদা জনে বহুত দুখত জীয়াই আছে।

  • @abcd--abcd
    @abcd--abcd ปีที่แล้ว +141

    তেজ কিনিব যাওঁতে কোনোবাই বাট বিচাৰ কৰে নে তেজখিনি হিন্দুৰ নে মুছলিমৰ । দুখ পালো এইখন সমাজ দেখি ।

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว +1

      Absolutely

    • @alyasrf8390
      @alyasrf8390 ปีที่แล้ว +2

      Thik kola

    • @moonboro5119
      @moonboro5119 ปีที่แล้ว +1

      Moi muslim sowali hindur lrar lgt bia hoisu anekua nhoi Mr husband boro

    • @murchanaswargiary3173
      @murchanaswargiary3173 2 หลายเดือนก่อน

      Thik koisa

  • @babugogoiofficial6644
    @babugogoiofficial6644 ปีที่แล้ว +168

    অসমৰ মানুহৰ মগজুবোৰ কেতিয়া বদলি হব??? ধিক্কাৰ এই সমাজ?????

  • @sujaychakraborty3925
    @sujaychakraborty3925 ปีที่แล้ว +13

    জয় কৃষ্ণগুৰু 🙏। মই আপোনালোকৰ ওচৰলৈ একান্ত অনুৰোধ কৰিলোঁ আপোনালোকে আই প্ৰভূ সোকোলোৱে প্ৰভূ ঈশ্বৰ শ্ৰী কৃষ্ণগুৰু দেবৰ সৰণ ল'বলৈ। আমাৰ শ্ৰী কৃষ্ণগুৰু সমাজে কোনো জাতি ধৰ্ম ভেদাভেদ বিচাৰ নকৰাকৈ সকলোকে আকুৱালী লয় । কিয়নো প্ৰভূ ঈশ্বৰৰ বানী সোকোলো জাতি ধৰ্মৰ মানুহৰ অন্তৰত একেই ঈশ্বৰ অবস্থান কৰে। আহক সকলো পৰিয়ালে প্ৰভূ ঈশ্বৰ শ্ৰী কৃষ্ণগুৰু দেবৰ সৰণাপন্ন হক। জয় কৃষ্ণগুৰু 🙏🙏🙏

  • @pragyarsadhana4028
    @pragyarsadhana4028 ปีที่แล้ว +94

    সমাজৰ মুৰব্বী কেইজনক এৰেষ্ট কৰব লাগে |পৰিয়ালটোক মানসিক মানসিক নিৰ্যাতন চলোৱা বাবে গাওঁৰ মুৰব্বীকেইজনক এৰেষ্ট্ কৰিব লাগে |গাওঁবোৰত থকা এনে ধুৰন্ধৰ মুৰব্বীসকলৰ বাবে বহুত নিৰ্দশী লোক মানসিক যন্ত্ৰনাত চত্পতাই থাকিবলগীয়া হয় |

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 ปีที่แล้ว +45

    "শুদ্ধি কৰি ললে নৰকৰ কন্যাকো বিয়া পাতিব পাৰি "

    • @x3hell324
      @x3hell324 ปีที่แล้ว +2

      Ki hudho ki vul? Ai vul hudhore proti fol aibilak

    • @prabhatkrgogoi8153
      @prabhatkrgogoi8153 ปีที่แล้ว +1

      @@x3hell324 শুদ্ধ আৰু শুদ্ধি শব্দৰ অৰ্থৰ পাৰ্থক্য আছে , যেনে - " মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-আমোলাৰ বিবেকক ‘শুদ্ধি’ কৰিলে ৰবিশংকৰে
      কাজিৰঙাত চিন্তন শিবিৰ
      আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰৰ দেওবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে শুদ্ধিকৰণ কৰিলে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী, আমোলা বিষয়াক৷ সদগুৰুৱে কয় যে এজন নেতা হ’বলৈ হ’লে কেইবাটাও গুণৰ অধিকাৰী হ’ব লাগিব৷ "

  • @rahulbasutary1005
    @rahulbasutary1005 ปีที่แล้ว +83

    এনেকুৱা সমাজক অসমৰ পৰাই এঘৰীয়া কৰিব লগে ।।।

    • @boyassamff7513
      @boyassamff7513 ปีที่แล้ว +1

      Bon kora musolmane Kapur bason dhule suwa nelage

  • @satyajitmoran6015
    @satyajitmoran6015 ปีที่แล้ว +45

    আপুনি মায়ামৰা সত্ৰ এখনলৈ যাওক গুৰুৱে আপোনাক তুলি লব । চিন্তা কৰিব নালাগে ।

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว

      Right

    • @myvlogwithmyrecipe6136
      @myvlogwithmyrecipe6136 ปีที่แล้ว

      Mayamara xatra bht keikhn ase neki? Kot kot ase jnb plz.

    • @user-gx2bn2oc5c
      @user-gx2bn2oc5c ปีที่แล้ว +1

      হয় মহাপুৰুষীয়া ধৰ্ম সংস্কৃতি বৰ্তাই ৰাখি সমস্ত জাতি জনজাতিক একত্ৰিত কৰা কালসংহতিৰ প্ৰতিখন সত্ৰ ই সমস্ত মানৱকে সমজ্ঞান কৰে। শঙ্কৰ মাধৱ গোপাল অনিৰুদ্ধৰ আদৰ্শৰে গঠিত মায়ামৰা বা কালসংহতিৰ অন্যান্য সত্ৰত লেই লেই চেই চেই নিয়ম নাই। সমস্ত প্ৰাণীক দেখিবেক আত্মসম।

    • @satyajitmoran6015
      @satyajitmoran6015 ปีที่แล้ว

      @@myvlogwithmyrecipe6136 apuni tinsukia district aru dibrugarh district r chabua anchal ot pabo

  • @dth3876
    @dth3876 ปีที่แล้ว +165

    গাহৰি এটা মাৰি খানা দিলে তেতুগুৰিলৈকে খাবহি । খাবলে দিলেই সমাজে ভাল বুলি কব। সিহতে বা ৰাতি আন্ধাৰত কত কি কৰে ঠিক নাই ।ঘন্টা সমাজ চুতাব আহিছে।

    • @Sahoozg
      @Sahoozg ปีที่แล้ว +2

      Thik koisa

    • @hriday8894
      @hriday8894 ปีที่แล้ว +1

      Oh dada lora tok sawali joni ai muslim bonaboloi loi goise, hoi tho lora tho muslim drama gohon kora pisote tai biya hoise karon islam dhramot beleg dharam logout biya nohoi amak sihote kafir buli koy,islam dharma kafir bikhoye ki likh ase kobo tho nalage, somaj khone ai lokok lortok islam dharam lohar babe ai ghoreya korese,muslim bor kom nohoi tai je lora tok islam dharam ghon korba neje tai kiya nohoi, muslim bor kom nhoi ata ata jahadi

    • @AbulHussain-dl6og
      @AbulHussain-dl6og ปีที่แล้ว

      @@hriday8894 Sutmarani Zehadir xopun dexi thako ha ? Xei xon gao r bapre hote Muslim suwal biya korar babe loratuk ghorot xumabo diya nasil , aanki gaote xumabo diya nasil....gutei bongxo tuk xomaje tyag korise....21 xotikar bandor bapre hot....Manuh nohoy....xidina Pathsalat Hindu suwali ejoniye mak bapek aru xei their xomajok dom di Muslim lorar logot biya hoi gol , xobor raxiso ? Taai ki Zehadi neki ? Pagol korbar , kebol zehadi , Zehadi , zehadirei xopun dexi thako....Suprim Court r Raai tu porhibi olop.....

    • @user-cq1ws8jw2k
      @user-cq1ws8jw2k ปีที่แล้ว +2

      আপুনি ঠিক কথাই কৈছে ককাই…

    • @rubiaahmed2510
      @rubiaahmed2510 ปีที่แล้ว +1

      Correct

  • @user-jr1oe9tg2p
    @user-jr1oe9tg2p ปีที่แล้ว +26

    আজিৰ দিনটো এনে সমাজ আছে যিয়েই মানবতাক পাহৰি পেলাইছে। ধিক্কাৰ এনে সমাজক।

  • @jamsslalka6504
    @jamsslalka6504 ปีที่แล้ว +42

    কিছুমান মানুহৰ চিন্তাৰ ধাৰা কিমান নিম্ন খাপৰ যে আৰু আজি এয়া ভবাৰ সময় জীৱনত কেনেকৈ আগবাঢ়ি জাবপাৰি ।

    • @hriday8894
      @hriday8894 ปีที่แล้ว +1

      Dada apuni hoi tho buje poya nai, suwali joniye lora jonok muslim banai loi se, somajor manuhe sai babe anekuya korese ,tai kiu hindu lora logout jodi tai biya hoise tai kiyoo hindu nhoi, muslim jati thoi enukuya jahade khale cholere beleg dharam manuhok muslim bonai, lora ke suwali ke ako ako tai jahade

    • @jamsslalka6504
      @jamsslalka6504 ปีที่แล้ว +2

      সমাজৰ উচ্চ বিষয়াৰ লগত মিলিত হয়, উচিত সিধানত্ন ল'ব পাৰি, আই ,বোৱাই আৰু ঘৰৰ পৰিয়ালটোক সমাজৰ পৰা আঁতৰত ৰখাটো জানো উচিত , 🙏 ।

  • @kritworld9838
    @kritworld9838 ปีที่แล้ว +25

    সহায় কৰিলে মানুহে পাহৰি যায়

  • @AbulHussain-dl6og
    @AbulHussain-dl6og ปีที่แล้ว +51

    Aponaluk 13 ta poriyal ase....ki tel mari ase....putro buwarik ghorot loi ahok....13 ghor manuhere xomaj pati vogwanok sinti xuxere soli thakok....vogwane xohai koribo aponalukok.

    • @jyotiprakashdas8973
      @jyotiprakashdas8973 ปีที่แล้ว +6

      তাকেই বুজি পোৱা নাই মই, কিহৰ ইমান খাতিৰ কৰি আছে ইহঁতে।।

    • @parthamohan5891
      @parthamohan5891 ปีที่แล้ว +5

      Best comment👌👌👌👌👌

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว

      DURGA pujar murty kune besi koi bonai
      HINDU ne MUSLIM....?
      ANSWER:.......kune dibo paribo.

    • @bablukalitaofficialblog6079
      @bablukalitaofficialblog6079 ปีที่แล้ว +1

      Ryt8

  • @zikragreenfarm
    @zikragreenfarm ปีที่แล้ว +17

    Society mane United rights for human.... reality on ground dark side....

  • @basisthaacharya6590
    @basisthaacharya6590 ปีที่แล้ว +20

    এক বিশ্বজনীন সমীক্ষাত প্ৰকাশ পাইছে যে ২০৪০ খৃষ্টাব্দলৈ পৃথিবীত কোনো ধৰণৰ ধৰ্ম আৰু জাতি নাথাকিব। গতিকে এইবিলাক বাদ বিবাদ এৰি সকলোৱে একেলগে মানুহ হিচাপে জীয়াই থাকিবলৈ যত্ন কৰিব লাগে।

  • @user-tt6rl9kh7t
    @user-tt6rl9kh7t 2 หลายเดือนก่อน

    😢😢😢😢🙏🙏🙏🙏

  • @nurekharashmi9741
    @nurekharashmi9741 ปีที่แล้ว +13

    আকৌ বুলে ছোৱালী ৰ জাতি নাই।
    এইখন সমাজক অসম চৰকাৰে চৰকাৰি একো সুবিধা দিবই নালাগে।

  • @sibaprasadbora01
    @sibaprasadbora01 ปีที่แล้ว +9

    যিজনে ভূল কৰিছে তেওঁক ৰাইজে এঘৰিয়া কৰক , পৰিয়ালটোক কিবা এটা উপায় উদ্ধাৰ কৰক। কৃষ্ণ।

  • @thenatureofyoutubecreativi2176
    @thenatureofyoutubecreativi2176 ปีที่แล้ว +25

    Useless society..

  • @user-oj4kh4os5f
    @user-oj4kh4os5f 2 หลายเดือนก่อน +1

    Dhiekkar disu ana homajok

  • @mithundeka8606
    @mithundeka8606 ปีที่แล้ว +138

    আজিৰ পৰা ৫৭৩ বছৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সকলো জাতি - জনগোষ্ঠী ধৰ্মৰ লোক সকলক লৈ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ গুৰু দুজনাৰ আদৰ্শ যেতিয়ালৈকে আমি লব নোৱাৰিম! যেতিয়ালৈকে ব্ৰাহ্মন্যবাদ চলি থাকিব তেতিয়ালৈকে এইবিলাক ঘটনা ঘটিয়ে থাকিব।

    • @Danirojasfc6
      @Danirojasfc6 ปีที่แล้ว

      Absolutely

    • @buddhadevdas6369
      @buddhadevdas6369 ปีที่แล้ว +1

      Hoi

    • @chowlengdonahom1105
      @chowlengdonahom1105 ปีที่แล้ว +6

      জাত-পাতৰ বিচাৰ কৰিবলৈ শিকালে বিদেশী শংকৰদেৱে।।

    • @ddekabangthai2520
      @ddekabangthai2520 ปีที่แล้ว

      Thik koise

    • @prantimda3061
      @prantimda3061 ปีที่แล้ว +1

      @@chowlengdonahom1105 Tur mathat ki gu ase nki...

  • @uttamgogoi1128
    @uttamgogoi1128 2 หลายเดือนก่อน

    Val Kam koresa

  • @ringkhangbasumatary4906
    @ringkhangbasumatary4906 ปีที่แล้ว

    Oh sad.

  • @umeshkardong6116
    @umeshkardong6116 ปีที่แล้ว

    ঘৃননীয় মানৱতা ।

  • @daijeedad6787
    @daijeedad6787 2 หลายเดือนก่อน

    Thikei koise aapuni

  • @assamesefunni7522
    @assamesefunni7522 ปีที่แล้ว +64

    শংকৰ আজানৰ দেশ বুলি এনেয়েকয়

    • @jpentertainment5545
      @jpentertainment5545 ปีที่แล้ว +2

      Eibur xokolu misa. Amar xomaj khon pujibadi. Xomajbadi nohoi.

  • @hontorakonwarhontorakonwar6039
    @hontorakonwarhontorakonwar6039 ปีที่แล้ว

    😭😭😭😭😭

  • @banjitchangmai4047
    @banjitchangmai4047 ปีที่แล้ว +18

    অসমীয়া সেইকাৰণে আজি পিচ পৰি আছে.. এই বোৰ খোৱা কামোৰা কাৰণে.... নিজৰ মাজতে মিল নাই.. তই মিছিং তই কছাৰী তই বড়ো. তই ৰাভা তই আহোঁম... এই বোৰ ন.... সকলো এ মিলি থাকিব নোৱাৰোঁ......... আনে সুবিধা লৈছে বাহিৰৰ মানুহে......

  • @abhirun847
    @abhirun847 ปีที่แล้ว +6

    দুখ লাগে এইবোৰ দেখিলেই ।

  • @romonbasumatary6297
    @romonbasumatary6297 ปีที่แล้ว

    ওহ বৰ দূখ লগা

  • @krknowledgeeduassam5344
    @krknowledgeeduassam5344 ปีที่แล้ว +6

    তেওঁলোক সকুলতকৈ নিম্ন জাতি। ,,,,dont worry,god with you

  • @satyajithazarika9653
    @satyajithazarika9653 ปีที่แล้ว

    Um hoi

  • @nabajitdeka9357
    @nabajitdeka9357 ปีที่แล้ว +6

    এনে সমাজ থকাত কে নথকাই ভাল।

  • @khetykinny7959
    @khetykinny7959 11 หลายเดือนก่อน +1

    Aiyai amar gaon r vokot na..!! Mukhot Hari/ krishna naam.. Aru kamot ki nokoleo hobo..!!!!

  • @gks2331
    @gks2331 ปีที่แล้ว +8

    ধাৰ্মিক হবলৈ হিন্দু,ইছলাম,খৃষ্টান টেগৰ প্ৰয়ুজন নাই ,, ⚛️⚛️⚛️

  • @kayumk2761
    @kayumk2761 ปีที่แล้ว

    Don't worry. Ame logat asu

  • @jaypritamray1222
    @jaypritamray1222 ปีที่แล้ว +20

    Ai bur kotha bhuta beya ..manuh bur sage pagola hoise

  • @reemakalita5289
    @reemakalita5289 2 หลายเดือนก่อน

    What,s up education

  • @assamesefunni7522
    @assamesefunni7522 ปีที่แล้ว +27

    এইবোৰ মানুহ নহয়

    • @hriday8894
      @hriday8894 ปีที่แล้ว

      Suwali joneye lora thok muslim bonai loise, tai jhodi hindu logout biya hoi se tai kiya hindu nohoi, muslim jati tho anekuya cholere khale muslims bonai belag drama r manuhok, lora ke suwali ke sokoloi jahadi ,muslim lorai fasai belegor drama or suwali muslim bonaboloi, iora tho muslim drama gohon kora babe ak ghoreya korese

  • @donikonwar3799
    @donikonwar3799 ปีที่แล้ว +11

    Our Assam still in darkness.

  • @chandandutta3186
    @chandandutta3186 ปีที่แล้ว +5

    Govt. Should take steps

  • @rajshreemadahi4944
    @rajshreemadahi4944 ปีที่แล้ว +9

    Baya lagil xuni

  • @halloassam7597
    @halloassam7597 ปีที่แล้ว

    Krishna amar Shankardev shangha loi ahak amar eyat hokolur babe duwar khula krishan

  • @popular321
    @popular321 2 หลายเดือนก่อน

    Aami thek manar bhabdhara tyag karib lagib

  • @ROCK-sh6ng
    @ROCK-sh6ng ปีที่แล้ว +4

    দুখীয়াৰ কাৰণেহে এই বিলাক নিয়ম,ধনী হোৱা হলে চেলেকি চেলেকি খালেহেতেন সভ্য মূখা পিন্ধা কেইটা

  • @rituparnasarmah3239
    @rituparnasarmah3239 2 หลายเดือนก่อน

    Digital India

  • @samudrajyotisaikia5929
    @samudrajyotisaikia5929 ปีที่แล้ว

    Amr axomotha anakua asa

  • @pp_wonderer9269
    @pp_wonderer9269 ปีที่แล้ว

    We support you 🙏 don't worry about uneducated PPL.

  • @majoniblogge585
    @majoniblogge585 ปีที่แล้ว

    Krishnaguru dhormo lowk sob thik hoi jabo ... Amr jati dhormo aku ni joy krishnaguru

  • @dlocalboy4892
    @dlocalboy4892 ปีที่แล้ว +12

    Suwali joniye swamir Hindu dharma grohon nakore kiyo???
    Loratuk Muslim dharma grohon koraboloi loi goise...
    Kiyo ???? Hihote tu Hindu suwali phusulai ni ratitur bhitarot Muslim bonai diye.. (bhuwa porisoi di holeu)
    Aru kisuman NETWORK.ye usotai ase karone amar 'matha naikiya' keitamane pagol boki ase...

  • @biswajit6317
    @biswajit6317 ปีที่แล้ว

    unless societie

  • @ritamaniboro6144
    @ritamaniboro6144 ปีที่แล้ว

    Buhut duk lagil

  • @user-zs4ql2lj7h
    @user-zs4ql2lj7h 2 หลายเดือนก่อน

    Hai bor manuh nohoi goru hoi

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 ปีที่แล้ว +2

    সেই বিলাক 3rd ক্লাছ মানুহৰ শাৰীত পৰে মুছলমান সম্প্ৰদায়ৰ ছোৱালীজনী নিজৰ জাতত তুলি ললে হৈ গল কিয় এঘৰীয়া কৰিব লাগে উজনি নামঘৰত মুছলমান লৰাই আমাৰ লগত কংস বচন গাই আমাৰ ফালে এই ভেদ ভাব নাই

  • @sunqueen6545
    @sunqueen6545 ปีที่แล้ว +2

    ভুল কৰিছিল এটা পৰিয়ালে,,কিন্তু লগতে এটা বংশৰ বাকি 12 টা পৰিয়ালক এ সমাজৰ পৰা বঞ্চিত কৰি ৰাখিছে ।। আমাৰ গাঁৱৰ সমাজত সেইটো নকৰে।। আৰু এটিয়াটো ভুল কৰা মানুহজন এ নাই,, গতিকে এতিয়া সমাজে আদৰি লব পাৰে,,কিমান যে কষ্ট পাই আছে মিছতে তেওঁলোকে,নকৰা ভুলৰ শাস্তি পাই আছে।। ভুল কৰাজনো কমটি নহই,নিজৰ সন্তানৰ মুখলৈ নাচালে,নিজৰ ধৰ্ম এৰি আনৰ ধৰ্ম লবলৈ গল গে,,, তেনেকুৱা এজনৰ শাস্তি বাকি পৰিয়ালে ভুগিব লগা হৈছে।।।

  • @naliniroygoyary1828
    @naliniroygoyary1828 ปีที่แล้ว +5

    Salute to our culture 🫡🤣🤣🤣aru nu ki kom……… 🤐🤐

  • @dasgc3133
    @dasgc3133 ปีที่แล้ว +5

    Oxmiya jati anekoi gol
    Dhankho hooi goll

  • @clashingworld2829
    @clashingworld2829 ปีที่แล้ว +9

    সমাজত শিক্ষিত মানুহৰ অভাৱ হ'লেই সমাজখন ধ্বংস হয়

  • @dipakdoley6968
    @dipakdoley6968 ปีที่แล้ว +28

    কৃষ্ণ এইবোৰ মানুহ নহয় ।

    • @hridayrabha8706
      @hridayrabha8706 ปีที่แล้ว

      Krishna he aru dei .... Manuhghor je sangkari nhol ......nhole keitar mukhot je sangkari keitar gahori mod khowa bani hunibo palu hoi

  • @monuranjangogoi6276
    @monuranjangogoi6276 ปีที่แล้ว +9

    এনে সুন্দৰ পদক্ষেপ লোৱাৰ বাবে এইখন সমাজক ধন্যবাদ দিছো.
    জহৰা সমাজ, চুতমাৰনি , কুট্টা ,জহন্নামে যোৱা , আৰু বাকী সন্মান ৰাইজে কমেন্টত দিব কুট্টসঁত তৰতৰ হেৰিত ভূত জলকিয়া লগায় লেংটা কৰি পিটন দিব লাগিছিলে 🙏🙏🙏🙏😎

  • @abhijitgogoi7484
    @abhijitgogoi7484 ปีที่แล้ว

    .

  • @dhanjitaray7826
    @dhanjitaray7826 ปีที่แล้ว +5

    Nisthur xomaj,.. manuh anekoi jat pator kotha sinta kori thakile amr Axom khon ketiyao unnoti koribo noware....aitu hosa kotha😒

  • @pallabsarmah5458
    @pallabsarmah5458 ปีที่แล้ว

    So sad

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 ปีที่แล้ว

    Sri monta sakar sanghat apunaluke antavukta hole mukti pabo.

  • @laxmanboro9938
    @laxmanboro9938 ปีที่แล้ว

    Napay enay kes koreboloy aami mahanwhe

  • @dhrubadas8018
    @dhrubadas8018 ปีที่แล้ว

    Amar u sokor pani ulai goise 😥😥😥😥😥

  • @Krishna-tk1gk
    @Krishna-tk1gk ปีที่แล้ว

    😥😥😥😪😪

  • @dipankerdihingia6743
    @dipankerdihingia6743 ปีที่แล้ว

    😥

  • @rimfangshu5757
    @rimfangshu5757 ปีที่แล้ว

    😔😔😔

  • @kaberiborah9859
    @kaberiborah9859 2 หลายเดือนก่อน

    Amaru
    Tenekuwa hoise
    Mur Mother in law
    Husband
    Dhukaote
    Aghoriya korile
    Kunu nahil
    Dangor Baideu vindeu christriyan hol buli
    Nikristo society...

  • @devilunited266
    @devilunited266 ปีที่แล้ว

    Axom xoloni kore ......nijr mnokhikota agte xoloni krk......ji xomaj a krise tare nisina nilloijo mnuh nai.....mnuh k mnuh buli sawk kunu dhormo dngr xoru suwa bd diyok......mora r pist kunu sab nhe apunar usr r mnuh ghork a lgib

  • @deepbarman8643
    @deepbarman8643 ปีที่แล้ว

    Orthodox society

  • @rashmiborah7350
    @rashmiborah7350 ปีที่แล้ว

    Amar suwrli musolmanloi bohut goose kintu amar anise val hoise homaje adin log lobo

  • @rahulbasutary1005
    @rahulbasutary1005 ปีที่แล้ว +3

    এনেকুৱা সমাজৰ মুখত মূতি দিম কেলা ,

  • @rimpidev2079
    @rimpidev2079 ปีที่แล้ว

    😥😥😥

  • @jayantipayeng619
    @jayantipayeng619 ปีที่แล้ว

    🙏🙏🙏🙏

  • @user-jb8jf1br3f
    @user-jb8jf1br3f ปีที่แล้ว +3

    জীয়াই থকাত কৈ মৰি থকাই ভাল 💔💔💔😭😭😭😭

  • @jugendersaikia4176
    @jugendersaikia4176 ปีที่แล้ว +2

    দোষী জনক সমাজৰ পৰা এঘৰীয়া কৰক কোনো কথা নাই। মানুহ সমাজ খেল পাতি কিয় থাকে সুখ দুখৰ সমভাগী হৈয় সহায়ৰ হাত আবঢ়াবলৈয়হে। সমাজৰ বৰমুৰীয়া কীতাক লাংটা কৰি পিতিব লাগে আইন উলিয়াইছে।ঘৰ খনৰ বাকী সকলক এঘৰীয়া কৰাতো অনুচিত কোনো যুক্তি নাই।

    • @Miduldutta
      @Miduldutta ปีที่แล้ว

      শুদ্ধ কথা

  • @mukutkalita5145
    @mukutkalita5145 ปีที่แล้ว +15

    জদি এজনি নাৰিক ধৰখন কৰিবৰ সময়ত
    জাত পাত নিবিছাৰে
    বিয়া পাতিবৰ সময়ত জাত পাত কিয়

    • @morjinabegum6509
      @morjinabegum6509 ปีที่แล้ว +1

      Your.right.dada👏👏👏

    • @bkp9774
      @bkp9774 2 หลายเดือนก่อน +1

      এইবোৰ বামুনিয়া নীতি,

  • @ratulsaikia7540
    @ratulsaikia7540 ปีที่แล้ว +1

    Plz Action Assam police

  • @manoshibora6236
    @manoshibora6236 2 หลายเดือนก่อน

    Hosa de ki j hob

  • @manojbora2244
    @manojbora2244 ปีที่แล้ว

    নিন্দনীয়

  • @user-vp3fu2nd7e
    @user-vp3fu2nd7e 2 หลายเดือนก่อน

    Bhalhe.jodi muslim suwali biya patisa.ashirbat he dibo Lage

  • @dilipborah2849
    @dilipborah2849 ปีที่แล้ว +10

    গাওঁ ৰ মানুহ বোৰ এনেকুৱা ই একো ঘণ্টা নাজানে এনেই মানুহৰ ঘৰত বহি বহি লোকৰ কথা পাতি থাকে ছাহ পানি জুতি লৈ লৈ । মুছলিম বোৰ কি মানুহ nohoi নেকি । প্ৰেম ত কোনো হিন্দু মুছলিম নাথাকে ।hihoti বিয়া হৈছে hihoti খাব তাত মাত matibo কোনো দৰকাৰ নাই । এইবোৰ ভকত nohoi ।

    • @morjinabegum6509
      @morjinabegum6509 ปีที่แล้ว

      Your.right.dada

    • @dilipborah2849
      @dilipborah2849 ปีที่แล้ว

      @@morjinabegum6509 🥰

    • @morjinabegum6509
      @morjinabegum6509 ปีที่แล้ว +1

      Thanks.dada😊😊

    • @sarifulsk8117
      @sarifulsk8117 ปีที่แล้ว

      You are Right

    • @Miduldutta
      @Miduldutta ปีที่แล้ว

      ধৰ্ম বাদ দিয়া তেনেহলে ,,, এনেই সময় নষ্ট কৰি লাভ নাই ,,,

  • @pp_wonderer9269
    @pp_wonderer9269 ปีที่แล้ว

    Kun ay khomajor leader Tak prosno koroksun alopman goi ...eman mohagyani korpora ahile....?????

  • @journeywithdip
    @journeywithdip 2 หลายเดือนก่อน

    Ayai amr xomaj ayai bule agoloi goi ase.. xei xomaj khnr uprt sorkare aayini bebosta Lobo lage

  • @satyajeetdas433
    @satyajeetdas433 ปีที่แล้ว

    Ami khokolu bilak manuh ekejon bhagabanore khontan.bhagobane khokoluke khoman sokuye sai.kintu manuhe nasai.

  • @user-ne1zc8qo3m
    @user-ne1zc8qo3m 2 หลายเดือนก่อน

    Bipadat uddar karatu Manab jati param Dharmm

  • @koushikarjya6301
    @koushikarjya6301 ปีที่แล้ว +2

    As Ram Nath kovind addressed in his farewell speech "We must make our political democracy a social democracy as well. Political democracy cannot last unless there lies at the base of it, social democracy." We have achieved political democracy,but far from social democracy.

  • @nagenboro9961
    @nagenboro9961 ปีที่แล้ว

    Nari jater jati nai tare past anyone lobo lage prasedanok dhorebo lage

  • @kaustuvvlog3934
    @kaustuvvlog3934 ปีที่แล้ว

    যিয়ে ভুল কৰিচে তেওঁক সাস্তি দিব লাগে, বাকি পৰিয়ালেতো হিকায় দিয়া নাই | কিয় ইমান কথোৰ শাস্তি দিব লাগেনো |সকলো ভুলৰে সমাধান আছে , যি ভুল কৰিচে তেওঁ বাহিৰে বাকিসকলক নিতি নিয়মৰ মাজেৰে যেন দয়ালু সমাজে আকুৱালি লওক | পবিএ ভাদ মাহতোট ককা আইতাক নাম লোৱাৰ পৰা ব্ঞ্চীত নকৰিব |

  • @Shinchan_music107
    @Shinchan_music107 ปีที่แล้ว

    কেনেকুৱা যে সমাজ

  • @digantadeka7201
    @digantadeka7201 ปีที่แล้ว +3

    গাৱৰ কিছুমান বৰমূৰীয়াই এই নিয়ম বোৰ প্ৰবৰ্তন কৰে!
    সেইসমূহ বৰমূৰীয়াৰ বাবেই সমাজখন থান বান হয়।

    • @jpentertainment5545
      @jpentertainment5545 ปีที่แล้ว +1

      Apuni xosa kothai koise. Ei bormuria keijon akou dhuwa tuloxir pat. Xei xokole nijor swartho puron huwakoi he rule bur bonai, aru jetiai proyujon hoi tetiai change kore. Enekuwa bor muria bodmas burok pitibo lage.

  • @jaimassi5959
    @jaimassi5959 ปีที่แล้ว +1

    forgiveness must there....community should adopt a tolerance policy.
    some punishment or penalty must be there n forgive the wrong

  • @kelvinvlogs6507
    @kelvinvlogs6507 ปีที่แล้ว +2

    মানুহৰ মন শুদ্ধ হলেই হল, বাকী চব মানুহ একেই। এনেকৈ এঘৰীয়া কৰি বা: বা: লব নেলাগে, যদি সঁচাকৈয়ে নিজকে ধাৰ্মিক মানুহ বুলি ভাবিচাহক, এনে অমানৱীয় কাম নকৰিব🙏🙏 প্ৰথমে আমি মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব লাগে, তাৰপাছতহে ধৰ্ম হব লাগে।

  • @anandabasumatary376
    @anandabasumatary376 ปีที่แล้ว

    Shrimanta Sankardev ki koishil apunalukowr kihowr homaj

  • @user-cq1ws8jw2k
    @user-cq1ws8jw2k ปีที่แล้ว +26

    বাহিৰৰ সমাজখন আৰু পৃথিৱীখন সিহঁতে চাগে দেখাই নাই…মানুহ হিচাপে জীয়াই থাকিব শিকক ককাই হঁত…

  • @dipenloyingassam
    @dipenloyingassam ปีที่แล้ว

    আচৰিত

  • @allforlove8844
    @allforlove8844 ปีที่แล้ว

    Muti diu anekuwa khomaj